মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’| Part 4

Поділитися
Вставка
  • Опубліковано 5 вер 2024
  • ’২৬ৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও ডেৰ বছৰ বাকী
    এতিয়াই ৰাজ্যৰ ৰাজনীতিত আৱিৰ্ভাৱ ঘটিল ‘হিন্দু-মুছলিম’ৰ প্রসংগ
    ঝাৰখণ্ডত অসমৰ ভৱিষ্যতৰ কথা কৈ শংকিত মুখ্যমন্ত্রী!
    মুখ্যমন্ত্রীৰ মতে ২০৪১ চনত মুছলমান প্রধান ৰাজ্য হ’ব অসম
    সংবাদমেলৰ জৰিয়তে স্পষ্টীকৰণো দিলে মুখ্যমন্ত্রীয়ে
    সাংসদ গৌৰৱ গগৈৰ মতে এয়া মুখ্যমন্ত্রীৰ ‘পুৰণি ৰাজনৈতিক পাশা’
    হিন্দু-মুছলমানৰ ৰাজনীতিৰে ’২৬ৰ বৈতৰণী পাৰ হ’ব বিচাৰিছে CM-এ
    অখিল গগৈৰ মতে ’২৬ৰ বাবে আগতীয়াকৈ হিন্দু-মুছলমানৰ এজেণ্ডা CMৰ
    প্রকৃততে এয়া ৰাজনৈতিক হাথিয়াৰ নে অসমৰ ভৱিষ্যৎ‍?
    পৰিসংখ্যাই কি কয়, বাস্তৱে কি কয়?
    সঁচাকৈয়ে ’৪১ বা ’৫১ত অসমত শাসন কৰিব নেকি মুছলমানে?
    অসম মুছলমান প্রধান ৰাজ্য হ’লে শংকিত হ’বলগীয়াকৈ এনে কি হ’ব?
    ধৰ্ম নিৰেপক্ষ ৰাষ্ট্রত ধৰ্মৰ ভিত্তিত বিভাজনৰ ৰাজনীতি কিয়?
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’| Part 4 #PratidinTimeLIVE
    #pratidintime #nitumonisaikia

КОМЕНТАРІ • 30

  • @prodip2284
    @prodip2284 Місяць тому +4

    প্ৰতিদিন টাইমে মুছলমানৰ কথা উৌলালে যে ইমান নৰম যে কিয় । বৰ জাতীয় চেতনা ক লৈ চিন্তা কৰা সাংবাদিক কেইজন এতিয়া কিয় ইমান নৰম ।

  • @nabajyotinath7511
    @nabajyotinath7511 Місяць тому +5

    ভাৰতত দুখীয়া বাড়িছে।

  • @nabajyotinath7511
    @nabajyotinath7511 Місяць тому +2

    অসমৰ মূখ্যমন্ত্ৰী আগতে কংগ্ৰেছত আছিল

  • @nabajyotinath7511
    @nabajyotinath7511 Місяць тому +2

    মোডীৰ চকীৰ খুড়া লৰিছে

  • @sweetchildhood3479
    @sweetchildhood3479 Місяць тому +1

    Muslim Rakhak bahut Assamese asay.

  • @kamaleswarbordoloi993
    @kamaleswarbordoloi993 Місяць тому

    এইটো অকপতে স্বীকাৰ কৰিছে যে স্বাধীনতাৰ পিছৰ পৰাই মুছলমান সকলক কংগ্ৰেছে অশিক্ষিত কৰি ৰাখিছিল কাৰণ শিক্ষত হলে ভোট বেংক হিছাপে ব্যৱহাৰ কৰিব নোৱাৰে । বিজেপিয়ে তেওঁলোকক শিক্ষা আৰূ নাৰী স্বাধীনতা মৰ্যাদা দি হিন্দু মুছলিম এক কৰিব বিছাৰিছে কংগ্ৰেছে উলটাকৈ বুজাইহে গণ্ডগোল লগাই থকা নাইনে ?

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 Місяць тому +1

    অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
    এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক।
    ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
    আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
    এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়।
    অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়।
    যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।*
    Note: *আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে।* ৰাজনৈতিক দল জিকিব হাৰিব কিন্তু অসমীয়া জাতি হাৰিব অসমিঞাৰ হাতত?? কিছুমান Secular এ খুব উজনি অসমৰ কথা কয় কিন্তু আপুনি আচৰিত হব উজনি মানে কেবল যোৰহাট আৰু শিৱসাগৰ চাগে?????

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 Місяць тому

      যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া অসম ভাৰতৰ এখন আগশাৰী ৰাজ্য আছিল Revenue দিশত। ডিব্ৰুগড় Asia ৰ দ্বিতীয় ধনী জিলা আছিল। কিন্তু আগৰ তেতিয়াৰ কেন্দ্ৰ চৰকাৰে অসমৰ টকাৰে বাহিৰৰ ৰাজ্যত কাম কৰিব ধৰিলে। তাৰ ফলত বাহিৰৰ ৰাজ্যত ভাল Highway হল, ৰেল হল, University হল, Research Institution হল, Industry হল। কিন্তু অসমৰ ৰাইজে Central University ৰ বাবেও আন্দোলন কৰিব লগীয়া হৈছিল। সেই সময়চোৱাত যিহেতু অসমীয়া মানুহে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি মোহভংগ হৈছিল, সেইসময়ত Secular মানুহৰ মৰমৰ বাংলাদেশী মূলৰ মানুহ খিনি আগবাঢ়ি আহিছিল নিৰ্বাচনত সহায় কৰিবলৈ। অসমৰ ৰাইজে বিভিন্ন সমষ্টিত অস্বাভাবিক ভোটাৰ বাঢ়ি যোৱা দেখা পাইছিল? চৰকাৰী মাটি, বনাঞ্চলৰ মাটি, বিলৰ মাটি কতো বাদ নপৰিল দখল হবলৈ?

    • @7gc970
      @7gc970 Місяць тому

      বহুত বহুত সছা কথা লিখা বাবে ধন্যবাদ থাকিল খিলঞ্জীয়াৰ একগোট নহলে অসমীয়াৰ শেষ হৈ জাব সময় থাকোতেই সথিক দিশত আগবঢ়ি যাব লাগিব অন্য হলে আমাৰ গতি নাই ।

  • @RUPJYOTIKALITA-ez8fq
    @RUPJYOTIKALITA-ez8fq Місяць тому

    Manobota bola ata kotha..
    Aikhini kotha 50 vag muslim howar pist
    Pratidin time nitumoni kobo
    Moi nalbari pora tv sai xunim...
    Hbo na

    • @girirajdas1638
      @girirajdas1638 Місяць тому

      @@RUPJYOTIKALITA-ez8fq Dada apunak ata ktha sudhilu hy mane dada apuni time pale please reply dibo🙏🙏🙏Mane dada juabosor 2023-24 FY t moi deutar bank accountr pra gpay r joriyote mor accountloi 12lakh+ toka transfer krisilu ji tokat already deutai tax pay krise aru dada prblm tu hl ki moi 1lakh man toka online betting app parimatchr pra withdraw krisu tat 2lakh man deposit krisilu overall mor 1lakh loss hyse dada atiya dada mor kiba bipod hbo niki mane axomt heno betting app ban ase moi je withdraw krilu please dada apuni reply di janabo diok kako kthatu sudhibo pra nai ata comment gom palu apuni tax department t sakori kre🙏🙏🙏

  • @snazzyc5889
    @snazzyc5889 Місяць тому

    Jodi musolman bilake population growth tu e hikhya nuhua krne hoi buli koi...tetyahole kobo paribone je 1951 r jonogathoni r vittit homosti bur khilonjia r krne hongrokhito korok buli

  • @nujrulHoque-yb1hf
    @nujrulHoque-yb1hf Місяць тому

    মোৰ লৰা এটা আৰু ছোৱালী এটা আৰু মৰ এটা ভাইটিৰ এটা লৰা এটা ছোৱালী আৰু এটা ভাইটীৰ এটা লৰা

    • @RUPJYOTIKALITA-ez8fq
      @RUPJYOTIKALITA-ez8fq Місяць тому

      But mind to jehadir.... Tmr ..
      Islamic country lage..seitu control krk

  • @nabajyotinath7511
    @nabajyotinath7511 Місяць тому

    মোৰ এক মাত্ৰ এজন লৰা

  • @Rubulgogoi209
    @Rubulgogoi209 Місяць тому

    আব্দুল খালেকে সচাঁ কলেও তেওঁ হিমন্তুৰ চামছা হয় ।

  • @h1239640
    @h1239640 Місяць тому

    খালেক ডাঙৰীয়াই ভাল কথা কৈছে, BJP কেইটাক হিন্দু মুছলিম কৰি থকাৰ বাবে দেখিব মন নোযোৱা হৈছে,,,,, দম আছে যদি মুচলমানৰ ওপৰত ব্যৱস্থা লওক, কথা বেছি কৈ লাভ নাই,,

  • @TCF573
    @TCF573 Місяць тому

    Hera nitumoni manuhok jodi homoyei dibo nuwara Aaloosona pata kelei he..???? Akujon manuhe jodi dorkary kothakeita koboloi napai tente ki lav aibur aadhorua Ovimot pati??? Kam nai.
    . 😅😅😅

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j Місяць тому

    ২০১৪ চনৰ ১৬ মে’ ত মিঞা বোৰ যাব লাগিব বুলি কৈছিল মোডীয়ে ৷ কি বাল দাল কৰিলে ? মোডীক ভোট দি লাভ নাই ৷ এইদালে একো নাজানে ৷

  • @user-lb6it6cc3h
    @user-lb6it6cc3h Місяць тому

    ৰূপম ঘন্টা

  • @TCF573
    @TCF573 Місяць тому

    Bjp sesei aru. Domor kam nai 😅

  • @umeshkardong6116
    @umeshkardong6116 Місяць тому

    বিশ বছৰ পাচত বিয়া হলেও ছয়/সাত টা সন্তান জন্ম দিব পাৰে ।

  • @nabajyotinath7511
    @nabajyotinath7511 Місяць тому

    দলৰ স্বাৰ্থত বিজেপি লাউৰপাত কচুৰ পাত

  • @nabajyotinath7511
    @nabajyotinath7511 Місяць тому

    ৰূপম দাদা ভাৰতত হিন্দু অ সুৰক্ষিত নেকি?

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 Місяць тому

      অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
      এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক।
      ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
      আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
      এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়।
      অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়।
      যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।*
      Note: *আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে।* ৰাজনৈতিক দল জিকিব হাৰিব কিন্তু অসমীয়া জাতি হাৰিব অসমিঞাৰ হাতত?? কিছুমান Secular এ খুব উজনি অসমৰ কথা কয় কিন্তু আপুনি আচৰিত হব উজনি মানে কেবল যোৰহাট আৰু শিৱসাগৰ চাগে?????

  • @7gc970
    @7gc970 Місяць тому

    মোছলমানৰ জনসংখ্যাৰ বহুত বাঢ়িছে সেইটো সছা মোছলমানৰ জনসংখ্যাৰ বঢ়া কাৰণে অপৰাধ বাঢ়িব ধৰিছে খংখ্যলঘুৰ মোছলমান থকা থাইত জনসংখ্যাৰ বৃদ্ধিৰ হৈছে বেই দখল কৰি অসমৰ মাটিৰ শত্ৰ বোৰ দখল কৰিছে সেইবোৰ আমি সকলোৱেই দেখি আছো ।