ৰূপহী বাঘজানত বিহুৰ এসাজ।॥Rupam Dutta॥ Rupam Dutta Life of a driver॥ Rupom Dutta
Вставка
- Опубліковано 13 кві 2024
- Rupam Dutta
Rupam Dutta writer
Rupom Dutta
Life of a Driver
Rupam Dutta life of a driver
The writer Rupam Dutta
Assam book writer Rupam Dutta
Rup studio
Roop studio
ৰূপহী বাঘজান❤ ইমান অদ্বিতীয় উপমা,, নিশ্চয় আপোনাৰ জীৱনৰ অমূল্য 💌💌সময় অকণ পাৰ হৈ গৈছে তাত,, হয় নে দাদা 🙋🏻🤝🤝
Mojah enekuai hobo lage jibon
বহুত সুন্দৰ , ভিদিঅ টো চাই মই নিজেই গৈ থকা যেন লাগিল । যোৱা বছৰৰ কিছু স্মৃতি ৰোমন্থন কৰাৰ সুবিধা কন দিয়া বাবে অশেষ ধন্যবাদ জনালো ।
ব্ৰক্ষ্মপুত্ৰ নদীৰ সুতি টোৰ ফালে গৈ ডিব্ৰু চৈ খোৱা ৰাষ্ট্ৰীয় উদ্যান খন দেখুৱালে,,,,,,,,,,। বহুত ভাল লাগে ইটো পাৰৰ দৃশ্য দেখি । আগলৈ কেতিয়াবা ,,,,,,,,
It is full of geography recorces,nice vdo
Rupam da all the best.aru val val video jate agoloi ahi thake.raupam da chanel tu khkluwe subscribe kriba .dada channel tu assam r vitort topt thake jate .
Apunar video sai val lage dada
Apunar hokolu video vl lage❤
দিনটো কম কৰি অহাৰ পাছত আপোনাৰ video এটা চাই দিলে কষ্ট নাইকীয়া হোৱাৰ দৰে লাগে।।।
ভাল লাগে, video বনাই থাকিব sun
Rupam da ৰঙালী বিহু শুভেচ্ছা জনালো❤
Dada apunar content Ann kisu burot koi bohut bohut gune bhal, jihetu apuni regular video dim buli koise...eta bhal mic byobosta koribo buli anurudh jonalu ... Wirless lobo jihetu apuni drive o kore....Ekdom HIGH QUALITY lobo ...
Right, Tumar kotha tu moi kom buli vabi asilu ❤️
ৰূপম দা বিহুৰ শুভেচ্ছা থাকিল।
😃 ❤ bhal lagil. With best wishes. Bihu hubheshya hokoluloi thakil.
Khub dhunia gaor poribekh, val lage, 😊
ৰঙালী বিহু মৰম আৰু শুভেচ্ছা থাকিল দাদা ।আপোনাৰ ভিডিওবিলাক চাই বহুত ভাল লাগে ।আগলৈয়ো এনেকৈয়ে ধূনীয়া ধূনীয়া ভিডিও দি থাকিব ।
Bahut bhal lagise. Jibonor prakrit ananda upbhog korise
ৰঙালী বিহু শুভেচ্ছা জনালোঁ দাদা । এদিন আপোনাৰ লগত গাড়ী চলোৱা মন আছে। কেতিয়া সপোন পূৰন হ'ব হ'ব আৰু দেই
Video to dhunia lagise...
Eanakuwa poribhakh bur emn bhal laga dada...❤❤❤
ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ দাদা আপোনালৈ ।
Love from Kaliabor Rupam Da❤❤❤
Rupam Bhai happy rongali bihu
Rupam দা নতুন বছৰৰ শুভেচ্ছা থাকিল
মই চাই আহিলো এইবাৰ৷ আপোনাৰ ৰন্ধাৰ চখ দেখি বৰ ভাল লাগে৷
এনেকে সদাই ভিদিও দিয়া কৰক দাদা
বিহুৰ শুভেচ্ছা জনালোঁ ❤🎉🎉
দাদা আপোনাৰ ভিডিও বোৰ চাই বহুত ভাল লাগে
Very nice dada ❤
Dada apunar video sai val lage❤
Very Nice Dada
আমাৰ টেলেন্টে দাদাজন।সকলো জানে নজনা একো নাই। সদায় ভালেই থাকক, এনেদৰেই আগলৈও ভিডিঅ' দি যাব বুলি আশা ৰাখিলোঁ। এদিন সময় সুবিধা মিলিলে নিশ্চয় আপোনাক লগ পাম।নিমি,নিয়া,বৌলৈ বহুত মৰম ❤
ৰূপম,আমি কিন্তু তোমাৰ ভিডিঅ'চাই বহুত ভাল পাওঁ ❤
Lakhimpur ktya ahebeo
Rongali bihur ulog jonalu dada
Rupam,da,apunar,ghur,kot❤
Dada sekhor garit guwahati kio goisil
Hii
Dada apunar gastric problem ase na