Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Nice
Aguai jua bhaiti
Real talented artist, God gifted
উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
Very nice ❤
Mojja Dada
Sir is a good teacher n trainer
Congratulations sir. Don't mind. Go ahead
বহুত ধুনীয়া
Good vicc
Mojja lagise sir.
আপুনি নিশ্চিত ভাৱে এজন সফল ব্যক্তি আন কোনোবাই কৰা বিয়োগ কথাক আগলৈ গুৰুত্ব নিদি আগবাঢ়ি যায় যেন ধন্যবাদ
I like your mimicry very much
Nice sir 😊
অসমত বহুত লাগে ভাল বাইদেও।
Bohria
Right Comment
Bohut val kotha koise tumi aguaijuwa anor kotha bad diya
Bohut moja lagicay dey.....😀❤👍
সুন্দৰ ভিডিঅ 👍👍
Program টো খুব ভাল লাগিল, চেমিম
Dada apuni c m or dorai koisaVal lagil
শৰ্মাদা, ধন্যবাদ থাকিল, ভাল লাগে আপোনাক
চৰকাৰী মাধ্যমৰ বদ্যালয়ত এজন হলেও সন্তান পঢাতো বাধ্যতামুলক কৰিবলৈ শেষত কোৱা কথাতো সময়োপযোগী হৈছে
Very nice
carry on brother ...come to our Dhekiajuli...
বৰ ভাল পাওঁ ল'ৰা জনক ।।এটা অনুপম আৰু বিৰল প্ৰতিভাৰ গৰাকী তেওঁ ।।আশীষ জ্ঞাপন কৰিছো ।।❤❤❤
Bhal lage. Really talented person.
Ane ki comen diya seito danwar kotha nahai apuni ki karise seitohe danwar kotha koman diya jone pare Jodi aponar dore kori dekhuwak
Very nice 👍
❤❤❤ কিছুমান মানুহে আনক বেছি গুৰুত্ব দিয়ে কাৰন সিহঁতৰ কাম নাই সেইবোৰ গুৰুত্ব নিদিব আপুনি আগুৱাই যাওক ❤❤❤
Right..order c.m ye uliabone.....no.karan. Nijar rei private school ase... asamiya medium dhangsa karat LAGISE BJP sarkare....
বৰ ভাল লাগিল দেই।
লোকৰ ভাল হোৱাটো কিছুমান হিঙসা কোৰিয়া মানুহে ভাল নাপায়।দুখ নকৰিব। আগবাঢ়ি যাওক।আমি ভাল পাও আপোনাৰ অভিনয়।
দুখ নকৰিব এচাম মানুহে কাম বন নাই সেয়ে আনৰ পিছত লাগি থাকে।
ভাল লাগিল। এই কথাতো মাননীয় চন্দ্ৰ মোহন পাটোৱাৰী দেৱে মোক কৈছিল।কিন্তু চাকৰি নহ'ল।
হিমাংশুৰ কথাখিনি সুন্দৰ লাগিল।
যাৰ একো কাম নাই তেওঁৰ এক মাত্ৰ ধৰ্ম আনক হিংসা কৰাটো,
খুব ভাল লাগিল
ভাল লাগিল ।ৰাতিপুৱাই এমোকোৰা হাঁহিলো।শুভেচ্ছা থাকিল।
মিমিক্ৰি এক কলা।এয়া এক সাধনা। এনেকুৱা যি কোনো মানুহৰ বাবে সহজ নহয়। আপোনাৰ এই সাধনা এই ক'লা আগুৱাই নিয়ক।
দাদা আনৰ কথাত মন নিদি আগুৱাই যাওক। উজ্জল ভবিষ্যত কামনা কৰিলোঁ।
God bless you
Bor dhuniya lagil video tu sai bohut val.....talent❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Y
ছাৰে শেষত যিটো কথা কৈ গ'ল , সেইটো সচাই অতি গুৰুত্বপূৰ্ণ। ৰাইজে কি ভাবে নাজানো।বহুতৰে বাবেই এইটো চেলেঞ্জ হ'ব। সকলোৱে এই চেলেঞ্জ গ্ৰহণ কৰিব পাৰিলেহে চৰকাৰী বিদ্যালয়বোৰৰ উন্নয়ন নিশ্চয় দেখিবলৈ পোৱা যাব। বাকী সব ৰাইজৰ ওপৰত। যা হওক আপোনাৰ mimicry শিল্পৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু শুভ কামনা সদায় থাকিব........।
সচাকৈয়ে বৰ ভাল লাগিল ৷তেখেতলৈ আন্তৰিক ধন্যবাদ জনালো ৷
ভাল লাগিল দেই চেমিম।
Nice👌👍🙏
Anar katha til Manu gurutta nidiba........
Mam,. Dr. Bhupen Hazarika was also a Professor in Guwahati university once upon a time. Hs also a lecturer of a college of Guwahati. Most probably B. Baruah college.
Excellent Sir
Khub dhuniya lagise, aguai jauk 👍
বহুত হাহি লো দেই ভাল লাগিল চাই❤❤
মহসংগ্ৰমাৰ মন্তব্য টো চৰকাৰে গুৰুত্ব দিব লাগে।ভাল লাগিল আপোনাক চাৰ
Moja
Vive la you
আগবাঢ়ি যাওক।❤
মজা লাগিছে ।
আপুনি ৰে বেলেগৰ voice টো দিব পাৰে সবে পাৰিব নেকি সেইটো তেওঁ গুণ
Mojja eenekuwa aaru Video pam buli aakha thakil.
আপুনি মহাণ
ভাল লাগিল, সুন্দৰ কণ্ঠ
আপোনাৰ কাম আপুনি কৰি যাওঁক।হাতীক দেখিলে কুকুৰ বোৰে ভূকেই। কুকুৰ ভয়ত হাতী পিচ হুহকি নেযায়।
খুব সুন্দৰ লাগিল!
Kola sakalu nuware bhati aguwai juwa kunubai beya puak loi kotha nai ,,,,,Aguwai juwa,,,,,retd army❤❤❤❤
স্কুলৰ কথাটো ভাল কৈছে।
ছাৰৰ গান , কথা একদম ৰাইট
সুন্দৰ
বিশেষ কিছুমান মানুহৰ গুণ আন সকলৰ নাথাকে সেইবাবেই আপুনি unique
অলপ সাৱধান হব দেই। কেন্দ্ৰত কি হৈছে দেখা নাই । মিমিক্ৰি কৰোঁতে সাৱধান😂
বৰ ভাল লাগিল আপুনি দিয়া পৰামৰ্শ ৰাখিলে ভাল পালো হয় । আগুৱাই যাওক ধন্যবাদ ।
শিক্ষক,হ'লে,ও,তেখেত,এজন,কমদিয়ান,অসমৰ,মানুহক,হহুৱাব,আৰু,অভিনয়,কৰি,দেখুৱাব,পাৰিছে,এইটোৱে,তেখেতৰ,,creadit
Good
Bor dhuniya lagil video tu sai...talent🔥
আশা পূৰণ হ ওক।
আপোনি কাম কৰি যাওক আনৰ কথাত কান নিদিব
আপুনি আনৰ কথাত গুৰুত্ব নিদিব । আমাৰ ভাল লাগে।
Ji hokole apunak beyakoi koi,,hei hokole nahane je...mimikre ata kola....eku nai...God bless you. ..
Moiu agoraki teacher...thik ktha koise apuni....🎉🎉 Val lagil interview tu khosakoi
এশ শতাংশই শুদ্ধ কথা কৈছা।
Bhal lagil ,monugrahi
একদম বঢ়িয়া।😂😂❤
Gan nagabo o dada.......pls koisu
Nice video 🏎️🛀🔥
ঘৰৰ প্ৰাথমিক শিক্ষা ৰ অভাৱ।
Eitou eta prativahe, praibur manuhar kiba kiba bixes gun thakei, apuni ane kua kothabur monot lua nai baru aru nolobou karon ei gunbure manoxik dixat bahut arihona jugai. Moha xangramor kothau apuni thikei koise moiu saisu. Thanks
Osake ki juk ahi gl সংসাৰত সমালোচনাৰ বাদে সন্য একো নাই; কবলৈ ভাবিবলৈ একেবাৰে ভাষা নাই কাক কি কবি ' কটাখিনি শুনিয়ে বৰ দুঃখ লাগে; কেবল sir’ কে নহয় গোটেই ভাৰতবৰ্ষৰ যিমানখিনি ক'লা কৃষ্টি সংস্কৃতিকে ধৰি সমালোচনাই সমালোচনা! " হে ৰাম কৃষ্ণ "এনেকে হলে আৰু কেতিয়ানো ভাল মানুহ উলাব
Bhity tumi anor kothat mon nidiba, Val lage tumar kothabilak
Murkho buree beaa ke Coment koree Eman xahoj nahooi Belegor mat same to same uliyabo pora aito Bhagbanaor dannn
সচাকৈ বহুত টেলেনটেথ বেক্তি ।
Hindi kuoakhini bohut hahilu
CM siror mat huni bohut val lagil, Love from Arunachal pasighat
বৰ্মন চাৰ ভাল লাগিল ❤😂
তোমাক কোৱা সকলে জানেনে মিমিকি কৰি বহুত শিল্পীয়ে Padmashree পাৱলৈ সক্ষম হৈছে৷হিমাংশু তোমাক সমালোচনা কৰা সকলে জানেনে তোমাৰ এটা যে চাকৰী ও আছে৷.মিমিকি এতিয়া ভাৰতৰেই নহয় পৃথিৱীৰ ভিতৰতেই জনপ্ৰিয় শিল্প কলাত পৰিনত হৈছে৷
Eitu apne activity. So avoid nokoribo .kori jauk.
Very Nice ❤❤❤
Nice
Aguai jua bhaiti
Real talented artist, God gifted
উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ
Very nice ❤
Mojja Dada
Sir is a good teacher n trainer
Congratulations sir. Don't mind. Go ahead
বহুত ধুনীয়া
Good vicc
Mojja lagise sir.
আপুনি নিশ্চিত ভাৱে এজন সফল ব্যক্তি আন কোনোবাই কৰা বিয়োগ কথাক আগলৈ গুৰুত্ব নিদি আগবাঢ়ি যায় যেন ধন্যবাদ
I like your mimicry very much
Nice sir 😊
অসমত বহুত লাগে ভাল বাইদেও।
Bohria
Right Comment
Bohut val kotha koise tumi aguaijuwa anor kotha bad diya
Bohut moja lagicay dey.....😀❤👍
সুন্দৰ ভিডিঅ 👍👍
Program টো খুব ভাল লাগিল, চেমিম
Dada apuni c m or dorai koisa
Val lagil
শৰ্মাদা, ধন্যবাদ থাকিল, ভাল লাগে আপোনাক
চৰকাৰী মাধ্যমৰ বদ্যালয়ত এজন হলেও সন্তান পঢাতো বাধ্যতামুলক কৰিবলৈ শেষত কোৱা কথাতো সময়োপযোগী হৈছে
Very nice
carry on brother ...come to our Dhekiajuli...
বৰ ভাল পাওঁ ল'ৰা জনক ।।এটা অনুপম আৰু বিৰল প্ৰতিভাৰ গৰাকী তেওঁ ।।আশীষ জ্ঞাপন কৰিছো ।।❤❤❤
Bhal lage. Really talented person.
Ane ki comen diya seito danwar kotha nahai apuni ki karise seitohe danwar kotha koman diya jone pare Jodi aponar dore kori dekhuwak
Very nice 👍
❤❤❤ কিছুমান মানুহে আনক বেছি গুৰুত্ব দিয়ে কাৰন সিহঁতৰ কাম নাই সেইবোৰ গুৰুত্ব নিদিব আপুনি আগুৱাই যাওক ❤❤❤
Right..order c.m ye uliabone.....no.karan. Nijar rei private school ase... asamiya medium dhangsa karat LAGISE BJP sarkare....
বৰ ভাল লাগিল দেই।
লোকৰ ভাল হোৱাটো কিছুমান হিঙসা কোৰিয়া মানুহে ভাল নাপায়।দুখ নকৰিব। আগবাঢ়ি যাওক।আমি ভাল পাও আপোনাৰ অভিনয়।
দুখ নকৰিব এচাম মানুহে কাম বন নাই সেয়ে আনৰ পিছত লাগি থাকে।
ভাল লাগিল। এই কথাতো মাননীয় চন্দ্ৰ মোহন পাটোৱাৰী দেৱে মোক কৈছিল।
কিন্তু চাকৰি নহ'ল।
হিমাংশুৰ কথাখিনি সুন্দৰ লাগিল।
যাৰ একো কাম নাই তেওঁৰ এক মাত্ৰ ধৰ্ম আনক হিংসা কৰাটো,
খুব ভাল লাগিল
ভাল লাগিল ।
ৰাতিপুৱাই এমোকোৰা হাঁহিলো।
শুভেচ্ছা থাকিল।
মিমিক্ৰি এক কলা।এয়া এক সাধনা। এনেকুৱা যি কোনো মানুহৰ বাবে সহজ নহয়। আপোনাৰ এই সাধনা এই ক'লা আগুৱাই নিয়ক।
দাদা আনৰ কথাত মন নিদি আগুৱাই যাওক। উজ্জল ভবিষ্যত কামনা কৰিলোঁ।
God bless you
Bor dhuniya lagil video tu sai bohut val.....talent❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Y
ছাৰে শেষত যিটো কথা কৈ গ'ল , সেইটো সচাই অতি গুৰুত্বপূৰ্ণ। ৰাইজে কি ভাবে নাজানো।বহুতৰে বাবেই এইটো চেলেঞ্জ হ'ব। সকলোৱে এই চেলেঞ্জ গ্ৰহণ কৰিব পাৰিলেহে চৰকাৰী বিদ্যালয়বোৰৰ উন্নয়ন নিশ্চয় দেখিবলৈ পোৱা যাব। বাকী সব ৰাইজৰ ওপৰত। যা হওক আপোনাৰ mimicry শিল্পৰ প্ৰতি আমাৰ শ্ৰদ্ধা আৰু শুভ কামনা সদায় থাকিব........।
সচাকৈয়ে বৰ ভাল লাগিল ৷তেখেতলৈ আন্তৰিক ধন্যবাদ জনালো ৷
ভাল লাগিল দেই চেমিম।
Nice👌👍🙏
Anar katha til Manu gurutta nidiba........
Mam,. Dr. Bhupen Hazarika was also a Professor in Guwahati university once upon a time. Hs also a lecturer of a college of Guwahati. Most probably B. Baruah college.
Excellent Sir
Khub dhuniya lagise, aguai jauk 👍
বহুত হাহি লো দেই ভাল লাগিল চাই❤❤
মহসংগ্ৰমাৰ মন্তব্য টো চৰকাৰে গুৰুত্ব দিব লাগে।ভাল লাগিল আপোনাক চাৰ
Moja
Vive la you
আগবাঢ়ি যাওক।❤
মজা লাগিছে ।
আপুনি ৰে বেলেগৰ voice টো দিব পাৰে সবে পাৰিব নেকি সেইটো তেওঁ গুণ
Mojja eenekuwa aaru Video pam buli aakha thakil.
আপুনি মহাণ
ভাল লাগিল, সুন্দৰ কণ্ঠ
আপোনাৰ কাম আপুনি কৰি যাওঁক।
হাতীক দেখিলে কুকুৰ বোৰে ভূকেই। কুকুৰ ভয়ত হাতী পিচ হুহকি নেযায়।

Very
Nice ❤❤❤
Very nice