ভাওনা//ৰাম-পৰাজয় সীতাৰ পতাল গমন/লৱ-কুশৰ যুদ্ধ/ভাওনা সমাৰোহ/প্ৰথম স্থান প্ৰাপ্ত// মাজুলী Bhauna অসম

Поділитися
Вставка
  • Опубліковано 11 лют 2025
  • নমস্কাৰ, সকলোকে ভক্তিপূৰ্ণ সেৱা আগবঢ়ালো। শ্ৰীশ্ৰীগোবিন্দ মহাপ্ৰভুয়ে সকলোকে কৃপা কৰি কুশলে ৰাখক।
    মনিকাঞ্চন ৰংগক্ষেত্ৰ শ্ৰীশ্ৰী আউনীআটী সত্ৰ, মাজুলীত অনুষ্ঠিত হোৱা অসম ভাওনা সমাৰোহ-2022 ৰ পৰা আমাৰ চেনেলৰ যোগেদি আপোনালোকলৈ ভাওনাৰ Video দিবৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে। আশাকৰোঁ আপোনালোকৰ সঁহাৰি পাম।
    ভাওনা আমাৰ জাতিৰ এক চহকী সম্পদ। যদিও ভাওনা গুৰুদুজনাই ব্ৰজাৱলী ভাষাতেই ৰচনা কৰিছিল, বৰ্তমান দিনত সেই ভাওনাকে আজিৰ সমাজে চলিত মাতৃভাষাত সুন্দৰকৈ উপস্থাপন কৰিবলৈ লৈছে। ভাওনাৰ আমাৰ সমাজত কিমান প্ৰভাৱ সেইয়া আমাৰ দৰে অজ্ঞানী এজনে বুজাবলৈ যোৱাটো এক মূৰ্খামি হে হব। হে ভাওনা প্ৰেমী ৰাইজ হে সংস্কৃতি প্ৰেমী ৰাইজ আপোনাসবৰ শ্ৰীচৰনত সেৱা জনাই আমি ভাওনাৰ video সমূহ আহবঢ়াই দিছোঁ। অনেক অপৰাধ হব পাৰে আপোনালোকে নিজ গুনে ক্ষমিব বুলি প্ৰাথনা জনালোঁ।
    ভাওনাৰ দৃশ্য লিংক= • ভাওনা/অসম ভাওনা সমাৰোহ...
    #assamese
    অসম_ভাওনা_সমাৰোহ_২০২২
    #Newlight_axom
    #assamese
    #youtube
    #assamese_web_series
    #newlight_axom
    #majuli
    #Asom_Bhauna_Samaroh
    #Auniati_Satra

КОМЕНТАРІ • 61

  • @hariprasadphukan7013
    @hariprasadphukan7013 2 роки тому +1

    Super excited .

  • @bhabanigogoi4136
    @bhabanigogoi4136 2 роки тому +2

    ভাওনাখনৰ উপস্থাপনকে ধৰি সকলো ভাৱৰীয়াৰ বচনৰ কন্ঠস্বৰ খুব ভাল লাগিল।

  • @monsungogoi9698
    @monsungogoi9698 2 роки тому +3

    Dile to bahi ase nd val lagise sai

  • @sabitriduttas9249
    @sabitriduttas9249 2 роки тому

    সুন্দৰ ভাল লাগিল চাই

    • @NEWLIGHTAXOM
      @NEWLIGHTAXOM  2 роки тому +1

      ধন্যবাদ আপোনালৈ।

  • @nihagogoi1564
    @nihagogoi1564 2 роки тому +1

    বৰ ভাল লাগিল।

  • @vauan_asomiya_hongskriti_assam
    @vauan_asomiya_hongskriti_assam 2 роки тому +1

    সুন্দৰ ককাইদেউ

  • @NiranjanCreation
    @NiranjanCreation 2 роки тому +1

    khub hundor

  • @জলংজপংকথা
    @জলংজপংকথা 2 роки тому +1

    Bahut khundor abhinoi sai sakoli kharise

  • @NikulashChutia
    @NikulashChutia 2 роки тому +1

    Bohut dhonybard

  • @rgassam1701
    @rgassam1701 2 роки тому +1

    Hundor

  • @rupeswardoragohain5588
    @rupeswardoragohain5588 2 роки тому +2

    বহু দিনৰ মূৰত চালোঁ
    ভাল লাগিল
    জয় শ্ৰীৰাম

  • @aliciadawns8535
    @aliciadawns8535 2 роки тому +1

    অপূৰ্ব হৈছে।এবাৰ মাজুলীলৈ যাব লাগিব ভাওনা চাবলৈ।

  • @rinaborah357
    @rinaborah357 2 роки тому +1

    সুন্দৰ সুন্দৰ বৰ ভাল লাগিল কৃষ্ণ কৃষ্ণ।

    • @NEWLIGHTAXOM
      @NEWLIGHTAXOM  2 роки тому

      ঈশ্বৰে কুশলে ৰাখক।

  • @prasantahazarika8181
    @prasantahazarika8181 2 роки тому +3

    জয় শ্ৰী ৰাম 🙏🙏

    • @arpanaborah8456
      @arpanaborah8456 2 роки тому +1

      সাচাই বৰ সুন্দৰ অভিনয় পাৰিলে গোটেই ভাওনা খন দিব

    • @NEWLIGHTAXOM
      @NEWLIGHTAXOM  2 роки тому

      ua-cam.com/video/q6qhgNyBOuw/v-deo.html
      এইটো সেইভাগ নাটৰে লিংক। চাব। ধন্যবাদ থাকিল।

  • @mamilabhuuyan6391
    @mamilabhuuyan6391 2 роки тому +1

    Very good veri good

  • @utpalsaikia5218
    @utpalsaikia5218 3 роки тому +6

    সুন্দৰ ভিডিঅ' গ্ৰাফি

  • @songitaborah9902
    @songitaborah9902 2 роки тому

    Moja

  • @rajugogoi5398
    @rajugogoi5398 2 роки тому +1

    সুন্দৰ কৃষ্ণ

  • @anupomboruah7837
    @anupomboruah7837 2 роки тому +3

    সত্যম দা 😍

  • @chirojyotipamegam4606
    @chirojyotipamegam4606 2 роки тому +2

    সুন্দৰ অভিনয়

  • @jyotismoygogoi6321
    @jyotismoygogoi6321 2 роки тому +5

    প্ৰাণজিত দা ৰামৰ অভিনয় ধুনীয়া কৰিছা আগলৈ ও যাতে এনেদৰে অভিনয় কৰি যোৱা

  • @uddikvideo3211
    @uddikvideo3211 2 роки тому +1

    বাঁহী টো যে বেছিকৈ বজাই দিছা । ভাওনা খন ভাল লাগিলে চাই

  • @Jatinvlogs-to7mj
    @Jatinvlogs-to7mj 3 роки тому +4

    সুন্দৰ হৈছে

  • @evaborgohain4202
    @evaborgohain4202 2 роки тому +1

    Joy sri Ram

  • @nondiniborah7874
    @nondiniborah7874 2 роки тому +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @dhrubajyotisarma9035
    @dhrubajyotisarma9035 2 роки тому +1

    চাবলৈ হেঁপাহ আছে

  • @Raju-j4t5t
    @Raju-j4t5t 3 місяці тому

    Bhal alagil raji arondhara

  • @dilipdas9924
    @dilipdas9924 2 роки тому +1

    মজা

  • @aspirant2357
    @aspirant2357 2 роки тому +1

    😍😍

  • @dushmantabora2627
    @dushmantabora2627 2 роки тому +3

    বহুত সুন্দৰ অভিনয় প্ৰতি জনৰে 🙏🙏🙏
    উপস্থাপনো বহুত ধুনীয়া 👍👍👍

  • @rocktimalahon4244
    @rocktimalahon4244 2 роки тому +1

    ভাওনা খন যোৰহাটৰ আছিল নেকি?

  • @hirabora33
    @hirabora33 2 роки тому +1

    8

  • @axomtv32
    @axomtv32 3 роки тому +3

    আপোনাৰ contact নম্বৰ তো প্লিজ দিব চোন দাদা
    মই সীতা কৰিছিলোঁ
    ফটো আছে যদি দিব চোন

    • @NEWLIGHTAXOM
      @NEWLIGHTAXOM  3 роки тому

      9954986249

    • @sg24axom36
      @sg24axom36 2 роки тому +2

      সীতাৰ সুন্দৰ অভিনয়।

    • @rocktimalahon4244
      @rocktimalahon4244 2 роки тому +1

      সীতাৰ অভিনয় সচাই বৰ ভাল লাগিছিল ,ৰাঙলী খেৰণি পথাৰ নামঘৰলে আহিছিল আপোনালোক।

  • @digantobora4041
    @digantobora4041 2 роки тому +1

    Apunr for kot Dada

  • @ASSAMESECULTRE
    @ASSAMESECULTRE 2 роки тому +1

    পৰিচালক জনৰ নাম Rajib Nath niki baru

    • @NEWLIGHTAXOM
      @NEWLIGHTAXOM  2 роки тому +1

      চাই দিম নামটো

  • @ASSAMESECULTRE
    @ASSAMESECULTRE 2 роки тому +1

    Mur channel tu ebar sabo 🙏🏻

  • @pranabdas3371
    @pranabdas3371 3 роки тому +1

    লক্ষনে সীতাক বনত এৰি অহা seen2 আছে যদি দিবচোন

    • @NEWLIGHTAXOM
      @NEWLIGHTAXOM  3 роки тому

      আছে দিম

    • @ASSAMESECULTRE
      @ASSAMESECULTRE 2 роки тому

      Mur channel t sabo hokolu শিশু ভাওনা চাবলৈ পাব

    • @birengogoi9499
      @birengogoi9499 2 роки тому +1

      ভাল লাগিছে । অসমীয়াৰ প্ৰতিভাই বিশ্বৰ দৰবাৰত স্থান পাওঁক

  • @newview9815
    @newview9815 2 роки тому +1

    বহুত ভাল লাগিল