গণতন্ত্ৰত এটা এটা ভোটৰ মূল্য অধিক! বিজেপিক গিৰাবলৈ আহ্বান সঞ্জয় সিঙৰ!

Поділитися
Вставка
  • Опубліковано 28 вер 2024
  • ⛔গণতন্ত্ৰত এটা এটা ভোটৰ মূল্য অধিক!
    ⛔মুখ্যমন্ত্ৰী-প্ৰধান মন্ত্ৰীৰ মালিকো সাধাৰণ জনতা!
    ⛔আপোনালোকে যাক বিচাৰে সি ৰাজ আসনত বহিব পাৰে!
    ⛔যদি আপোনালোকে বিচাৰে তেওঁলোক মাটিলৈ নামি আহিব!
    ⛔৭৪ বছৰ বয়সতো প্ৰধান মন্ত্ৰী হ'ব পাৰে মোদী!
    ⛔৪ বছৰ সৈন্য-বাহিনীত চাকৰি কৰি অৱসৰ ল'ব লাগে কৃষক সন্তানে!
    ⛔আপৰ সাংসদ সঞ্জয় সিঙৰ গৰ্জন___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

КОМЕНТАРІ • 3

  • @dipakgogoi5084
    @dipakgogoi5084 5 годин тому +2

    একেবাৰে সঁচা কথা। গণতন্ত্ৰ শেষ কৰিলে বিজেপিয়ে। বিজেপিয়ে দেশক আৰু কৃষক, জনসাধাৰণক দুখীয়া কৰি পুঁজিপতি ধনী কৰিলে।

  • @kushalbora4823
    @kushalbora4823 5 годин тому +1

    Excellent speech remember everyone in this loktantra lot of thanks to Sanjay Singh.

  • @MdNurmahammadaliMdNurmahammada
    @MdNurmahammadaliMdNurmahammada 5 годин тому +1

    ❤❤❤❤❤❤❤