NDAৰ মিত্ৰতাত ভাঙোন আনিব নেকি ছিৰাগ পাছোৱানে?
Вставка
- Опубліковано 2 жов 2024
- NDAৰ মিত্ৰতাত ভাঙোন আনিব নেকি ছিৰাগ পাছোৱানে? মোদী চৰকাৰক দুঃচিন্তাত পেলাই ডাঙৰ ঘোষণা LJP ৰামবিলাসৰ নেতাজনৰ। সংৰক্ষণ নীতিত কোনো পৰিৱৰ্তন আহিলেই এক মিনিটত মন্ত্ৰীত্ব ত্যাগ কৰি মিত্ৰতা ভংগৰ হুংকাৰ ছিৰাগৰ।
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx
ডিচেম্বৰ ৰ শেষৰ ফালে কেন্দ্র ত NDA চৰকাৰৰ এনে ও পতন হব।
হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ ত বিজেপি ৰ পতন ৰ পিছত NDA চৰকাৰ ৰ পতন হব।
জয় আই অসম।
জয় ভাৰত
👋👋👋👋🙏
@@dipakbaruah8987 central t government change hole assam t mama r buku kopi jabo 😂
ৰামবিলাস পাছোৱানেও প্ৰায়েই কিংমেকাৰৰ ভূমিকা পালন কৰি মন্ত্ৰিত্বৰ সোৱাদ লৈ আহিছিল ৷ পুত্ৰ কেনেকৈ ব্যতিক্ৰম হব পাৰে ভাবকচোন ৷
ৰাইজৰঅৰ্থাৎ নাগৰিকৰ স্বাৰ্থত/হিতাৰ্থে (কৰ কাতল Tax ৰ কথা পৰিহাৰ কৰি) কাম কৰিলেহে ৰাইজে চৰকাৰৰ দীৰ্ঘসুত্ৰিতা বিছাৰে . . . . .অন্যথা পতন অৱশ্যম্ভাবী !!
Right
Tar demand bohaise.
aaji kaali modi k nedekhu je news t ....2014/2016nisina ke
Good
Chirag Paswan e Mitrajut nere, jiman ji kolew. Eitu rumours hoi
পেলালে খবতো সোনকালে দিবা।
BJP hataw loktantra songbidhan democracy basaw all Indian
Read the news.dont analyse. Big or small ,it will be considered by the people. And why repeat the same thing time and again?
Ops ni diye jodi BJP gil tata bay by thatam😅
মিছা হুংকাৰ। ভয়াতুৰ ছিৰাগ পাছোৱান। কেন্দ্ৰীয় মন্ত্ৰী হ'বলৈ পাইছে, কিমান সুবিধা। সেই সুবিধা এৰি দিবনে।
"সময়" এটা ডাঙৰ শব্দ । ইমান অধ্যৰ্য নহ'ব ।
Amar Assam r neta dare nohay ...kribo pare dangor kotha nohay
Modi khotom BJP khotom November 2025
bandge sarkar kaam nai
Dangorke k gol gappa dile neribo jen. Lagey,
5 seats won't make any changes
ডিচেম্বৰ ৰ শেষৰ ফালে NDA চৰকাৰ ৰ এনেও পতন হব।
হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ ত হৰাৰ পিছত।