Aye khn asoni hs pass buli asy kintu dise BA phi thoka bilakok tente BA poha student k hy dia hb buli nkoi kio kio scooty for hs pass student buli koi ghrr problem r babee u kisumane admission ba exam dibo nuware next yearr pra phim buli vabilau sage aye burr babee nopohibo 1 jon /agoraki student r future bea korar dayee kintu axom sorkar hbo
Dropout hol bulia napabo buli ktha hol nki ki ba karon t exam dibo nuwarily hai tu uprt ktha bur jani lbo lgisil Sivasagr district r under t moi asilu but ghrt toka poixa okhubidha huwar babee exam dibo napalu haii babee muk scooty certificate nidily😥🥺mur percentage 60.8℅
ভৱিষ্যতে যদি কোনো পৰীক্ষাত aim in Life ৰছনা আহে লিখিব যে অসমৰ কলেজত অধ্যয়ন কৰি scooty লম আৰু মামাৰ পুতেকৰ কোম্পানী ত চিকিউৰিটি গাৰ্ডৰ কাম কৰিম।
প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মেধাৰ ভিত্তিত উতীৰ্ণ ছাএ ছাত্ৰীক Justice দিয়ক। ২০২২ আৰু ২০২৩ চনত সকলোকে দিছিল।কথা হ'ল যোৱা ২০২৩ চনতে ঘোষণা নকৰিলে কিয়? এই বাৰ যেনে কৈ ২০২৫ চনত ৮০ শতাংশ নম্বৰ পোৱা সকলক Scooty দিয়া হব।। ঠিক তেনেকৈ ২০২৩ চনতেই ঘোষণা নকৰিলে কিয়? Scooty বিতৰণ অনুষ্ঠানত ঘোষণা কৰিলে যে এই বাৰ Coaching কৰা ছাএ ছাত্ৰীক এই Scooty দিয়া নহ'ব।ই কিন্তু দুভাগজনক। মূখ্য মন্ত্ৰী মহোদয়ে কৈছে যে এই scooty দুখীয়া ছাএ ছাত্ৰী ৰ বাবেহে। তেতিয়া হলে ৫০ শতাংশ আৰু ৪০ শতাংশ নম্বৰ পোৱা সকলক Scooty দিবনে? মেধাৰ ভিত্তিত উতীৰ্ণ বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী সকলে একোজন চিকিৎসক আৰু ইঞ্জিনিয়াৰ হোৱাৰ আশা পুহি ৰখাৰ বাবে NEET পৰীক্ষাত অৱতীৰ্ণ হৈ M.BBS cource ত admission লব। তেওঁ লোকৰ লোকে drop কৰা নাই । ফলাফলৰ পিছতেই coaching কৰি অসম চৰকাৰে অসমৰ বিভিন্ন ঠাইত মেডিকেল কলেজ স্থাপন কৰিছে। তেওঁ লোকে তাতেই admission লব। উচ্চ শিক্ষা লৈ এজন সু চিকিৎসক হোৱাতো অপৰাধ নে কি? আজি মেধাৱী ছাত্ৰ ছাত্ৰী সকলৰ কান্দোনৰ ৰোল উঠিছে। গতিকে মূখ্য মন্ত্ৰী মহোদয়ে বিবেচনা সলনি কৰিবলৈ ছাএ ছাত্ৰী সকলে আহ্বান জনাইছে।
মাননীয় মন্ত্ৰী মহোদয়ৰ এই উপহাৰ দিয়াৰ কথা এতিয়াৰ কিয় সলনি
Merit list অহাৰ পিছত ।। উপহাৰ ধনী দুখীয়া চাই দিয়া হয় নেকি ।।। ইমান টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা sanction হৈ আহিছে তাৰ সত্বেও কিয় ইমন প্ৰতাৰণাৰ কৰিছে। লৰা ছোৱালীৰ কি দুখ ।। বাচ্ছাবোৰৰ মন ভাঙী আপোনী কোনোমতেই ভাল কাম কৰা নাই ।।
We want justice
No scooty no vote 😢😢😢
No Scooty no vote 👎
Good comment using by them thanks for all students thanks.
Next time himantak vote diya nohobo 👺
Bohut dukh dele😢vote nidu moi😢amiu kosto kori pohisilu pabo loga bostu amar pora loi gol😢
Hoi muru marit list t name ahily but certificate nidily kupon u palu kintu ghrr problem r babee exam dibo nuwarat scooty nidia buly
এইবাৰ স্কুটি দিয়ক আৰু অহা বছৰৰ পৰা পৰীক্ষাৰ আগতে সকলো গাইডলাইন না কওক যাতে ছাত্ৰ-ছাত্ৰীৰ মাজত কোনো বিভ্ৰান্তি নহয়।
CM misabadi hoigol
Justice for coaching students.
We want justice ✊
Aye khn asoni hs pass buli asy kintu dise BA phi thoka bilakok tente BA poha student k hy dia hb buli nkoi kio kio scooty for hs pass student buli koi ghrr problem r babee u kisumane admission ba exam dibo nuware next yearr pra phim buli vabilau sage aye burr babee nopohibo 1 jon /agoraki student r future bea korar dayee kintu axom sorkar hbo
Repet student k o dise joa bsr😢😢😢😢 amak o lage aibar 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Bad Diya he
Dropper der ki hobe
🖐️🖐️ me
2021 -2022 registration
Dropout hol bulia napabo buli ktha hol nki ki ba karon t exam dibo nuwarily hai tu uprt ktha bur jani lbo lgisil Sivasagr district r under t moi asilu but ghrt toka poixa okhubidha huwar babee exam dibo napalu haii babee muk scooty certificate nidily😥🥺mur percentage 60.8℅
BA 1 st semester r exam dibo nuwarilu but mur percentage 60.8℅
No scooty no vote
Aru BJP k sobe vote diba
We want justice
We want justice