সকলোৰে সপোন আধৰুৱা কৰি থৈ গ'লা | REDFM LOVE STORY BY RJ PAHI |

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 805

  • @NazrulIslam-de5nt
    @NazrulIslam-de5nt Рік тому +953

    Thank you so much pahi baa for uploading my story ❤

    • @anilroy1266
      @anilroy1266 Рік тому +15

      Apunar contact number to pam ne

    • @mayurimayurikalita6189
      @mayurimayurikalita6189 Рік тому +27

      Dada apunar love story huni bht Dhukh lagil apunar gf jote ase valkoi thkok 😢

    • @trishaa_23
      @trishaa_23 Рік тому +26

      Hskoi sokupni uly gol stry2 huni😢 njnu kio vl mnhr lgt ankua hoi bru😢

    • @KashmiriDaughters
      @KashmiriDaughters Рік тому +7

      Painfull luvstry...lyf t move on kora...aguwai jua

    • @kabyashreesarmah2118
      @kabyashreesarmah2118 Рік тому +10

      Salma jote ase kukhole thakok... sokur pani rakhibole nuwarilu hekhot... Heruwa jonehe jne bedona kimn godhur... Baki apuni u kukhole thakibo.

  • @hirumanidevi4775
    @hirumanidevi4775 10 місяців тому +9

    বহুত বহুত দুখ লাগিলে পাহি বা নজৰুল তুমি সদায় সুখী হব চেষ্টা কৰিবা, চকুপানী ৰখাব নোৱাৰিলোঁ, চলমা তুমি জতে আছা সুখত থাকা

  • @amirhussain3469
    @amirhussain3469 Рік тому +14

    শেষৰ খিনি শুনি মন চুই গল। আশা কৰোঁ সালমা যাতে আল্লাহ জান্নাত নচিব কৰোঁ তাৰে কামনা কৰোঁ। আৰু নজৰুল দাক হাঁহি মুখত জীৱনটো লৈ আগুৱাই যোৱা আল্লাহ যি কৰে বালেই কৰে।😢😢😢❤❤

  • @nilakshichang4058
    @nilakshichang4058 Рік тому +23

    চকুপানী ধৰি ৰাখিব নোৱাৰিলোঁ। বৰ দুখ লাগিল । আপোনাৰ মনোবল সদায় অটুট থাকক 🙏।

  • @anisurjaman2685
    @anisurjaman2685 Рік тому +8

    Fast story tu শুনি বহুত ভাল লাগিছিল কিন্তু পিছৰ খিনি শুনি বহুত ধুখ লাগিল চালমা বা তুমি যতে আছে শান্তিত থাকক ❤️❤️🤲🤲তোমাৰ বাবে Allhr ওচৰত দোৱা কৰিছোঁ

  • @chandamitarajbongshi4773
    @chandamitarajbongshi4773 Рік тому +50

    বহুত দুখ লাগিল শুনি...তেওঁৰ আত্মাই শান্তি পাওক.... 🙏🙏

  • @pkpankojediting2253
    @pkpankojediting2253 Рік тому +13

    Bohut basi dukh lagile huni .... Dada tumi hodai ba joni r maa dauta r lgt thakiba .... Ba tatia bohut basi hukhi hobo ..... ba loi bohut morom ❤

  • @dhritimankalita2083
    @dhritimankalita2083 Рік тому +37

    বৰ দুখ লাগিল Love Story টো শুনি নিয়তিৰ নিষ্ঠুৰে তাইক আতৰাই লৈ গল ভগৱানে তেওঁ যত আছে সদায় সুখী হৈ থাকক যতে আছে তাৰ পৰা তোমাক চাই আছে ভাই সদায় আগৱাঢ়িযোৱা তেওঁৰ বাবে জন্ম মৃত্যু কত কেতিয়া কেনেকৈ কাৰ লগত হৈ কোনো নাজানে Om Shanti.. 🙏🌸🤍😢

  • @parbinsultana8308
    @parbinsultana8308 Рік тому +3

    কবলৈ ভাষা বিচাৰি পোৱা নাই। বহুত বেয়া লাগিল কিন্তু কি কম আল্লাই যি লিখে সেইটো এ হয় তাত আমাৰ একো কৰিব লগাই নাথাকে । শেষত এইটো এ কম তেওঁ সদায় আপোনাক সুখী চাব বিচাৰে so আপুনি তেওঁ বিচৰাটোৱে কৰক তেওঁ সদায় আপোনাৰ লগতে আছে।
    Allah bless you and pahi baa thankyou for the sharing a inspiring story ❤❤

  • @manashdeka9582
    @manashdeka9582 Рік тому +13

    বহুত দুখ লাগিল। চকু পানি। ওলাই গল 😭😭😭😭

  • @KON_JIT
    @KON_JIT Рік тому +22

    পাহি বাৰ কন্ঠৰে শুনা মই দ্বিতীয় টি story য'ত এজনে আনজনে পৰা একেবাৰে বিদায় লয় ।❤🥲

  • @PriyankaDeka-q9e
    @PriyankaDeka-q9e Рік тому +12

    সঁচাকৈ এনেকুৱা যাতে আৰু কাৰো লগতে নহওঁক বহুত ষ্টোৰি শুনি পাইছোঁ আগতে কিন্তু কেতিয়াও কন্দিব লগা হোৱা নাছিল😭😭😭 তুমি যতে আছা ভালে থকা🙏🙏🙏

  • @sanjaibasumatary8203
    @sanjaibasumatary8203 Рік тому +10

    Najzurul লৈ মোৰ ফালৰ পৰা এটি সৰু উপহাৰ ...
    "স্মৃতি"
    স্মৃতি হৈছে এক অসীম বাট ।
    "নিজান আকাশৰ তৰা'বোৰৰ দৰে চাই ৰ'ম মই তোমাৰ স্মৃতিৰ চলেৰে ।
    "পাহৰিব পৰা নাই সেই তোমাৰ চেনেহৰ স্মৃতিবোৰক ।
    "তুমি এইখন পৃথিৱীৰ পৰা শেষ ত্যাগ কৰিলেও ৰৈ যাব তোমাৰ এক বিশাল স্মৃতি ।
    "বন্ধ আকাশৰ পৰা মোক মোকলাই কৰিব তোমাৰ স্মৃতিয়ে।
    "মনত ৰাখি আগুৱাই যাম তোমাৰ এক এক মূহুৰ্তৰ পাহৰিব নোৱাৰা বিশাল স্মৃতিবোৰক ।
    সেই'হে "স্মৃতি" হৈছে অমৰ যাৰ কোনো দিনেই মৃত্যু নাই । ধন্যবাদ ।।।

  • @puspabordoloi
    @puspabordoloi Рік тому +8

    সচাঁকৈ ভগৱানৰ যে কি লীলা... জাক সচা ভালপোৱা দিয়ে তাক উপভোগ কৰিব নিদিয়েই বেছিদিন...হয় ঘৰখনে কাঢ়ি লৈ যায় নহয় সমাজৰ কঠোৰ নিয়ম...হয়টো ভগৱানে নিজে কাঢ়ি লৈ যায় ।।।।
    পাহিবা মই কিমান দিনৰ পৰা তোমাৰ story বোৰ শুনি আহিছো নাজানো কিন্তু আজিৰ story তোৰ ending বহুত দুখ লগা আছিল পাহিবা...😔😔অকল মই নহয় সকলোৰেই চাগে চকুৰ পানী বৈ আহিছে..😭
    নাজানো বা আৰু দাদা জনৰলগত কিয় এনেকুৱা কৰিলে ভগৱানে...😢
    এতিয়া এটাই প্ৰাৰ্থনা নেদেখাজনৰ ওচৰত আৰু এনেকুৱা কাৰো লগতেই নকৰে...বা জনীৰ আত্মাক জাতে চীৰ শান্তি দিয়ে...দাদা জনকো সদায়েই সাহস দিয়ে তাইৰ স্মৃতিবোৰ বুকুত সাৱটি বহু দূৰ আগুৱাই যাব পাৰে...🙂
    ভূলকৈ যদি কিবা কৈ পালো 🙏কৰি দিব

  • @amritrabha9509
    @amritrabha9509 Рік тому +38

    জীৱনক লৈ কাহিনী লিখিবলৈ সহজ কিন্তু কাহিনীৰ দৰে জীৱনটো সজাবলৈ বৰ কঠিন___😢

    • @tultulboruah9037
      @tultulboruah9037 11 місяців тому

      Oh my God..ai kahintu huniboloiu..dhoijya lagibo bhut..ru hahokh lagibo...enekua jen karu logt nohouk...

    • @niharikaniharikaboro
      @niharikaniharikaboro 7 місяців тому

      Right 👍😌❤

  • @jutikathakuria4037
    @jutikathakuria4037 29 днів тому +1

    Really very sad story...but I suggest you life t aaguai jua bro...koto j dhumuha ahbo nohoi...

  • @biswagemingyt210
    @biswagemingyt210 Рік тому +12

    ভগৱানৰ ওচৰত পাৰ্থনা কৰো যে তেওঁৰ আত্মাই শান্তি পাওক🙏🙏🙏🙏🥺

  • @nitulborah2084
    @nitulborah2084 Рік тому +13

    ইমান দূখ লাগিল মই য়ো কান্দি গলো😭😭😭 বিশেষ কৈ যেতিয়া দাদা জনে উচুপি উচুপি কান্দি কৈছিল তাই আৰু নাই 😢😢😢 তুমি যতে আছা ভালে থাকা😢😢

  • @Dipidevi-yy5vx
    @Dipidevi-yy5vx Рік тому +29

    হৃদয় খন ক বুজাব নোৱাৰি এনেকুৱা story শুনিলে তুমি সুখত থাকা অ সুখৰ ঠাইত 😢❤ আপুনিও ভালে থাকক।

    • @Phukan5X
      @Phukan5X 11 місяців тому

      নোৱাৰিম চাগে

  • @dhanmaniroy6606
    @dhanmaniroy6606 Рік тому +4

    আজি এই ষ্টোৰীটো শুনি বহুত বেয়া লাগিল😢 আৰু যাতে এনেকুৱা কৰোঁ লগত নহয় তাৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ🙏 আৰু বা তুমি জতে আছা ভালকে থাকা 🙏😢

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Рік тому +2

    বহু ত দুখ লাগিল,চকু পানী ধৰি ৰাখিব পৰা নাই 🥹🥹🥹🥹 ভাল মানুহ বোৰ বৰ সোনকালেই গুচি যায় অ আমাৰ মাজৰ পৰা,দুখ নকৰিবা যি আছিল হৈ গ'ল,,,, আগবাঢ়ি যাবলৈ চেষ্টা কৰা,তাইৰ মাক দেউতাকক সদায় চাবা,,তাইৰ আত্মাই শান্তি পাব,,,,🙏🙏🙏🙏

  • @DineshChoudhary-qb3zz
    @DineshChoudhary-qb3zz Рік тому +9

    বহুত দুখ লাগিল story ত শুনি 😭😭♥️♥️🙏🙏

  • @rahulbansi
    @rahulbansi Рік тому +7

    Such a great story...If not in this birth, then you all should be together in the next birth..this is a pity from my God...

  • @sukanyachoudhury6376
    @sukanyachoudhury6376 Рік тому +8

    Waiting for this story 😢... Hope moi voba Tu hoi jate....

  • @jimalakhigogoi7821
    @jimalakhigogoi7821 11 місяців тому +15

    নোৱাৰিলোঁ চকুপানী ৰখাব...😢 ভালে থাকক তেঁও ভগৱানৰ ওচৰত❤

  • @Anamikakalita484
    @Anamikakalita484 Рік тому +11

    আজি বহুত কান্দিলো‌ঁ story শুনি কাৰণ মোৰ লগত তেনেকুৱা হয় গৈছে আজি ডেৰবছৰ হয় গল এতিয়া ও move on কৰিব পৰা নাই কিন্তু উপায় ভাগ্য নাই বুলি মানি লৈছে বহুত মিছ কৰো 😭😭

  • @dipubarman4249
    @dipubarman4249 Рік тому +6

    হৃদয়ত গভীৰ ৰেখা পাত বহুৱাই থৈ গল 🤞

  • @riderrajdeep5228
    @riderrajdeep5228 Рік тому +8

    চকুপানী ওলাই গ'ল পাহি বা
    😥😭😭😭😭 তাৰ আত্মাই যে চিৰ শান্তি লাভ কৰে তাকে কামনা কৰিলো।।

  • @manalishadas2421
    @manalishadas2421 Рік тому +17

    ৰবিবাৰটোলৈ ৰৈ থাকো পাহি বাৰ মাতত প্ৰেমৰ কাহিনী শুনিবলে❤😍

  • @himasarma
    @himasarma Рік тому +19

    I can't explain how to explain.. I literally crying and crying

  • @NishaAkhtar-h5i
    @NishaAkhtar-h5i Рік тому +2

    Eko niii memories bur a bhttt kafi bhht dhuniya karubak nijr mjt jiyai raxiboloi ❤😊

  • @001priyamchoudhury
    @001priyamchoudhury Рік тому +3

    Nazrull dada dukh nakariba , jonma hale mrityu hboi , ami o adin gusi jam , xokolowe adin gusi jbo lgiba , SALMA baa r vlpoa khini k loi aagbari jouk , apuni dukh kri thakile SALMA baa o xanti napaba , vle thakiba ❤

  • @ujjwalsharma5062
    @ujjwalsharma5062 Рік тому +29

    কিছুমান সুখ কেৱল স্মৃতিত থাকি যায় ❤

  • @abdullahamintalukdar
    @abdullahamintalukdar Рік тому +6

    সঁচাকৈ এনেকুৱা কৈ বিদি য়ে এজনক আনজনৰ পৰা কাৰি লব.., ববাই নাছিলোঁ 😢😢💔

  • @manalishadas2421
    @manalishadas2421 Рік тому +54

    কান্দি দিলো শেষত😢চালমা বা যতেই আছে শান্তিত থাকক🙏❤

    • @heimangshumedhi9057
      @heimangshumedhi9057 Рік тому +3

      My eyes filled with water, really a sad incident, god bless you Nazrul...

    • @NEPANDAV
      @NEPANDAV 11 місяців тому +2

      Tumi kandi diba bartaman sutution gom pale she is my cousin

  • @champakkalita-uc7qf
    @champakkalita-uc7qf 11 місяців тому +1

    Bhut beya lgilse kintu upaai nai.ki koriba eaituwe niyom.jonmmo mrittu ru bibvah ei geita kuneuo kbo noware.solma hukhot thakibi.pray korisu god r osort ru paray korisu je tmi ako ejonoi morom loga tmk buja solama powa.tq so much Nazrul you r share the love story.moro ghr nalbarit hoi.log pale vl lgibo tmk.akha karu log pam.n tq so much pahi baa

  • @nargisahmeda337
    @nargisahmeda337 Рік тому +1

    Ami jdi story to xuni a sku pani rokhbo pra ni.. Ttiya najrul Tmi keneke move on kriba... 5year kom khmoi nhoi..... Najrul tmi happy huwa life t ag barha ai a duwa Allah usort

  • @PranjitDas5
    @PranjitDas5 Рік тому +18

    প্ৰেম বোৰ সন্তেকিয়া এ ❤

  • @gunuuofficial
    @gunuuofficial Рік тому +25

    বহুত দুখ লাগিল শুনি 😢 মন চুই গল 🥺

  • @bastovphukan7483
    @bastovphukan7483 Рік тому +2

    Emn vall puwa ajni suwali pora move on kora tu imposible nojrul daaa bht dukh lgile huni bht besi mur stry bah mur kahini r trejedi ekuwe nhoi tmr dukhot agt nojrul daaa kuneu tmr state buji napai moi gom paisu but yeah eneke strng thaka ❤

  • @its_junaki_official
    @its_junaki_official 11 місяців тому +6

    Salma r nisina swali ajonik moi respect krisu bht besi hurt hoisu story tu xuni 😣hope nozrul o nijk a control krise xnti t thakok salma 😭💔🙏

  • @minudowari9551
    @minudowari9551 Рік тому +3

    জীৱত প্ৰথম বাৰ ভাগৰি পৰিছিলো যেতিয়া মই গম পাইছিলো মোক ভাল নাপাই বুলি। মোৰ ভালপোৱা ৭ বছৱ । মই এতিয়ালৈকে অকলে আছোঁ। আৰু অকল থাকিম কাৰণ মই অকলে সুখি আছোঁ। বহুত কষ্ট আৰু ধৈজ্য ফলত আজি মই আজি সুখী । মই ভবাই নাছিলো এনেকৈ এৰি যাৱ বুলি ভবাই নাছিলো একোনা তুমি য ত আছা ভালে থাকা মই তুমি সুখী হোৱা ভালে থাকা তোমাৰ আশা পূৰণ হও মই তাকে প্ৰাথনা কৰিম ।‍

    • @PorishmitaChangmai-f2m
      @PorishmitaChangmai-f2m 7 місяців тому

      Ketiya ba val pua jonor karone atori aoha val val pua jonor hukhor karone moiu bisaru mur val pua manuh jon hodai hukhot thakk

  • @MdMijajurRahman-v3k
    @MdMijajurRahman-v3k Рік тому +9

    বা story টো বহুত নীৰৱতা মাজত শুনাৰ বাবে নিজৰ এই চকু পানী উলাই গল😢

  • @subaldas6413
    @subaldas6413 10 місяців тому +1

    পাহি বা বহুত বেয়া লাগিল বুজাব নোৱাৰা এক অনুভূতি চুকুলো বৈ আহিল ❤❤

  • @rbjentertainment7305
    @rbjentertainment7305 10 місяців тому +1

    Story 2 huni bht Bea lagil Karu lgot jate anekua nhok
    Bro ata kotha dukh kori nthakiba karon Allah val dekhila so BA jonik tumar pora atorai loi gol jike nhok dua koriba ru moiu dua krixu BA joni jote axe vale thakok ru Allah a jannat nasib korok ❤️

  • @rikidas6077
    @rikidas6077 11 місяців тому +1

    Hosa premr ortho bujai thoi goll Salma baae , aru prem matro ata xobdo nhoi tak proman kori dekhuaise Nazrul dadai ❤ thank you so much Nazrul dada apuni anekua ata ononto prem kahini agbohai diya babe jitu ketiyau hekh nuhua jitu mathu moi Omor prem kahini buli he sikriti dibo parim ❤Aru bhogowanor /allah usrt binomro parthona korisu j salma baar attmai hodai hanti lav korok aru apuni move on korok ❤️‍🩹❤️🥺🙏🌙🪔

  • @Rumi767
    @Rumi767 Рік тому +2

    জীৱন মধুৰলৈ আপোনালোকক স্বাগতম জনালোঁ।

  • @RareSpoy
    @RareSpoy Рік тому +8

    Nazrul ৰ চিঠিৰ শেষৰ কথাখিনিয়ে মোৰ চকু পানী নিগৰি । আৰু এটা কথা সচাঁ প্ৰকৃত ভালপোৱা, নিজৰ প্ৰিয় জন নাথাকেই। তথাপি মৃত্যু চিৰন্তন সত্য ইয়াৰ সুৱাদ আমি সকলোৱেই লবই লাগিব। একো নাই নজৰুলৰ অনাগত দিনত যাতে এজনী ভাল জীৱন সংগী পায় তাৰে কামনা থাকিল।

  • @nikihaloi85
    @nikihaloi85 Рік тому +2

    বহুত story শুনিলো বা,,,কিন্তু এই story টোয়ে একেবাৰে কন্দুৱাই দিলে।। চালমা য'তে আছে শান্তিত থাকক🙂

  • @SwagatKashayap
    @SwagatKashayap 11 місяців тому

    Bhut dukh lagile bhle thakok tau om shanti aru dada jonok u bhut morrom disu dada best of luck for ur future OM NAMAH SHIVAY

  • @pahidevi4022
    @pahidevi4022 Рік тому +3

    বহুত দুখ লাগিল story টো শুনি😢

  • @Jubir22
    @Jubir22 Рік тому +6

    Waiting for my love story pahi ba...

  • @utpalsaikia8690
    @utpalsaikia8690 Рік тому +7

    Heart touching story 😭❤️

  • @jahanggiralom8513
    @jahanggiralom8513 3 місяці тому +1

    শেষলৈ আহি মোৰ গাৰ নোমবোৰ শিহৰি উঠিল। বুকুখন কৰিবলৈ ধৰিলে।😢😢😢

  • @Dimpalvlogs-t8s
    @Dimpalvlogs-t8s 8 днів тому +1

    Story tu eman dukh loga asil jana moi robo nuwara hoi kandi pelalu dada tumar moromor puwali baa joni jotei ase baak jate bhogobane vale rakhok 😢❤tumi eman dukh kori nathakiba dada tumalukor bhagyot sage aiyai asil ❤️‍🩹🥺 baa atiya jot ase tat Jen vale thake xeiyai bhogobanor usorot partha korisu 🙏😢🫂

  • @sukanyachoudhury6376
    @sukanyachoudhury6376 Рік тому +8

    এবছৰ হ'ব অহামাহত তাই যোৱা। আজিও মনটোক বুজাব পৰা নাই তাইক যে আৰু কেতিয়াও লগ নাপাম। অনবৰতে suku suku বুলি লাগি আছিল মোৰ লগত। ৯ বছৰৰ ফ্ৰেণ্ডশ্বিপ আছিল আমাৰ। কলকাতাৰ পৰা অহাৰ পিছত পাৰ্টি দিয়া কথা আছিল মোক নতুন চাকৰিৰ। কিমান যে সপোন আধৰুৱা হৈ থাকিল। ক'বলৈ যে কিমান কথা ৰৈ গ'ল তাইক। ভাবি আছিলো তাই ভাল হৈ আহিলে ক'ম ভালকৈ। কিন্তু তাই আৰু নাহিল মোৰ কথা শুনিবলৈ। জীৱনটোত বহুত কষ্ট কৰিলে তাই। কিন্তু যেতিয়া কষ্টৰ ফলবোৰ পাবলৈ আৰম্ভ কৰিছিল, তেতিয়াই গুচি যাবলগা হ'ল। মোৰ আটাইতকৈ আফচোচ হয় সেইটো কথাত। আজি প্ৰায় এবছৰত এনেকুৱা এটা দিন যোৱা নাই যিটো দিনত তাইক মই মনত কৰা নাই।
    তই য'তেই আছ ভালে থাক নাজমা। বহুত মিছ কৰো মই তোক। ইমান সোনকালে গুচি যাবি বুলি সপোনতো ভবা নাছিলো। বহুত বহুত বহুত মনত পৰে তোলৈ। 💔

    • @simiscreation7136
      @simiscreation7136 Рік тому +1

      Xdai monot pare tair krne

    • @jerifarashid7851
      @jerifarashid7851 Рік тому +1

      🥹bohut dukh lgil xuni

    • @sukanyachoudhury6376
      @sukanyachoudhury6376 Рік тому

      @@simiscreation7136 সঁচাকে ৰে।

    • @nitumonidasdas8240
      @nitumonidasdas8240 Рік тому

      ako tmi 💜 😒 tmi tair xkhot xkhi howa tetiya komse komse,, tai xukh pabo tmi
      dhuk nkriba jnu manuh r 😢 jbonot xukh dhuk thake tre mjte tmi xukh bisaribo lgibo
      Tmi taik phori jabo nlage 😊 but dhuk kri nthakiba kron tetiya tai ru bsi kosto pai ru,,, iman vgori porisu tumr love story xuni bujabo nwaru 😒🥺 mn kiba vl nloga hl sokur pani kiman musim r 🥲

    • @nitumonidasdas8240
      @nitumonidasdas8240 Рік тому

      ru,, 🥺 jnu aji tmi love story t xuni bhot hardt hoba dhuk lgibo desun tmi plz 🙏 dhuk nkri tai kosto pabo tmi xukhot thakile h taio happy thakibo
      depression thakiba tmi jiman pra taik loi tmi happy thka akha koru msg 😢bur lkhibo pra nii iman dhuk lgise kiba ru 🥺 tumr kt nu dhuk nlage gibo ajib

  • @GitikaPhukan-kd1uk
    @GitikaPhukan-kd1uk Рік тому +2

    Story tu huni a dukh lagil sokupani ulal❤️jar logot hol anekuwa ki dore nijok hakh dila oo❤️

  • @UnmanaDas
    @UnmanaDas Рік тому +8

    Bahut dukh lagil aitu love story khuni 🥺❤️

  • @SadikulIslam-of8li
    @SadikulIslam-of8li Рік тому +3

    Really heart touching pahi baa😢❤

  • @Riyaandeka1993
    @Riyaandeka1993 Рік тому +3

    Su sad love story lastor kandi dilu 😢😢😢xosake bor dukh loga asil love story tu 😢😢😢😢

  • @pallabisaikia7050
    @pallabisaikia7050 Рік тому +8

    Really heart touching 😪

  • @utpaldas547
    @utpaldas547 Рік тому +10

    Heart touching love story 😢❤

  • @tridipbharali5253
    @tridipbharali5253 Рік тому +4

    🥺🥺🥺 আশা কৰো তেওঁ যতেই আছে ভালেই থাকক 🤲🤲

  • @RajeshBhumij-o2k
    @RajeshBhumij-o2k 9 місяців тому

    Anekuwa story lifet frist time hunilu dhuk lgile hosake soku Pani rokhabo nuwarele teu jore thakom tar atmai sirohanti lab koro🙏🙏🙏🙏🙏

  • @hemandas5660
    @hemandas5660 Рік тому +2

    😢😢😢😢 Bohut dukh lsgila kandi dilu ..biju da mat2 bohut Dinor murt xunilu

  • @priyankasaikia5302
    @priyankasaikia5302 Рік тому +6

    😢😢😢😢😢😢 সুখ বোৰ দুদিনিয়া কিয় 😭😭😭😭😭

  • @G.B.Fram11
    @G.B.Fram11 10 місяців тому +2

    Real love is not because all yase in hard......❤❤❤😢😢😢😢

  • @YouthKhanikar-rr1ck
    @YouthKhanikar-rr1ck 9 місяців тому +1

    Powerful love ❤
    God bless you and her

  • @santanudas6387
    @santanudas6387 8 місяців тому

    দুচকুৰ দুধাৰি পানী বৈয় আহিল। O M G.. heart touching

  • @obilbilbhii5512
    @obilbilbhii5512 10 місяців тому

    কাহিনীটো শুনি আৰু বেয়া লাগিল তাইক বহুত ওচৰৰ পৰা পাইছিলো বহুত ভাল ছোৱালী আছিল তাই

  • @mahek...papamammascutipie.9521

    Bor dukh lagil huni....ma
    Y her soul rest in peace 😢

  • @tulumonisaikia396
    @tulumonisaikia396 Рік тому +2

    At last...I was crying very much

  • @nurulali-ie1iz
    @nurulali-ie1iz Рік тому +3

    Amr akdom osort ghr suwali joni r NM salma nhy najma 😢😢 but bhut beya lge baa loi😢

  • @dipalimahanta1242
    @dipalimahanta1242 Рік тому +2

    বহুত দুখ লাগি গʼল story টো শুনি 😭😭

  • @rimjimgogoi4669
    @rimjimgogoi4669 Рік тому +5

    It's true love ❤🥺

  • @NEPANDAV
    @NEPANDAV 11 місяців тому +2

    Pinki....still we miss you..Salma tumi kio gusi goisila

  • @ManashBoro-q4e
    @ManashBoro-q4e Рік тому +3

    Really imotional story 🥺🥺🥺 i wish karu logot enekuwa nohoi

  • @jyotishmangoswami98
    @jyotishmangoswami98 Рік тому +4

    বহুত দুখ লাগিল।।।😢😢😢

  • @alley987
    @alley987 Рік тому +2

    I felt very bad after listening. I just pray to Allah that this should not happen to anyone else😢😟

  • @pinku4392
    @pinku4392 2 місяці тому

    চকুপানী ধৰি ৰাখিব নোৱাৰিলো।বহুত দুখ লাগিল😢😢

  • @RakeshSada-c1n
    @RakeshSada-c1n 8 місяців тому +1

    Najrul vaijaan khosai tumar love story khuni soku pani rokhabo nuarilu but ata request korim tumak nijoke happy koribole sesta koriba tumi hahi thakile he baa jonir atma a khanti pabo ki koriba val manuh k allah a khunkale mati ni a teur usrt jana moi monor pa baa jonir karone dua korim allah r usrt teuk jate allah a jannat nasib kore n pahi ba apunar love story regularly khuni thaku but aji mon tut kiba khunda mari dise love story tu khuni khosai bor dukh lagise khuni Pini love from jagiroad my self ejaj ali

  • @RoyalofRanjan
    @RoyalofRanjan Рік тому

    Najrul bro ki kom 😭 aku hobdho hulua nai beya feel Kori asu.. Thank you pahi ba for sharing..Salma ba apuni jotei ase bhout bhout hukhot thakok🙏🙏

  • @Nirupam-cj3jr
    @Nirupam-cj3jr 11 місяців тому +1

    বহুত দুখ লাগিল শুনি কথা বুৰ ! 😢

  • @SongitaBosak
    @SongitaBosak Рік тому +6

    It's true love ❤

  • @ImranaliFac
    @ImranaliFac 2 місяці тому

    Thanks you pahi baa khosa k moi nije kandi disu allahe janata nasib korok amin

  • @majoniparbin9163
    @majoniparbin9163 7 місяців тому

    Story khon sai moi vohot kandiso dada 😭 eman heart touching story ❤️❤️ dua takil salma baak jate Allah vale rakhe 🤲🤲 amin ❤️

  • @ridewitharif3668
    @ridewitharif3668 Рік тому

    Tai jote ase ... happy thakok ...allah taik jannat diok take duwa koru ....fiyama lilah

  • @migangbhai7991
    @migangbhai7991 Рік тому +4

    Ago pora moi apunr story sunu ba ❤❤

  • @Manoranjan_deka_
    @Manoranjan_deka_ Рік тому +9

    Waiting this story 😢❤

  • @creativeentertainingdance8598
    @creativeentertainingdance8598 Рік тому +1

    বহুত দুখ লাগিল আল্লাৰ ওচৰত দোও কৰিম 🤲

  • @nilutpalkashyap-sd5kp
    @nilutpalkashyap-sd5kp Рік тому +3

    Goosebumps ahi gol 💔

  • @durgaborah6144
    @durgaborah6144 11 місяців тому +1

    সঁচাকৈ story তো শুনি শেষত চকুপানী ৰখাব নোৱাৰিলোঁ 🥺😢 চালমা বা যতে আছে সুখত থাকক☺️

  • @NiharikaKonwar-xj3gk
    @NiharikaKonwar-xj3gk Рік тому +3

    বহুত দুখ লাগি গল 😢🥺

  • @SelinaJsshadap-pu7oj
    @SelinaJsshadap-pu7oj 5 місяців тому

    Hope for the best for the next one it is very sad for u bro

  • @cvhfgg9816
    @cvhfgg9816 6 місяців тому

    Ah good pahi baa sokupani bur dhori rakhibo nuwrilu hosa premt kiya anekuw hoi

  • @indranibujorboruah5356
    @indranibujorboruah5356 Рік тому +3

    Ajir story tuye konduwai dile Pahi Baa ❤😢😢😢

  • @sabnamkhanam8780
    @sabnamkhanam8780 Рік тому +3

    Love from mangaldai baa 🎉❤

  • @dipenhazarika4275
    @dipenhazarika4275 Рік тому

    Bohut val lagil❤️❤️,kin2 bohut kandilu🥲🥲🥲,

  • @RehanaBegum-t3y
    @RehanaBegum-t3y Рік тому +5

    সঁচাই পাহি বা চকুপানী ৰাখিব নোৱাৰিলোঁ 😢😢

  • @KakaliNath-u5v
    @KakaliNath-u5v Рік тому +1

    Pahi baa story tu xuni bht beya lgil..moi tu last part tu xunib xahokh nhol..salma tmi jot asa vl a thka