Це відео не доступне.
Перепрошуємо.

Moi Enekuwai Dei - Pran Deep | Bijoy Sankar | Sunit Gogoi

Поділитися
Вставка
  • Опубліковано 27 гру 2021
  • Presenting Moi Enekuwai Dei by Pran Deep exclusively on PRAN DEEP MUSICAL.
    ▶ Credits:
    Track: Moi Enekuwai Dei 2022 "মই এনেকুৱাই 🤪দেই" ২০২২
    Singer: Pran Deep Hazarika
    Lyrics: Sunit Gogoi
    Composer: Pran Deep
    Music: Bijoy Sankar
    Mix-Master: Diganta Bordoloi
    Rocorded at Studio Kirili by Bijoy Sankar
    Photography : Bikram Borpatra
    Costume : Pallavi Talukdar
    MUA : Panku Hazarika
    GFX : Zonak Yugantar Bora
    Social media
    Facebook: / prandeeparyan.hazarika
    Instagram : pran_deep_?utm_...
    Stream/Download:
    JioSaavn: www.jiosaavn.com/album/moi-en...
    Wynk: wynk.in/music/song/moi-enekuw...
    Baahi: baahi.xomoy.com/song/Moi%20En...
    Apple: geo.music.apple.com/in/album/...
    Deezer: www.deezer.com/track/1605288412
    Label: ROOTSTOCK Entertainments
    Music Publisher: Eikhon Axom Hoi Bhai Media
    Special Thanks :
    Neel Akash das, Achurjya Borpatra, Tarun Gogoi, Arnab Hazarika, Nikhil Handique, Bikram Deka, Anshuraj Kashyap, Chandan boruah, Paplu Chetia, Archana Gogoi, Sangita Bora, Moni Da, Akshay, Maina
    © ℗ PRAN DEEP MUSICAL. All Rights Reserved.

КОМЕНТАРІ • 1,4 тис.

  • @PRANDEEPMUSICAL
    @PRANDEEPMUSICAL  2 роки тому +846

    যোৱাটো বৰ্ষত আমাৰ "মইনা তুমি জুই"ক মৰমেৰে আকোঁৱালি লৈ আপোনালোকে যি সাহস আৰু প্ৰেৰণা যোগালে,সেই সাহস আৰু প্ৰেৰণাকেই সমল তথা সাৰথি কৰি এইবাৰ আগবঢ়াই দিছো "মই এনেকুৱাই" !! আগতকৈয়ো অধিক মৰমেৰে নিজৰ বুলি আদৰি ল'লে এনেদৰেই কামবোৰ কৰি যাবলৈ উৎসাহ পাম !! আশীৰ্বাদৰ কামনাৰে...
    প্ৰাণ দ্বীপ হাজৰীকা

  • @nilotpalchaliha2208
    @nilotpalchaliha2208 2 роки тому +187

    Mojja bihu bihu❤️

    • @bestmoodofstatus947
      @bestmoodofstatus947 2 роки тому

      Dada nilotpal dada big fan 🤩🤩🤩dada Tumi🔥🔥🔥🔥

    • @ilovecricket6583
      @ilovecricket6583 2 роки тому

      Big fan

    • @dibyavlogs-topic3659
      @dibyavlogs-topic3659 2 роки тому

      Big Friend Kokaidew ❤❤

    • @Monjai2.0
      @Monjai2.0 2 роки тому +1

      ভোগালী বিহুৰ শুভেচ্ছা থাকিল বন্ধু সকল😍 মোৰ ভিডিঅ সমুহ চাব এবাৰ ৷
      VLOG বনাওঁ মই৷৷ সহায় কৰিব আগবাঢ়ি যোৱাত😊😊😊

  • @AnuragXaikia
    @AnuragXaikia 2 роки тому +195

    Birat dhuniya hoise dei Jaan❤️
    Well done team .

    • @shorthazarika5525
      @shorthazarika5525 2 роки тому +5

      Dada tumi u bohut dhuneya gan bonai sa dai

    • @krishnaboruah6015
      @krishnaboruah6015 Рік тому

      Kvog

    • @DKBORAOFFICIAL
      @DKBORAOFFICIAL 5 місяців тому

      Moromore juddho aru joubonore juddho r asol meaning tu Jana ne.. eaitu gaan hol ne😮???? Sihhh

  • @gitarthagirinmusical7416
    @gitarthagirinmusical7416 2 роки тому +75

    বিৰাট ভাল লাগিল Prandeep আকৌ জুই লগালা বহুত শুভেচ্ছা ❤️🤗

  • @dimpulcreation8961
    @dimpulcreation8961 2 роки тому +21

    Jorhat kun kun asa like ata pran deep da karne ❤️

  • @bihuwan47
    @bihuwan47 2 роки тому +261

    বিহুৱানলৈ কোনে কোনে অপেক্ষা কৰি আছে টিপ চহী কৰক ।
    👇
    মই এনেকুৱাই গান super hit

    • @Monjai2.0
      @Monjai2.0 2 роки тому +1

      ভোগালী বিহুৰ শুভেচ্ছা থাকিল বন্ধু সকল😍 মোৰ ভিডিঅ সমুহ চাব এবাৰ ৷
      VLOG বনাওঁ মই৷৷ সহায় কৰিব আগবাঢ়ি যোৱাত😊😊?

  • @bijitborpatra3670
    @bijitborpatra3670 2 роки тому +84

    বন্ধু বৰ ধুনীয়া লাগিল দেই আগলৈও এনেকৈ ধুনীয়া ধুনীয়া গীত গাই আগুৱাই গৈ থাকা শুভেচ্ছা জনালোঁ । ❤️
    - Bijit Borpatra

  • @meerdeepmusical4673
    @meerdeepmusical4673 2 роки тому +142

    বৰ ধুনীয়া হৈছে অ'। এই বছৰৰ এতিয়ালৈকে মোৰ ভাল লগা গীত "মই এনেকুৱাই" । শুভেচ্ছা যাচিলোঁ সমূহ সদস্যলৈ 💐💐💐

    • @Monjai2.0
      @Monjai2.0 2 роки тому +5

      ভোগালী বিহুৰ শুভেচ্ছা থাকিল বন্ধু সকল😍 মোৰ ভিডিঅ সমুহ চাব এবাৰ ৷
      VLOG বনাওঁ মই৷৷ সহায় কৰিব আগবাঢ়ি যোৱাত ৷

    • @ppp5873
      @ppp5873 2 роки тому +1

      @@Monjai2.0 ķp

    • @user-ue2lt6nu9g
      @user-ue2lt6nu9g 6 місяців тому

      ​@@Monjai2.0ki11pp

  • @VickyKalitaOfficial
    @VickyKalitaOfficial 2 роки тому +10

    Ooo neribaaaa

  • @arponjyotinath.8852
    @arponjyotinath.8852 2 роки тому +55

    🥰🥰🥰প্রানদ্বীপ ৰ আকৌ এটা নতুন ধুনীয়া গান শুনিৱলৈ পাই বৰ আনন্দ পাইছো। বৰ সুন্দৰকৈ গাইছা। ধন্যবাদ তোমালৈ। আগবাঢ়ি যোৱা। আমি সদায় আছো তোমাৰ লগত। ❤❤❤💝💝💝

    • @pujabora6535
      @pujabora6535 2 роки тому +2

      নমস্কাৰ

    • @Monjai2.0
      @Monjai2.0 2 роки тому

      ভোগালী বিহুৰ শুভেচ্ছা থাকিল বন্ধু সকল😍 মোৰ ভিডিঅ সমুহ চাব এবাৰ ৷
      VLOG বনাওঁ মই৷৷ সহায় কৰিব আগবাঢ়ি যোৱাত😊😊

  • @ankitasdancelife1643
    @ankitasdancelife1643 2 роки тому +48

    বহুত অপেক্ষাৰে ৰৈ আছিলোঁ.... বহুত ভাল লাগিল শুনি দাদা...... এনেদৰে আমাক ধুনীয়া ধুনীয়া গানবোৰ আগবঢ়াই দিবা.....

    • @Monjai2.0
      @Monjai2.0 2 роки тому

      ভোগালী বিহুৰ শুভেচ্ছা থাকিল বন্ধু সকল😍 মোৰ ভিডিঅ সমুহ চাব এবাৰ ৷
      VLOG বনাওঁ মই৷৷ সহায় কৰিব আগবাঢ়ি যোৱাত.

  • @Deba270
    @Deba270 2 роки тому +30

    গীতটি শুনি বহুত বহুত ভাল লাগিল ৷ তিনিচুকীয়াৰ পৰা মৰম ও শুভেচ্ছা জনালোঁ ৷ সফলতাৰে আগুৱাই যোৱা ৷

  • @montuborah7559
    @montuborah7559 2 роки тому +13

    অৱশেষত। খুউব ধুনীয়া। শুভেচ্ছা প্ৰাণদ্বীপ।

  • @bobiborah7844
    @bobiborah7844 Рік тому +3

    Moja 💗

  • @bidyutgogoiassam1835
    @bidyutgogoiassam1835 2 роки тому +13

    Bohut dhuniya hoise dada 💓💓💓

  • @laxmanchetry5627
    @laxmanchetry5627 2 роки тому +5

    Bohut dhunia kokai❤️well done team.!

  • @pankajbora3435
    @pankajbora3435 2 роки тому +3

    Dhuniya hoise pran deep da

  • @pompidas976
    @pompidas976 2 роки тому +13

    Uff . ইমান ধুনীয়া গাইছে ❤️

  • @sumdas6034
    @sumdas6034 2 роки тому +7

    Uuuffff ki kom ru dada apunak 😍😍

  • @animeslover3266
    @animeslover3266 2 роки тому +2

    Moi anekuai dei ....prandeep da 🔥

  • @surabhidaimari5094
    @surabhidaimari5094 2 роки тому +2

    Borhiya pran deep moina tmi jui 🔥🔥🔥❤️🤘🤘

  • @jurisaikia9180
    @jurisaikia9180 2 роки тому +26

    গান টো বহুত ভাল লাগিছে আৰু যাতে আমাৰ যোৰহাট ৰ সন্মান এনেদৰে ৰাখি যোৱা দাদা ☺️☺️ মোৰ তোমাৰ গানত এক্টিং কৰিব মন আছে , মই ও যোৰহাট ৰ ছোৱালী

  • @Kaushikeditzshorts
    @Kaushikeditzshorts 2 роки тому +11

    🔥🔥🔥🔥🔥এইবাৰ মাঘ বিহু জোঁকাৰি যাব👍👍👍💖💖💖

  • @jyotishmitakashyap5353
    @jyotishmitakashyap5353 2 роки тому +8

    উফ ইমান ধুনীয়া অ❤️❤️😍😍

  • @pinkidutta7565
    @pinkidutta7565 2 роки тому +2

    Mojja 👌👌👌👌👌👌❤️

  • @porimonichutia7298
    @porimonichutia7298 2 роки тому +13

    সুন্দৰ,,,প্ৰাণদ্বীপ দাদা❤️❤️ সদায় এনেদৰেই আগুৱাই যোৱা। 👍

  • @urmilagogoi195
    @urmilagogoi195 2 роки тому +12

    ইমান ধুনীয়া💚💚💚💚
    শব্দৰ মালাবোৰ,instrumentখিনি বিশেষকৈ ঢোল-পেঁপা-তাল-বাঁহী-গগনাৰ মাত শুনি বিহু বিহু লাগি গৈছে।সকলোবোৰ বৰ ধুনীয়া হৈছে, congratulations to whole team 💐

    • @Monjai2.0
      @Monjai2.0 2 роки тому

      ভোগালী বিহুৰ শুভেচ্ছা থাকিল বন্ধু সকল😍 মোৰ ভিডিঅ সমুহ চাব এবাৰ ৷
      VLOG বনাওঁ মই৷৷ সহায় কৰিব আগবাঢ়ি যোৱাত???

  • @tnmoydeori5633
    @tnmoydeori5633 2 роки тому +2

    Mojja aibaru jui dibo magbihut ❤❤❤❤❤❤❤❤🔥🔥🔥🔥🔥🔥🔥

  • @kalyandeepofficial3803
    @kalyandeepofficial3803 2 роки тому +148

    বিশেষ UA-cam notification এটাৰ বাবে যোৱাকালিৰ পৰা ৰৈ আছিলো😚অৱশেষত আহিল✨ "মই এনেকুৱা দেই " 🔥🔥 হৈছে🔥 নৱবৰ্ষ আৰু ভোগালীত হিলাবলৈ সাজু😎 শুনিব দেই সকলোৱে .

    • @as03vlogger44
      @as03vlogger44 2 роки тому +2

      @Samujjal Hira mur to sabo

    • @arindomsaikia2357
      @arindomsaikia2357 2 роки тому +2

      ❤️❤️❤️❤️❤️

    • @Monjai2.0
      @Monjai2.0 2 роки тому +1

      ভোগালী বিহুৰ শুভেচ্ছা থাকিল বন্ধু সকল😍 মোৰ ভিডিঅ সমুহ চাব এবাৰ ৷
      VLOG বনাওঁ মই৷৷ সহায় কৰিব আগবাঢ়ি যোৱাত😊😊?

  • @IticvPROGYANCHUTIA
    @IticvPROGYANCHUTIA 2 роки тому +3

    Pran deep da apunar gan huni bohut bohut val laga

  • @mainalahon9799
    @mainalahon9799 2 роки тому +2

    অতি সুন্দৰ, মৰাণৰ মৰম যাচিলো

  • @amritchamua2056
    @amritchamua2056 2 роки тому +2

    A mojjja dai bhela ghar hilibo aibar dai nice song

  • @rajkumargogoiscreations7206
    @rajkumargogoiscreations7206 2 роки тому +16

    ৰৈ আছিলো আপোনাৰ গীতটিলৈ 😍❤️❤️
    Love from jorhat

  • @kalyanentertainment1000
    @kalyanentertainment1000 2 роки тому +15

    নতুন বছৰৰ এটি মিঠা সুৰীয়া বিহুগীত দাদা❤️ সদায় এনেকৈযে দি যাওঁক আমাক।। তোমাৰ সকলো গানেই মোৰ প্ৰিয় এইবা কিন্ত মই এনেকুৱাই মন বেছিকৈ ভাল লগাই দিছে❤️

  • @jahnobeekohar8224
    @jahnobeekohar8224 2 роки тому +8

    মই এনেকুৱাই ❤️😘 খুব ভাল হৈছে ককাই , আগুৱাই যোৱা ❤️😘
    গোলাঘাটৰ পৰা মৰম দিলোঁ ❤️😘

  • @allgame1725
    @allgame1725 2 роки тому +13

    আগশাৰী মনৰ সাহসেৰে আগুৱাই অহা আমাৰ মৰমৰ prandeep দাৰ এটি নতুন গীত শুনিবলৈ পায় নথই বহুত আনন্দ উপভোগ কৰিছোঁ।।। মই aনেকুৱাই ময়ো তেনেকুৱাই ।love you all

    • @Monjai2.0
      @Monjai2.0 2 роки тому

      ভোগালী বিহুৰ শুভেচ্ছা থাকিল বন্ধু সকল😍 মোৰ ভিডিঅ সমুহ চাব এবাৰ ৷
      VLOG বনাওঁ মই৷৷ সহায় কৰিব আগবাঢ়ি যোৱাত😊😊

  • @gyanjyotinath123
    @gyanjyotinath123 Рік тому +3

    Moi anakuai dei very nice song prandeep

  • @rimpimusical0987
    @rimpimusical0987 2 роки тому +24

    এই গানটি ৰ বাবে বহুত অপেক্ষাৰে ৰৈ আছিলো মোৰ মৰমৰ দাদা জন😊.. বহুত বহুত ধুণিয়া হৈছে✌👏.. সচাকৈয়ে তোমাৰ মাতো বহুত ধুণিয়া👌। তোমাৰ গান শুনিলে শুনি থাকিবৰ মন যায় 🤗। আশা কৰো তুমি আৰু আগবঢ়ায় যোৱা..আমাৰ মৰম আৰু আশীর্বাদ সদায় তোমাৰ লগত 😍❤🤗

    • @Monjai2.0
      @Monjai2.0 2 роки тому

      ভোগালী বিহুৰ শুভেচ্ছা থাকিল বন্ধু সকল😍 মোৰ ভিডিঅ সমুহ চাব এবাৰ ৷
      VLOG বনাওঁ মই৷৷ সহায় কৰিব আগবাঢ়ি যোৱাত😊😊?

  • @tjsmcreation3674
    @tjsmcreation3674 2 роки тому +2

    Mojaa dada ☺️🔥

  • @debojitsaikia6568
    @debojitsaikia6568 2 роки тому +2

    Moja brother 💜🔥🔥

  • @axoma2zvideo
    @axoma2zvideo 2 роки тому +7

    মই এনেকুৱাই দেই❤ বহুত অপেক্ষাৰে ৰৈ আছিলো দেই এতিয়া পালো বাৰু ummmahhh😘 pran dip দা😍😘😘😘😘😘😘😘😘

  • @jinamoni8235
    @jinamoni8235 2 роки тому +3

    Bohut dhunia prandeep da

  • @sanjibray_arts6845
    @sanjibray_arts6845 2 роки тому +2

    Wah mzah mzah😍😍😍🌈

  • @bedabikashsaikiamusical5625
    @bedabikashsaikiamusical5625 2 роки тому +10

    মাঘ বিহু হিলিব এইবাৰ❤❤

  • @bondonadas367
    @bondonadas367 2 роки тому +7

    বহুত ভাল লাগিছে ।।❤❤

  • @jituphkuan3103
    @jituphkuan3103 2 роки тому +3

    Sundor gaisa aru Agbarhi juwa vaiti..❤️❤️

  • @samudrajyotisaikia5929
    @samudrajyotisaikia5929 2 роки тому +2

    Mjjjh 🕺🏼🕺🏼🕺🏼🕺🏼♥️♥️♥️

  • @aruprmusical8858
    @aruprmusical8858 2 роки тому +3

    Dhuniya dada

  • @__bhaskargamingyt__4494
    @__bhaskargamingyt__4494 2 роки тому +3

    দাদা আপোনাৰ গান বোৰ বৰ ভাল লাগে

  • @utpallislandwarrior.subscr9710
    @utpallislandwarrior.subscr9710 2 роки тому +8

    অতি সুন্দৰ ককাই 🔥🔥🔥

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 2 роки тому +8

    খুব সুন্দৰ প্ৰাণ দ্বীপ দা
    ❤️🌼😊 👍

  • @manashjyotisarma719
    @manashjyotisarma719 2 роки тому +4

    বহুত ধুনীয়া হৈছে প্ৰাণদীপ।
    Thanks to দীপজ্যোতি for sharing

  • @palvlogs3919
    @palvlogs3919 2 роки тому +6

    মই এনেকোৱাই দেই ❤️😍 ককাই হিট হিট 🔥🔥🔥✨

  • @anitahatimuria9793
    @anitahatimuria9793 2 роки тому +8

    বহুতে ভাল লগা এটা গীত।। ❤❤❤❤❤

  • @chandragogoi1316
    @chandragogoi1316 2 роки тому +2

    Mozza

  • @nironjanborah3780
    @nironjanborah3780 2 роки тому +6

    এইবাৰ বিহু হিলিব 🔥🔥🔥🔥❤️

  • @paharisaikiaphukan5011
    @paharisaikiaphukan5011 2 роки тому +10

    বহু সময়ৰ অপেক্ষাৰ অন্তত শুনিবলৈ পালোঁ😊বৰ ভাল লাগিল,,মৰান ৰ পৰা শুভেচ্ছা জনালোঁ।।

  • @northeasttraditionalcookin1045
    @northeasttraditionalcookin1045 2 роки тому +5

    নতুন বৰ্ষত নাচি নাচি দুৱৰি মাৰিবলে অনন্য সুন্দৰ গীত এটি পাই গলো ।বহুত ভাল হৈছে প্ৰাণদ্বীপ

  • @biswajitdehingia6888
    @biswajitdehingia6888 2 роки тому +2

    Mojahh

  • @karandas4640
    @karandas4640 2 роки тому +2

    Dhuniya 🥰

  • @djofficial1425
    @djofficial1425 2 роки тому +27

    ধুনীয়া হৈছে ককাই🤩♥️ সংগীতৰ জগতখনত আৰু আগুৱাই যোৱা তাকে কামনা কৰিলোঁ।।😍♥️✨

    • @Monjai2.0
      @Monjai2.0 2 роки тому +1

      ভোগালী বিহুৰ শুভেচ্ছা থাকিল বন্ধু সকল😍 মোৰ ভিডিঅ সমুহ চাব এবাৰ ৷
      VLOG বনাওঁ মই৷৷ সহায় কৰিব আগবাঢ়ি যোৱাত😊😊?

    • @djofficial1425
      @djofficial1425 2 роки тому

      @@Monjai2.0 ঠিক আছে বন্ধু ❤️

  • @abhijitcreations1431
    @abhijitcreations1431 2 роки тому +4

    Nice dada

  • @rahuldoley8872
    @rahuldoley8872 2 роки тому +2

    Juiii song kolijaaa

  • @jitugogoi3267
    @jitugogoi3267 2 роки тому +2

    ফাটা হৈছে বন্ধু....

  • @trideepgogoi6829
    @trideepgogoi6829 2 роки тому +3

    🔥🔥🔥 Nice 🔥🔥

  • @adyutborpatragohain6839
    @adyutborpatragohain6839 2 роки тому +8

    ময়ো তেনেকুৱাই । গীতৰ কথা আৰু সুৰ ইমান মাৰ্জিত যে ঘৰৰ সকলোৱে শুনিব পৰা। কি বুলি কম প্ৰাণ কবলৈ শব্দ হেৰাই গৈছে। "ময়ো এনেকুৱাই" শুনি গাত বিহু বিহু লাগি গ'ল।

  • @user-ug4je5wp6c
    @user-ug4je5wp6c 2 роки тому +10

    ভোগালী বিহুৰ আগতীয়াকৈ সকলো লৈকে আন্তৰিক হিয়া ভৰা শুভেচ্ছা জনালো

  • @sangitabaishya125
    @sangitabaishya125 2 роки тому +2

    Dhuniya lagise song2

  • @kashyapgogoi_official
    @kashyapgogoi_official 2 роки тому +3

    Jui dada🔥

  • @anupomgogoistatus955
    @anupomgogoistatus955 2 роки тому +6

    মই এনেকুৱাই দেই❤🔥

  • @urmistutii4339
    @urmistutii4339 2 роки тому +1

    Juiii ooo Pran daa ❤️

  • @kaushikkalita674
    @kaushikkalita674 2 роки тому +1

    Mojjhh mojhh❤️❤️

  • @bismitanath8656
    @bismitanath8656 2 роки тому +6

    বহুত ধুনীয়া হৈছে দাদা😍❣️

  • @manjitman2384
    @manjitman2384 2 роки тому +5

    সুন্দৰ হৈছে দাদা , 🔥🔥🔥
    মইও এনেকুৱা ই 😍😍😍

  • @anjanabharali6825
    @anjanabharali6825 2 роки тому +2

    Dhuniy hoise dei ❤️

  • @priyanka8489
    @priyanka8489 2 роки тому +1

    Bhtt dhuniya prandeep da ...apuni aru aguai jawk .❤️😘😘

  • @abhiborah5062
    @abhiborah5062 2 роки тому +5

    PRAN DEEP DA 🔥🔥🔥🔥

  • @ManasJyotiChutia
    @ManasJyotiChutia 2 роки тому +5

    অতি সুন্দৰ 🔥❣️

  • @eituxiturubohutuubz7767
    @eituxiturubohutuubz7767 2 роки тому +2

    Jui o bhai utpal da

  • @phukanda6716
    @phukanda6716 2 роки тому +1

    Finally 🥰🥰🥰

  • @jayantabora1234
    @jayantabora1234 2 роки тому +3

    Moja prandeep da

  • @indrajitanuragofficial8738
    @indrajitanuragofficial8738 2 роки тому +3

    বহুত ভাল লাগিছে দেই ককায়দেও ❤️😘😘hit hit hit ❤️

  • @user-mi4ly6wb7x
    @user-mi4ly6wb7x 10 місяців тому +1

    MojjA Aru agoloi juwa da

  • @nitulbaruah
    @nitulbaruah 2 роки тому +2

    Mojja mp3

  • @priyankisaikia5223
    @priyankisaikia5223 2 роки тому +7

    Nice song

  • @nayanmonizgboruah1786
    @nayanmonizgboruah1786 2 роки тому +6

    Hit 2022👍"মই এনেকুৱাই "Prandep da ❤️🔥

  • @bharatbora1522
    @bharatbora1522 2 роки тому +2

    Bohiya ❤️🥰🥰🥰🥰

  • @ValpuarThikonaBisari
    @ValpuarThikonaBisari 2 роки тому +1

    Mojaaaaah🔥🔥🔥🔥💖😍

  • @dutta22
    @dutta22 2 роки тому +8

    *আকৌ এবাৰ নতুন বছৰ বুলি টোপনি ক্ষতি কৰিব আহি গলা ককাই 🙄♥️♥️♥️🔥🔥🔥🔥😍📢উৰাই ঘূৰাই শুনি আছোঁ😉বেলেগ গান বাজিলেই টিঙিচ কে খং উঠে*

  • @apurbadas5259
    @apurbadas5259 2 роки тому +5

    PRANDEEP DA HOSAI ATA BHAL GAAN HUNIBOLOI PALU APUNAR KONTHOR... ALWAYS LOVE BRO ❤️💕 PROUD OF U BROTHER ✌️❤️

  • @smrityborah_musical
    @smrityborah_musical 2 роки тому +1

    Mojah prandeep daa❤️❤️❤️❤️

  • @mayourakhisaikia8795
    @mayourakhisaikia8795 2 роки тому +2

    Mojja lgil

  • @KashyapKB0
    @KashyapKB0 2 роки тому +7

    👍👍👍👍👍👍👍👍👍👍👍👌👌

  • @dambarugiri732
    @dambarugiri732 2 роки тому +4

    বহুত বহুত শুভেচ্ছা জনালোঁ দাদা। বহুত ভাল লাগিল শুনি

  • @kolitada9020
    @kolitada9020 2 роки тому +2

    Kella fali disa bey bradaar ❤️❤️❤️❤️🙏🙏🙏👍👍👍👍

  • @saikiazzcreations7844
    @saikiazzcreations7844 2 роки тому +2

    Ultimate song👌👌👌👌👌

  • @hengulia3203
    @hengulia3203 2 роки тому +5

    অপূৰ্ব ❤️

  • @jagritineog1305
    @jagritineog1305 2 роки тому +5

    প্ৰাণদীপ ‌ দা বহুত আশা আৰু অপেক্ষাৰে ৰৈ🌸 আছিলোঁ অৱশেষত ' মই এনেকুৱাই দেই ' 🥰গানটো শুনি খুবেই ভাল লাগিল 💝

  • @assamdpb743
    @assamdpb743 2 роки тому +2

    Prandeep daa Tumi hosakoi e jui🔥

  • @jehiruddinahmed3075
    @jehiruddinahmed3075 2 роки тому +1

    Eeehhh mojahhh bihu bihu 🔥🔥