Bristi - বৃষ্টি | 06th July 2024 | Ep No 288

Поділитися
Вставка
  • Опубліковано 5 лип 2024
  • Click here to Subscribe to Rang TV Channel:- bit.ly/2zKPoy8
    Episode No :- 288
    ----------------------------
    বিৰিণাৰ লগত কিশোৰৰ সম্পৰ্ক বেয়া কৰিবৰ বাবে চিমিয়ে কি চেষ্টা চলাব?
    #Rangtv #Bristi #Prideeastentertainments
    More Useful Links :
    * Visit us at: www.rangtv.org
    * Like us on Facebook: / rangtvofficial
    * Follow us on Twitter: / rangtv2
  • Розваги

КОМЕНТАРІ • 883

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 21 день тому +1114

    চিমী জনী ইমান স্বাৰ্থপৰ । চিমীক বেয়া পোৱা সকলে এটা ‌like কৰি দিব । 👍👍

    • @toralidas8935
      @toralidas8935 20 днів тому

      Aijonik dharabahik khonr pra atoray dibo nowarene

    • @madhulekhaboruah4196
      @madhulekhaboruah4196 20 днів тому +10

      Aik beya puai nahai ghenao laga kesurar bemartu taira hawk kesur val hawk

    • @bhaskorhazrika
      @bhaskorhazrika 20 днів тому

      17:23 hmm hcockfkfkfffijf

    • @bhanumotidevi8985
      @bhanumotidevi8985 20 днів тому

      8❤jjcrcc cc8​@@madhulekhaboruah4196

    • @abhishekdeori22
      @abhishekdeori22 20 днів тому

      00😊😊00😊0😊😊0😊0😊00😊😊😊😊😊0😊0😊0😊😊0😊0😊😊😊😊0😊0😊😊😊0😊😊😊😊😊😊😊0😊😊0😊0😊00😊😊0😊😊0😊0😊00😊000😊😊0😊😊😊😊00000😊😊😊😊😊😊😊00😊😊😊00😊😊😊😊0😊😊😊0😊00😊😊😊😊0😊0😊0😊0😊😊😊0😊0😊😊😊0😊😊😊😊😊😊0😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊0😊😊😊😊😊😊0😊😊0😊😊😊😊0😊😊😊0😊😊😊😊😊😊😊​@@madhulekhaboruah4196

  • @jitendradeori587
    @jitendradeori587 21 день тому +451

    চিমি জনীক চিৰিয়ে ল খনত নেদেখুৱালে কোনে কোনে চাই ভাল পোৱা বাৰু কোৱা চোঁ ন 😊😊

  • @mowsumideka5975
    @mowsumideka5975 20 днів тому +235

    এই চিমি জনিক কাৰ দেখিব মন নাজাই বাৰু 👍🏼কৰিব চুন কিশোৰ ৰু বিৰিণা জিও মিল হ'ব লাগে ❤️❤️❤️❤️🔥🔥🥰🥰👍🏼👍🏼

  • @anantaborgohain3971
    @anantaborgohain3971 20 днів тому +169

    মনদ্বীপা খোজ কাঢ়িব পাৰিছে। ভাল লাগিছে। সমীৰ আৰু মাকৰ মৰমতে এইয়া সম্ভৱ হৈছে। এনেকুৱা পতি আৰু শাহু পোৱাতো বৰ সৌভাগ্যৰ কথা। কিছুমান মানুহ হোৱা হ'লে বেলেগ ছোৱালী চালে হেঁতেন!

  • @anantaborgohain3971
    @anantaborgohain3971 20 днів тому +70

    চিমিলৈ আজি কাৰ কাৰ খুউব বেছি খং উঠিছে বাৰু!

  • @aadivlogs4679
    @aadivlogs4679 21 день тому +101

    চিমিজনীক গাখীৰ খুৱাই সাপ পোহা যেন হৈছে 😮

  • @anjalifunhouse5475
    @anjalifunhouse5475 20 днів тому +12

    Simi k pagoli jen lage aru jon e jon e simi k beya pua like eta koriba😢

  • @purabinath6489
    @purabinath6489 20 днів тому +112

    ইমান দিনে গাখীৰ খুৱাই সাপ পুহি ৰাখিছিল বিৰিণাই । নিজৰ স্বাৰ্থৰ বাবে ইমান তললৈ কেনেকৈ নামিব পাৰে বাৰু। সৌৰভে এনেই ঘৰৰ পৰা উলিয়াই দিয়া নাই। কিমান দিন মিছাৰ আশ্ৰয় লবি চিমি। এদিন নহয় এদিন সচাঁ কথা তইয়ে কব লাগিব যেতিয়া তুৰ পাপবোৰ অভাৰ হব। তুৰো কেন্সাৰ ৰে লখ্যন । ❤❤বিৰণা❤❤❤ হাৰি নাযাব যুজি যোৱা সফল হৱা।।।।।

  • @juribegum4967
    @juribegum4967 20 днів тому +50

    ইমান স্বাৰ্থপৰ এই চিমিজনী। বিৰিনাই সকলো গম পালে ভাল আছিল ।

  • @madhusmitadeka1858
    @madhusmitadeka1858 20 днів тому +39

    যেতিয়া বিৰিনাই গম পাব চিমি বৌক চেন্দেলেৰে কুবাবো 😂

  • @phatikbrman420
    @phatikbrman420 21 день тому +72

    কিশোৰ বেমাৰ হোতকৈ চিমিৰ হব লাগিছিল

  • @kalpanasaikia8010
    @kalpanasaikia8010 20 днів тому +21

    চিমি সলনি হল বুলি ভাবিছিলো কিন্তু তাই সলনি নহল😢😢ইমান স্বাৰ্থপৰ চিঃ

  • @BijumoniBoruah-xm3ng
    @BijumoniBoruah-xm3ng 21 день тому +113

    কিশোৰৰ দাদাকে চিমিক ঠিকেই চিনি পাইছে কিন্ত কিশোৰে বৌৱেকৰ চৰিত্ৰ নিচিলে ৷ পাপী চিমিহে বিৰিণাৰ সৰলতাৰ সুযোগ ললে চিমিয়ি নাপায় দেই ইমান অন্যায় বিৰিণাৰ লগত সত্য আছে সত্যই ভগৱান উওৰ দি এদিন😢😢😢

    • @RajumoniRajumonidas
      @RajumoniRajumonidas 20 днів тому

      চিমী এডাল বিষাক্ত সাপৰ দৰে ।

  • @anantaborgohain3971
    @anantaborgohain3971 20 днів тому +67

    চিমি বৌ কান্দুলী মাছৰ দৰে লুতিয়ালুতি হৈ আছে। এবাৰ ভাল হৈ দেখুৱাই আৰু এবাৰ বেয়া হৈ দেখুৱাই।

  • @samarjyotitalukder5295
    @samarjyotitalukder5295 20 днів тому +35

    আজি বিৰীনাবালৈ বহুত বেয়া লাগিছে বিৰীনা বায়ে কেতিয়াও ভাবিব নোৱাৰা কথা এটা চিমী বৌৱে মিচাতে কিশোৰ দাক লগাই দিলে

  • @Indira669
    @Indira669 21 день тому +330

    Simi tuk moi puwa holy sorot gal falilu hoi

  • @mamoniborah8809
    @mamoniborah8809 20 днів тому +12

    মনদীপা তুমি ভাগ্যৱান তোমাৰ শাহুমা আৰু স্বামীয়ে তোমাক অকৃত্ৰিম ভাল পায়।❤❤❤❤❤

  • @simibarman3180
    @simibarman3180 20 днів тому +33

    বেয়া মানুহ যে ইমান সোনকালে ভাল নহয় চিমি বৌ এ তাৰ উদাহৰণ। এনেকুৱা মানুহক বিপদত পৰিলে ও সহায় কৰাৰ কোনো প্রয়োজন নাই। সৌৰভ দাই ঘৰৰ পৰা উলিয়াই দি ভাল এ কৰিছে। বিৰিণা জনীহে আনক সহায় কৰিব গৈ নিজৰ বিপদ চপাই ললে।এইজনীৰ বাবে এতিয়া মোৰ নিজৰ নামতো ও বেয়া লগা হৈছে।

  • @MinaBarman-yq3dx
    @MinaBarman-yq3dx 20 днів тому +10

    চিমি জনিৰ কেঞ্চাৰ হ'লে হয় কিশোৰ ভাল হ'লে হয়

  • @520creativeworld9
    @520creativeworld9 21 день тому +20

    এই চিৰিয়েল খন সোনকালে শেষ নকৰে কিয়?? আৰম্ভণিৰ পৰা শেষলৈকে অকল ষড়যন্ত্র দেখুৱাই থাকোতেই গল। চিৰিয়েল খনত negativity জোখতকৈ বহুত বেছি দেখুৱাইছে । এতিয়া আৰু চিমিৰ নতুন কিবা ষড়যন্ত্র দেখুৱাই থাকিবলৈ সময় নাই। শেষ টো ভাল কৰি চিৰিয়েল সোনকালে শেষ কৰক বহুত হল আৰু। 😂

  • @user-ch6br1oc3h
    @user-ch6br1oc3h 20 днів тому +22

    চিমি কিয় ইমান স্বাৰ্থপৰ

  • @MokhtarulIslam-bj9pg
    @MokhtarulIslam-bj9pg 21 день тому +14

    Mor dorea Kun kunea 1-50t Sai asa bristi like ata kori jowa

  • @GobinBoruah-ov4px
    @GobinBoruah-ov4px 20 днів тому +28

    Simi jonik dekhibole Mon nujua hol

    • @tilakdeka781
      @tilakdeka781 20 днів тому

      Simi joni ako val loga nay bhut baya

  • @user-mb6xt2qr3i
    @user-mb6xt2qr3i 20 днів тому +4

    কিশোৰ বচা হলে ভাল লাগিব যিমান ডাঙৰ বেমাৰ হলেও ভগবানে নোৱাৰা কাম একো নাই যদি বাচে তেনে বেমাৰৰ ৰোগী সকলে জীয়াই থাকিবলৈ মনত সাহস পাব

  • @sumideviVLG
    @sumideviVLG 20 днів тому +11

    Mondipar hahi tu bor morom loga ❤

  • @dipaphukan61
    @dipaphukan61 20 днів тому +8

    Mandeepak aji ai obosthat dekhi xosakoie bht bht val lagise dei 🌺

  • @krishnasarmah6510
    @krishnasarmah6510 20 днів тому +6

    চিমীজনীৰ বাবে এইখন চাবলৈ মন নাযায়

  • @ratnadeepborah7125
    @ratnadeepborah7125 20 днів тому +2

    ৰিয়েল লাইফত চিমি এনেকুৱাইনেকি এইজনীয়ে আৰু কেইখন ঘৰ ভাঙিব

  • @namitagogoisonowal7922
    @namitagogoisonowal7922 19 днів тому +1

    Mur dore simi bowk Kune Kune beya puwa like ata Kori diba

  • @SrinivasKumardas881
    @SrinivasKumardas881 21 день тому +10

    Simik moi pua hole sorot soku uliai dilu hoi..

  • @Ddp287
    @Ddp287 21 день тому +11

    Simi tur sorito val nohole aru nnn...

  • @dipaphukan61
    @dipaphukan61 20 днів тому +5

    Eakei koi -- Upokarik Ajogore Khai - 😍
    Birinai Chimi Bowk nijor logot rakhi eman Sohai korile kintu bonorie nijor sharthor babe Birina ru Kishorok AK hoboloi nidiar shorojontro korise 😊

  • @angitadas22
    @angitadas22 21 день тому +16

    Simir sovab kholoni nhoi 😅🥴

  • @kanakdas8115
    @kanakdas8115 21 день тому +12

    Faltu dekhuwai ase simi joni emano besi...........?

  • @SaddamHussain-nn2yi
    @SaddamHussain-nn2yi 20 днів тому +1

    কিশোৰ আৰু বিৰিয়া একেলগ নহ'ব ই নেকি বাৰু 🤔🤔🤔😡😡😡

  • @dhirajmoran5475
    @dhirajmoran5475 20 днів тому +6

    Ai simi jonik jj Mari palabolehe mon goise deih😔

  • @manaashjyo
    @manaashjyo 19 днів тому

    Simi soritrotu khunkalei birinai gom paleii hoi... simik beya puya khokole like 👍 kora

  • @mitanjalidas6625
    @mitanjalidas6625 20 днів тому +1

    চিমি জনী ইমান পাপী এইজনী মৰিলে শটো জুই দিলেও নুপুৰিব পাই

  • @meghalidutta4974
    @meghalidutta4974 20 днів тому +2

    এই চিমি জনীৰ লাজ অকণো নাই দেই এই লেতেৰা মনটোৰ বাবে নিজৰ ঘৰৰ পৰা খেদা খাই য়ো অকণো সলনি নহ'ল

  • @dulumanideka1579
    @dulumanideka1579 21 день тому +10

    Wait kri asilo ❤❤

  • @BijayDas-nn7jc
    @BijayDas-nn7jc 21 день тому +51

    Simi jonik kantoliya sor dibo parile mon2 santi pale hoi....

  • @user-cd4es9wj9o
    @user-cd4es9wj9o 20 днів тому +9

    Simi toi mohilar namat kolongkito

  • @pinkiboruah9621
    @pinkiboruah9621 20 днів тому +2

    চিমিক মানিব লাগিব কিন্তু দেই বিৰিনাই থাকিবলৈ ঠাই দিলে এতিয়া কিশোৰৰ আগত বিৰিনাই বদনাম গাইছে,,,চকু টেলেকি জনি চকু কেইটা যেন উলিয়াই আনিবি 🙄

  • @ParulTamuli
    @ParulTamuli 21 день тому +6

    Kishur tumi papi nohoi papi simi aijonitu manoh nohoi daini

  • @dipaphukan61
    @dipaphukan61 20 днів тому +3

    My 💐 favourite 🌹 actor 💐- Kishor nd Samir 💐🌹

  • @dipaphukan61
    @dipaphukan61 20 днів тому +1

    Samir ru Mandeepa Samiror maa babe 1.- 👍

  • @anitabhuyananitabhuyan629
    @anitabhuyananitabhuyan629 20 днів тому +13

    চিমি তোৰ এইবাৰ ফুট পথত থাকিব জেগা নহব

  • @mrinalbharadwaj107
    @mrinalbharadwaj107 20 днів тому

    চিমি জনী ওলালে মুৰতো গৰম হৈ যায়

  • @BichitraBorah-j9q
    @BichitraBorah-j9q 21 день тому +17

    Moi just start korisu aru Kune Kune saisa like kori jua

  • @dipaphukan61
    @dipaphukan61 20 днів тому +1

    Saurav dai chimi bonori jonik punor ghurai anibo bisora nai valei korise karon saurav dai valdore janise tair choritro kenekua 😊

  • @aradhnagogoi2605
    @aradhnagogoi2605 20 днів тому +1

    এই চিমি জনী আৰু বিপদত পৰক। এইবাৰ কোনেও সহায় নকৰিব তাইক

  • @rubeborah2575
    @rubeborah2575 20 днів тому +1

    চিমি নিচনা মানুহৰ বাবে সংসাৰখন এনেকুৱা হৈছে

  • @runumidutta5490
    @runumidutta5490 20 днів тому +1

    চিমিৰ দৰে চৰিত্ৰৰ মানুহবোৰক নচচা শুলত দিব লাগে

  • @dipshikhabhagowatibhagowat4033
    @dipshikhabhagowatibhagowat4033 21 день тому +9

    Simi a asolote kishuror mont Jed vab anib bisarisea jate hee bemartur lgt juj d val korib sesta kore . Birinar valtu bisarirea simi a oooo past gom pab hokluwa simi a kiyo anekuwa korisea ❤

  • @nirusaikia484
    @nirusaikia484 20 днів тому +3

    Mondipak dekhi val lagi gol❤❤❤❤

  • @monishachetia7990
    @monishachetia7990 20 днів тому

    Simir pora serial khon saboloi mon nujua hoise

  • @LalitaDutta-wh2dn
    @LalitaDutta-wh2dn 20 днів тому

    Borma ru sowrav dar acting bhal lagise ❤❤❤❤

  • @user-ef7et5bx7x
    @user-ef7et5bx7x 20 днів тому +1

    চিমি বুলি কোৱা জনী ইমান বেয়া থাকিবলৈ ঠাই নাই তাইৰ হলেও আনৰ বেয়া টো কৰিবলৈ হে বিচাৰি ফুৰে ফালটো জনী চৰ দিব মন যায় এনেকুৱা মানু্হ বোৰক ওচৰত পালে। 😡

  • @quinroy6158
    @quinroy6158 21 день тому +12

    Simir karane sab man nojowa hoise kishor'r dukh sab nuwari aru ❤❤

  • @anjumonibora5772
    @anjumonibora5772 20 днів тому

    চিমিৰ নিছিনা চৰিত্ৰ নাথাকিলে কাহিনী আগ বাঢ়িব কেনেকৈ

  • @dipaphukan61
    @dipaphukan61 20 днів тому +2

    My 💟 favourite 💙 serial 💟💙💟🧡💟💙💟

  • @subhachekanidhara9241
    @subhachekanidhara9241 20 днів тому

    মিছলিয়া চিমিক দুটা মানুষ চৰ দিব দিব লাগে। মন দীপা তুমি সদায় হাঁহি থাকিবা। সমীৰ আৰু শাহু মা বহুত ভাল 🎉🎉🎉

  • @user-gj2zr1xk5j
    @user-gj2zr1xk5j 20 днів тому +2

    Simi bow apuni kene koi kob parile birina kotha ..........😢apunak bohut vall buli vabisilu......😊 Birina apunak thakiboloi akhon thai dise .......thar paso2 Apuni ane kuwa korib nalagisile bow ......🥺❤️?

  • @Monikonch-mh1sw
    @Monikonch-mh1sw 20 днів тому +1

    . My favorite serial❤

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 21 день тому +3

    ❤❤ প্ৰিয় ধাৰাবাহিক ❤❤

  • @lijadas7580
    @lijadas7580 21 день тому +3

    First comment 😇

  • @bhupensaikia7524
    @bhupensaikia7524 20 днів тому +1

    চিমি নিচিনা মানুহক ৰাখিবই নালাগে! উপকাৰীক অজগৰে খোৱা বুলি কয় তেনেকুৱা মানুহক!

  • @Hridaya123
    @Hridaya123 20 днів тому

    Mondeepa বৰ ভাল লাগিল❤❤

  • @gargeswardas4230
    @gargeswardas4230 20 днів тому +1

    চিমিৰ চৰিত্ৰটোৰ পৰা এইটোৱে বুজা গল,বেয়া কেতিয়াও ভাল হবই নোৱাৰে ,,,

  • @K.n482
    @K.n482 21 день тому +14

    Simi emn fal2 hoi😡

  • @lukichetry3552
    @lukichetry3552 21 день тому +4

    Simi jnik dusor man dibo he mn goise

  • @NajimAli-be9bs
    @NajimAli-be9bs 20 днів тому +1

    Simi joni Eman beya kisrok jt lgayse😮😮😮

  • @uddiptamedhi9179
    @uddiptamedhi9179 20 днів тому +2

    Ajiloike bohut negative character dekhilu...kintu Simir nisinar faltu negative character nedekhilu ....Baki Simir Negative Acting tu Mojja hoise 👍

  • @user-jb1uw3eo7n
    @user-jb1uw3eo7n 20 днів тому +1

    Simi joniii bohut beaa vl nalage Simi joni nulaleu vl pawww😎😎😎😎😎

  • @bhaskorhazrika
    @bhaskorhazrika 20 днів тому +1

    দেউৰী আৰু বঙালী পৰিয়ালৰ 😅😮

  • @DikshitaBaruah-lh5ct
    @DikshitaBaruah-lh5ct 20 днів тому

    Atiya kothatu samire gom pabo lage 😊❤❤❤❤

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 21 день тому +3

    শুভ ৰাত্ৰী ❤❤🌉

  • @AparajitaAdhikary
    @AparajitaAdhikary 20 днів тому +1

    Simi joni eman beya....tayo hasti pabo lage aro

  • @junalikonch8384
    @junalikonch8384 20 днів тому

    Simik dekhibole mon nujuwa hol

  • @mainasaikiahazarika6642
    @mainasaikiahazarika6642 21 день тому +3

    Simi manuh nohoi si si

  • @dipalikalita802
    @dipalikalita802 21 день тому +4

    Simi a birina baa r logot eman beya bibohar kora pisot u ...birina baa a simi k logot ni rakhise kintu simi k niboa naladisile eman beya hb nalage dei eman faltu simi joni

  • @GitashreeSonowal-mr5ui
    @GitashreeSonowal-mr5ui 19 днів тому

    এইজনিক ইমান দিনে বিৰিণাই গাঁঠিৰ খুৱাই সাপ পুহি আছিল

  • @SanjibPhukan-ui3xt
    @SanjibPhukan-ui3xt 20 днів тому

    চিমিজনীক মই সঁচাই বেয়া পাও বদমাছজনী কিশোৰৰ ভাল হ'ব লাগে ❤

  • @user-sq3wk6fj5r
    @user-sq3wk6fj5r 20 днів тому +1

    Sime Joni dekhibole mon nujua hol aru sab mn nujua hol

  • @NilomDas-l3d
    @NilomDas-l3d 20 днів тому

    Simik sor dibo loi mur dora kar kar mn goi sa like kra✋️✋️

  • @sosankachutia5701
    @sosankachutia5701 20 днів тому +1

    ভাল লাগিল মনদিপাক তেনেদৰে দেখী❤❤❤❤সমীৰ❤

    • @arpanagogoi5220
      @arpanagogoi5220 20 днів тому

      Simi babe হকুনী কব পাৰি

  • @user-ky7nf9mx3t
    @user-ky7nf9mx3t 19 днів тому +1

    তিমি ব জনী বহুত বেয়া.বিৰিনা বাক এনেই ফচাই দিছে

  • @NihaRika-dk5yo
    @NihaRika-dk5yo 20 днів тому +2

    Simir jni serial khnt nuhuwa hle val aasil

  • @NavajyotiL.Pschool
    @NavajyotiL.Pschool 21 день тому +3

    ❤❤❤

  • @dipaphukan61
    @dipaphukan61 20 днів тому +1

    Good morning all friends 🌄🌄🌄🌄🌄🌄

  • @rhvlog6718
    @rhvlog6718 19 днів тому +1

    Boiha mahanu jibonot val nohoi

  • @TapanMalakar-g3r
    @TapanMalakar-g3r 21 день тому +2

    Aijoni ar val nohoi simi joni

  • @user-pc2fh3hk6g
    @user-pc2fh3hk6g 21 день тому +4

    Simi sor 2 ta man dibo laga

  • @rofikabegumrofikabegum9168
    @rofikabegumrofikabegum9168 20 днів тому

    সাপক যিমানে গাখীৰ খুৱাওক, এদিন খুটিবৈ। যেনে চিমি

  • @MomitaDas-me6uf
    @MomitaDas-me6uf 20 днів тому +1

    চিমিজনী কেতিয়া যে অনুতপ্ত হ'ব নহয় নে ৰাইজ

  • @HimshikhaBayan-iw3nn
    @HimshikhaBayan-iw3nn 21 день тому +2

    Simik sariai sariai gotei daat keita xorai dibo lage.

  • @archuassam2790
    @archuassam2790 20 днів тому +1

    বৰ ভাল লাগিছে

  • @KanKankalita78911
    @KanKankalita78911 20 днів тому +1

    Simi janik osarat pale sendelere sarialo hai.

  • @NishitaChutia-hh8cy
    @NishitaChutia-hh8cy 21 день тому +3

  • @nikumoniborgohain225
    @nikumoniborgohain225 20 днів тому

    চিমি বৌ কিয় ইমান স্বাথপৰ