কুবালশ্ব উপাখ্যান | সদৌ অসম ভাওনা প্ৰতিযোগিতা, শলগুৰি | Vauna Competition

Поділитися
Вставка
  • Опубліковано 28 лис 2024

КОМЕНТАРІ •

  • @lukumailekharu1022
    @lukumailekharu1022 Рік тому +2

    অতি সুন্দৰ হৈছে.

  • @rupamtamulikaku6271
    @rupamtamulikaku6271 Рік тому +5

    ধুন্দুকাৰী মুক্তি লাভ গো-কৰ্ণ উপাখ্যান নাট ভাগি আছে যদি upload কৰিৱছোন 🙏

    • @PMBMix
      @PMBMix  Рік тому

      সেইদিনা মই যোৱা নাছিলো... ক্ষমা কৰিব

    • @parthajyotisaikia1881
      @parthajyotisaikia1881 Місяць тому

      Aivag nat pdf ase neki dib son

  • @deepbora3134
    @deepbora3134 Рік тому +2

    Hundr Lagisa Vaona 🙏🙏🙏🙏🙏

  • @dipankordas9714
    @dipankordas9714 4 місяці тому

    Narodor geet bur val nalagik, baki hokolu val lagil 🙏🏾🙏🏾🙏🏾🙏🏾

  • @ranjanbora9168
    @ranjanbora9168 Рік тому +4

    Best.

  • @achyutneog1663
    @achyutneog1663 Рік тому +4

    Wow

  • @dipakbrborupaw7009
    @dipakbrborupaw7009 Рік тому +3

    🙏🙏🙏

  • @sidarthbora3925
    @sidarthbora3925 4 місяці тому

    বায়ন জনে ক'ব ছোন খোল ভাগ ক'ৰ পা আনিছে মোকো লাগিছিল এনেকুৱা

  • @mahendradas3993
    @mahendradas3993 Рік тому +3

    Hundr 🙏🪔🪷

  • @sochirampadun4307
    @sochirampadun4307 9 місяців тому

    বহুত বহুত ভাল লাগিল। মইয়ো আমাৰ ভাওনা খনিত উজানক দৈত্যৰ অভিনয়টি কৰিম বুলি ভাবিছোঁ। কিন্তু বছন টো অলপ নিমিলা হৈছে মই আপোনালোকৰ ভাওনাটি দাওনলোদ কৰি শিক্ষি আছো। আৰু সেই কুৱালশ্ব উপক্ষান উজানক দৈত্যৰ নাটখনীত উজানকৰ ভাতৃ দম্ভাসূৰ নাই দেখোন। কিন্তু মোৰ বচনটিত ভাই দম্ভাসূৰ বুলি আছে।এইটো কি কৰা যায়।পাৰে যদি জনাৱচোন।আপোনালোকৰ ভাওনা চাই বহুত ভাল লাগে।এই কাৰণে আপোনালোকক সউধইছ।

    • @sochirampadun4307
      @sochirampadun4307 9 місяців тому

      চৰি সুধিছো

    • @PMBMix
      @PMBMix  9 місяців тому

      মন্তব্যৰ বাবে ধন্যবাদ... কিন্তু আপোনাৰ প্ৰশ্নটিৰ উত্তৰ মই দিব নোৱাৰিম, যিহেতু মই ভাওনা দলটিৰ সদস্য নহয়... দলটিৰ কোনোবাই যদি আপোনাৰ মন্তব্য পঢ়ে নিশ্চয় উত্তৰ দিব বুলি আশা কৰিছোঁ

    • @sochirampadun4307
      @sochirampadun4307 9 місяців тому

      বহুত বহুত ধন্যৱাদ দাদা।

  • @arnabneogstudios987
    @arnabneogstudios987 Рік тому +1

    Aru dibo dada

    • @PMBMix
      @PMBMix  Рік тому

      নিশ্চয় দিম

  • @ritugogoi4216
    @ritugogoi4216 Рік тому +1

    Vauna khan sai Val lagile nat Khan pdf Pam neki dada

    • @PMBMix
      @PMBMix  Рік тому +1

      ধন্যবাদ...মোৰ ওচৰত নাই...

  • @achyutneog1663
    @achyutneog1663 Рік тому

    Dada salaguri aru video dibo sun

  • @anuragsharma361
    @anuragsharma361 Рік тому +2

    দোহাৰ ভাল হোৱা নাই। অভিনয় সুন্দৰ হৈছে।

  • @প্ৰাঞ্জলৰাজখোৱা-প২খ

    ভাল লাগিলে, কিন্তু কিছুমান ভূল হৈছে, শিৱৰ, তাল,খন, নাই পৰা, , অলপ বায়ন জনেও চাব,লাগে, গায়ন জন,বাৰু নতুন, তেওঁক , বাৰু, ভালদৰেই,চিনি পাওঁ, কোৱা কাৰণে বেয়া নাপাব, কৃষ্ণ,জয় গুৰু শংকৰ , জয় ভাওনা সংস্কৃতি।।।

    • @anuragsharma361
      @anuragsharma361 Рік тому

      হয় কথাটো। দোহাৰৰ বহুত ভুল আছে। জেগাত বস্তুবোৰ পেলাব পৰা নাই।।

  • @axomtv32
    @axomtv32 Рік тому

    ৱেন উপাখ্যান খন দিব চোন দাদা

  • @therecitation2631
    @therecitation2631 Рік тому

    শ্ৰীশ্ৰী ৰামৰ পাদুকা বৰণৰ video lge