শোচনীয় ব্যৰ্থতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ মানকাচৰৰ বিধায়ক আমিনুল ইছলামৰ

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 34

  • @rrahman853
    @rrahman853 4 місяці тому +13

    ইমান বিলাক হোৱাৰ পিছতো যদি লাজ অকণ মান থাকিলে হেতেন তেন্তে এনেধৰণৰ আবল তাবল বকি নাথাকিলে হেতেন ।

  • @AHAH-z6f
    @AHAH-z6f 4 місяці тому +9

    Dr Rofiqul বুজা নাই, আমিনুল সুবিধাবাদী, step by step দল ত্যাগ কৰিব আৰু 26 ৰ আগে আগে congress লৈ ঢাপলি মেলিব, যাতে roki sir e ticket tu দিয়ে।

  • @Rahul-e2x7z
    @Rahul-e2x7z 4 місяці тому +4

    অসমৰ কাৰণে বহুত ভাল খবৰ হয় এইটো আজমল দাঙৰিয়াক অসমৰ পৰা নাইকিয়া কৰা কাৰণে বহুত ভাল খবৰ হয় অসমৰ ৰাইজৰ কাৰণে

  • @SorifUddin-lf7si
    @SorifUddin-lf7si 2 місяці тому

    Aiudf jindabad

  • @Rahul-e2x7z
    @Rahul-e2x7z 4 місяці тому +3

    ভুপেন বৰা দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ তিনি গগৈ জিন্দাবাদ জিন্দাবাদ ৰাহুল গান্ধী দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ আজমল দাঙৰিয়াক খেখ কৰিলে এইবাৰ তিনি গগৈ লগ লাগি আৰু ভুপেন বৰা দাঙৰিয়াই

  • @foridhossain2554
    @foridhossain2554 4 місяці тому +1

    Aiudf mla bilakok congress lobo najai 26 congress party big win hobo❤

  • @Assameselyricssongs-kl1ez
    @Assameselyricssongs-kl1ez 4 місяці тому +4

    I LOVE I.N.D.I.A
    #RahulGandhiZindabad
    #GouravGogoizindabad

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 4 місяці тому

    AIUDF য়ে ধুবুৰী, নগাঁও, কৰিমগঞ্জ আদি সমষ্টিৰ অন্তৰ্গত ঠাই সমূহৰ সকলো সংখ্যালঘু লোকক বাংলাদেশী মূলৰ লোক হিচাপে ব্যৱহাৰ কৰা বাবে ভাৰতীয় মূলৰ অগণন লোকে AIUDF বিৰোধী স্থিতি গ্ৰহণ কৰিলে। উদাহৰণ স্বৰূপে গোৱালপাৰা, ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ আৰু বৰাক উপত্যকা আদিৰ সকলো লোক বাংলাদেশী মূলৰ নহয় । যেনে অবিভক্ত গোৱালপাৰা জিলাৰ গোৱালপৰীয়া ভাষা কোৱা বৃহৎ সংখ্যক লোক অসমীয়া মূলৰ। আন জিলাতো অসমীয়া মূলৰ লোক বাস কৰে। এইবোৰ লোকেই AIDUF ৰ পতনত আগভাগ লৈছে আৰু পৰবৰ্ত্তী সময়ত সেই দলটো নিঃশেষ কৰিব ।

  • @MainulHoque-p7s
    @MainulHoque-p7s 4 місяці тому +1

    AIUDF বিদায় নিশ্চিত

  • @masti1112
    @masti1112 4 місяці тому +1

    UDF or rajniti hekh

  • @kudratali7466
    @kudratali7466 4 місяці тому +2

    AIUDF JINDABAT

  • @AbdurRashed-m2m
    @AbdurRashed-m2m 4 місяці тому +1

    Place bupen bora aponi aiudf r MLA congress party loi joined nokoribo karon himmat r politic baribo BJP koithakibo aiudf congress boja boji aschil place bupen bora

  • @AbdulSamad-oh8sc
    @AbdulSamad-oh8sc 4 місяці тому +1

    People knows whose agent.....

  • @kamrulislambarbhuiya8887
    @kamrulislambarbhuiya8887 4 місяці тому

    Hasa math

  • @mehbubtarafder6251
    @mehbubtarafder6251 4 місяці тому

    ৰাইজ এ অহংকাৰ ভাল নাপায় নহয়, পালি মজাটো

  • @HafizurRahman-vf6sz
    @HafizurRahman-vf6sz 4 місяці тому

    আপোনালোকে এইদল কৰি লাভ নাই কাৰণ আপোনালোকক অসমৰ মানুহে আৰু ভোট নিদিয়ে। অহা ২০২৬ ৰ বিধান সভাত আপোনালোকে এখনো আসন নাপায়। আপোনালোকে যে কোনো দিনে শাসন ক্ষমতাত থাকিব নোৱাৰে আৰু জনগনৰ উন্নয়ন কৰিব নোৱাৰে জনসাধাৰণৰ বুজিবলৈ বাকী নাই। গতিকে আপোনালোকে সময় থাকতে সঠিক সিদ্ধান্ত লওক। হাফিজ ৰফিকুল ইছলাম, দুয়োজন আমিনুল ইছলাম আশ্ৰাফুল, জেহেৰুল বাদশ্বাহ এই কেইজন ব্যক্তি ভাল জনা বুজা মানুহ ইয়াৰ ওপৰিও আপোনালোকে উচ্চ শিক্ষিত ব্যক্তি কেৱল সেয়াই নহয় জনতাৰ বলিষ্ঠ কন্ঠ। গতিকে আপোনালোকৰ দৰে মানুক জাতিৰ প্ৰয়োজন আছে। কিন্তু এআইইউডিএফ দলক জনগনৰ প্ৰষোজন নাই। এইদল ৰাইজে আৰ গ্রহণ নকৰে গতিকে আপোনালোকে ও এইদলত থাকি জনসাধাৰণৰ একো সেৱা কৰিব নোৱাৰে এইদলে সেই সুযোগ দিব নোৱাৰে কাৰণ এইদল এতিয়া আৰু জীয়াই নাথাকে। সেই বাবে আপোনালোকক মই ব্যক্তিগত ভাবে কব বিচাৰো আপোনালোকে কংগ্ৰেছ দলত থাকি জনগনৰ কাম কৰক। জনগণেও ভাল পাব আপোনালোকেও সেৱা কৰাৰ সুযোগ পাব। মই আপোনালোকক কেৱল মাত্ৰ মোৰ বিবেকে কৰা ধাৰণা খিনি বাস্তবসম্মত বুলি ভাবি আপোনালোকক জনালো সিদ্ধান্ত আপোনালোকৰ ব্যক্তিগত ইচ্ছা। আপোনালোকৰ এই যে অসমীয়া কব নোৱাৰা বহুবল্কী কেইজনমান আছে নহয় সেইসকলৰ কাৰণে আপোনালোকৰ অৱস্থা বেছি বেয়াহ হৈছে। তেওঁলোকৰ কথা মানুহে বৰ ভাল নাপায়। আপোনালোক যি কেইজনৰ নাম উল্লেখ কৰিছো সেই আটাইকেইজনলৈ আন্তৰিক শুভেচ্ছা থাকিল।

  • @হালোৱাৰপুতেকমই

    তহঁত জহৰা যে ৷

  • @abdulwahabsikder5986
    @abdulwahabsikder5986 4 місяці тому

    AIUDF zindabad ❤❤❤

  • @jahangirmondal3354
    @jahangirmondal3354 4 місяці тому

    Indian people have acquired the political education.
    Politicians can't teach whatever in their minds.
    Hope the people @ citizens will become much more aware for the nation

  • @IndianJobAcademy
    @IndianJobAcademy 4 місяці тому +2

    AIUDF jindabad ❤❤❤❤
    মূৰ্খ comment কৰা সকলে বিষয় টো বুজি নাপাই

  • @NurSiddique-il7fb
    @NurSiddique-il7fb 4 місяці тому

    A u i d for bidaok Congress join krile bipadot prib pare

  • @NoorAlam-fu5ql
    @NoorAlam-fu5ql 4 місяці тому

    AIUDF Kam nai

  • @TamimIslam-ss2nh
    @TamimIslam-ss2nh 4 місяці тому

    Ami 2026-000000 Dim

  • @gh12138.
    @gh12138. 4 місяці тому

    Bjp+aiudf

  • @woman178
    @woman178 4 місяці тому

    Tension loi asaw tawi what's app Facebook loi cong ahi jabaw NRC hoi gol ussed kawra mati rokhi asa na nai saa pawriyal loi jai kunuba ghar bawnale neki kenekuwa ghar bawnale a team b team ase na nai

  • @JoynalAbedin-rs5cp
    @JoynalAbedin-rs5cp 4 місяці тому

    AIUDF not bidai, really they are chiro- bidai from "ASSAM".