Eman besi bhal hoise. Uff! This deserves a lot more recognition ❤️🔥 Atul Borta’s acting power is different. So well explored here. Congratulations to the entire team. ❤️
এই short film খন চাই গম পোৱা যায় যে আমাৰ অসমত এতিয়াও কিমানজন প্ৰতিভাৱান আৰু উৎকৃষ্ট শিল্পী আছে....... Maharishi Tuhin Kashyap'k অনেক সুভেচ্ছা থাকিল।💐🙏🏻
Seriously ...this is call the Assamese Cinema ....we have lots of potential and creative minds . Just need some support from our own people . Best of luck to the whole team . Hope for more from your side . Superb work .
Had the privilege of watching this absolute masterpiece exclusively at the Deep Focus Student Short Film Festival 2022. Words can't describe what an amazing piece of art it is ❤
বুজি নোপোৱা সকললৈ,,,😂 আমি reelsত দেখা ছোৱালীবোৰ খুব ধুনীয়া বুলি ভাবি থাকোঁ। কিন্তু প্ৰকৃতে ছোৱালীবোৰে makeup বা filter apps ব্যৱহাৰ কৰিহে ধুনীয়া হয়। বাস্তৱত ইমান ধুনীয়া নহয়। 😂 কাহিনীটোত যেনেকৈ গাধটোক ঘোঁৰা বুলি দেখোৱা হৈছে আৰু সকলোৱে সেইটোকে মানি লৈছে। ঠিক সেইদৰে social media ইও আমাক টুপী পিন্ধাই থাকে আমি গমেই নাপাওঁ 😂😂😂
moi completely buji pua nai. but val e bonaise. moi bujibo para meaning tu enekua: the gadho is a child (having many talents but speed is not his thing) whose father is dragging him to a horse race and is ready to do anything to make the world believe that his son/daughter is a horse from the heaven.
etu hbo parile hoi kintu iyat olp blg kotha tu.... ami jetiya okolxoriya hou...tetiya kunuba ejon kaxole ahile ami bhogoban dekha di dekhu.... thik tnkuwai kahini tu..... tekhet ejon ignorant person, okolxoriya aru olo manoxik bhabe durbol u tnkuwat e habi t eta gadho pale, aru gadhotur lgote tekhete nije nijok eta kahini dile.... aru tekhete xokolu k hetue koi furise..... it's a story of a lonely person with a mental condition
A very nice presentation of the absurd genre in Assamese. মানুহ জনৰ পৰিয়াল নাই। তেওঁ অকলশৰীয়া। তেওঁ ওজা পালি গাই গাঁৱে গাঁৱে ঘুৰি ফুৰে। গাঁৱৰ মানুহক entertain কৰে। কিন্তু তেঁওৰ লগত বহি মনৰ কথা পাতিবলৈ কোনো নাই। এই কাৰণতে তেওঁৰ mental state টো কিছু দুৰ্বল হৈ গৈছে। সেই বাবে তেওঁ ৰাতিৰ জিলমিল আন্ধাৰ - পোহৰৰ মাজত গাধ টো দেখি ঘোঁৰা বুলি ভাবি ল'লে। তেওঁ মানসিক দুৰ্বল হোৱাৰ বাবে গাধটোক পিছতো ঘোঁৰা বুলিয়েই ভাবে। মানসিক দুৰ্বল হেতুকে হয়টো তেওঁৰ লগত কোনেও বেছি কথা নাপাতে। আৰু যি কেইজনে পাতে তেওঁলোকো তেওঁৰ দৰেই। সেইবাবে তেওঁলোকেও মানু্হ জনৰ কথাত মান্তি হৈ গাধ টোকে ঘোঁৰা যেন দেখে।
তেওঁ নিজকে অকলশৰীয়া বুলি গভীৰ দুখ প্ৰকাশ কৰিছে। ঘোঁৰা টো পোৱাৰ পিছত সি তেঁওৰ লগৰীয়া হৈ পৰিল। সি তেওঁৰ নিসঙ্গতা দুৰ কৰিলে। তেওঁ অনবৰতে তাৰ লগতেই কথা পাতি থাকে, যদিও প্ৰাণী টোৱে কোনো সঁহাৰি নজনায়। যিহেতু সি তেওঁৰ অতি মৰমৰ হৈ পৰিল, তেওঁ তাক race অত join কৰাব বিচাৰি বহু হেঁপাহেৰে coach জনৰ ওচৰলৈ লৈ গ'ল। আমি বহু সময় বা দিন জুৰি নিসংগ হৈ থাকিলে মনৰ কথা পাতিবলৈ কোনোবা এজনৰ প্ৰয়োজনবোধ কৰোঁ। আৰু কোনোবা মনে মিলা এজনক পালে তেওঁক আমি মনে প্ৰাণে ভাল পাওঁ। সেই জন এজন কোনো ব্যক্তিও হ'ব পাৰে বা কোনো অন্য প্ৰাণীও হ'ব পাৰে। ইয়াত এই ভাৱ টো প্ৰকাশ কৰা হৈছে, যেতিয়া মানুহ জনে গাধ টোক horse race ৰ coach জনৰ ওচৰলৈ লৈ যায়। তেওঁ কয় যে ইয়াক কোনো মূল্য দি কিনিব নোৱাৰি। যাৰ অৰ্থ সি তেওঁৰ বহুত মৰমৰ। কিন্তু তেওঁ তাক বেচিবলৈ যোৱা নাই। মাথো এটা চুক্তি হে কৰিব খুজিছিল। কিন্তু অৱশ্যেই তেঁওৰ ঘোঁৰা টোক race ত join কৰাব নোৱাৰিলে। যিহেতু ই এটা গাধ।
And the conclusion of the story is, viewers সকলেও ঘোঁৰাটোক গাধই দেখিছে। কাৰণ ই সঁচাই এটা গাধ। তথাপিও story টোত সকলোৱে ইয়াক ঘোঁৰা বুলিয়েই adress কৰিছে। But at last, coach জনৰ শেষৰ dialogue টোৱে এইটো clear কৰি দিলে যে ঘোঁৰা টোৰ মালিক জন মানসিক দুৰ্বল।
Coach জনে ঘোঁৰাটোক reject কৰা পিছত দুখ মনেৰে মানুহ জন ঘুৰি আহিল। তেতিয়া অন্য এজন মানুহে ঘোঁৰাটোৰ কথা কয় "নিশ্চয় race ৰ ঘোঁৰা চাগে।" তাৰ মানে সেইজন মানুহো তেওঁৰ দৰেই মানসিক দুৰ্বল।
এনে ধৰণৰ কাহিনী বা সাহিত্যক absurd literature বুলি কয়। যাৰ অৰ্থ "অৰ্থহীন কল্পকাহিনী"। ই উপন্যাস, নাটক, কবিতা, চলচ্চিত্ৰ বা অন্যান্য মাধ্যমৰ এনে এক ধাৰা যিয়ে জীৱনৰ কোনো অন্তৰ্নিহিত উদ্দেশ্য বিচাৰি নোপোৱা পৰিস্থিতিৰ চৰিত্ৰসমূহৰ অভিজ্ঞতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, বেছিভাগ সময়তে শেষত অৰ্থহীন কাৰ্য্য আৰু পৰিঘটনাই প্ৰতিনিধিত্ব কৰে যিয়ে সত্য বা মূল্যৰ দৰে অস্তিত্ববাদী ধাৰণাসমূহৰ নিশ্চয়তাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।
এই story টোৱেও এই ধাৰাটো প্ৰকাশ কৰিছে।
আপোনাক অশেষ ধন্যবাদ।❤
ধন্যবাদ, আপুনি বহুত ভালকে বুজাই দিলে ।❤
🙏🏼বিশেষকৈ আপোনালৈ ধন্যবাদ থাকিল ।
Great analysis.. bro.. really I wasn't able to grasp the story.. Thanks for making me understand the theme...👍
❤
Eman besi bhal hoise. Uff! This deserves a lot more recognition ❤️🔥 Atul Borta’s acting power is different. So well explored here. Congratulations to the entire team. ❤️
It'll be great to watch maharshi in your podcast
Abstract Meaning bur bujai dioksun
Atul Pachani he dei
এই short film খন চাই গম পোৱা যায় যে আমাৰ অসমত এতিয়াও কিমানজন প্ৰতিভাৱান আৰু উৎকৃষ্ট শিল্পী আছে....... Maharishi Tuhin Kashyap'k অনেক সুভেচ্ছা থাকিল।💐🙏🏻
হয়তো "গতি" এটা দেৱগুণ প্ৰাপ্ত ঘূৰা আৰু তাৰ গাঁত ঈশ্বৰত্ব গুণ থকাৰ বাবে সি সাধাৰণ মানুহৰ আগত এটা গাধৰ দৰে দেখা দিয়ে.... আৰু তাৰ এই প্ৰকৄত ৰূপ চাব পৰা জনৰ গাঁত গুৰুৰ আশীৰ্বাদ থাকিব লাগিব সেইবাবে অৱশেষত দুজন মানুহে হে তাৰ প্ৰকৄত ৰূপটো দেখিবলৈ সক্ষম হৈছিল....... এইটোৰ মোৰ ব্যক্তিগত ধাৰণা হে মাথো।
আমি আচলতে ঘোঁৰা দেখাই নাই৷ গাধ এটাকে কোনোবাই জোৰকৈ ঘোঁৰা ঘোঁৰা (তীব্ৰ বেগী ইন্দ্ৰৰ ঘোঁৰা) বুলি কৈ কৈ আমাক ৰাম ঠগন দি আছে আৰু তাকেই আমি বেঙাৰ দৰে মুখ মেলি শুনি আছো বিশ্বাস কৰি আছো৷ আচল ঘোঁৰা বেপাৰীয়েহে তাক চিনি পালে যে ই গতি নহয় দুৰ্গতি৷
“মই এইদৰেহে বুজিছোঁ দেই ৰাইজ”
Right
Are kehena kya sahate ho😂😂
Aru olop jur diya ki bujabo bisarise bujiba
ওজাপালি ইমান ধুনীয়া উপস্থাপন কৰিছে ,গোটেই ছবি খনৰ গতিয়েই বেলেগ হৈ গৈছে ।দৰঙীয়া হিচাপে মনটো ভৰি গৈছে ।
কাহিনীটো বৰ্তমান সময়ৰ লগত,মানুহৰ চিন্তাধাৰাৰ লগত বৰ ধুনীয়াকৈ মিলি গৈছে(অসমীয়া ভাষাত এনেকুৱা কাহিনী দুৰ্লভ)❤
কাহিনীটোৰ পৰা এটা কথা স্পষ্ট হল যে নৃসংগতত মানুহক জীৱ জন্তও সঁহাৰি দিব পাৰে।।
Amazing work Maharshi. Watching from Copiapo, Chile 🇨🇱
National Award Worthy for sure!!!
Piece of beauty, piece of art❤
"Gadho nogori"....
"Godot"
"Durgoti"
Open to interpretation.
Everyone can get it by their own. This is the real success of film making. Kudos to the whole team.
Atul Pachani sir just showed another side of his acting prowess👏👏 Thanks team Mur Ghorar Duranta Goti for making us(Assamese) proud🙏
Seriously ...this is call the Assamese Cinema ....we have lots of potential and creative minds . Just need some support from our own people . Best of luck to the whole team . Hope for more from your side . Superb work .
15 min t 15 tatke besi meaning ru morals humai ase story tut....hats off to the team 🙏❤️
This Film wins best Film Award at Golden Raven International Film Festival in Russia❤
This is real gem..seen after ages..this is what my eyes were craving ❤our roots..jai aai axom..axomiya sanskriti ❤
Absurd literature ❤️ sesher reference ta mone holo Waiting for Godot er 😊 Osadharon presentation
This type of film are rare in Assamese. This is so art
Sobot k bhal lagil... Camera... Light... Editing... Direction ❤❤❤
Congratulations to mor ghorar duranta goti ....for make us proud
❤❤❤❤
#tuhin kashyap
So relatable to the current situation of our country.
Rest the legend will understand.
বঢ়িয়া হৈছে, গতি ক দেখি লাগিছে চহৰ যাব লাগিব আকৌ
What a movie. Deserves the awards accolades it is receiving.
Great concept, great storyline, great presentation, great cinematography great acting..... It was just perfect.,....
Legendary Movie of a Legendary Actor Atul Pachani❤Goti🎉
‘GODOT’ চৰিত্ৰটোৰ দ্বাৰা দিয়া বাৰ্তাটোৰ কৌশলটো ভাল লাগিল …..সাংঘাটিক এবচাৰ্ড ।
Love from Assam Barak velly
The “Godot” bit adds so much more layer to the story.
This is such a brilliant piece of work. Congratulations!
Love from Karbi Anglong
Bohut dhunia hoise❤
"waiting for godot" namor absurd drama khonor pora inspired huwa jen lagil olop.ami ba kori thakute paisilu.
Atul pasoni fan here ❤ojha pali Darrangiyan emotion ❤
দুৰ্দান্ত! দুৰ্দান্ত!!
Praise worthy 👏👏👏
What I understood is that... Life of Human's Without any purpose on this earth.
প্ৰথম বাৰ চাওঁতে একো বুজি নাপালোঁ আৰু তেতিয়া পৰা যিমানেই চাও এটা নতুন POV পাওঁ,সঁচাই অসাধাৰণ , অসমীয়া গ্ৰাম্য জীৱন ,লোক কথা , ওজা পালি আদি কৰি বহুত কথা জঢ়িত ❤❤
Had the privilege of watching this absolute masterpiece exclusively at the Deep Focus Student Short Film Festival 2022. Words can't describe what an amazing piece of art it is ❤
বনত দেখুওৱা বগা ঘোঁৰাটোৰ লেকামডাল আঁতৰাব লাগিছিল। তেতিয়া আৰু ভাল লাগিলেহেঁতেন।
Xundor poribekh, ❤
Cinematography and colour grading is just bang on point 🔥🔥🔥🔥
What an imagination and Atul Pasoni's acting made the film watch till the end
Thank you for making this type of video ❤️
Finally Maharishi Da ❤ amazing film. Can’t wait for more such masterpieces
Bhut khini hikib palo bujib palo… bhut dhunia hoise ❤❤❤
Acting of Atul pasoni is mind blowing... dialogues , expression mind blowing 🔥
সুন্দৰ উপস্থাপন আজিৰ সময়ৰ সৈতে খাপখাই পৰিছে ।
অত্যন্ত সুন্দৰ হৈছে।
Cinematography At its peak❤ Locations bur e houk ba set tu houk eman dhunia koi sojaise val lagil❤🔥
Cinematic masterpiece. Great work Maharshi
খুবেই সুন্দৰ অভিনয়।
Stunning story line ❤
ভাল লাগিল
Winner of Golden raven international film festival 🎉
Frame blocking bhal lagise plus unique storytelling ❤
বুজি নোপোৱা সকললৈ,,,😂
আমি reelsত দেখা ছোৱালীবোৰ খুব ধুনীয়া বুলি ভাবি থাকোঁ। কিন্তু প্ৰকৃতে ছোৱালীবোৰে makeup বা filter apps ব্যৱহাৰ কৰিহে ধুনীয়া হয়। বাস্তৱত ইমান ধুনীয়া নহয়। 😂
কাহিনীটোত যেনেকৈ গাধটোক ঘোঁৰা বুলি দেখোৱা হৈছে আৰু সকলোৱে সেইটোকে মানি লৈছে। ঠিক সেইদৰে social media ইও আমাক টুপী পিন্ধাই থাকে আমি গমেই নাপাওঁ 😂😂😂
Now I understand thanks 🎉😂
Maharshi da your vision is another level ❤
“Gadhor prithibit Gadho Zindabaad” seyai bujilu de moi 😊
Beautiful movie. I love the concept. I love your direction. More power to you brother. Keep shining. Love and light.
wowww kiiii dhuniyaaa hei🔥❤️
Underrated work 🎉❤
But it will definitely shine 🔥
Such a great story.. Good work🎉love it❤
এডিটিং সংগীত সকলোখিনিয়ে ভাল লাগিল বিশেষকৈ ওজাপালিখিনি
Brilliant Atul sir, just wow😮
Emn xundor presentation 💗
Atul Pachani is a living piece of art of Assamese Film Industry 🙏❤️
Amazing concept
What a masterpiece Maharshi bhai ❤️
Cinematography level 🔥
Goti ❤🎉.. Mane speed
Epic man
Was waiting to watch it for months🫶
Proud of assam & সুকনানী ওজা
Absurd literature❤
M REALLY HAPPY TO C DS KIND OF WRK..BEAUTY
Great message, I received. Thanks
The legend atul pachani🙏
Outstanding story and performance 🔥
This film Deserve more 🎉❤
Masterpiece
ধুনীয়া হৈছে❤❤
One like for -
( Cinematography + Colour grading + Story telling and other editors )❤❤❤❤💗 Great Work 📌
Unique story telling. Like it . Best wishes to the whole team 👍
Brhiya lagise dei story tu goti ❤❤
I think Assamese industry can do something in Horror Side!! Axxa koru futuret amr axomiya Film bur all around the world sabo ❤ Joi Aii Axom 🚩
Just witnessed the real peak of Assamese cinema 📽️
আমিষ কথানদি
Love the work. Congratulations to the team! We need more work like this in and from Assam. Bohut dinor murot kiba ata sai bhal lagile. Kudos!
Just awesome only❤
But, ওজাপালি is Favourite।।।❤❤
ওজা পালি কিন্তু বহু ধুনীয়া লাগিছে
Incredible.. incredible.very deep
impressive colour grading/ ❤️❤️
Bohut borhiya picturization❤
ৰাহুল গান্ধী, ছেম পিত্ৰ'ডা, কেমব্ৰিজৰ ভাষণ, কংগ্ৰেছৰ একান্ত বাধ্য সমৰ্থক সকল..... আৰু 'গতি'.......
Masterpiece❤ Story telling just wow❤
বহুত বুজালে আচলতে...
ভাল হৈছে অনুভৱ কৰিব পাৰি💭
moi completely buji pua nai. but val e bonaise. moi bujibo para meaning tu enekua: the gadho is a child (having many talents but speed is not his thing) whose father is dragging him to a horse race and is ready to do anything to make the world believe that his son/daughter is a horse from the heaven.
❤
Same brother moi vlke aku bujie nplu
etu hbo parile hoi kintu iyat olp blg kotha tu.... ami jetiya okolxoriya hou...tetiya kunuba ejon kaxole ahile ami bhogoban dekha di dekhu.... thik tnkuwai kahini tu..... tekhet ejon ignorant person, okolxoriya aru olo manoxik bhabe durbol u tnkuwat e habi t eta gadho pale, aru gadhotur lgote tekhete nije nijok eta kahini dile.... aru tekhete xokolu k hetue koi furise..... it's a story of a lonely person with a mental condition
ইমান ধুনীয়া আগতে দেখা নাই ❤❤
Masterpiece ❤️
#NAYAN 😮 সুন্দৰ ওজাপালি
Bhal lagil🎉