অসমৰ গাঁও ৰক্ষী বাহিনী (VDP) ৰ দৰ্মহা বৃদ্ধি || পৰ্যাপ্ত দৰ্মহা পাৱ
Вставка
- Опубліковано 18 вер 2024
- অসমৰ গাঁও ৰক্ষী বাহিনী (VDP) ৰ দৰ্মহা বৃদ্ধি || পৰ্যাপ্ত দৰ্মহা পাৱ
Unveiling decision for Govt employees || OBC 3% reserved || Assam 15th legislative || key Dicision
Shoking News for Govt employees || চাকৰি নিয়মীয়াকৰণ ||
Hemanta Biswa Sharma Channel.
• Cabinet meet at Nalbari
Good News for Govt employees || বাহিৰৰ মানুহক চাকৰি দিয়া বন্ধ।
কেইবাটাও গুৰুত্বপূৰ্ণ Cabinet সিদ্ধান্ত || Ventures school || Govt employees || adhar card
Budget 2024-25 || CM Press meet agents budget || Big announcement for employees
Good News for tutor's|| Conversation between tutor & Ranju Pegu || problem solve
Tutor শিক্ষা গুৰুসকলৰ মজুৰি বৃদ্ধি। সমস্যা সমাধান
Good News for Education sector || New policy
Shoking Decision from Education sector || Cabinet Meeting 2024-25
cabinet minister.
cm.assam.gov.i...
Instagram link📎
...
Facebook page link 🔗
www.facebook.c...
***************************
• Good news for tutors |...
চৰকাৰী কৰ্মচাৰী সকলৰ বাবে সুখবৰ || Transfer ক লৈ ডাঙৰ ঘোষণা
Unavailable game changing decision; wages increase of tutor's
চৰকাৰী কৰ্মচাৰী সকলে জেলত জাব পৰে || কি কি কাম কৰিলে বিপদ অনশন?
Good news for ASHA & Anganwadi workers || আশা কৰ্মী আৰু অংগনবাদীৰ সমস্যালৈ লোকসভাত আলোচনা
Good news for Anganwadi & ASHA workers || Salary/wages will be increased #assam #tutors #hslcnews
Tutor High Court লৈ ন্যায্য প্ৰাপ্তৰ দাবিৰে মহামান্য আদালতৰ কাষ, ন্যায় পোৱাৰ আশ্বাস, Advocate. #assam #tutors #hslcnews
Good news অহা বাজেটত সুখবৰ আহিব লগা || Contractual/Tutors/S.P/F.pay
Good news for contactual & tutors
অহা শীতলকালীন বাজেটৰ ভাল খৱৰ।
Con. Tea. Will become regular & Tutors' wages will be increased.
#assam #tutors #hslcnews #respected_sir_assam #assam_tet_exam #press_meet #venture #news
Newly Tutors upgrade || Effect Date of Tutors to teachers upgradatiNewlyon
ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষা গুৰুলৈ ভাল খৱৰ || Con./S.P/F.pay Regular || Tutor সকল Regular নহয় নেকি?
Tutors to teachers upgradation Second fhase || Order copy to 11 Tutors
Tutors/Venture"চৰকাৰী কৰ্মচাৰী নে হাজিৰা কৰা শ্ৰমিক "স্পষ্ট কৰক চৰকাৰে
Unveiling the Upgradation Order: A Game Changer for Tutors || Wages will be double
Tutor ৰ বাবে সু:খবৰ
Tutor will be going on Teachers shortly
Venture school/College ৰ বাবে সু:খবৰ||Tutor বন্ধুসকলে CTET পাছ হব লাগিব
শিক্ষাগুৰুৰ বাবে দুঃ সংবাদ
Good News for Contractual/A.T/Tutor/venture/ wages ৰ সলনি Salary
Tutor problem solve || আখিল গগৈৰ যুক্তি || শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ খবৰ
Tutor ৰ মজুৰি বৃদ্ধি/Upgradation ৰ পূৰ্ণ order
[CM ৰ শিক্ষা উপদেষ্টৰ Noni Gopal ৰ মন্তব্য
[ 191/103 upgrade (Elementary)
[ 208/11/31 upgrade (Sr.sec)
Nagarjuna University_231004_200953.pdf
drive.google.c...
Meeting on Demands of saduo assam karmachari parishad.
drive.google.c...
Dhemaji tutor to teacher order copy.
drive.google.c...
Tutor to teacher order copy.
drive.google.c...
Rajiv Gandhi pdf.
drive.google.c...
pratidin time news.
• শিক্ষামন্ত্ৰীক সাক্ষাৎ...
letter to IS pdf link.
drive.google.c...
assam cabinet decisions,assam cabinet decision,assam cabinet meeting decisions,assam cabinet decisions today,cabinet decision of assam government,assam cabinet decision today,cabinet decision assam june 2022,today cabinet decision,assam cm cabinet,assam cabinet delimitation,assam cabinet minister,assam cm cabinet meeting,assam government cabinet,assam cabinet today,assam cabinet,state cabinet meeting assam,assam cabinet meeting,cabinet meeting assam
এনেই কৈছে বৰ সুন্দৰকৈ মিছা কথা কব জানে আৰু বিশ্বাস জন্মাব জানে ,,,,,,,মই আজিলৈকে 1 টকা নাপালো VDP কৰি 🙏
গাওঁৰক্ষী বাহিনীৰ সকলো সদস্যক নিজৰ নিজৰ একাউণ্টত টকা দিয়ক।
সকলো গাওঁ ৰক্ষী বাহিনী কাৰ্যক্ষম হ'য় নে নহ'য় তাক চালি জাৰি চাওঁক। সৰহ সংখ্যক গাওঁ ৰক্ষী বাহিনী নামত আছে,,কামত নাই। কেৱলমাত্ৰ চৰকাৰী সুবিধা বোৰ বাহিনীত থকা দায়িত্বশীল পদবী ধাৰী সকলে ভাগ বটৰোৱা কৰি লৈ হাত সাৱতি বহি থাকে। সাধাৰণ সভাৰ দিন পাৰ হৈ যায়,,সভা নাপাতে। হিচাপ দাখিল নকৰে। নিজৰ পদ পৌতিক সম্পত্তি দৰে ধৰি থাকে।
@@birengogoi9499 namot he ase kamot naii...
Bokt-bugi hokol like koribo.
Gaorokshi bahini kot bhal dore kormorot ki labh hoise
আশা কৰ্মী, অংগনবাড়ী কৰ্মী, ১০৮ এম্বুলেন্স কৰ্মী সকলৰ দৰমহা বৃদ্ধি কৰক
মুখ্যমন্তী মহোদয়ে সুন্দৰ মক্তব্য আগবঢ়াইছে ।
লগতে যিকোনো ৰাস্তা কাষৰ যি বিলাক হাবি আগত PWD মানুহে চাফা কৰিছিল ; আজিকালি নকৰে সেই হাবি বিলাকো চাফা কৰাটো VDP ক দিব লাগে ।
Good step sir
Good step
Good mama
চাৰ নিদিব পহৰা নিদিয়ে গৰু চুৰ হৈ থাকে নিজৰ ঘৰ নিজে পহৰা দিব লাগে
Good 👍
Always active vdp saport korelaa aroo Val kam korebo pareem
Thankyou sir 🙏 Himanta Biswa Sarma zindabad
Hatirgool Dutta Para VDP
Right sar
সুন্দৰ পদক্ষেপ sir
সুন্দৰ চিন্তা ধাৰা
Right
পইচা খোৱাৰ bahana . Scheme উলিয়াব কিন্তু তাৰ পৰা 50% মামাক লাগিব
Respect sir
মামা জল-জীৱনৰ জল মিএ দৰমহা কেতিয়া বৃদ্ধি কৰিব।
@@LakhiramDas-jo6wn kiman ke di ase..
Bhal kotha sir
tanx sir
Val kotha. Koisa sar. Bohut bohut bohut val hobo.
Good news
Assam cm zindabad bjp zindabad
VDP president/Security টকা খিনি সদস্য সকলক দিয়া দেখা নাযায়। বেছি ভাগে দুজনে মিলি খায় পেলাই
Hatirgool Dutta Para VDP zindabad zindabad Hemanta Biswas Sharma zindabad ❤
Good job sir
Thank you mama good disition
Hundar sir 🙏
প্ৰকৃত মানুহ কেইজনেই পালে ভাল। এনে কিছুমান লুভিয়া হাতত যাতে পইচা কেইটা নপৰে তাৰ প্ৰতি গুৰুত্ব দিয়ে যেন। নহলে দুই এটা মিলি গোটেই কেইটা টকা গিলি থব।
Thank you mama
সুন্দৰ পদেপ খেপ sr
Moja
নিৰ্বাচন সময় হ'লে গাওঁৰক্ষী বাহিনীৰ কথা আলোচনা কৰা বাকী সময়ত আওঁকাণ কৰি মিছা প্ৰলোভন দিয়াৰ বাবে আজি তাৰিখত নিষ্ঠাবান কৰ্মী সকলৰ ও অনীহা ভাৱ জন্মিছে।
Good
সদস্য হোৱা বহুদিনেই হ'ল যদিও বৰ্তমানেও পৰিচয় পত্ৰ কতৃপক্ষই দিব পৰা নাই , পাৰিশ্ৰমিকতো দূৰৰ কথা ।
Good dession...❤think...olp update kork vdp:police ok training baybostha kork reg. Khinik kindly...
ধন্যবাদ মাননীয় মুখ্যমন্ত্রী স্যার কে অনেক সুন্দর একটি ব্যবস্থা নিচ্ছেন এই কথাটি আমরা সবাই সমর্থন করলাম
বেলেগ মাঠা মাৰিছে দেই ভোটৰ কাৰণে, বাকি department বিলাক নহলেও হব মথাউৰি সৱলীকৰণৰ বাবে
Thank
দিন ৰাতি একাকাৰ কৰি কাম কৰা 108 এম্বুলেন্সৰ কৰ্মচাৰী সকলৰ কথা অলপ চিন্তা কিয় নকৰে আপুনি,,,,
Yes sar apuni ekdom thik koise
1200 দিছিল দেই কিন্তু 2024 চনত হে।
বালি গাওঁ জৰিগ
আমি আজি লৈকে এক টকাও পোৱা নাই মিছা কথা কৈ মানুহক নঠগিব,আপোনাৰ পাপ লাগিব,
Some VDP volenteers are sleeping at night.They have not done any duty.VDP need Border area in Nagaland and Arunachal Meghalaya with arms training.
Right 👍
গাওঁ ৰক্ষি বাহিনীৰ কোনো প্ৰয়োজন নাই বুলি নাভাবো
মহাশয় ধাৰ লৈ আৰু কিমান ৰাজনীতি কৰিব
মই এজন VDp ৰ সদস্যা হিচাপে নিৰ্বাচিত হয়। কিন্তু আজিলৈকে এটকা এটাও পোৱা নাই মাজৰ মানুহে খায়। নিজৰ বেংক একাউণ্টত দিব। লাগে
কামত নাই একো সমস্যা সমাধান কৰিব নোৱাৰে গাওৰখী বাহিনীয়ে
Apuni theek koisa.
❤❤❤🎉
বহু VDP নামত আছে কিন্তু গাঁৱৰ কোনো মানুহেই নাজানে VDP Comitee ৰ 2/3 জন লোকে govt. Fund বোৰ খাই থাকে। গাৱঁত চুৰি হৈ যায় কিন্তু VDP inactive হৈ থাকে! আনকি VDP ৰ অস্তিত্ব প্ৰকাশ নকৰে।কোনো meeting নাপাতি মাত্ৰা register কৰি মনে মনে চৰকাৰী টকা বোৰ খাই থাকে।গাঁৱৰ মানুহ hokolok প্ৰতাৰণা কৰি আছে।
Home gurdr sakori niyomia nkora vot borjon korim all Assam home guard
সুৰক্ষাকৰ্মী will become চাফাইকৰ্মী ।
Secretary and president payment should be minimum 6000.pay it
গাওঁৰক্ষী বাহিনীৰ সম্পাদক আৰু সভাপতিক দৰমহা দিয়া হলে হে বেছি ভাল হয় নেকি? কৰণ ২৫ জন মেম্বাৰৰ ভিতৰত ৪/৫ জন হে থাকে বাকী বিলাকে চেন্নাই কোনোবা কেৰেলা কোনোবা বেলেগ বেলেগ জগাই জগাই গুছি যায়। তাতে বহি সেলাৰী পাই আছে, কিন্তু কামত গাফিলতি কৰে নাপাই
VDP eku Kam Kora nai bohi bohi salary loi ase .heitu nojor rakibo sir .utai diok VDP. Utai di gp office ot 2 jon kori job diok .tente hole Kam hobo
Most of the villagers have not aware who are members of the VDP, honorary amount paid by govt, to whom are paid are also not aware. Pl take care about it.
Very good step sir, grass root points are pointed out by CM sir.
President and secretary a Honolulu Khair pelai
police sakori dibo laga sir
ৰান্ধনী সকলৰ দৰমহা বঢ়াব পৰা নাই ইমানদিনে
ৰান্ধনীৰ দৰ্মহা 1000টকা কৈ দি আছে তকো 4, 5মাহৰ মূৰত দিয়ে। ইমান টুপী পিন্ধাই থাকিব নালাগে
এইবাৰ পানি নাহোতে বান পানি
মামিৰ ভাগৰ মাটি 1বিঘাকৈ দিলে খেতি কৰি খাব পাৰিব
Aj🇮🇳🇮🇳👆
এখন V D P কমিটি কেই বছৰৰ লৈকে থাকিব পাৰে জনাব লাগে।
Sir oil and ongc, tea garden krone 3% reserved thake jate okol state level exmbilkbuli nhoi jate eibik exm thake
একো কাম নোহোৱা মানুহ
Umiform and walki talki diok...and all lagotial khini diok❤duty patrolling same same hoii whole night duty road truffic contrlling ou sabo lageyi...bhut easy nhoi...night shift duty❤❤kosto ase...
Moi VDP member hoi aji 7 .6 year pa VDP duty kori asu ami to Ekuey hubidha pua nai..belg to nlage tea a Cup khabole pua nai . Night duty krile touch light npao Mane kobole gole Ekuey npao ... government dia hubida somu ki hoi kot jai ami eku gomey npao । Okl hubidha diley nhbo hubida somu VDP member bilake paise ne nai tak sua to bhut dorkari..kisumn VDP t member name ase but aji loi k duty dibole aha ami dekha pua nai..bhl lagil Apunr ktha khini huni ...jodi apuni kua mote hoi tene hole VDP agontuk din bhurot Kam kori jabole bhl Pam bah kori thakim ..Etiau korie asu Eku hubidha aru Bina sarthot ..ru kori jam
Fakatea news
আমাৰ সকলো সদস্যৰ নিজৰ নিজৰ একাউণ্টত টকা দিয়ক , বাকী যিসকল মেইন পদত আছে তেওঁলোকে নিজে ভাগ বতৰা কৰি লয় , আৰু প্ৰতি ২ বা ৩ মাহৰ মুৰে মুৰে টকা দিয়াৰ ব্যৱস্থা কৰক 🙏
Right 👍
গাওঁ ৰক্ষী বাহিনীৰ ওঠাই দিব লাগে গাওঁ অঞ্চলত একো সোৰক্ষিত কৰিব পৰা নাই বহুত গাওঁত চুৰ দাইটিয়ে ধৰ্ষণ আদি বৃদ্ধি পাইছে ইয়াৰ কাৰণে মূল দায়ি গাঁৱ ৰক্ষি বাহিনীৰ। যদি থাকিব লাগে সিহঁতক সাৰিৰিক পৰীক্ষা মৌক্ষিক পৰীক্ষা দাৰ নিৰ্বাচিত কৰি বনাব লাগে নহ'লে অকৰা বুঢ়া বা মদাহী লোকক ভিডিপি দিয়া মানেই গাওঁ বেছি বেয়া হয় হিমন্ত
Absolutely right 👍👍
Misa kotha ai bilak
Kisuman namothe aase.
শোণিতপুৰ বিহগুৰি মৌজাৰ অন্তৰ্গত গাঁও সমূহত কোনো ধৰণৰ গাঁও ৰক্ষি বাহিনী আজিলৈ দেখা নাই। এইবোৰ গাওঁৰক্ষী বাহিনী অসমৰ কত কত আছে কোনোবা ব্যক্তিৰে জনাব নেকি
Ame aji loika naplu poisa dakhun
Atiya loge vdp hoi aami aku pauwanai sir
26 ৰ ললিপপ
Aji lokey eku puwa nai h.b.s sir
Right sir kinto Jibilak larai nije vdp but Drink kari duty kare aru xamajar bissingkhal beya kare tenekuwa larak ulai dibo lage
এতিয়াও বহুত VDP আকো পোৱা নাই
কিন্তু গাওঁ ৰক্ষী বাহিনীয়ে একো সুবিধা নাপায়।
কাম নাই আৰো।
আগতে কংগ্ৰেছ চৰকাৰ থাকোতে যি পইছা ভিডিপি কৰি পালো চুবলৈ.. এই বিজিপি চৰকাৰ আহিবৰ পৰা আজলৈকে মাএ 600/টকাকৈ2টা কিচতি পালো... আৰু একো নাই.. মিছাতে বকি থাকে.. দিম দিম বুলি কৈ...কেতিয়া দিব দিলেহে বুজিম আৰু......?
VDP kam nai sir
Moi abar 400 toka paisiu gote rati duty mari
কিছুমান গাৱত ভি.ডি.পি. নামত আছে কামক নাই এবাৰ খবৰ লওক ১৫আগষ্ট আৰু ২৬ জানুৱাৰী বাহিৰে কত আছে গম নাপাও
মই জলসম্পদ বিভাগৰ খালাছি , ভৰলু division (Kamrup west) । ইমান দিন ধৰি আমাৰ দ্বাৰা মথাউৰিৰ হাবি জংঘল কটোৱাই আহিছে । নিজৰ পইছাৰে দা কিনিব দিয়ে । মথাউৰিৰ নামত অহা পইছাবোৰ ক'ত যায় তেনেহলে?
মোৰ দৰে আৰু কোনোবা আছা নেকি ?
মোৰ দেউতা জলসম্পদ বিভাগত section assistant পিছে জলসম্পদৰ ঠিকাদাৰবোৰৰহে মালামাল হয়।
কি যে কয় দেই,(মামাই)।😮😂😂😂😂😂😂😂😂.
Gupshop party eitu
VDP gaon jon koi dibo lge
Tumi kola moi hunilu dhanyabad
Amar vdpa akala khai poisa karu nakai lakhimpur. Pohumara vdp
Nice 👍
VDP sec/pr minimum qualification aru samajik dayobodha bektikdibolage.nijor sarthor karone somaj kulositkora bektik prosoy di munapha adai kori soli thakibo bisora dhoronor bektik sec/pr dibo nalage.nohole VDP r pora somajor CM mohodoye asha kora eko napabo.muthote sec/pr social status thoka bektik dile sukhi hom
গৃহবিভাঋ আতৰি জাউক
মোৰ প্ৰশ্ন এটা । এটা পৰিয়ালৰ গাওঁ ৰক্ষী বাহিনীৰ সদস্য দুই তিনিটা কেনেকৈ হব পাৰে। গাওঁ ৰক্ষী বাহিনীৰ সদস্য কোনে নিয়োগ কৰে। বাইহাটা চাৰিআলিৰ থানৰ অন্তৰ্গত তুলসীখৰিকটা গাঁওৰ আমি জানিৱ পৰামতে এটা পৰিয়ালৰ দুটাকৈ গাওঁ ৰক্ষী বাহিনীৰ সদস্য আছে।এইটো কেনেকৈ হয়। ইয়াত কিবা ৰহস্য আছে নিকি জানিব পাৰিলেই নথৈ আনন্দিত হম।
Apnara diben kew paice ki na jana jay
June kosto kore tak hi sarkare ako nidiye,
এতিয়াৰ পৰাই আৰাম্ভ কৰক 😂😂😂😂😂😂😂