চিনেমা চিনেমা লগা এক প্ৰেম কাহিনী। থিয়েটাৰ কৰিবলৈ গাঁৱলৈ যোৱা মৃদুলৰ প্ৰেমত অদিতি। 'আঁৰৰ মানুহগৰাকী'

Поділитися
Вставка
  • Опубліковано 31 січ 2025

КОМЕНТАРІ • 86

  • @AnjuuuDutta
    @AnjuuuDutta 7 місяців тому +3

    ভ্ৰাম্যমাণ থিয়েটাৰত সুন্দৰ অভিনয় কৰা মৃদুল ভূঞা দেৱৰ আজি এই অনুষ্ঠান দেখি বৰ ভাল লাগিল❤❤❤❤❤

  • @HimashriSaikia-w6r
    @HimashriSaikia-w6r 8 місяців тому +17

    প্ৰিয় বুলি কলে ভুল হব বহুত বেছি প্ৰিয় এজন অভিনেতা মৃদুল দা। এগৰাকী সহজ সৰল মনৰ ধুনীয়া পত্নী❤বহুত ভাল লাগিল চাই ।দুয়ো জন ভালে থাকক লগতে সুস্থ থাকক লগতে সন্তান দুয়োটি কুশলে ৰাখক ভগৱানে।ময়ুৰি টোমালৈও মৰম আৰু শুভেচ্ছা থাকিল।ভাল ভাল অনুষ্ঠান কৰি যোৱা।❤

  • @pallaviborah1012
    @pallaviborah1012 8 місяців тому +10

    ভ্ৰাম্যমানৰ মঞ্চৰ প্ৰিয় অভিনেতাজন সদায় ভালে থাকক. ❤

  • @KoushikDeka-zr1fw
    @KoushikDeka-zr1fw 7 місяців тому +5

    ❤❤ বহুত ভাল লাগিল চাই পেলাই আপোনাক ধন্যবাদ জনালোঁ

  • @PronotiMohon
    @PronotiMohon 7 місяців тому +1

    খুউৱ ভাল লাগে মৃদুল ভূঞাৰ অভিনয় । অনাগত দিনবোৰতো অভিনয় কৰি যাওক সুদক্ষ অভিনেতা হিচাপে ।🙏🙏

  • @rockzlyrics7816
    @rockzlyrics7816 5 місяців тому +1

    বহুত‌----ভাল লাগিল

  • @arunasenapati1099
    @arunasenapati1099 8 місяців тому +7

    দুয়োজনেই বহুত ধুনীয়া অভিনয় আৰু ধুনীয়া ।যোৰাটো পাভ যোৰা।ৰ্দীঘায়ু কামনা কৰিলো।

  • @gitabora3037
    @gitabora3037 8 місяців тому +3

    সুন্দৰ পৰিয়ালটি সুন্দৰ অনুভৱৰে এনেদৰেই সদায় হাঁহিমুখে আগবাঢ়ি যাওক ❤️❤️❤️❤️❤️

  • @TulikaChutiaKonch
    @TulikaChutiaKonch 8 місяців тому

    বহুত বহুত ভাল লাগিল বলিষ্ঠ অভিনেতা জনৰ সহজ সৰল কথা বতৰা বোৰ। প্রাণ খুলি হাঁহিলো।তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনা কৰিলো। 🙏

  • @PallabiGMahanta
    @PallabiGMahanta 8 місяців тому

    খুব ভাল লাগিল সদাই সুখত থাকক , হাঁহি থাকক🙏🙏❤️❤️

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 8 місяців тому

    ভাল লাগিলে ।
    অভিনন্দন জ্ঞাপন কৰিছোঁ

  • @kamalakantanath2896
    @kamalakantanath2896 8 місяців тому +2

    Bhahut bhal lagil.Duyujanar utjjal bhabishyat kamana karilu.

  • @BobySaikia-b6r
    @BobySaikia-b6r 8 місяців тому +4

    Love u Mridul da। বলিষ্ঠ অভিনেতা

  • @deniananya826
    @deniananya826 8 місяців тому

    বহুত ভাল লাগিল চাই, আপোনাক ধন্যবাদ জনালোঁ ❤❤❤

  • @anusunabairagi-ld5ek
    @anusunabairagi-ld5ek 8 місяців тому +4

    hahi hahi pet bixai goise.bohit val lagil.

  • @birinaL
    @birinaL 7 місяців тому

    Amar maina theatre khon saisilu 😊😊❤❤beautiful family...

  • @silpishikhakonwar3307
    @silpishikhakonwar3307 8 місяців тому

    বহুত বেছি ভাল লাগিল। পাভযোৰা।

  • @sangitagogoi8633
    @sangitagogoi8633 8 місяців тому +1

    মৃদুল দাৰ হাঁহি সঁচাই আপুৰুগীয়া

  • @KaSiYali
    @KaSiYali 8 місяців тому +18

    মোৰ প্ৰিয় এগৰাকী অভিনেতা।

  • @reenaborah3614
    @reenaborah3614 8 місяців тому +4

    মোৰ বৰ ভাল লগা মঞ্চ অভিনেতা মৃদুল দা আৰু বৌক দেখি ভাল লাগিল |আৰু বৰ সুন্দৰ পৰিয়াল |❤❤

  • @SumuLahon
    @SumuLahon 7 місяців тому

    Bohut val lagil sai.midulda acting mojja lage.❤❤❤

  • @jurirajkonwar1307
    @jurirajkonwar1307 8 місяців тому +1

    বহুত ভাল লাগিল কথাবিলাক জানিবলৈ পাই

  • @MintuphukanMintuphukan
    @MintuphukanMintuphukan 8 місяців тому +1

    বহুত ভাল লাগিল। লখিমপুৰ পথালি পাহাৰৰ পৰা চাই আছো। ধন্য বাদ,।

  • @SankuMoni
    @SankuMoni 8 місяців тому

    দাদা আৰু বৌ লগতে আপোণালোক সপৰিয়াললৈ শুভেচ্ছা থাকিল আৰু উপৰৱালাই আপোণালোকক কুশলে আৰু হাঁহিৰে সদায় এনেকৈয়ে ৰাখক তাকেই কামনা কৰিলো !!❤❤

  • @monjulagogoi6480
    @monjulagogoi6480 8 місяців тому +1

    পিয় অভিনেতা বৈজনি❤❤❤❤

  • @RupomBorah-yv2kp
    @RupomBorah-yv2kp 8 місяців тому

    Bahut val lagil ❤❤❤❤❤❤

  • @debajitdihingia9860
    @debajitdihingia9860 8 місяців тому

    ভাল লাগিল অনুষ্ঠানটো ❤ মোৰ এগৰাকী প্ৰিয় অভিনেতা

  • @bulbuliburagohain6806
    @bulbuliburagohain6806 7 місяців тому

    বহুত ভাল লাগিল

  • @MomiSonowal-wl1hr
    @MomiSonowal-wl1hr 8 місяців тому

    Bohut bohut val lagile Mur priyo ovinota ❤❤❤❤

  • @krishnabarmanilovethedrama1289
    @krishnabarmanilovethedrama1289 8 місяців тому

    মৃদুলক বহু দিনৰ মূৰত দেখি ভাল লাগিল।

  • @chiranjibdutta565
    @chiranjibdutta565 8 місяців тому

    Natural acting mridul dar theater t..and lovable family member,bow very simple & natural..manuh eneo natural hole bhal lage..lagile bahut dhonxompotti thakok ba nethakok👍

  • @radhamonidas2180
    @radhamonidas2180 8 місяців тому

    বহুত বহুত ভাল লাগিল

  • @KaSiYali
    @KaSiYali 8 місяців тому

    ইমান হাঁহিছো।বৰ সৰল মানুহ দুয়োগৰাকী।সঁচাকৈ ভাল লাগিল আজিৰ খণ্ডটি।বৰ সুন্দৰ সহযোগ।

  • @jintikandali5921
    @jintikandali5921 8 місяців тому

    অতি সুন্দৰ

  • @sayagoswami6734
    @sayagoswami6734 8 місяців тому

    Bohut val lagil dada bow aru maina Babu k dikhi ❤️❤️❤️❤️

  • @junuphukan5267
    @junuphukan5267 8 місяців тому

    মৃদুল মোৰ স্কুলৰ বন্ধু। ভাল লগিল ।

  • @আমিঅসমীয়া-হ৯য
    @আমিঅসমীয়া-হ৯য 8 місяців тому

    বহুত ভাল লাগিল । হাহিলো । 😄😄😊😄❤

  • @manjitsutradhar-sl1dn
    @manjitsutradhar-sl1dn 8 місяців тому +1

    Dhuniya sowali joni💕

  • @Itz_3x_user
    @Itz_3x_user 8 місяців тому +2

    Bo joni eman dekhoniya, bhal lgil sai,aru lage.

  • @juribaruah1261
    @juribaruah1261 8 місяців тому

    বহত বেছি ভাল লাগিল

  • @dipanjalidevi-np3iv
    @dipanjalidevi-np3iv 8 місяців тому +20

    বহুত বেছি ভাল লাগিল

  • @abcvlog5645
    @abcvlog5645 7 місяців тому

    Bohut besi bhal lagise...hahi uthise khub...

  • @monalishaborah8420
    @monalishaborah8420 7 місяців тому

    Mur priyo abhinetajon❤

  • @sushilkonwar7012
    @sushilkonwar7012 8 місяців тому

    জীৱনটো ত যে -- কিমান ৰসাল ৰসাল -- অনুভৱ থাকে --- অনুভৱ বিলাক -- স্মৃতিৰ পতত -- সকলোৰে মনত -- দুলা দি থাকে ---' কিন্তু কিমান জনে -- উপলদ্ধি কৰে -- পুৰণি স্মৃতি বোৰ -- খেপিয়াই চাই -- স্মৃতিৰ ৰসাল - ভাল লগা -- মূহুৰ্ত্ৰ বোৰৰ -- অনুভৱ বুটলি চাই -- ধন্যবাদ থাকিল -- উভয় পক্ষৰ লৈ ----- আন্তৰিকতাৰে -- উৎৰ্জ্জ ল ভবিষ্যতৰ -- আশা কৰিলোঁ -- এজন দৰ্শক হিচাবে --- good bye ---

  • @sanjibgogoi9612
    @sanjibgogoi9612 5 місяців тому

    Nice to❤❤❤❤❤❤❤❤❤❤❤

  • @Assameseboy19993
    @Assameseboy19993 7 місяців тому

    মৃদুল দা সঁ‌চাকৈয়ে এজন খোলা হৃদয়ৰ, মই গুৱাহাটীত উৱেৰ চলাও ,এদিন মোৰ গাড়ীত বুকিং লাগোতে মই চিনাকি হলো ।তেওঁ‌ বহুত ভালদৰে কথা পাতিল মোৰ লগত । যেতিয়া গম পালে মোৰ ঘৰ তেঁ‌ও ঘৰৰ কাষৰ জিলাখন তেতিয়া তেঁ‌ও নিজেই মোক তেঁ‌ও ঘৰটো দেখুৱাই কলে কেতিয়াবা আহিবা আমাৰ ঘৰত ,এইটোৱেই মোৰ ঘৰ । কিবা বিপদ হলে কবা বুলি নিজেই তেখেতৰ ফ'ন নং দিছিল ।

  • @AnjulaDutta
    @AnjulaDutta 8 місяців тому

    Bohut val lagil kothabilak jani. Thank u mridul bhuyna

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 8 місяців тому +1

    My favourite actor. ❤❤❤

  • @jayantachetia4607
    @jayantachetia4607 8 місяців тому

    Val lagil sai

  • @NibhaTamuli
    @NibhaTamuli 7 місяців тому

    Mridul dar bow bor dhuniya

  • @hormohanrajbongshi1576
    @hormohanrajbongshi1576 7 місяців тому

    ❤❤❤❤❤❤Midul Da

  • @RahulGogoi-r9g
    @RahulGogoi-r9g 8 місяців тому

    Val lagile sai

  • @nitikshamissong2762
    @nitikshamissong2762 8 місяців тому

    All time favourite Mridul da

  • @DharmeswarBaruah-t8b
    @DharmeswarBaruah-t8b 8 місяців тому

    Vaal lagil.Duyu garakir dirghayu kamana karilu.

  • @dulanboruah4921
    @dulanboruah4921 8 місяців тому

    মোৰ প্ৰিয় অভিনেতাজন

  • @dipalidevi9536
    @dipalidevi9536 8 місяців тому +1

    My favurate mridul bhuyan

  • @lakhairay2456
    @lakhairay2456 2 місяці тому

    আপোনাৰ হাঁহি বিলাক বিসাশ নহয় কাৰণ আপোনালোকৰ অভিনয় হে

  • @mamunyeasmin8192
    @mamunyeasmin8192 8 місяців тому +2

    moyuri tumak aji bor dhunia lagise

  • @manuborah4135
    @manuborah4135 8 місяців тому

    মানুহ জন সহজ সৰল ভাল লাগে

  • @mirandutta
    @mirandutta 8 місяців тому +1

    Val lagil

  • @darshanadutta.5086
    @darshanadutta.5086 8 місяців тому

    Duyu jonoloi bohut morom❤jasilu

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 8 місяців тому

    মোৰ ভাল লগা অভিনেতা

  • @ranjankrdas4965
    @ranjankrdas4965 8 місяців тому +4

    মৃদুল ভূঞা আৰু তেওঁৰ এটা সাক্ষাৎকাৰ আগতে চাইছিলো, কথা খিনিৰ কিন্তু মিল নাই।

  • @ranjitbora734
    @ranjitbora734 8 місяців тому +1

    বেহাৰবাৰীত দেখি ভাল লাগিছে ভূঁঞা দাঙৰীয়া।

  • @dipankardas1040
    @dipankardas1040 8 місяців тому

    ❤❤❤

  • @ritachaudhry1779
    @ritachaudhry1779 8 місяців тому

    Putola , 2mk bht dinor murot dekhilu, bor val lagileu

  • @BitupanDeuri-oc5hz
    @BitupanDeuri-oc5hz 7 місяців тому

    ❤❤❤❤❤❤❤❤❤❤❤

  • @punyahappybrithdaytuyouviv9064
    @punyahappybrithdaytuyouviv9064 8 місяців тому

    moromr hilpi jon❤❤

  • @mintusaikia580
    @mintusaikia580 7 місяців тому

    Hoi...mridul dar sister dhukaisil moi teur interview saisilu xei kotha midul dai koisil interviw

  • @sunitasaikia2107
    @sunitasaikia2107 8 місяців тому +1

    Mor bht priyo doyojane

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 8 місяців тому

    Vl lagil

  • @devikagogoi2898
    @devikagogoi2898 8 місяців тому

    তোমাৰ ভিডিঅ' বোৰ মই প্ৰায় চাওঁ, তোমাৰ কথা কোৱা শৈলী খুবেই ভাল লাগে ময়ুৰী কিন্তু তুমি কথা কওঁতে মুৰতো অলপ বেছি জুকাৰিছা নেকি ।

  • @S.M.8439
    @S.M.8439 8 місяців тому

    God bless you.

  • @rupashreedevi8875
    @rupashreedevi8875 8 місяців тому

    Mauri ba mridul mamar number 2 ase jdi plz dibo

  • @JitenKalita-sr5dn
    @JitenKalita-sr5dn 7 місяців тому

    Yes Matal Gorah monot asa.

  • @gargihatimuria5363
    @gargihatimuria5363 8 місяців тому

    মইও সাজ খাৱলৈ গৈ মানুহ জনী আনিলোঁ তাৰ পৰা কি হ’ল ?

  • @KalyaniChetia-e2z
    @KalyaniChetia-e2z 8 місяців тому

    নাহাহিঁ নোৱাৰিলো 41:32

  • @rockzlyrics7816
    @rockzlyrics7816 5 місяців тому

    😂😂😂😂😂😂❤❤❤

  • @BarnitaDas-r3u
    @BarnitaDas-r3u 8 місяців тому

    😮😢

  • @lipidutta388
    @lipidutta388 8 місяців тому

    😂😂😂😂😂😂😂😂nobou n ontoxotta 😂😂😂😂😂

  • @bhanitadeka8369
    @bhanitadeka8369 8 місяців тому +1

    Anchor goraki overacting karise

  • @JonaliBaishya-vb2ho
    @JonaliBaishya-vb2ho 9 днів тому

    😅😅

  • @ggdd9724
    @ggdd9724 8 місяців тому

    Morm lga bou

  • @jayantachetia4607
    @jayantachetia4607 8 місяців тому

    Val lagil sai