Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
এই নাটকখনলৈ এতিয়াও মনত পৰে। গানটো মনত আছে। বহু বছৰৰ পিছত শুনিবলৈ পালোঁ। কিযে ভাল লগা। এই নাটকখন আকৌ এবাৰ আবাহনৰ মঞ্চত দেখিবলৈ পাম বুলি আশা কৰিলোঁ।
গীতটো শুনিলে গা মন শিয়ৰি উঠে, তাহানিৰ সেই সৰুকালৰ কথা মনত পৰি যায়, ইমান সুন্দৰ পৰিবেশন,,❤
বাৰে বাৰে শুনিও আমনি নলগা গানটো শুনি সদায়েই নষ্টালজিক হৈ পৰো কি যে আবেদন মন প্ৰশান্তিৰে ভৰি পৰে ধন্যবাদ জনাইছো এনে এটি গীত উপহাৰ দিয়া বাবে
After 40 years , today again refreshed my mind with this song. I have returned to my childhood and my favorite drama Snehabandhan
ড়
বৰ ভাল কাম এটা হ'ল । বাকীকেইটা গানো কৰিযোৱা । congratulations to all of you
চিৰসেউজ এই গান। বহুত ধুনীয়া হৈছে।
অসমৰ নাট্যজগতত প্ৰথম জনপ্ৰিয়তাৰ শীৰ্ষ স্পৰ্শকৰা (মোৰমতে) আৱাহনথিয়েটাৰৰ “স্নেহবন্ধন”নাটকৰ গীত কেইটি সচাকৈয়ে আজিও মোক মতলীয়াকৰি তোলে ৷বয়সৰ পৰিধি ভাঙি গুচিযাওঁ তাহানিদিনলৈ°°°°°°আপোনাক অশেষ অশেষ ধন্যবাদ৷
Khub dhuniya lagise
Ki mozza gaan bor Val lagil. Dadak he monot Parise.
বাহ.............কি সুন্দৰ গীতগা সিয়ৰি উঠিছেখুউব সুন্দৰজেঠালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোতেখেতৰ সু-স্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোলগতে ৰিতু বৌৰ সুললিত কণ্ঠ, দিগন্ত দাৰ মন পৰশা সংগীত অতি মনোমোহা,গীতটোৰ লগত জড়িত ডলী বৌ, সিমান্ত দা ৰাজিৱ দালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো🙏🙏🙏
ধন্যবাদ হিমাংশু ।
আদৰণিয় পদক্ষেপ। ভাল লাগিল, আজিও নতুন এই গান।
Dhuniya lagise Ritu bou
ধূনীয়া গান
খুব সুন্দৰ গীত
১৯৭৯-৮০ চনত কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰা "চন্দ্ৰ গ্ৰহণ" নামৰ নাটখনত দিয়া "অ' লাজুকী লতা লাজ লাজ ......দুল দুল দোলনাত লাগি যায় দুটি হিয়া ... " গীতটি শুনিবলৈ মন গৈছে।
Bohut bohut bhal lage
Oti sundar hoise
খুব ভাল লাগিল গানটো আকৌ শুনিবলৈ পাই । ইয়াৰ অডিও কেছেট খন মোৰ তাতে এতিয়াও আছে। লগতে আৰু এটা অনুৰোধ ৰিমকী ও ৰিমকী গানটো ও যেন শুনিবলৈ পাও ।
Please add the portfolio of renonwed artist Dasarath Das in the about section. Add his past worked details, achievements etc. Thanks. Pleased to watch (hear) this & waiting more... with you forever......
Thanks for complements.
বহুত ভাল লাগিল
খুব ভাল লাগিল
love you dasarath da
Love forever ...... love this song 😘😘😘😘
Gaganar katha aru sur sarbanga sundar.vagabane kushale Arkham aponak.
চিৰ সেউজ কালজয়ী গীত ❤❤
মই যিমান দূৰলৈকে জানো আৱাহন থিয়েটাৰ "স্নেহ বন্ধন" নাট খনৰ গোটেই কেইটা গীতেই ভাল। ৰিমকি ও ৰিমকি....স্নেহ বন্ধন.......
🙏🙏🙏🙏🙏🙏
স্নেহ বন্ধন চিগী যায়.....গীতটি কত পোৱা যাব।
আমিও যথেষ্ট আগ্ৰহী হৈ আছোঁ
@dolly2tamuly606 hunkale ulale val pam. asha koru Teur bidehi atmai santi pabo.
🙏🙏🙏🙏
Golden days
Good song
অমৰ গীত
Prastut karar prayash salagisu asha karilo Baki khinio...Chandra o...jum..jum.. rimjim..ei...brishti......aru bahuto
Ane geet aru shristi hobo ne . Sasakoi hridoi sui jai.
Naat khon monot naai.. naat sai sai deutar kolatei xui goisilu saage..Deutai cassette khon kini anisilXoihobor dinot mur fav geet
মিনু শইকীয়াত কৈ বহুত তলত এই গীতৰ মহিলা কণ্ঠটো।আগৰ গীত টো শুনিলে এই গীতটো শুনিবলৈ মন নহয়। Remake সদায় remake ই হয়।ভাল নালাগে।
এই নাটকখনলৈ এতিয়াও মনত পৰে। গানটো মনত আছে। বহু বছৰৰ পিছত শুনিবলৈ পালোঁ। কিযে ভাল লগা। এই নাটকখন আকৌ এবাৰ আবাহনৰ মঞ্চত দেখিবলৈ পাম বুলি আশা কৰিলোঁ।
গীতটো শুনিলে গা মন শিয়ৰি উঠে, তাহানিৰ সেই সৰুকালৰ কথা মনত পৰি যায়, ইমান সুন্দৰ পৰিবেশন,,❤
বাৰে বাৰে শুনিও আমনি নলগা গানটো শুনি সদায়েই নষ্টালজিক হৈ পৰো কি যে আবেদন মন প্ৰশান্তিৰে ভৰি পৰে ধন্যবাদ জনাইছো এনে এটি গীত উপহাৰ দিয়া বাবে
After 40 years , today again refreshed my mind with this song. I have returned to my childhood and my favorite drama Snehabandhan
ড়
বৰ ভাল কাম এটা হ'ল । বাকীকেইটা গানো কৰিযোৱা । congratulations to all of you
চিৰসেউজ এই গান। বহুত ধুনীয়া হৈছে।
অসমৰ নাট্যজগতত প্ৰথম জনপ্ৰিয়তাৰ শীৰ্ষ স্পৰ্শকৰা (মোৰমতে) আৱাহনথিয়েটাৰৰ “স্নেহবন্ধন”নাটকৰ গীত কেইটি সচাকৈয়ে আজিও মোক মতলীয়াকৰি তোলে ৷বয়সৰ পৰিধি ভাঙি গুচিযাওঁ তাহানিদিনলৈ°°°°°°আপোনাক অশেষ অশেষ ধন্যবাদ৷
Khub dhuniya lagise
Ki mozza gaan bor Val lagil. Dadak he monot Parise.
বাহ.............
কি সুন্দৰ গীত
গা সিয়ৰি উঠিছে
খুউব সুন্দৰ
জেঠালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছো
তেখেতৰ সু-স্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলো
লগতে ৰিতু বৌৰ সুললিত কণ্ঠ, দিগন্ত দাৰ মন পৰশা সংগীত অতি মনোমোহা,
গীতটোৰ লগত জড়িত ডলী বৌ, সিমান্ত দা ৰাজিৱ দালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো
🙏🙏🙏
ধন্যবাদ হিমাংশু ।
আদৰণিয় পদক্ষেপ। ভাল লাগিল, আজিও নতুন এই গান।
Dhuniya lagise Ritu bou
ধূনীয়া গান
খুব সুন্দৰ গীত
১৯৭৯-৮০ চনত কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰা "চন্দ্ৰ গ্ৰহণ" নামৰ নাটখনত দিয়া "অ' লাজুকী লতা লাজ লাজ ......দুল দুল দোলনাত লাগি যায় দুটি হিয়া ... " গীতটি শুনিবলৈ মন গৈছে।
Bohut bohut bhal lage
Oti sundar hoise
খুব ভাল লাগিল গানটো আকৌ শুনিবলৈ পাই । ইয়াৰ অডিও কেছেট খন মোৰ তাতে এতিয়াও আছে। লগতে আৰু এটা অনুৰোধ ৰিমকী ও ৰিমকী গানটো ও যেন শুনিবলৈ পাও ।
Please add the portfolio of renonwed artist Dasarath Das in the about section. Add his past worked details, achievements etc.
Thanks. Pleased to watch (hear) this & waiting more... with you forever......
Thanks for complements.
বহুত ভাল লাগিল
খুব ভাল লাগিল
love you dasarath da
Love forever ...... love this song 😘😘😘😘
Gaganar katha aru sur sarbanga sundar.vagabane kushale Arkham aponak.
চিৰ সেউজ কালজয়ী গীত ❤❤
মই যিমান দূৰলৈকে জানো আৱাহন থিয়েটাৰ "স্নেহ বন্ধন" নাট খনৰ গোটেই কেইটা গীতেই ভাল। ৰিমকি ও ৰিমকি....স্নেহ বন্ধন.......
🙏🙏🙏🙏🙏🙏
স্নেহ বন্ধন চিগী যায়.....গীতটি কত পোৱা যাব।
আমিও যথেষ্ট আগ্ৰহী হৈ আছোঁ
@dolly2tamuly606 hunkale ulale val pam. asha koru Teur bidehi atmai santi pabo.
🙏🙏🙏🙏
Golden days
Good song
অমৰ গীত
Prastut karar prayash salagisu asha karilo Baki khinio...Chandra o...jum..jum.. rimjim..ei...brishti......aru bahuto
Ane geet aru shristi hobo ne . Sasakoi hridoi sui jai.
Naat khon monot naai.. naat sai sai deutar kolatei xui goisilu saage..
Deutai cassette khon kini anisil
Xoihobor dinot mur fav geet
মিনু শইকীয়াত কৈ বহুত তলত এই গীতৰ মহিলা কণ্ঠটো।
আগৰ গীত টো শুনিলে এই গীতটো শুনিবলৈ মন নহয়। Remake সদায় remake ই হয়।
ভাল নালাগে।