Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
সুন্দৰ ৰ্বাতা ।আপোনাৰ এই ৰ্বাতা এক মহত বানী হৈ ৰব । ধন্যবাদ ।
ধন্যবাদ,খংটো অলপ হলেও কমোৱআত সহায় হব ।বৰ সুন্দৰ কথাখিনি জনালে ।
ধন্যবাদ থাকিল আপোনালৈ
সম্পূৰ্ণ সচা কথা এনেদৰে ভিডিঅ আগবঢ়াই দিয়াৰ বাবে। ধন্যবাদ থাকিল আপুনালৈ 👍👌
সচাকৈ এশ শতাংশ সত্য !অন্তৰ আত্মাৰ চুই গৈছে আপোনাৰ দূৰ্লভ বাণীয়ে ❤️❤️🙏🙏
BHT vl lagise apunar video tu sai...❤❤❤❤
আপুনি বহুত সুন্দৰ কথা কৈছে দাদা ধন্যবাদ
বাস্তৱ সত্য কথা প্ৰকাশ কৰিলে আপুনি ধন্যবাদ জনাইছোঁ 👌🙏
Apuni video bor specially mor babe ready kore ne ki jonale bhal pam ...god bless you
খঙাল মানুহৰ লগত জীৱন কটোৱা সকলৰ বাবে এই কথা খিনি বেছিকৈ আৱশ্যক। ধন্যবাদ 🙏🙏
Thank you
অতি সুন্দৰ ভিডিও শুনি বহুত ভাল লাগিল
Bhaal.lagil.apunar..kotha.huni
bht vl kotha kole apuni❤
কথাবোৰ একেবাৰে সঁচা যেন অনুভৱ হ'ল।
বহুত সময়োপযোগী কথা কলে, অশেষ ধন্যবাদ আপোনাক👍💖
বানানৰ ক্ষেত্ৰত মনোযোগী হ’লে এনে মহৎ বাণী আৰু আকৰ্ষণীয় হ’ব৷
কথাবোৰ শুনি সঁচাকৈ ভাল লাগিছে ,
বৰ ভাল লাগিল ধন্যবাদ আপোনাৰ উজ্জলভবিছ ত কাম না কৰি লো❤❤❤❤
সুন্দৰ, একেবাৰে বাস্তৱ সত্য কথা কৈছে।
কথা খিনি জানিব পাৰি ভাল লাগিল। ধন্যবাদ
বহুক বহুত ভাল কথা কৈছে ধন্যবাদ
ভিডিওটো শুনি ভাল লাগিল ধন্যবাদ
বহুতো গুৰুত্বপূৰ্ণ কথাই কলে 🎉🎉
ধন্যবাদ আপোনালৈ
ভাল লাগিল জানিব লগীয়া কথা।
সচাকৈ বহুত সুন্দৰ কাহিনী শুনি বহুত ভাল লাগিল ধন্যবাদ ভাইজান 🙏
বহুত বহুত ভাল লাগিছে শুনি ।ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছো।
ভাল লাগিল পঢ়ি
Bhut bhut Val lagil video 2 Sai aru dib anekuwa video
Apunar kothabur huni bohot val lage... Ru apuni dia upodekhbur hosakoi bohot obhigota lav koribo pari apunar kothabur pora....🙏
Ekdom. Xosa kotha dei.. Val lagil
@@chitraranjannath face boot ase neki
ভাল লাগিল আপোনার সৎ উপদেশৰ বাবে।
বহুত ভাল লাগিল কথা খিনি শুনি
আপোনাৰ ভিদিও সচাকৈ অতি প্ৰেৰণা মুলক । মোৰ হৃদয়ক সচাকেই অনুপ্ৰাণিত কৰিলে । আপোনাৰ উপদেশক সন্মান কৰিম । কৃতজ্ঞতাই আমাৰ জীৱনত সফলতা কঢ়িয়াই আনিব। আপোনাৰ এই কৃতজ্ঞতাক আন্তৰিক শ্ৰদ্ধাৰে শলাগিছো। ধন্যবাদ জনাইছো আপোনাক। ভগৱানক অশেষ ধন্যবাদ জনাইছো । প্ৰেৰণা মুলক ভিডিঅ' আকৌ পাম বুলি আশা ৰাখিলোঁ ।
Krishna Krishna Krishna Oum santi santi santi 🙏🙏🙏🙏
সচাকৈয়ে বহুত ভাল লাগিল ভিডিওটো মোৰো বহুত খং উঠে আজি আপোনাৰ ভিডিওটোৰ পৰা বহুত উপকৃত হলো ধন্যবাদ দাদা 🙏
ধন্যবাদ থাকিল ভাইতি
খং টোৰ কাৰণে মই অনুতপ্ত।এদিন চাগে খং টোৰ বাবে মই নিজে নিজক শেষ কৰি দিব লগা হব 😢😢😢
Follow kork val fol pab 🙏🙏
খং ঙে মানুহক জীবন টো ধধংস কৰে আপূনি বহুত সুন্দৰ কথা শুনি ভাল লাগিছে
Apunar protitu video e val lage , thanks
সুন্দৰ লাগিল কথাখিনি জানি ।ধন্যবাদ
Bor hundorkoi koise val lagil
Right hoi sir moi apunar video Sai thaku aibur katha pura right
Dhanyabad dada
ক্ৰোধ আৰু খংৰ বাৰ্তালোচনা শুনি বহু ভূলৰ কথা উপলব্ধি কৰিব পাৰিছো ।পুনৰ লগ পোৱা আশাৰে ধন্যৱাদ জনালো।
সচাকৈয় বৰ ভাল কথা।
সচাই বৰ ভাল লাগিল🙏
Apunar hundor voice aru motivational video bur bohut val lage
Apunar kotha huni bor bhal lagil ajirpora moi khong arilu thank you
Thanks valuable. Common. Problems
বহুত ভাল লাগিল শুনি
Bohut bhal lagil❤
Bahuta bhal Katha kisi apuni
আপোনাৰ কথাবোৰ বৰ ভাল লাগে
❤
thanks . bhal lagil .
Bohut val lagil huni. Dhonyobad 🙏
Bohut val lagil.
সঁচাকৈ সুন্দৰ ভিডি ও
Bohut val lagil
Sir bohut vhal paisu moi .apunar vhal howk dhirgo jibi howk
Val lagil kothabur
Bhout bhal lagil.
সুন্দৰ পৰামৰ্শ আগবঢ়ালে 🙏
ধন্যবাদ জনালোঁ
Right personality motivation 🙏🙏💥💥
Dhanyabad. Apuni konodin karo ochorot khong nokorene ? Jonale bhal Pam.
কৰো। কিন্তু হঠাৎ ৰিয়েকশ্যন নিদিওঁ। আগতে মোৰ অলপতে খং উঠিছিল আৰু মই খঙতে বহুত কিবা কিবি কৈ দিছিলো। যাৰ বাবে মোৰ বহুত ক্ষতি হৈছিল। খং নকৰো নকৰো ভাবি থাকিলেও মই নিজকে কন্ট্ৰোল কৰিব পৰা নাছিলো। খঙটো কমাবলৈ মই মোৰ চিনাকি দুই এজন মনোৰোগ বিশেষজ্ঞৰো পৰামৰ্শ লৈছিলো আৰু বিভিন্ন লেখা-মেলা বা ভিডিঅ চাইছিলো। সেইবোৰৰ পৰা মই শিকি বুজি এতিয়া বহু পৰিমানে খভক নিয়ন্ত্ৰণ কৰিব পৰা হৈছো। কিন্তু খং একেবাৰে মানুহৰ জীৱনৰ পৰা শেষ কৰিব নোৱাৰি সেইটো সত্য। কিন্তু হঠাৎ খং নকৰি নিজকে কন্ট্ৰোল কৰিব পাৰি। কেতিয়াবা খং কৰিবলগীয়া হ'ব পাৰে কিন্তু সেই খঙে যাতে নিজৰ লগতে কাৰো ক্ষতি কৰিব নোৱাৰে সেইটোত আমি ধ্যান ৰাখিব লাগে। আপোনাৰ কমেন্টৰ বাবে অশেষ ধন্যবাদ থাকিল।
Right Kotha Koisa Apuni Dada 👍
Hosai val lagil dada ktha bilak
কাম ক্ৰোধ লোভৰ মোহে সকলোকে গ্ৰাস কৰেই l অতিৰিক্ত সুভদ্ৰা হোৱা ভাল নহয় l সুন্দৰ উপদেশাবলী l
bor bhal lagil koha khini huni Apunar ei harua kothakhiniye nisay bohutoke opkar koribo ..Thanks .
Bhut val lagil. V d o to sai dhanyabad
Bohut val lage
Aaponaar video bure mok, natun jibon Dise, somajot aaguwai jabole ,thank you
Val lagil brother
ধন্যবাদ থাকিল আপোনালৈ। আপোনাৰ ভিদিও বুৰ চাই বহুত ভাল পাওঁ আৰু আগলৈ এনেকুৱা নতুন নতুন কথা জানিবলৈ পালে আৰু আগুৱাই যাব পাৰিম বুলি আশা ৰাখিলোঁ ধন্যবাদ
Khundorrr val lagia video
কথাখিনি ভাল লাগিল । কিন্তু অকল মতা মানুহে হে যেন খং কৰে মাইকী বিলাকে খং নকৰে তেনেকুৱা যেন লাগিল । আপোনাৰ কথাখিনি নিৰপেক্ষ যেন নেলাগিল ।
আপুনি কথাখিনি সম্পূৰ্ণকৈ হয়তো নাইচোৱা। 'পুৰুষেও নাৰীৰ অত্যাচাৰৰ সন্মুখীন হয়আমি সকলোকে সামৰি এই কথাখিনি কৈছো' বুলি মই উল্লেখ কৰিছিলো
Apunar vidio bur bohut val laga ami hodai hunu anakoi hodai vidio bur di thakibo buli akha thakil ❤
Bholenath 💗❤️💐
Khsakoi bohut val lagil Dada
Dada vedio tu sai bohut bhal lagil, muru kiba ane khong uthi thake dada najanu aru, apunar kripat moy khong tu komay dim dada.🙏🏽❤❤❤
সুন্দৰ।
Very good. Mor ane obstah bhai
Val lagil huni mur kahinitu
Bhal lagile
Kothaboor huni vl lagil .Ajikali moore saro saro kothat khog uthe.
খং নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰিব লাগে,তেওঁ প্রকিত অৰ্থত মানুহ।
খুব সুন্দৰ 👍ভাল লাগিল কথাখিনি।
Bahut val lagil
Thanks. Valuable topic
Verry good for human life
Thanks you guider thanks I will be hearing such type coments for ever
Mur khong nutha moi control koribo paru kintu apunar video val lagil .thanks .❤🎉🎉❤
Dada agole anekoi di thakibo video
Val lagil
Bor Val kotha kole dada
Val lagile dada
সুন্দৰ
Hore krishana❤❤❤
কথা কেইষাৰ শুনি ভাল লাগিল।
Nice motivation ❤
Mur khong bohut aji apunar kotha khini huni olop khaokh paisu ajir pa khong komab sesta korim🙏🙏
সুন্দৰ ৰ্বাতা ।আপোনাৰ এই ৰ্বাতা এক মহত বানী হৈ ৰব । ধন্যবাদ ।
ধন্যবাদ,খংটো অলপ হলেও কমোৱআত সহায় হব ।বৰ সুন্দৰ কথাখিনি জনালে ।
ধন্যবাদ থাকিল আপোনালৈ
সম্পূৰ্ণ সচা কথা এনেদৰে ভিডিঅ আগবঢ়াই দিয়াৰ বাবে।
ধন্যবাদ থাকিল আপুনালৈ 👍👌

আপুনি কথাখিনি সম্পূৰ্ণকৈ হয়তো নাইচোৱা। 'পুৰুষেও নাৰীৰ অত্যাচাৰৰ সন্মুখীন হয়
আমি সকলোকে সামৰি এই কথাখিনি কৈছো' বুলি মই উল্লেখ কৰিছিলো
Apunar vidio bur bohut val laga ami hodai hunu anakoi hodai vidio bur di thakibo buli akha thakil ❤
Bholenath 💗❤️💐
Khsakoi bohut val lagil Dada
Dada vedio tu sai bohut bhal lagil, muru kiba ane khong uthi thake dada najanu aru, apunar kripat moy khong tu komay dim dada.🙏🏽❤❤❤
সুন্দৰ।
Very good. Mor ane obstah bhai
Val lagil huni mur kahinitu
Bhal lagile
Kothaboor huni vl lagil .Ajikali moore saro saro kothat khog uthe.
খং নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস কৰিব লাগে,তেওঁ প্রকিত অৰ্থত মানুহ।
খুব সুন্দৰ 👍
ভাল লাগিল কথাখিনি।