PRIME DEBATE : ৰাজনীতি কৰিবলৈকে সমস্যাৰ সমাধান বিচাৰে নেকি? Congress

Поділитися
Вставка
  • Опубліковано 19 жов 2024
  • PRIME DEBATE | ক্ষমতাকেন্দ্ৰিক ৰাজনীতি বনাম সাধাৰণ ৰাইজৰ স্বাৰ্থ
    মূল্যবৃদ্ধি, নিবনুৱা, অপৰাধ, বিধ্বস্ত বাট-পথ...
    শাসক-বিৰোধীয়ে গুৰুত্ব নিদিয়া বিষয় আৰু ইছ্যু
    ৰাজনীতি কৰিবলৈকে সমস্যাৰ সমাধান বিচাৰে নেকি?
    ফলাফলৰ পাছত সঁচাকৈ অহংকাৰী হৈছে নেকি কংগ্ৰেছ?
    হঠাৎ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ কিয় অখিল-লুৰীণ?
    কংগ্ৰেছক সঁচাকৈ প্ৰয়োজন নেকি দুই গগৈৰ সহযোগ?
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #aassampolitics #congress #akhilgogoi #luringogoi
    #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
    প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Download our News18 Mobile App - onelink.to/des...
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 15

  • @minahazarika7578
    @minahazarika7578 2 місяці тому +10

    অতি শুন্দৰ কথা কৈছে ৰক্ষকেই বক্ষক ভৰসা নাই ছি ঃ ছেলেপু মন্থী সুৰক্ষানাই ছেলেপু চৰকাৰ

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 2 місяці тому +3

    ৰাইজে নিজাববীয়াকৈ প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজন ৷ বহু জনজাতীয় গাৱঁত এতিয়াও প্ৰাচীন কালৰ দৰেই গাৱঁত গাওঁবুঢ়াৰ অনুমতি অবিহনে গাৱঁত প্ৰৱেশ নিষিদ্ধ ৷ সেইবোৰ গাৱঁত ৰাতিৰ সময়ত কোনো অচিনাকি লোকৰ প্ৰৱেশ মানে জীৱিত অৱস্থাত ঘুৰি অহা সম্ভৱ নহয় ৷ সেয়ে সেইবোৰ অঞ্চলত এনে অপৰাধ সংঘটিত হোৱাৰ সম্ভাৱনা কম ৷ খাৰখোৱা ডেকাগাভৰুৰ মাজত নিজকে বচাবলৈ প্ৰতিৰোধী শৰীৰ চৰ্চাও নাই বুলিবই পাৰি ৷ বহুতৰে ঘৰখন আগফালে মজবুত গ্ৰীল কিন্তু পাছফালৰ দোৱাৰ সোলোকঢোলোক ৷ চোৰডকাইতে অসমীয়া মানুহৰ ঘৰবোৰৰ এই দুৰ্বলতা ভালকৈয়ে অৱগত ৷ এটা অতি সহজ কথা জনাটো দৰকাৰ " চুৰ ডকাইতৰ ভয়
    চকুলৈ, বন্দুক বাৰুদলৈ নহয় " , অসমীয়া প্ৰৱচন এফাঁকি আছেই নহয় , ' বাছি খাবা জাগি শুবা “ ৷ অলপ দকৈ চিন্তা কৰক , সমাধান আছে ৷

  • @pgoswami5378
    @pgoswami5378 2 місяці тому +3

    বিৰোধী ঐক্যমঞ্চৰ সহযোগী দল যেতিয়া পৰস্পৰে পৰস্পৰৰ সহায়ক হোৱাটো স্বাভাৱিক। যোৱা
    লোকসভা নিৰ্বাচনতেই তাৰ উমান
    পাব পাৰি। অকলে নিৰ্বাচন খেলিলে
    জেদাজেদি বাঢ়ি আটায়ে প্ৰাৰ্থী দিয়াটোও স্বাভাবিক। তেতিয়া বিৰোধী দলসমূহ ক্ষতিগ্ৰস্ত হোৱাটো নিশ্চিত। কথাবোৰ দল সমূহে এৰা ধৰাৰ মাজেৰে আলোচনা
    কৰি আগবাঢ়িব পাৰিলে ভাল। অধিকাংশ
    খিলঞ্জীয়া লোক কিন্তু বিজেপিৰ পক্ষতেই আছে বুলি যোৱা লোকসভা নিৰ্বাচনে দেখুৱাই দিছে।

  • @ranjitgogoi5738
    @ranjitgogoi5738 2 місяці тому

    Success hoboloi Tini Gogoi lagiboi

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 2 місяці тому

    আজিৰ দিনটোত পুলিচে নিষ্ক্ৰিয় ভূমিকা পালন কৰিবলৈ লৈছে। বহু উদাহৰণ দেখা গৈছে। পুলিচ সক্ৰিয় নহলে সমাজত অশান্তি বৃদ্ধি পাব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ভাষণত কৈছিল যে স্থানীয় আৰক্ষীয়ে অপৰাধী বিলাকক চিনি পায় আৰু ধৰিব পাৰে। তেন্তে ধৰা নাই কিয়।

  • @bimansaikia4305
    @bimansaikia4305 2 місяці тому

    চৰকাৰে পেট্ৰলিংৰ কাৰণে তেল দিয়াৰ ব্যৱস্থা লব লাগে। ইমান পিছতো বিচাৰ সোনকালেই কৰে যেন।

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 2 місяці тому

    পুলিচে গাড়ীৰ ফটো উঠাই ফাইন লগোৱাৰ বাদে আৰু vip ৰ পাচত ঘূৰি ফুৰাৰ বাদে বেলেগ কাম কৰা দেখা নাই।

  • @dukedihingia1804
    @dukedihingia1804 2 місяці тому

    Ajikali o c adi responsible post
    .Bilak bikir hoi gotikeai..ai abostan. Tarupori jatigota kothai ase

  • @hndekari8011
    @hndekari8011 2 місяці тому

    বহু সময়ত দেখা গৈছে যে আৰক্ষী বাহিনী নিজেই নানান ধৰণৰ অপৰাধমূলক কামত লিপ্ত থাকে ৷ অৱশ্যে একাংশ আৰক্ষী ৷ কিনু; সামগ্ৰিকভাৱে আৰক্ষী বিভাগ অপৰাধীৰ শাৰীত থিয় দিয়া পৰিলক্ষিত হৈছে যেনে--- জোনমণি ৰাভাৰ হত্যাকাণ্ড; সম্প্ৰতি সমগ্ৰ অসম জোকাৰি যোৱা জাহাংগীৰৰ হত্যা আৰু সুনীল গগৈৰ নিখোজ কাণ্ড আদি ৷ চৰকাৰ আৰু আৰক্ষী প্ৰশাসন এইক্ষেত্ৰত সম্পূৰ্ণ বিফল হৈছে অপৰাধীক ৰক্ষণাবেক্ষণ দিবলৈ গৈ ৷৷

  • @birendranathsaikia2350
    @birendranathsaikia2350 2 місяці тому

    Akil and Lurin should take care of Congress leaders. If they support Congress, Mia Muslim will be the rulers of our Ahom in Assam as Congress have more Muslims dominated assembly constituencies and Rakibul Hussain will be our CM and HM in near future. Lachit thrown out the Mughal but Congress leaders are in favour of Bangladeshis Muslim ie the Mughal.

  • @vivekhazarika
    @vivekhazarika 2 місяці тому

    Assamess people is minority in Assam,,,,, but that thing is not realized our local politician ,,,, which they have very limited knowledge ofof them. Sothe situation of Addam is like this .

  • @minahazarika7578
    @minahazarika7578 2 місяці тому

    তিনি গগৈ প্ৰয়োজন

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 2 місяці тому

    Asomor swarthot congress...Raijor dol..Asom jatiyo porishod ek hoi thakok....Gourob gogoi + Akhil gogoi + Lurinjyoti gogoi
    .Bhupen borak. APCC sobhapoti podor pora obyahoti diyok..
    Bhupen borak loi.. congress kormi sokol...sukhi .nohoi
    .....APCC sobhapoti podot...
    BJP Pir pora congres loi.. oha...prodyut bora.. ba Pabon sing ghatuwarok APCC sobhapoti patok

  • @munindranathborah2553
    @munindranathborah2553 2 місяці тому

    L😅😅😅😅