পাঞ্জাবাৰীৰ হোটেলৰ বন্ধ কোঠাত নিশা কি ঘটিছিল? NKTVৰ ষ্টুডিঅ’ত অভিনেত্রী বাবলী বৰা EXCLUSIVE

Поділитися
Вставка
  • Опубліковано 13 жов 2024
  • ▶️ পাঞ্জাবাৰীৰ হোটেলৰ বন্ধ কোঠাত নিশা কি ঘটিছিল?
    ▶️ .32 পিষ্টল দেখুৱাই এগৰাকী যুৱতীক বলাৎকাৰ!
    ▶️ NKTVৰ ষ্টুডিঅ’ত অভিনেত্রী বাবলী বৰা EXCLUSIVE

КОМЕНТАРІ • 590

  • @dipadas8079
    @dipadas8079 2 роки тому +123

    এজনী ছোৱালী হৈ ৰাতি ল'ৰাৰ লগত ৰ্পাতি কৰাটো উচিত নহয়

  • @kushalzg2677
    @kushalzg2677 2 роки тому +86

    তাইৰ বন্ধু বান্ধৱ ইমান জহৰা তাই কিমান ভাল হব পাৰে।।। তাই জহৰা কেইটাৰ লগত involved আছিলে চাগে নহলে তাই কিয় তাত যাব।।।।

  • @montudutta7017
    @montudutta7017 2 роки тому +49

    অভিনেত্রী হেনো , ৰাতি ৩/৪ বজালৈকে কিহৰ পাৰ্টি ? পাৰ্টি কৰিবলৈ সময় আৰু ঠাই বিচাৰি নাপালি আৰু 👍 তোমালোকে মদ খায় পাৰ্টি কৰিবা আৰু অসমৰ সকলো মানুহ লাজত পৰিব লগীয়া হয় 👍 কিয় তোমালোকৰ এনেকুৱা মানসিকতা ?

  • @assamessvlog7846
    @assamessvlog7846 2 роки тому +34

    আধা ৰাতি লৈ শ্বুটিং কৰি ও যে বেছেৰী জনী আকো হোটেল লত পাৰ্টি খাব গৈছে, কিমান মৰম চেনেহ মাজত, মনিছো কিন্তু দি,😀😀😀

  • @manibankalitanath3648
    @manibankalitanath3648 2 роки тому +97

    সম্পূৰ্ণ ছোৱালী জনীৰ দোষ ।
    ৰাতিপুৱা 4 বজালৈ লৰাৰ লগত হোটেলত পাৰ্টি কিয় কৰিব যাব লাগে ।
    আৰু তেনেকুৱা বোৰেই মজা পায়।

  • @urmideka2292
    @urmideka2292 2 роки тому +186

    এইবোৰ নটী ছোৱালীৰ কাম । কোনো ভাল ছোৱালীয়ে মাজৰাতি মদাহীৰ লগত হোটেলত পাৰ্টি কৰিবলৈ নাযায়।

    • @BB-xn1rz
      @BB-xn1rz 2 роки тому +5

      Moza.. Val disa.. aibure original rendi.. bal soothing koribo goise.. koti mari furibo aru soothing Kotha koi..

    • @jayantadas8684
      @jayantadas8684 2 роки тому +3

      আজি কালি বুজি নোপোৱা মানুহ নাই ,(পাপাৰ বেলি বেলি ভাল বন্ধু এটা জিন্নদিগী)এইবিলাক নাৰ্মেল কথা , কলে বহুত কথা ,Guwahati ইহঁতৰ বাবে ৰাতি, আমি গাঁৱলীয়া কিন্তু বুজিব পাৰোঁ ১২

    • @saratphukan3018
      @saratphukan3018 2 роки тому +1

    • @saratphukan3018
      @saratphukan3018 2 роки тому +1

    • @saratphukan3018
      @saratphukan3018 2 роки тому +1

      @@jayantadas8684 ဟ

  • @babulray3191
    @babulray3191 2 роки тому +34

    এজনীয়ে মেইন এইবোৰ মাইকীৰ বাবে পৃথিৱীৰ সকলো শান্তি নিশেষ হৈ আছে।।

  • @jahirulislam4311
    @jahirulislam4311 2 роки тому +86

    কুচৰিত্ৰ মানুহ জনৰ লগত তাইৰ কিহৰ সম্পর্ক নিশ্চয়ই ইয়াত কিবা ৰহস্য আছে।

  • @donaljyotidas1893
    @donaljyotidas1893 2 роки тому +3

    Good babli baa vleii koixa apunar ktha bht dom axa tnkoi dibo lgaaa 👍

  • @sharatmaina4918
    @sharatmaina4918 2 роки тому +56

    ঘেণ্টা বুলি ক'লো! এইজনীকটো আজিহে দেখিছোঁ!!

  • @sabinayasmin5814
    @sabinayasmin5814 2 роки тому +18

    Apnaluke bor comments flise je jbo nalage buli
    Bujisu jbo nlagisile,but sinta koroksun bya kam kra jn ajon lora asile
    Tr khota je aponaluke abr o nkole
    Hee bor val mnhu niki?
    Oh sorry actually hee je lora,amar hmajot loray party kbo jbo pare sualiye nhoy
    Really mnibo lgibo dei 👍👍👍👍

  • @jintumanikalita155
    @jintumanikalita155 2 роки тому +60

    Rati 3 ta bojale oyo t party , bapree manisu dei.. ghoror manuhe khobor nloi nki kot aso kot nai buli..??

  • @farminbegumofficial3442
    @farminbegumofficial3442 2 роки тому +8

    বাবলি বৰাক অভিনয় জগতত দেখিছোঁ বহুত সুন্দৰ অভিনয়❤️
    লগতে এগৰাকী ভাল অভিনেত্ৰীক যদি সঁচাকে কোনোবাই বদনাম কৰিছে তেন্তে এগৰাকী সফল নাৰীক আগবাঢ়ি যোৱাত বাধা দিছে । এগৰাকী ছোৱালী হিচাপে সমাজে ছোৱালীৰ ওপৰত জাপি মিছা অপবাদ সচাকৈয়ে অসহনীয় আৰু ধৰ্ষণ হোৱা ছোৱালী জনীয়ে ন্যায় পাব লাগে নহ'লে আমি ছোৱালী সকলে এনেদৰে লঞ্চিত বঞ্চিত হব লাগিব।
    কাৰোবাক ব্যক্তিগত আক্ৰমণ কৰি কথাখিনি লিখা নাই। বেয়া নাপাব 🙏🏽অ

  • @padumaxom359
    @padumaxom359 2 роки тому +1

    প্ৰথম কথা মই আজি হে গম পালো আপুনি এগৰাকী অভিনেত্ৰী বুলি । আপুনি যে এই কামটো জৰিত আছে এই কথা টো আৰু বেলেগ কে কাকো বুজাব নালাগে আপুনি যিমান যি নুকুৱা কিও । পাৰ্টি (party) টো কেবল মাত্ৰ দুজনী ছোৱালী আছিল এগৰকী আপুনি আৰু ভুগতভুগি ছোৱালী জনি আৰু আপুনি ৩/৪ বজাৰত তাৰ পৰা গুছি আহিল তাৰ পাছত ঘটনা টো ঘতিল টা মানে কি বুজাব , সাপ মাৰক লাঠি নভাগক

  • @truthoflife4477
    @truthoflife4477 2 роки тому +87

    এইবোৰ মাইকীৰ বাবে পৃথিৱীৰ সকলো প্ৰকৃত শান্তি সততা নিশেষ হৈ আছে। যৌন ক্ৰিয়া অকল মানুহ ৰূপী নাৰী-পুৰুষৰ মাজতহে আছে যিসকল জন্তুৰ দৰে। অভিনেত্ৰীৰ অসমীয়া শব্দ বেশ্যা বুলি ও কয় যদি ইংৰাজী ভাষা ভালপোৱা। কিন্তু আজিৰ পৃথিৱীত বাস্তৱ মানৱতা বৃদ্ধি নকৰা বাবেই বাস্তৱ মানসিকতা সৃষ্টি নকৰাৰ মূল কাৰণ আৰু কৃত্ৰিম সত্য-বাস্তৱত অকল নাৰীৰ অবৈধ ক সমৰ্থন কৰা অসীম যৌনতা তৃপ্তি উপভোগ কৰা জন্তুৰূপী পুৰুষৰ ন্যায়ৰ, মানসিকতাৰ বাবে পৃথিৱীৰ প্ৰকৃত মানৱ জাতিত এইবোৰ নাৰীকো সমৰ্থন কৰা বাবে ই শান্তি ধ্বংস হৈ আছে। এই কথাষাৰ যিসকল সীমিত সংখ্যক (Rare) প্ৰকৃত শিক্ষিত মানৱ ৰূপী জন্তুসকলৰ দৰে নহয় তেওঁলোকৰ বাবে প্ৰযোজ্য নহয়।

    • @RAVA_1M
      @RAVA_1M 2 роки тому +2

      Suwali joni jaboi lage kio emn raati lorar lgt
      Beisya🙏

    • @ariniborah3330
      @ariniborah3330 2 роки тому

      Okol maiki manuhr gate dukh nai n lora buru tu bea hobo lagibp aru sob maiki manuh ketiaw ake hobo nuware

  • @ayaanarhan395
    @ayaanarhan395 2 роки тому +67

    তাই যাব কি দৰকাৰ লৰা কেইটা আছে আৰু তাই এজনী ছোৱালী হৈ অকলে সেই ৰোমটোলৈ গৈছে চাকৰি দিম বুলি কলেই দিব পাৰে নেকি তাই নিজে জানিব লাগে আৰু ইমান ৰাতি লৈকে মাক দেউতাকে কেনেকৈ এৰিছে বাৰু আমি গধূলি ৬টা মান বজা লৈকে নাহিলেই এনেকুৱা গালি খাও মাৰ খাও ইমান ডাঙৰ হলো যেতিয়াও কৰবাত কিবা কাম আছে বুলি সুধি গলেও লগতে যাই মা হত আমাৰ কি যে ভাগ্য আৰু তাইৰো এখন ভাগ্য আৰু অকলে অকলে ৰাতি লৰাৰ লগত পাৰ্টি কৰিব ও পাইছে ।

    • @binanjayriang5756
      @binanjayriang5756 2 роки тому

      Det Teri apuni bujanai sualijoni he nije bisari juwa he , oporadik oporad koribole baidhya korise,

    • @shewalikalita2460
      @shewalikalita2460 2 роки тому +1

      q😊

    • @shewalikalita2460
      @shewalikalita2460 2 роки тому

      😊q😊😊😊q

    • @David-kh7rq
      @David-kh7rq 2 роки тому

      Mak deutake atia newsot kobo he amar suwali Anekuwa amar suwali perty koribo a noware

    • @minnalislam5148
      @minnalislam5148 2 роки тому +1

      Guwahatir soalir mak dewtakor khobre nathake o

  • @jayantadas8684
    @jayantadas8684 2 роки тому +59

    ইমান ভালেই যদি ৰাতি ৪তা বজালৈ পাৰ্ত ৰ কৰে নেকি

    • @barsha7527
      @barsha7527 2 роки тому

      Hb a shoting jetiya tetiya loi hb

    • @jayantadas8684
      @jayantadas8684 2 роки тому

      @@barsha7527 এনেকুৱা বন্ধু কথা পেলাব নোৱাৰে , কিন্তু চিনি নেপাই ,তাৰ হাতত পিষ্টল আছে, বাবলি ভাল, বন্ধু ভাল হব লাগে !

  • @ajit9954
    @ajit9954 2 роки тому +29

    Laj naikia... actress ulaise...kihor struggle....kuneu sini napai aijonik

  • @entertainmentandexercies415
    @entertainmentandexercies415 2 роки тому +3

    মহিলা আৰক্ষী এ ২ই পিতন মান দিলে হৈ কাঢ়ি দিব। বেলেগ এজন সাংবাদিকে প্রশ্ন কৰা প্রয়োজন আছিল।

  • @allabout3618
    @allabout3618 2 роки тому +3

    আপুনি আৰু ৰাইজক বুজাব নালাগে আপুনি কিমান ধুৱা তুলসীৰ পাত.... আপোনাৰ স্বভাব ৰাইজে বুজি পাব বাকি নাই... 😂😂
    মাজনিশা লৰাৰ লগত পাৰ্টি কৰা এজনি সভ্য ভাল ঘৰৰ ছোৱালীৰ কাম নহয়... 🤬🤬
    ৰাইজ ইমান বুৰ্বক নহই আপোনাৰ কথা বুজি নাপাবলে 😆😆

  • @mriduladas7201
    @mriduladas7201 2 роки тому +21

    তাই অকলে লৰাকেইটাৰ লগত হোটেলত থাকিব গৈছে আৰু ৰেপ কৰা বুলি বদনাম উলিয়াইছে। তাইকটো কৰো পৰাই ধৰি বান্ধি অনা নাই।

  • @Chandan.Kumar.Barman2024
    @Chandan.Kumar.Barman2024 2 роки тому +68

    কোনো ধূৱা তুলসীৰ পাত নহয় হয়তো প্ৰমাণ নোহোৱাৰ অজুহাততে বাছি যাব ইতিমধ্যে আৰক্ষীয়ে অনুজ্ঞাপত্ৰবিহীন আৰ্মছ উদ্ধাৰ কৰিছে মূল অভিযুক্তৰ হাতৰ পৰা জেলতো গ'ল সেইকাৰণেই ।

  • @bindasssumbindasslife8058
    @bindasssumbindasslife8058 2 роки тому +2

    বাবলি বা অভিনয় অতি সুন্দৰ পিছে কথাটো কিমান সঁচা নাজানো তথাপিও এটা কথা কওঁ বাবলি বায়ে এইটো কেতিয়াও নকৰে বুলি মোৰ বিশ্বাস 🙏🙏🏾🙏🏻

  • @jyutishnachetia3031
    @jyutishnachetia3031 2 роки тому +1

    আমিবোৰে সন্ধ্যা হোৱা লগে লগে ঘৰ ভিতৰত সোমাই থাকোঁ আৰু যাৰ বেয়া স্বভাৱ লক্ষ্যন হি গোটেই ৰাতি ঘূৰি ফুৰিব পাৰে drings কৰিব পাৰে ৰাতি 1pm 4pm সময়ত মানুহে শুই নিশপাল দিয়ে আৰু সেইবোৰ মানুহ কি বিচাৰি ফুৰে নিশাচৰ প্ৰাণী।আৰু হোটেল মেনেজমেন্টত মানুহ বুৰো দায়ী গোটেই নিশা ফ্ৰী থাকে নেকি নাৰী নিৰ্যাতন চলাব পৰাকৈ সুবিধা পোৱাকৈ।🙏কিষ্ণ

  • @assamtop8674
    @assamtop8674 2 роки тому +21

    এইজনীয়ে নিকি মেইন বাইদেউ

  • @junmonichangmai9356
    @junmonichangmai9356 2 роки тому +6

    কথাবোৰ শুনিয়েই নিজকে লাজ লাগিছে ।কিয় যে মানুহবোৰ এনেকুৱা হল ।কথাবোৰো যে ইমান নাটকীয় এই গৰাকীৰ ।সাক্ষাৎকাৰত হে গম পাইছো এগৰাকী অভিনেত্ৰী বুলি ।

  • @ssarma5755
    @ssarma5755 2 роки тому +52

    Very good girl, celebrating party at 4am...

    • @male1895
      @male1895 2 роки тому

      🤣🤣🤣🤣

  • @maramidas5220
    @maramidas5220 2 роки тому +1

    I love you. Babli ba take care

  • @sarmaji92
    @sarmaji92 2 роки тому +1

    আজিহে দেখিছোঁ এইজনিক। আকৌ বোলে অভিনেত্ৰী এইজনি 😀। কৃষ্ণ হে বুলিলো দে 😂😂😂

  • @monujmanoshborah9388
    @monujmanoshborah9388 2 роки тому +57

    এই বাদ দে তহঁতৰ দৰে ফটুৱা অভিনেত্ৰী বহুত দেখিছো ।।

  • @pinkiakshayborah248
    @pinkiakshayborah248 2 роки тому +1

    ইমান ৰাতি ,,,লৰাৰ ৰুমলে গৈ পাৰ্টি কৰি,,,,এতিয়া কৈ আছা,,,,,ম ই এইবোৰ একো নাজানো😁🧐।।।।।।

  • @ranjandeka8848
    @ranjandeka8848 2 роки тому

    Babli bora enekuwa manuh friend

  • @sapunvlogs2516
    @sapunvlogs2516 2 роки тому +2

    তেওঁ অভিনেত্ৰী নহয় RD হয় মষ্ট ...

  • @AkhtarHussain-vq5xl
    @AkhtarHussain-vq5xl 2 роки тому +23

    apuni jiman val dekhabo goi ase kintu nije abar vabi saowk apuni din2 kam kari vagori Parise tente 4 ta loi thakil kenekoi....val manuhe 4ta loi party kare jano... actress r jogya....

  • @Pranjalvlogs94
    @Pranjalvlogs94 2 роки тому

    বাইদেউ তোমাৰ কথাটোও ধৰিব পৰা নাই খেলিমেলি লাগিছে ।

  • @ABHIJITASSAM
    @ABHIJITASSAM 2 роки тому +2

    ৰেন্দাকেইজনৰ লগত মাজৰাতি সুৰাৰ ৰাগত মাতাল হৈ ফুৰাটো কোনোফালৰ পৰা ভাল নেদেখি,এইজনীৰ কথাৰ ভাষ্য চাই সন্দেহে হৈছে,এজনী ছোৱালী ধৰ্ষণ হৈ গৈছে,অথচ অনুভৱ কৰা নাই,হাঁহি হাঁহি দাম্ভিকতৰে কথা কৈ আছে,পিঠিত গৰুপিটন দিলে উলাই যাব কি সচা কি মিছা।আৰু সেই কুকুৰটোৰ হাত ভৰি আৰু পেনিছ কাটি এৰি দিব লাগে,যাতে জীয়াই থাকিবলৈ ইচ্ছা নোহোৱা হ'য়,অন্ততঃ অসমত দ্বিতীয়বাৰ কোনোবাই ৰেপ কৰিবলৈ সাহস নকৰে,,
    আৰু ছোৱালীসকলো সাবধান হব লাগে,দামী গাড়ী,বাইক,ভাল ভাল ঘৰ,ব্যক্তিত্ব Facebook,Insta ত দেখিলেই মিতিৰালি কৰিব নালাগে,বাস্তৱত সি গৰু চুৰো হ'ব পাৰে।অচিন কাঠৰ থোৰা লগোৱা পৰিণতি এইয়া।

  • @dheerasaikia4664
    @dheerasaikia4664 2 роки тому

    Bablik bohut bohut dhanyabad tumar xahox tumi neriba

  • @JayantaBora-y9j
    @JayantaBora-y9j 9 місяців тому

    বাবলি বৰাই ঠিকেই কৈছে শুদ্ধ অনুসন্ধান কৰি নিউজ দিব লাগে ৷ অন্যহাতে কাৰোবাৰ জীৱন ধংস হয় ৷

  • @atowarhussain3788
    @atowarhussain3788 2 роки тому +34

    3ta 4ta loi maal khuwa jagat ei Joni aase, so ei Joni kenekuwa hobo heitu buji puwa goiseee aaru.

    • @throttlereaper1775
      @throttlereaper1775 2 роки тому

      Hoooi dei puaa aseh🤣🤣🤣 tnkuaa BILLA ajoni lakhimpur t u aseeh

  • @bitupanchetia7534
    @bitupanchetia7534 2 роки тому +4

    Kun ai joni .aji 1st dekhilu

  • @sanzu8674
    @sanzu8674 2 роки тому +3

    Sini napao baideo apunak ami.. Apuni Ovinoy val kore jen lagise interview tu sai

  • @bigboss.3213
    @bigboss.3213 2 роки тому +54

    এই মাইকী বোৰ বহুৰূপী কেলা, কথা বোৰত সকলোৱে একেবাৰে গংগাৰ দৰে প্রবিত্র বুলি কয়।
    😂🤣 অভিনেত্রী কাম নাই হোটেলত ১.৩০ নিশা কি কাম অ"
    কথাতে বিশ্বাস কৰিব নোৱাৰি কাকো।

  • @priyanshbhaiofficial1938
    @priyanshbhaiofficial1938 2 роки тому +2

    তাই আহিলে কেনেকৈ এই কথা শুনিবলৈ বৰ মন গৈছে।।।

  • @moran6664
    @moran6664 2 роки тому +7

    OYO হোটেল কিয় ..? বেলেগ হোটেল নাই নেকি 😂

  • @nayanmanideka5758
    @nayanmanideka5758 2 роки тому +1

    পোহৰত ওলালে দেখিব নহয় saikrane পুৱা সময় ৰতিয়ে ওলায় দিছে হোটেলৰ পৰা।

  • @priyankasaikia5302
    @priyankasaikia5302 2 роки тому +8

    মানিচো বাবলী ৰ দোষ!!!!! কিন্তু সেই ছোৱালী জনী ইমানেই ভাল যদি ইমান ৰাতি oyo t কি হেৰি কৰি আছিল,,,,,,,,ইচ ইচ,,,,,,,নিলাজৰ লেখিয়া কথা 😂😀

  • @n.kentertainment1470
    @n.kentertainment1470 2 роки тому +23

    Ovinetri gorakir self confidence bohut besi jen lagise.. Kintu teuk ajiloike dekhau ny siniu napau namu xuna nai.. Kun ei babli bora?

    • @nancysworld8137
      @nancysworld8137 2 роки тому +2

      Assamese serial sabo tetia dekhibo

    • @n.kentertainment1470
      @n.kentertainment1470 2 роки тому +2

      @@nancysworld8137 gotike buji louk teu kiman famous ba popular.. Dui ekhon serialot kam kora manuh bohut dekhisu dui edinot naikia hoi jai..teutkoi kotto val ovinetri bohut ahise goise kuneu monotu rokha nai narakheu... Teuknu kune rakhibo ba rakhise.. Xeitue kotha

    • @kabindeka1307
      @kabindeka1307 2 роки тому +1

      Takei..... 😂
      Asarit.... 🤭

    • @shikhakalita8665
      @shikhakalita8665 2 роки тому

      Assamese serial bhut krise

    • @rupasaikia8568
      @rupasaikia8568 2 роки тому

      Agote imn famous nasile, kintu brtamn olop famous hoise, bixexkoi brindabon srl khn korar pra, tat negative role vlei korise baru

  • @jituldeka4086
    @jituldeka4086 2 роки тому

    বা লেবেল বাইদেউৰ

  • @pranitadutta1665
    @pranitadutta1665 2 роки тому +1

    নাৰী ইমান মুক্ত হোৱাও উচিত নহয়।
    নাৰী ,সুৰা,নিচা এইবোৰে উন্নত সমাজৰ ছবি।

  • @assamesefunni7522
    @assamesefunni7522 2 роки тому

    কথাতে গম পাই,,,,,,,,,,,,,,,,,,,,,,,,,,

  • @Dibyas
    @Dibyas 2 роки тому +12

    As our elders always say,nothing good happens out there after 12

  • @chandrapravamazumdar9839
    @chandrapravamazumdar9839 2 роки тому +1

    Thikei koise dei

  • @baltopluli3176
    @baltopluli3176 2 роки тому +1

    Kothareইহঁতক কোনেও পকাব নোৱাৰে,কাৰণ,তেওঁ এজনী অভিনেত্ৰী

  • @sweetysen1315
    @sweetysen1315 2 роки тому +21

    কোনোবা অনা-অসমীয়া মানুহে এইবোৰ কৰিলে টো আৰু ব্যাপক উগ্ৰ আন্দোলনৰ সম্মুখীন হ'ব লাগিল হয় ,, আইঐ দেহী কি যে আৰু

    • @RAVA_1M
      @RAVA_1M 2 роки тому

      🤣🤣🤣

  • @rajenm3777
    @rajenm3777 2 роки тому +14

    Ai jonir ছেহেৰাটো কিন্তু একেবাৰেই Down . kiba............

  • @kondas8618
    @kondas8618 2 роки тому

    এই জনীক duinombori জেনহে লাগিছে

  • @chandraprasadsaikia8399
    @chandraprasadsaikia8399 2 роки тому +1

    NKtvয়ে দেখি নহয় শুনি বাতৰি পৰিৱেশন কৰে নে কি?

  • @moonbaishya5926
    @moonbaishya5926 2 роки тому +24

    ইমান ৰাতি কেনে ধৰণৰ পাৰ্টি

    • @RAVA_1M
      @RAVA_1M 2 роки тому

      Rendi suwali🤣🤣lorar lgt raati yoyo t party kribo jai

    • @male1895
      @male1895 2 роки тому

      Mod khuwa, ata, duta suwali 4 ta lorar logot party kora dance kora

  • @janardon6554
    @janardon6554 2 роки тому +5

    ল'ৰাটোক lakhimpur ত অসভ্য বুলিও খ্যাত।
    সি তাত গৈ সেইবোৰ কৰিছেগৈ। ইয়াক মুকলি কৰি দিবই নালাগে।

  • @bhuladeka6828
    @bhuladeka6828 2 роки тому +6

    17 bosorot moiu bohut actress dekhisu but aijonik aji loike sini napau dei 😀

  • @satishchand8795
    @satishchand8795 2 роки тому

    বাহ ভাল palmora কথা koi Babliye

  • @Relax-ln3pc
    @Relax-ln3pc 2 роки тому

    Bah bah!!!

  • @ankitasaikia6028
    @ankitasaikia6028 2 роки тому +3

    তাই ৩.৩০ লেকে তাত নচা নাছিল লগৰ টো লগত খযোতি মৰি আছিল , তাই গুচি গল লগৰ কেইটা হেপাহ নপলালে
    ইজনীক বজাই দিলে ! বলিউডৰ কেইজনি নিচিনা হল আৰু আমাৰ বোৰ

    • @minnalislam5148
      @minnalislam5148 2 роки тому

      Lahe lahe Bollywoodr dore hobo de aru amar assam khon

    • @minnalislam5148
      @minnalislam5148 2 роки тому

      Tat ata ail soali lora asil 3 4ta ajoni soali hoi jano aijonio khojoti maribo goisil tair frnd jonik help koriboloi

  • @nomitahazarika9359
    @nomitahazarika9359 2 роки тому +2

    আমেৰিকাৰ জেন লাগিল কথা বিলাক সোনি,, ৰাতিপুৱা ৩ বজাৰ লৈকে, পাৰ্টি,,,

  • @thinkoutsidethebox1426
    @thinkoutsidethebox1426 2 роки тому

    Lst ot bohut dhunia dhui se ... Swali manuh anekwai hb lge ... News channel bur a aku nasai jahake tahake bokibo lge boki thke

  • @pratimaborah7774
    @pratimaborah7774 2 роки тому +1

    ৰাতি হোৱাৰ লগে লগে এইবোৰ‌ পাৰ্টী কৰাটো বন্ধ কৰিব লাগে

  • @bhabeshkardong4765
    @bhabeshkardong4765 2 роки тому +7

    Babli tumi misa matisa dei.

  • @Garrison923
    @Garrison923 2 роки тому +21

    Heheee party all night

  • @2.k78
    @2.k78 2 роки тому

    ছোৱালী বৰে কিহৰ ৰাতি পাৰ্টি কৰিব লাগে ভাল ছোৱালী নাজাই এগীলা মূৰ্খ ছোৱালী জাই আৰু এজনী কোন হয়

  • @nayanchandranath8008
    @nayanchandranath8008 2 роки тому +13

    Vall swali ajoni rati 1ta bojat hotel kaytiaoo najai. Ji callgirl si rati hotel jai

  • @Miduldutta
    @Miduldutta 2 роки тому +1

    অসমৰ ইতিহাস এইবোৰ নেকি কেলা,, কোনে ক'ত ৰেন্দি বাজি কৰে কোনে ক'ত Oyo hotel book কৰে কাৰ লগত শুই থাকে এইবোৰ নিউজ আপডেট কৰি ভিডিঅ দিছ যেন এইবোৰ কি অসমৰ ইতিহাস নেকি ,,, ঘণ্টা বোলি কলো তহতক ঘণ্টা

  • @munuborah3333
    @munuborah3333 2 роки тому

    Bar kotha bur hosa jen lagise

  • @govinda5870
    @govinda5870 2 роки тому +23

    A man is known by the company he keeps.

  • @unsmart926
    @unsmart926 2 роки тому +17

    সাংবাদিক জনে question koribo najane.....

  • @babluaxom3318
    @babluaxom3318 2 роки тому +2

    Anupam Dak miss korisu ei talk show tut

  • @jimpolkonch1522
    @jimpolkonch1522 2 роки тому

    ktha holaise

  • @manashjyotisarma3495
    @manashjyotisarma3495 2 роки тому +2

    বাইদেউ এটা কথা কম ..অসমীয়া সংকৃতি বজাই ৰাখক..কিন্তু আপুনি নামটো ও বদালাবো কাৰণ বাব্লী ভাল লগা নাই ।আৰু ৰাতি কি পাৰ্টি bapree 🤣🤣🤣🙏

  • @banikantamoran3567
    @banikantamoran3567 2 роки тому

    Lovely bable i need you all is well done

  • @zgrupamsaikiaofficial6963
    @zgrupamsaikiaofficial6963 2 роки тому +1

    এইবোৰৰ ছোৱালী পৰাই সমাজখন বেয়া হৈছে ।

  • @as04india18
    @as04india18 2 роки тому

    Aii jnie hai jni

  • @azizulhoque3872
    @azizulhoque3872 2 роки тому

    এই চব একে ১০ নম্বৰি

  • @maramidas5220
    @maramidas5220 2 роки тому

    কোনো ধুৱা তুলসী পাত নহয়। ইমান রাতি তাই কিয় হোটেল জাব লাগে। ছাকরি হোটেলত দিয়ে নেকি। 100 '/, জনা কথা।

  • @travellerajs9929
    @travellerajs9929 2 роки тому

    তাত কামটো ঘটিছিল।😄😄

  • @lakhyahiragohain2011
    @lakhyahiragohain2011 2 роки тому +2

    ইমান ভাল বাবলী বৰা ৩:৩০ বজাৰলৈ কি কৰিছিলে অ।

  • @protimpartha1mj
    @protimpartha1mj 2 роки тому +1

    টায়াৰড্ হ'লে ৰাতিপুৱা ৪ বজালৈকে কোনে পাৰ্টি কৰে হে? এনেকুৱা কি চিনেমা কৰিছে ৰাতি ১টা বজালৈকে ব্যস্ত আছিল? এইবোৰ ঘেন্টা কথা

  • @tilak___4635
    @tilak___4635 2 роки тому +1

    আজি হে শুনা পালো কৰ বাবলি বৰা। খুচুৰা পইচাই দি কিনি লম্।

  • @ranujvlogs8333
    @ranujvlogs8333 2 роки тому +1

    তহতৰ links আছে চাগে এই কাৰণে কৰিব পাৰিছে

  • @simantamedhi7181
    @simantamedhi7181 2 роки тому +14

    Tmk dekhun first dekhishu babli baa

  • @male1895
    @male1895 2 роки тому +35

    Midnight drinks, dance leads to unexpected happenings 🤣🤣🤣

  • @saqleinmostak5589
    @saqleinmostak5589 2 роки тому +23

    if she is not involve..plz guys...dont harassed her mentally..

    • @assamguwahati896
      @assamguwahati896 2 роки тому

      Tai involve thakok ba nathakok hei2 pisar kotha.. Tair hamjot ata status asil.. Na najane neki. .. Rati 1ta bojat konoba lorai matile jabo lage nai.. Tako hotel lot.. Aiborok adhunikotai finish koribo.. Nijoke anot koi beleg buli vabe..

    • @saqleinmostak5589
      @saqleinmostak5589 2 роки тому +1

      @@assamguwahati896 its her choice.....she can go everywhere.

    • @assamguwahati896
      @assamguwahati896 2 роки тому

      Rati 1 ta bojar lorar lagit modor party koribo juwato kenekowa gom powa goise...Val gharor..val suwali najai..Tai agoraki ovinetri hoi. Tai amar hamaj khanok represent kore.. Tenekowa ajonir suwalir pora amar next generation a ki hikibo.. Aro tai ki hikabo.. Jona goise.. Anebor suwalir babei.. Ajikali actor actress borok manohe hanman nokore.. Acting line r manohok beya distire sai..

    • @minakshibasumatary3343
      @minakshibasumatary3343 2 роки тому +1

      @@assamguwahati896 you are right

    • @himakakati1722
      @himakakati1722 2 роки тому +1

      right.. jdi tai enkua kra ni then imn mentally harm krib nlge.. right news tu npuya loi enkuya krib nlge...

  • @kanakrabha3239
    @kanakrabha3239 2 роки тому +12

    Bah 3:30 loi kihor party aiyai vodro manuhor somaj aru babli ne kon aijoni aji he hunilu

  • @mejongajon2980
    @mejongajon2980 2 роки тому

    Amar antra dekhun ...

  • @Ljit4542
    @Ljit4542 2 роки тому +27

    Kun eijni babli bora. First name xunisu. Snie npaw. Tag knkoi lgil😂😂😂

    • @tabla_guy_assam1716
      @tabla_guy_assam1716 2 роки тому +3

      Moiu xuna nai

    • @prachirjyaprangogoi9157
      @prachirjyaprangogoi9157 2 роки тому +1

      @@unitedlife3857 মইও চিনি নাপাওঁ আৰু চিনি পাবলৈ তাই একো কামো কৰা নাই ।

  • @Lalung88
    @Lalung88 2 роки тому +1

    Jahori hoi ee

  • @spta3928
    @spta3928 2 роки тому +30

    Oyo hotel buli kole ki ki hoi sobe jane😄

  • @JD-pe9di
    @JD-pe9di 2 роки тому +2

    Struggle , rati struggle hoi hotel t😅

  • @ujjaldas2749
    @ujjaldas2749 2 роки тому +1

    এজনী ছোৱালী হৈ ৰাতিপুৱা ৪চাৰিবজালৈ পাৰ্তি কৰা টো ভাল ছোৱালী বুলি নেভাবো ...।

    • @nayan687
      @nayan687 2 роки тому

      Toi navabli o hbo de suwor ke aulad.

  • @barashamaut8842
    @barashamaut8842 2 роки тому

    ল'ৰা গাত দুখ নাই... ছোৱালী গাত ও দুখ থাকে

  • @উৎপলভৰদ্বাজ

    ৰাতি ১ বজাত সুস্থ বিবেকেৰে যিমান আপোন মানুহ মাতিলেও পাৰ্টী কৰিব যাব নালাগে । আৰু ৰাতি ২ বজালৈকে NK টিভিৰ এখন ধাৰাবাহিক নে চুটি ছবিতো আমাৰে এগৰাকী সম্বন্ধীয় বাইদেউক দিনৰ পৰা ৰাতি দুই বজালৈকে শ্ৰুটিং কৰিবলৈ ৰাখি থয় । এনে কৰ্ম বন্ধ কৰিবলৈ Nk টিভি কতৃপক্ষত অনুৰোধ জনালো । পাৰিলে দিনৰ ভাগতে সকলো কাম কৰি সথিক সময়ত মানুহবোৰ ঘৰাঘৰি হ'লে ভাল। তেতিয়া এনেধৰণৰ অপ্ৰীতিকৰ, অশোভনীয় কাৰ্যকলাপ সংঘটিত নহয় ।

  • @niharikaborpatrogohain4538
    @niharikaborpatrogohain4538 2 роки тому

    অভিনেত্রী নেকি আপুনি। sry দেই আপুনাক আজিহে দেখিচো 😄