Pathshala News | বাছনি পৰীক্ষাত ব্ৰাহ্মণ ছাত্ৰৰ লগুন খোলা ঘটনাক লৈ প্ৰতিক্ৰিয়া N18V

Поділитися
Вставка
  • Опубліковано 26 вер 2024
  • Pathshala News | বাছনি পৰীক্ষাত ব্ৰাহ্মণ ছাত্ৰৰ লগুন খোলা ঘটনাক লৈ প্ৰতিক্ৰিয়া N18V
    #news18assamoriginals
    লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
    #pathsala #himantabiswasarma #exam #news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
    News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
    দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
    Please follow up page to watch live and breaking news with latest videos added very hour.
    To subscribe our channel click here tinyurl.com/y5...
    Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
    Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
    To subscribe our channel click here tinyurl.com/y5...

КОМЕНТАРІ • 618

  • @dilipgoswami7547
    @dilipgoswami7547 4 місяці тому +163

    পৰীক্ষাৰ লগত লগুণৰ সম্পৰ্ক কি?কিয় লগুণ খুলিব, ইয়াৰ উচিত তদন্ত চৰকাৰে কৰিবলৈ অনুৰোধ জনালোঁ

    • @putulrabhaputulrabha1020
      @putulrabhaputulrabha1020 4 місяці тому +2

      Chakraborty hoi jetia Tew nije o tu Brahmon nohoi janu ??

    • @himashreedas4356
      @himashreedas4356 4 місяці тому +3

      Hoy .bengoli bamun .odisha r hoy .Amar sir acl .bor ovodra teo agor porai

    • @bkp9774
      @bkp9774 4 місяці тому

      @@himashreedas4356 বামোনে বামুণৰ বাবে, যদিহে অকণো নেভাবে, ভাবিব কুনেনো কোৱা।

    • @bharatibarkataki7592
      @bharatibarkataki7592 4 місяці тому +3

      @@himashreedas4356 Thikei , vodra manuhe ketiyau tene kam koribo nuware .

    • @nayanjyotidas7133
      @nayanjyotidas7133 4 місяці тому +2

      ​@@bkp9774Right🤣🤣🤣🤣

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 4 місяці тому +54

    এইবোৰে লগুণ বা উত্তৰীৰ মূল্য আৰু ধৰ্মীয় পৰম্পৰা সনাতন ধৰ্মৰ বিষয়ে অজ্ঞ।সেইটো ব্ৰাহ্মণ নাইবা বৈদিক বৈষ্ণৱ সকলৰ বাবে সন্মান হানিকাৰক কৰ্ম হৈছে।

    • @lachithazarika1142
      @lachithazarika1142 4 місяці тому +3

      আন জাতিৰ মানুহৰ হাতেৰে পানী এগিলাচো নাখালে,আন জাতিৰ ছোৱালী বিয়া কৰিলে এঘৰীয়া কৰিলে - এনেবোৰ অমানৱীয় কাম আপোনালোকৰ কোনখন শাস্ত্ৰত আছে?

    • @bkp9774
      @bkp9774 4 місяці тому

      @@lachithazarika1142 অ টো, থিক ধৰিচা, কোন খন মানুহৰ হাস্তত আছে। কৰবাত যদি তেনে কথা লিখা আছে, সেইখন মানুহৰ শাস্ত্ৰই নহয় ।
      বেয়া কৈছোঁ ?

    • @Mridupratik
      @Mridupratik 4 місяці тому +1

      ​@@lachithazarika1142 Ajir dinot je eibur nohoi and general r babe jot 80% lage tat st /sc r cut off marks 60% lage heitu kunkhon hastrot ase

    • @lachithazarika1142
      @lachithazarika1142 4 місяці тому

      @@Mridupratik তিনি হাজাৰ বছৰ আপোনালোকৰ বাবে ১০০% সংৰক্ষণ আছিল। তেতিয়া অসুবিধা নহৈছিল?

    • @pavanvlogs2205
      @pavanvlogs2205 3 місяці тому

      ​@@lachithazarika1142Thik kotha koise, ai brahman khinye manuh ghrina kore

  • @MahatKhakhulary-kc3uz
    @MahatKhakhulary-kc3uz 4 місяці тому +49

    তদন্ত কৰা উচিত । বহুত অন্যায় হৈছে ।

    • @bkp9774
      @bkp9774 4 місяці тому

      CBI ?

    • @nripendutta2378
      @nripendutta2378 4 місяці тому

      Kun khn pithibit ase eikhupa

    • @bkp9774
      @bkp9774 4 місяці тому

      @@nripendutta2378 জা আ আ ন ' পায়, হিহঁতেহে জানিব, লগুণ, তাতে আঙঠি , লাগিল নহয় জোতা পোতা বাপ্পেকে । 😃😃😃😃

  • @BibekGogoi-i1s
    @BibekGogoi-i1s 4 місяці тому +20

    পৰীক্ষাৰ লগত লগুণৰ সম্পৰ্ক কি,,, লগুণ কিয় খুলিব লাগে,, এইবিলাক আমাৰ সংস্কৃতিৰ অংগ ,,আমাক চৰম অপমান কৰা হৈছে।

  • @ManamohanBarman
    @ManamohanBarman 4 місяці тому +51

    লগুণ খুলিলে কি হয় সেই জনে নাজানে নেকি উচিত তদন্ত কৰি উচিত শাস্তি প্ৰদান কৰিব লাগে, অতি সোনকালেই বৰ্খাস্ত কৰি উচিত শাস্তি প্ৰদান কৰক

  • @jayantadas9785
    @jayantadas9785 4 місяці тому +53

    কাৰোবাৰ ধৰ্মীয় অনুভূতিত আঘাত হনাতো সমৰ্থন কৰিব নোৱাৰি। অধ্যক্ষজনৰ কাৰ্যক গৰিহণা দিছো।

    • @bkp9774
      @bkp9774 4 місяці тому

      লগুণ politiks নচলিৱ।

  • @brojenchakravorty3931
    @brojenchakravorty3931 4 місяці тому +19

    কোন এই লগুণ খুলিব কোৱা অধ্যক্ষ অভদ্ৰ নেকি

  • @Jyotiprasad958
    @Jyotiprasad958 4 місяці тому +34

    উচিত বিচাৰ হোৱাটো বিচাৰো,
    সঁচাই মানুহৰ কোনো মানৱীয়তা নোহোৱা হৈ গল।

  • @salimdib1
    @salimdib1 4 місяці тому +64

    ধৰ্মীয় অনুভূতিত আঘাত জনাটো বৰ পৰিতাপৰ কথা

  • @kukilxarma8506
    @kukilxarma8506 4 місяці тому +8

    সঁচাকৈ এইক্ষেত্ৰত তদন্ত হব লাগে । ঘটনাটো অতি দুখজনক ।
    অলপতে এখন প্ৰধানমন্ত্ৰীৰ ৰাজনৈতিক সভাত এনেকুৱা এটা কথা লক্ষ্য কৰিছিলোঁ । কৰ্মৰত আৰক্ষী এজনে বৰ সুন্দৰকৈ মানুহ এজনক বেৰি গেট ৰ সন্মুখত কৈছিল, "বেয়া নাপাব, আচলতে গম নাপাই হে আপোনাক অলপ সময় ৰখাব লগা হল । এইয়াহে আমাৰ প্ৰকৃত ব্যৱহাৰ ।❤
    ব্ৰাহ্মণ, ক্ষত্ৰিয়, মুচলমান বুলি কোনো কথা নাই, ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ , সকলোৰে সংস্কৃতিক সন্মান জনোৱাটো আমাৰ কৰ্তব্য । 😊

    • @jyotishmansarma4179
      @jyotishmansarma4179 4 місяці тому +1

      Banun khyatriyao ake Sanatani a hoi.... Muslim Tu sampurna baleg

  • @RKSing-123
    @RKSing-123 4 місяці тому +15

    Moi Muslim, kintu moi ghotonatur gorihona jonaisu.

  • @Axom.277
    @Axom.277 4 місяці тому +27

    দক্ষ চৰকাৰে দক্ষতা দেখুৱাই উচিত ব্যবস্থা ল'ব লাগে।

  • @gobindadeka6204
    @gobindadeka6204 4 місяці тому +13

    এজন ব্ৰাহ্মণে লগুণ পিন্ধিছে /এজন ব্ৰাহ্মণে লগুণ খুলি দিছে আৰু এচাম ব্ৰাহ্মণে লগুণ খোলাৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰিছে ৷
    এতিয়া কথা হল যদি কোনোবাই ধাতু বা মেটেলৰ হাতৰ আঙুঠি বা কাণৰ কাণফুলিযোৰ খুলিব লাগে তেন্তে লগুণত থকা আঙুঠিটো কিয় নুখুলিব ? সনাতনী হিন্দুত্বত ব্ৰাহ্মণৰ লগুণডাল যেনেকৈ অপৰিহাৰ্য নাৰীৰ কাণফুলি বা নাকফুলিযোৰো অপৰিহাৰ্য্য ৷ এইক্ষেত্ৰত সন্মানীয় অধ্যক্ষ গৰাকীয়ে নিৰপেক্ষভাৱে নিজৰ দায়িত্বহে পালন কৰিছে ৷
    মই ভাৱো পৰীক্ষাৰ নিয়মাৱলী প্ৰস্তুত কৰাসকলহে মূল দায়ী ৷

    • @kushaldoley4590
      @kushaldoley4590 4 місяці тому

      Right

    • @nabanitdas2867
      @nabanitdas2867 4 місяці тому

      Allow kore kintu reporting time t ke 1hr agot goi kobo lgibo ....mura muri time t gole aibur excuse tehete mani noloi

  • @ManjulaKalita-n2c
    @ManjulaKalita-n2c 4 місяці тому +31

    মামা আপুনি নিমাত কিয় কৰিব খুজিছে কিবা কৰক

  • @ManasPritam-xk7gb
    @ManasPritam-xk7gb 4 місяці тому +8

    কাৰোবাৰ ধৰ্মীয় অনুভূতিত আঘাত কৰা উচিত নহয়। অৱশ্যে এই ক্ষেত্ৰত CUET exam conduct কৰা agency NTA ৰ guideline ত কি আছে সেইটোও মনকৰিবলগীয়া।

  • @montudutta7017
    @montudutta7017 4 місяці тому +15

    আমাৰ এইবোৰ বিস্বাস নহয় , কাৰণ কলিযুগত হৰিনামেই শ্ৰেষ্ঠ 🙏 সকলো মানুহৰ হৰিৰতেই ভগৱান বিৰাজমান 🙏 একচিত্তে ভগৱানক চিন্তা কৰিলে সকলোতে পাই 🙏 স্থান , সমষৰ কোনো প্ৰয়োজন নাই বা ফুল তুলসীৰ ও প্রয়োজন নাই । য'তেই সত্য তাতেই ভগৱান 🙏🙏🙏🙏🙏

    • @ArunSaikia-ol2kw
      @ArunSaikia-ol2kw 4 місяці тому +2

      লগুণ আৰু হৰি নামৰ সম্পৰ্কে জনা উচিত মহাসয়

    • @gunjansarmah4799
      @gunjansarmah4799 4 місяці тому

      Dutta da apuni nijor mote life tu ji vl dekhe solok.....kin2 brahman apunar mote nosole....nija darshan ase......apuni vl montyobo dise aikheni a apunak help korebo......

    • @montudutta7017
      @montudutta7017 4 місяці тому

      @@gunjansarmah4799 বামুনক কব লগীয়া বহুত আছে কৈ নো কি লাভ , আনৰপৰা জ্ঞান লব নালাগে আৰু আমিও বামুনক জ্ঞান নিদিও কাৰণ বামুনৰ টিনিঙা আমাৰ হৰি নাম 🙏 যি কি নহওঁক কাকো কোনেও নিন্দা কৰিব নাপাই 🙏🙏🙏

    • @montudutta7017
      @montudutta7017 4 місяці тому +3

      @@ArunSaikia-ol2kw কেতিয়াবা বামুনৰ ঘৰত চাহ জলপান খাইছানে বোপাই 👍যদি পাইছা তেনেহ'লে চাহ খোৱা কাপড় বা জলপান খোৱা বাতিটো ধুইও পাইছা চাগে ?

    • @sanjibgoswami1862
      @sanjibgoswami1862 4 місяці тому +2

      তোমাৰ হৰিনাম তুমি লৈ থাকা লগুণ গচিক দেউতাকে দিয়া সৰ্বোৎকৃত্ত্ব উপহাৰ হিচাবে ব্ৰাহ্মণেমানি আহিছে

  • @JyotikaDevi-qk6wx
    @JyotikaDevi-qk6wx 4 місяці тому +5

    লগুণৰ বিষয়ে যদি কোনো মানুহে বিশেষ ভা বে নাজানে তেনেহলে বিশেষ কথা নোকোৱাই ভাল কাৰণ মনা সকলৰ বাবে লগুণ হৈছে শমা’ লোকৰ এটা অংগ ৷মোৰো লৰাই এই পৰীক্ষাত বহোতে মোক কিন্ত লগুণৰ আঙঠি টো খুলি দিব কৈছিল কিন্ত লগুণটো নহয় ৷

  • @krishnabarmanilovethedrama1289
    @krishnabarmanilovethedrama1289 4 місяці тому +2

    অতি নিন্দনীয় ঘটনা, দোষীক কঠোৰ শাস্তি দিয়া উচিত

  • @rupanjalisaikia3080
    @rupanjalisaikia3080 4 місяці тому +35

    পৰীক্ষা ত লগূন খোলা কথাটো আজি হে শুনিলো। আচৰিত হৈছো।

    • @mauchumidas1734
      @mauchumidas1734 4 місяці тому

      Logun t aanguthi tu bondha aasil exam holot aanguthi full aibur aliow nohoy

    • @bkp9774
      @bkp9774 4 місяці тому

      লগুণ পিন্ধি গলে গেছ মাৰ্ক পালে হয় । 😅😅😅

    • @sohanmajhi7615
      @sohanmajhi7615 4 місяці тому

      😂😂😂😂​@@bkp9774

  • @swastikakandali2404
    @swastikakandali2404 4 місяці тому +6

    লৰাটোৰ মানসিক অবস্থা টো কি হব পাৰে অলপো ভাবিব নোৱাৰা মানুহ শিক্ষক কেনেদৰে হব পাৰে ।

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 4 місяці тому +34

    অধ্যক্ষ জন চক্ৰবৰ্তী তেও হয়টো ব্ৰামুন নহয়নে,মেটেল থাকিব নোৱাৰে লিখা আছে,আমাৰ বোৰে কানফুলি খুলি সোমাইছে,নিয়মাৱলী পঢ়া নাছিলেনে,আঙঠি খুলি থৈ গৈছে,মামা,ভাগিনআৰুঅধ্যক্ষ তিনি ব্ৰামন,মেটেল থাকিব নোৱাৰাটো পৰীক্ষা নিয়ন্টনৰ অযুক্তিকৰ নিয়ম,অধ্যক্ষ বাধ্য কেন্দ্ৰৰ লোক, নিয়ন্টক নহয়,অভিভাবক সকলক সাধাৰন বহাৰ ব্যবস্হা সকলো কেন্দ্ৰতে নাই,নিট পৰীক্ষাত গুৱাহাটীৰ আশেপাশে কিছু কেন্দ্ৰদিছে যত এখন হোটেল,বহিবলৈ ঠাই নাই,কতৃপক্ষই গুৰুত্ব দিব,লগতে মামাই নজৰ দিব,যদিও চেন্টেল পৰীক্ষা ,ডবল ইন্জিন চৰকাৰ,বিলৈ হব নেলাগে

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI 4 місяці тому +2

      Oi Chakraborty tok ari diya nohab.

    • @SAILENDRAPRASADGOSWAMI
      @SAILENDRAPRASADGOSWAMI 4 місяці тому +2

      Oi Manash Chakraborty toi sini piwa

    • @nakulbasumatary6964
      @nakulbasumatary6964 4 місяці тому

      Brahmn kenekai jati hal, Brahmanar janmagat bhasha ki, Ami Jano jati ata prakriti prodatta janagosti, jar nijasha ata bhasha thakhe,bivinna karmar nija parampara jiban sheili thakhe.

    • @ajitsarma8237
      @ajitsarma8237 4 місяці тому

      সেইটো বেংগলী

    • @Xopun_96
      @Xopun_96 4 місяці тому

      Goru khuwa Brahmon sage

  • @sarmaji92
    @sarmaji92 4 місяці тому +5

    উচিত তদন্ত লাগে আমাক। চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে অতি সোনকালে।

  • @dibyanayanbhattacharya3905
    @dibyanayanbhattacharya3905 4 місяці тому +21

    অনভিজ্ঞ বিবেকহীন জধামূৰ্খ অধ্যক্ষই উচিত শাস্ত্ৰী পাব লাগে । পৰীক্ষাৰ্থীক হাৰাশাস্ত্ৰী কৰা অধ্যক্ষই তেওঁৰ প্ৰতিষ্ঠান আৰু আন শিক্ষক- কৰ্মচাৰীক কেনেকৈ চলাব ।
    এইখন প্ৰতিষ্ঠানত ভৱিষ্যতে NTAৰ কোনো পৰীক্ষা অনুষ্ঠিত নকৰে যেন ।

    • @bkp9774
      @bkp9774 4 місяці тому +1

      মই অধ্যক্ষ হলে টো লগুণ চিঙি দিলোঁ হয় , @ জুবিন zindabad

    • @gunjansarmah4799
      @gunjansarmah4799 4 місяці тому

      Toi knakoi nu adhakya hobi kosun zubeen r gu khua2​@@bkp9774

    • @Haribol1460
      @Haribol1460 4 місяці тому +1

      ​@@bkp9774Tuk je kuthar loi dingi serai dilu hoi sudiror jaat modahi sogunor bongso tohotor lgt kotha patile parachit hobo lge

    • @subhambaruah9337
      @subhambaruah9337 4 місяці тому

      ​@@bkp9774ambedkar r pukor seleki thak kla st sc

    • @alokhajong5436
      @alokhajong5436 4 місяці тому

      ​@@bkp9774 baal ko

  • @assam2006
    @assam2006 4 місяці тому +14

    ভেকচিন লোৱাৰ পিছত এনে ঘটনা বৃদ্ধি পাইছে

  • @sgmedeluajan740
    @sgmedeluajan740 4 місяці тому +5

    কলেজৰ পিনচিপালক ২টা কাণটলিয়া চৰ দুটা দিলে চব ঠিক হৈ যাব

    • @bkp9774
      @bkp9774 4 місяці тому

      তোক নিদিব হবলা ?

  • @WrituponWritupon
    @WrituponWritupon 4 місяці тому +4

    It is a procedure of competitive exams rules. Can't be denied.

  • @shriatiramrabha9388
    @shriatiramrabha9388 4 місяці тому +9

    মান হানি কেছ দিব লাগে। Principal is bramun himself. He knows what is sanatan dharma. He may be son of other caste. Parants may complain to appripriate authority of Department. The principal should panalised .

  • @RationalistAssam
    @RationalistAssam 4 місяці тому +24

    মই ব্ৰহ্মণ ঘৰত জন্ম হৈছো যদিও লগুন নিপিন্ধো, অদৰকাৰি বস্তু মোৰ বাবে। এইবোৰ বিষয়কলৈ বিতৰ্ক হ'বই নালাগে! বাকী ঘটনাটোৰ বিষয়ে উচিত যুক্তি দিব লাগে অধ্যক্ষই। কিন্তু ইয়াত ব্ৰাহ্মণ সমিতিৰ কিবা মূখ্য সম্পাদক জনৰ কথাবোৰহে হাস্যজনক। বিশেষকৈ তেওঁৰ কথাত জ্যাতিস্বভিমান, মই বৰ ভাৱ, অতি অহংকাৰ প্ৰকাশ পাইছে। এনেবোৰ কাৰণেই ব্ৰাহ্মণ জাতিক সকলোৱে ঠাট্টা আৰু ভাল নোপোৱা হৈছে। তেওঁলোকৰ এনে ব্ৰাহ্মণ্যবাদী মনোভাব অতিজৰ পৰাই চলি থকা দেখা গৈছে। নিজৰ ধৰ্মক উচ্চ দেখাই কথা কবলৈ গৈ কি নাচাৰ বিজ্ঞানীৰ নামত কি ফটুৱা যুক্তি দিছে অতি হাস্যজনক। তথ্যহীন, ভিত্তিহীন কথাৰে নাছা, বিজ্ঞান আৰু বিজ্ঞানীক টানি এইবোৰ জ্যাতিস্বভীমান দেখাবলৈ লাজ পাব লাগে। এচাম ব্ৰাহ্মণৰ এইবোৰ চৰিত্ৰ বহু পুৰণি, পাছে এইবোৰ কথাৰে যুক্তিবাদী মানুহক বুৰ্বক বনাব নোৱাৰে।

    • @bharatibarkataki7592
      @bharatibarkataki7592 4 місяці тому +4

      ঘৰ শত্ৰু বিভীষণ ৷

    • @bharatibarkataki7592
      @bharatibarkataki7592 4 місяці тому

      @@gunjansarmah4799 আচলতে তেখেত ভূলতে ব্ৰাহ্মণৰ ঘৰত জন্ম হ’ল ৷

    • @RationalistAssam
      @RationalistAssam 4 місяці тому +3

      As Aspected Answer..যুক্তি নথকা মানুহৰ উত্তৰ এনেকুৱাই হ'ব। এনেবোৰ মানুহৰ উত্তৰ গোড়া ইচলাম ধৰ্মী মানুহৰ লগত একেই। ধৰ্মই মানুহক কি পৰ্যায়লৈ অন্ধ কৰিব পাৰে এইবোৰ তাৰেই উদাহৰণ।

    • @RationalistAssam
      @RationalistAssam 4 місяці тому

      ​@@gunjansarmah4799 ব্ৰাহ্মণৰ ঘৰত জন্মহৈ এনেকুৱাহে শিক্ষা পালে নেকি? যুক্তি তৰ্ক বুজি পায় নে নাপায়?

    • @RationalistAssam
      @RationalistAssam 4 місяці тому

      ​@@bharatibarkataki7592 কিয় ক'লে? হেমচন্দ্ৰ বৰুৱাৰ নাম শুনিছে নে? পেৰিয়াৰ নাম শুনিছে? লোকনাথ গোস্বামীৰ নাম শুনিছে? কমলাকান্ত ভট্টাচাৰ্যৰ নাম শুনিছে? নাজানে যদি পঢ়িব.. তেওঁলোকো তেন্তে ঘৰ শত্ৰু আপোনাৰ ভাষাত?

  • @axomjintugamer7568
    @axomjintugamer7568 4 місяці тому +2

    এই যুগত কম্পিউটাৰ চলি আছে ।গতিকে আঙুথিত । ইন্টাৰনেট থাকিব পাৰে ।গতিকে আঙুঠি খুলিব কৈছিল চাগে।

  • @basisthaacharya6590
    @basisthaacharya6590 4 місяці тому +21

    ছাত্ৰ জনক মানসিক ভাৱে নিৰ্যাতন কৰাৰ সাহস ক'ত পালে ? লগুণ মাত্ৰ ব্ৰাহ্মণ সকলৰেই নহয়, এয়া সভ্য ভাৰতীয় সনাতন সকলৰ সংস্কাৰ। আইনগত ব্যবস্থা গ্ৰহণ কৰিব লাগে।

  • @amalchandrasarmah2849
    @amalchandrasarmah2849 4 місяці тому +10

    যিয়ে লগুনত হাত দিছে তেওঁ তাতে সাৰি নেযায় ক'ত সাহস পালে নৱগুনত হাত দিবলৈ ক্ষমা খুজিব লাগিব

  • @nabanitdas2867
    @nabanitdas2867 4 місяці тому +5

    Rule regulation khini Admit card r back side t ase sai lobo...jody logun,burkha,hijab thake then reporting time t ke 1hr agot jabo lge..Jody akebare gate close kora time t jai tetia aibur aku koi lav ni...😌

    • @GourangaKundu-f1o
      @GourangaKundu-f1o 3 місяці тому

      বুড় খা আৰু লগুন একে হয় নেকি ,,,,,,,,,,,,, র্খ

  • @sgdworld4581
    @sgdworld4581 3 місяці тому

    সন্মানীয় অধ্যক্ষজনে নিৰপেক্ষ দায়িত্ব পালন কৰিছে!

  • @ranjansarkar9219
    @ranjansarkar9219 4 місяці тому +11

    Burkha khuli paise ne
    Kun jahara teacher aijon
    Hindu dharmak Target aibor

    • @bkp9774
      @bkp9774 4 місяці тому +1

      জহৰা বামুন হয়, চক্ৰৱৰ্তী বুলি কোৱা শুনিছোঁ।

  • @iswarkrishnamisra2271
    @iswarkrishnamisra2271 4 місяці тому +8

    অধ্যক্ষ জনক শাস্ত্ৰি দি ছাত্ৰ জনকউপনয়ন নতুনকৈ পাতি সকলো খৰচ বহন কৰিব লাগিব অধক্ষজনে আৰু উপনয়ন পতা স্থানত গৈ ক্ষমা খূজিব লাগিব।

    • @bkp9774
      @bkp9774 4 місяці тому

      গাহৰি মাংসৰ ৰুটি ভাজি বনালে আমও জাম, উপনয়নত 😊😊😊

    • @Manash_Pratim_sharma
      @Manash_Pratim_sharma 4 місяці тому

      ​@@bkp9774হয় ঘৰত মাৰ ভনীয়েৰা আছে যদি লৈ আঁহিবি,এদিন ৰাতি ৰাখিম ইয়াতে😂, তাৰ পিছদিনা গাহৰি খাও ,খাচী খাওঁ, ব্ৰইলেৰ যি লাগে সব দিম ।

    • @gunjansarmah4799
      @gunjansarmah4799 4 місяці тому

      ​@@bkp9774tur maar baperok fry korim

  • @Barnilthelearner
    @Barnilthelearner 4 місяці тому +4

    চৰকাৰে বেৱস্হা‌লোৱা‌ উচিত।‌

  • @bikramjitsinghdas2311
    @bikramjitsinghdas2311 4 місяці тому +1

    ইছলামৰ -টুপীৰ বা বামুনৰ - লগুণ এই সকলোবোৰ মুল ধৰ্ম । এই ধমৰ্ৰ নিচাসক্ত সকলে বিভিন্ন যুক্তিৰে প্ৰথা/ পৰম্পৰাৰ আশ্ৰয় লৈ আমাৰ সমাজ ধংস কৰিছে । মদ / ভাঙ আদিৰ দৰে অপশক্তিৰ বিৰুদ্ধে মাত মাতিব কোনে ? Wind shop বন্ধ কৰিবলৈ আস্ফালন কৰক ? এই সংগঠন বোৰে এই বোৰ বিষয়ত মাত মাতিব নে ?

    • @bkp9774
      @bkp9774 4 місяці тому

      ৱাইন ছপ বন্ধ হলে চৰকাৰে নচলিব, কোনোবা সংগঠনে বাধা দিলে চৰকাৰে পুলিচ লগাই পিটোন দিব,
      আৰু ফ্ৰী চাউল কৰ পৰা দিব? কথা বোৰ ভাবি চিন্তি কবা হে। কম দামী হলেও দুই এপাগ লবা , তেহে চৰকাৰ খন চলিব।

  • @lachithazarika1142
    @lachithazarika1142 4 місяці тому +12

    তহতৰ লগুণ ডাল আতৰাই দিওতেই তহতৰ ধৰ্মীয় অনুভূতিৰ ওপৰত আঘাত কৰা হ'ল। কিন্তু তহতে নিজকে উচ্চ জাতিৰ বুলি দেখুৱাবলৈ গৈ আন জাতিৰ মানুহক লেইলেইছেইছেই কৰিলে,আন জাতিৰ মানুহৰ হাতেৰে পানী এগিলাচো নাখালে, বেলেগ জাতৰ ছোৱালী বিয়া কৰিলে এঘৰীয়া কৰিলে মানৱীয়তা বা মানৱ ধৰ্মৰ ওপৰত আঘাত কৰা নহয়?

    • @haridevrabha2296
      @haridevrabha2296 4 місяці тому +4

      একদম ঠিক কৈছে আপুনি

    • @nabanitdas2867
      @nabanitdas2867 4 місяці тому +3

      Jot tot khabou jabo nuare

    • @manikasarma7221
      @manikasarma7221 4 місяці тому +2

      Tumaloke Nimna jatir buli nice dekhon certificate lowa

    • @haridevrabha2296
      @haridevrabha2296 4 місяці тому

      @@manikasarma7221 সেইটো নোলোৱা হলে সকলো মাল তহঁতেয়ে লৈ শেষ কৰি দিলে হয়, আমি একো ভাগে নেপালো হয়।
      এতিয়াও টো ৰৌ-ভকুৱা বিলাক আপোনালোকে ভগাই লোৱা আৰু আমাক অকল গৰৈ-চেং কেইটাহে দিয়া।কথাটো মাছক লৈ কোৱা নাই।ভাগ্য ভাল আমি মহান Bhimrao Ramji Ambedkar দৰে নেতা পাইছিলো আৰু তেওঁৰ সৃষ্ঠাত সকলো সম্ভৱ হল।
      মহান Bhimrao Ramji Ambedkar যদি সংবিধান নিলিখি বেলেগ অইন কোনোবাই লিখিলে হয় আজি আমি এইখিনি সুবিধাও নেপালো হয়।
      Jai bharat,Jai Baba Bhimrao Ramji Ambedkar.

    • @lachithazarika1142
      @lachithazarika1142 4 місяці тому

      @@manikasarma7221 Where is it mentioned in the certificate that someone is "lower caste"? Do you know the meaning of the word "scheduled"? First go through the history of India, Why it was necessary to provide some constitutional safeguard to some communities?

  • @Danirojasfc6
    @Danirojasfc6 4 місяці тому +18

    লগুণ, পাগুৰি, হিজাব একেই কথা।
    আনৰ অপমান হলে ভাল লাগে নিজৰ হলে কেনে লাগে।😅😅😅
    যি কৰিছে ভালেই কৰিছে। মুছলমান হোৱা হলে হীজাব খুলিব দিলে হয়।
    পাঞ্জাবী হোৱা হলে পাগুৰী খুলিব দিলে হয়।
    # নিজৰ মান সন্মান যেনেকৈ লাঘৱ হলে দোষ লাগে ঠিক তেনেদৰেই আনৰ ধৰ্ম্মক সন্মান কৰিবলৈ শিকক।
    #আমিও ক্ষেত্ৰীয় হয়। গায়ত্ৰী মন্ত আমিও জানোঁ লগতে আমি আনৰ ধৰ্ম্মক আন্তৰিকতাৰে সন্মান কৰোঁ।

    • @bkp9774
      @bkp9774 4 місяці тому +5

      মামা বামুন যে, সেইকাৰণে ইহঁতৰ তেল ফাতিছে ।

    • @subhambaruah9337
      @subhambaruah9337 4 місяці тому +3

      Hijab r kotha najanu kintu logun aru paguri amar indian culture hoi

    • @samiranborkotoky2338
      @samiranborkotoky2338 4 місяці тому +1

      Alpo Bidya bhoyonkor... baki aku nokow...

    • @subhambaruah9337
      @subhambaruah9337 4 місяці тому

      @@samiranborkotoky2338 kar olpo vidya r kotha koisa

    • @bkp9774
      @bkp9774 4 місяці тому

      @@subhambaruah9337 বাদ দিয়া হে, লগুণ ডাল কৰ বালৰ ইণ্ডিয়ান কালছৰ হয় ।

  • @Rajiv-bd3lr
    @Rajiv-bd3lr 4 місяці тому +5

    Muslim - Religion First.
    Brahman - Casteism First
    And
    We are Assamese First. We don't care about Religion and Caste. Our hero is Lachit Borphukan. He is our God.
    JOI LACHIT
    JOI AAI OXOM
    ✊🏻

    • @jyotishmansarma4179
      @jyotishmansarma4179 4 місяці тому

      Fotuya toi.... Bramhan, khyatrio, boissa Sanatan dhormor a hoi... Xokalo ake
      Aru akhomiyar xamalo niyam Sanaton r a hoi..... Bihu bilak r niyam bilak sale gom pabi, Sharkar deve hori buli koisil.... Xai hori o Sanatan dhormor a pora oha
      Ako nojona ke level dekha Joi ai akhom koi lav nai, Giyan ahoran kor tatiya he janibi

    • @rajiv1223
      @rajiv1223 4 місяці тому +1

      ​​​​​​@@jyotishmansarma4179 sup thtr dore ami jati sai nathako nohoi ..fotuwa kak koiso thtr dore fotuwa kijani duniya t nai sobote khali ami bamun anekoi a thaka oxomia buli kio nokowa nijoke dangor dekhabor karone caste tu agborhai kio diya..aru bihu oxomia r hoi..iyaro credit lage nki thtk ..aru moi oxomia hoi 100 bar kom Joi Aai Oxom buli.. tor dore fake nohoi..bamungiri north india t jai dekha iyat nohoi ami khatir nokoro..

    • @jyotishmansarma4179
      @jyotishmansarma4179 4 місяці тому

      @@rajiv1223 oi sudur vai Bamungiri bula ako bastu nai, Sanatan dhormor bikhoye porh gom pabi.... Sanatani Akhomiya buli gaurab kar
      Bihu r niyam bilak te toi najone a🤣
      Toi te akhomiya a nohoi a kela, Bihut ki ki kore tako najano😂
      Xaru soli atak xudhbi, Joi ai akhom buli kole a akhomiya hoi najai.... Jodha murkha toi ata

  • @mahimaranjan3420
    @mahimaranjan3420 4 місяці тому +22

    লগুণ খুলিব দিয়া কোন এই জধামূৰ্খ ! এখন শিক্ষা অনুষ্ঠানত থকাৰ তাৰ কোনো অধিকাৰেই নাই ! তাক তুৰন্তে অপসাৰণ কৰক !

  • @Dustin-ew2py
    @Dustin-ew2py 4 місяці тому +2

    বহুত অন্যায় হৈছে... কাৰোবাক কানফুল, চেইন সকলো খুলিছে আৰু কোনোবাই চেইন পিন্ধিয়েই ভিতৰলৈ সোমাই গৈছে...এইবোৰ কি নিয়ম...

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 4 місяці тому +11

    প্ৰিঞ্চিপাল জন ব্ৰাহ্মণ ( চক্ৰৱৰ্তী ), এই সম্পৰ্কে তেখেত জ্ঞাত আৰু ছাত্ৰ জনে আঙঠিটোৰে সৈতে পৰীক্ষাত বহিলে তেখেতৰ চাকৰিটো কটা নেযায় ৷ WhatsApp থকা ঘড়ী, কিতাপ , মবাইল, নোটবুক , কেলকুলেটৰ এইবোৰহে ৰাখি থব লাগে , লগুণ, আঙুঠি , জোতা চেন্দেল, সাধাৰণ ঘড়ী, পাগুৰি, মুখা, নেপকিন খুলি ৰখাৰ যুক্তি নাই ৷

    • @bkp9774
      @bkp9774 4 місяці тому

      দিন আহি আছে, আমি চবেই লেংতা হৈ থাকিম,
      কিছূমান বোৱাৰীয়ে টো আৰম্ভ কৰিয়ে দিলে গৰম ৰ বাহানা লৈ 😊😊😊

    • @gunjansarmah4799
      @gunjansarmah4799 4 місяці тому

      ​@@bkp9774tur ghoinik loi jbo kunubai

    • @TarunChDeka-cb4go
      @TarunChDeka-cb4go 4 місяці тому

      নকলি বা্মুন চাগে,চৰকাৰে লক্ষ্য কৰক অভিভাবক সকলক বহিব কেইখন মান বেন্চ দিব পৰা নাই,ৰাতিপুৱাৰ পৰা গধুলী ছয় বজালৈ ৰাস্টাত ৰব লগীয়া হৈছে,নামত চেন্টাৰ কামত নাই

    • @nabanitdas2867
      @nabanitdas2867 4 місяці тому

      Water bottle tue allow nokore....aibur koribo ...hoise aruuu 🙃

  • @mrigankasarma553
    @mrigankasarma553 4 місяці тому +3

    ছি,ছি, মহা পাপী মানুহ লগুনৰ মাহাত্ম্য ৰ কথা নাজানে । তেওঁৰ কাপোৰ খুলি দিলে কেনে পাব। সেই একে ই কথা

  • @sunandaborah8177
    @sunandaborah8177 3 місяці тому

    দুভাগ্য জনক কোনো ধৰ্মত হাত দিয়াৰ অধিকাৰ নাই ।

  • @WhatsthehellXyz
    @WhatsthehellXyz 4 місяці тому +5

    এজন ব্ৰাহ্মণৰ নিৰ্দেশত আন এজন ব্ৰাহ্মণৰ লগুণ খুলি দিয়া হ'ল।
    কি আচৰিত , অদ্ভুত ঘটনা।

    • @BhagwanDeka-yg4yw
      @BhagwanDeka-yg4yw 4 місяці тому

      এতিয়ানো brahman কেইজন আছে।এতিয়া বামুণ হে ।সৰু কথা। মামাও বামুণ।

  • @jmgassam1622
    @jmgassam1622 4 місяці тому +1

    পৰীক্ষাৰ কাৰণে লগুনৰ কি সম্বন্ধ।উচিত তদন্ত চৰকাৰে কৰিব লাগে।

  • @assamastrovision6233
    @assamastrovision6233 4 місяці тому +2

    উচিত বিচাৰ হব লাগে

  • @SewaliMahanta-kg5sv
    @SewaliMahanta-kg5sv 4 місяці тому +7

    ইয়াৰ উচিত বিচাৰ হ'ব লাগে নহলে আগলৈও আৰু ভয়ংকৰ কাম কৰিব.

    • @bkp9774
      @bkp9774 4 місяці тому +3

      লগুণ ডাল চিঙি দিব লাগে, লেথা দেছ।

    • @gunjansarmah4799
      @gunjansarmah4799 4 місяці тому

      ​@@bkp9774tur phon no2 desun

  • @sikhadevi7706
    @sikhadevi7706 4 місяці тому +21

    চাকৰিৰ পৰা উলীৱাই দিব লাগে তেওঁ ক
    আৰু পুনৰ লগুণ লোৱা খৰচ দিব লাগে তেওঁ

  • @hiranyagogoi8118
    @hiranyagogoi8118 4 місяці тому +6

    Balo exam patise ,kihor chakraborty he lagun khulibo adhikar he kot pale principal tuk thik hikkh dibo lage

    • @bkp9774
      @bkp9774 4 місяці тому +1

      তই গগৈ আহোমে বামোনৰ কথা কি ডাল জান।

    • @DK-ld6wv
      @DK-ld6wv 4 місяці тому +1

      ​@@bkp9774Ahom bamun buli kotha nai..Bhul tu bhul..Loghun khular kot adhikar pale...Miya nohole bongali hobo sage principal tu

  • @Ggh32033
    @Ggh32033 4 місяці тому +4

    Nta rules and regulations t clearly mention ase je kunubai religious karont kiba wear korile heitu khulibo nuare, heitu accept kora hbo. Trpst u eiblk kore? Principal hoi ajon well educated mnhui hboi, they should have read the rules and regulations carefully. Moi nijeo exam tu di paisu, clearly mentioned ase.

  • @DambaruNath-jc4em
    @DambaruNath-jc4em 4 місяці тому +10

    কলিৰ যোগ

  • @MukulSarma-n2i
    @MukulSarma-n2i 4 місяці тому +10

    মানহানি কেচ দিব লাগে আৰু উপযুক্ত শাস্তি দিব লাগে ।

    • @bkp9774
      @bkp9774 4 місяці тому

      ঘেঁনতা কেলা ।

    • @gunjansarmah4799
      @gunjansarmah4799 4 місяці тому

      ​@@bkp9774 e kin2 ultakoi jonmisil so yar kotha ulta dekha pabo raiz

    • @MukulSarma-n2i
      @MukulSarma-n2i 4 місяці тому

      পগলা কুকুৰে কামুৰিলে ভদ্ৰ মানুহে ওলোটাই নাকামোৰে ।পাগল পাগলেই কৈ লাভ নাই ।

  • @DilipGoswami-ve3ow
    @DilipGoswami-ve3ow 4 місяці тому +8

    সুন্দৰ পদক্ষেপ
    উচিত তদন্ত হওঁক

  • @SubhasineeDeka
    @SubhasineeDeka 4 місяці тому +2

    Besi tyte checking hoise.exsmr logot logunr ki relation

  • @joshnaray3117
    @joshnaray3117 4 місяці тому +5

    শিক্ষক নে পাকিস্তানৰ উগ্রপন্থী , শিক্ষ জনক কানলিয়া চোৰ দিব লাগিছিল , ধৰ্মৰ ওপৰত অত্যাচাৰ , পাগল শিক্ষ তু চাকৰিৰ পৰা বষিস্কাৰ কৰিব লাগে

  • @bharotiborthakur8044
    @bharotiborthakur8044 4 місяці тому +2

    কি ব্যৱস্থা কৰিৱ মুখ্যমন্ত্ৰী য়ে।আতি মৰ্মান্তিক আৰু দুখ জনক ঘটনা। অপমান কৰিছে ব্ৰাহ্মণ সমাজক। এনে ঘটনাত জড়িত দোষিক শাস্তি দিয়ক।

  • @SagarMisra.
    @SagarMisra. 4 місяці тому +1

    Porompora rokha koriboi lagibo❤

  • @arunmissong432
    @arunmissong432 4 місяці тому +17

    লগুণ খুলিলে কি হল মৰিগল‌ নেকি ?
    আজিৰ দিনত এই বোৰ কাম নাই।

    • @probinkumarboruah8192
      @probinkumarboruah8192 4 місяці тому +3

      গাৰ্চী মিৰি য়ে এইবোৰ কি বুজি পাব...

    • @universalboi8976
      @universalboi8976 4 місяці тому

      ​@@probinkumarboruah8192marksudu

    • @amarjyotigoswami8307
      @amarjyotigoswami8307 4 місяці тому +1

      Dekhibole jimn bya montu tat ke o bya aru matha tu t eko ni goru tu r

    • @bharatibarkataki7592
      @bharatibarkataki7592 4 місяці тому +4

      লগুণৰ মূল্য নাজানিলে যিকোনো মন্তব্য নকৰিব ৷ কিমান ডাঙৰ দোষ কৰিছে আপুনি জানেনে ? অধ্যক্ষজন কোনোপধ্যেই ক্ষমাৰ যোগ্য নহয় ৷

    • @jahidulhaque8357
      @jahidulhaque8357 4 місяці тому

      Right

  • @0___KIRAN___0
    @0___KIRAN___0 4 місяці тому +1

    Main ktha tu hll exmar ji khn notice tat sposto vabe likhia thoi jj kunu electronic bastu, rosi kanfuli anekua jikunu bstu vitort nibo nidia tarr pistu jdi jdi pindhi goise ruu ami nu ki kmm....iat security ba teacher jnr kunu vul nai....jdi ako examr timet kunubai kiba krute dhora pre tatia ai hkl luke homalusona kribo security ruu mastor bure ki kri asil buli.... 😢😢😢😢

  • @pabinsarma2989
    @pabinsarma2989 4 місяці тому +4

    এই বিলাক কি হ'বলৈ গৈ আছে,,, আমাৰ অসম ত,, শিক্ষাৰ নামত,, শেষ হ'ল,,, ভাল ৰ নামত বেয়া ৰ ফালে গৈ আছে

  • @devidk7991
    @devidk7991 4 місяці тому +1

    উচিত শাস্তি দিয়ক তেনে জধা মূৰ্খ অধ্যক্ষ্যজনক।

  • @sirajulhaquechoudhury8519
    @sirajulhaquechoudhury8519 4 місяці тому +1

    Must follow the dress code. If any religious issue regarding dress it should be mentioned in the application form during form fill up.

  • @hydradanger5302
    @hydradanger5302 4 місяці тому +1

    অধ্যক্ষজন ব্ৰাহ্মণ হৈও এনে কাম কৰা বাবেহে মই বেছি আচৰিত হৈছো । বেছি দাম্ভিক যেন লাগে অধ্যক্ষ জন ।

    • @manashhazarika076
      @manashhazarika076 4 місяці тому

      ব্ৰাহ্মণ হ'বলৈ হ'লে ব্ৰাহ্মণ ৰ গুণ সমূহ থাকিব লাগিব। মানুহৰ গুণ আৰু কৰ্ম ৰ দ্বাৰা হে ব্ৰাহ্মণ ৰ সৃষ্টি হয়, জন্ম সূত্ৰে নহয়। চক্ৰৱৰ্তী উপাধি টো এটা সম্প্ৰদায়ৰ লগত হে জড়িত, ব্ৰাহ্মণ ৰ লগত নহয় । হ'ব পাৰে তেখেতৰ পিতৃ আৰু পূৰ্বজ ব্ৰাহ্মণ কিন্তু তেখেতৰ চিন্তা ধাৰা আৰু গুণ সমূহ ব্ৰাহ্মণ ৰ নহয় । এতেকে তেখেত ব্ৰাহ্মণ নহয়।

    • @nabanitdas2867
      @nabanitdas2867 4 місяці тому

      Teu nta guideline khn follow korise....tat likhai ase sb

  • @pinkupatowary4905
    @pinkupatowary4905 4 місяці тому +10

    অধ্যক্ষ জন নিজে বামুন দেখো তেও নাজানে নেকি

    • @Haribol1460
      @Haribol1460 4 місяці тому

      Bengali buror kunu mulya nai miya aru bengali akei.

  • @thebluebird8172
    @thebluebird8172 4 місяці тому +10

    উচিত শাস্তি দিব লাগে

  • @notactive3264
    @notactive3264 4 місяці тому +2

    Jagi examak loi niyam ase niyam follow kariba lagiba vai....karan exam hoi

  • @ArunKonch-ur4zh
    @ArunKonch-ur4zh 4 місяці тому +5

    মুখ্যমন্ত্ৰী মহোদয়ে কথাটো জানিলে,দুখীয়ে উচিত শাস্তি পাব !

  • @dulalsarma4875
    @dulalsarma4875 4 місяці тому +2

    জ্ঞান হিন অধ্যক্ষ।

  • @dipmoniborah9074
    @dipmoniborah9074 4 місяці тому +6

    এই চক্ৰৱৰ্ত্তী উপাধিৰ অধক্ষ্য গৰাকীক বাটত কাপোৰ খুলি ভোট জলকীয়া সানিব লাগে । কিমান কষ্ট হয় তেতিয়াহে সি বুজি পাব ।
    ছাত্ৰ গৰাকী যিকোনো ধৰ্মৰ লোকেই হওঁক বা হব পাৰে , সেয়ে কেতিয়াও ধৰ্মীয় অনুভুতিত আঘাত কোনেও কৰিব নালাগে ।

  • @bituparnasarma3613
    @bituparnasarma3613 4 місяці тому +1

    Right

  • @Nityanand-zu5wr
    @Nityanand-zu5wr 4 місяці тому

    V good

  • @NorenKardong
    @NorenKardong 4 місяці тому +2

    সকলো ব্ৰামুণ যদি লগুণ সিমানে গুৰুত্বপূৰ্ণ হয় খূলি ৰকাৰ পাছত আকৌ পিন্দিব পৰাকে ব্যৱস্থা নাইনেকি ? সিমান হৈচৈ কৰাৰ কি প্ৰয়োজন আছে।

    • @gunjansarmah4799
      @gunjansarmah4799 4 місяці тому

      Toi ki tur jangia paiso nki j letera hole khula mela kork dhuboloi pasfale dourebi.......

    • @sanjibgoswami1862
      @sanjibgoswami1862 4 місяці тому +1

      তোৰ নিচিনা মূৰ্খই social media পন্দ কৰিছে অ

    • @RationalistAssam
      @RationalistAssam 4 місяці тому

      মই ব্ৰহ্মণ ঘৰত জন্ম হৈছোঁ যদিও লগুন নিপিন্ধোঁ, অদৰকাৰি বস্তু মোৰ বাবে। কাৰো অপকাৰ নকৰাকৈ ভাল মানুহ আৰু কেৱল 'মানুহ' হৈ জীয়াই থাকিবলৈ এই ডাল নিপিন্ধিলেও চলে। এইবোৰ বিষয়কলৈ বিতৰ্ক হ'বই নালাগে!

  • @rantusharma2759
    @rantusharma2759 4 місяці тому +10

    Principal must be suspended

  • @StudywithMe-p1s
    @StudywithMe-p1s 4 місяці тому +1

    সদৌ অসম ব্ৰাক্ষ্মণ সমাজে লাগিব লাগে

  • @brojenkhargharia15
    @brojenkhargharia15 4 місяці тому

    Val kotha koesa good

  • @rupadevi9978
    @rupadevi9978 4 місяці тому

    পৰীক্ষাৰ লগত লগুণ বা লগুণৰ আঙঠিৰ কিহৰ সম্পৰ্ক ?এবাৰ লগুণ লোৱাৰ পিছত খোলাৰ কোনো নিয়ম নাই।
    কলি কালৰ শেষ যে, আৰু বা কিমান পাপ হয় !!

  • @sayanikapayeng3366
    @sayanikapayeng3366 4 місяці тому +1

    সকলোবোৰ জাতিৰ বাবে লঘোন প্ৰয়োজন নাই

  • @shivamsarmah6174
    @shivamsarmah6174 4 місяці тому

    কোন গৰু সেইটো।লগুণ মানে কি কুকুৰ টোৱে গম পাই নে নাপায়।লগুণ ৰ আঙঠি টো পৰিস্থিতি সাপেক্ষে খুলিব পাৰি।কিন্তু আঙঠিটো খুলি ব নোৱাৰাৰ বাবে লণ্ডন খুলিব দিয়াটো চুড়ান্ত অপাৰাধ।এই নৰাধমক উচিত বিচাৰ কৰি চৰকাৰে উচিত শাস্তি দিব লাগিব।আগলৈ কোনেও যাতে এনে কাম নকৰে তাৰ বাবে উচিত সিদ্ধান্ত চৰকাৰে লব লাগিব।

  • @goodstudent3608
    @goodstudent3608 4 місяці тому +3

    পঢ়া শুনা নকৰিলে exam বেয়া হবই, লগুণ খুলিছে বুলি exam বেয়া হয় নেকি 😂😂

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fi 4 місяці тому +5

    Garu Piton Diba লাগে Kukurok. ই. Kon Dharmor মানুহ. Eyar Lingoto Kati Diba লাগে.

    • @bkp9774
      @bkp9774 4 місяці тому +1

      লিংগ কাতি দিলে টো মিয়া হৈ যাব, বামুন মিয়া হব 😅😅😅

  • @bishnuboruahguti7070
    @bishnuboruahguti7070 4 місяці тому

    ঠিকেই কৰিছে এই লগুণ পিন্ধা বোৰে দেশৰ ভিতৰতে আটাইতকৈ বিপজ্জনক লোক, ইহঁতে জাতি জনগোষ্ঠী মাজত বিভেদৰ বীজ হিচি নিজৰ আধিপত্য বিস্তাৰ কৰিছে, এতিয়া গাত ধৰিলে তহতি যেতিয়া মানুহক নিচ কুল বুলি টিলিঙাটো বজায় শুধৰণি কৰ তেতিয়া তহতৰ জাত নাজায়,

  • @mithunpegu5935
    @mithunpegu5935 4 місяці тому +1

    বহুত গোস্বামী, মহন্ত, শৰ্মা যোগীয়ে লগুন পিন্ধা দেখা নাই সেই বিলাক কি?

    • @RationalistAssam
      @RationalistAssam 4 місяці тому +2

      মই ব্ৰহ্মণ ঘৰত জন্ম হৈছোঁ যদিও লগুন নিপিন্ধোঁ, অদৰকাৰি বস্তু মোৰ বাবে।

    • @hateslayer912
      @hateslayer912 4 місяці тому

      ​@@RationalistAssam fake

  • @pabinsarma2989
    @pabinsarma2989 4 місяці тому +2

    চৰকাৰে উচিত তদন্ত কৰক,,, দোষী ক কঠোৰ শাস্তি দিয়ক

  • @sahilhoque1645
    @sahilhoque1645 4 місяці тому +4

    ধৰ্মীয় অনুভূতিৰ প্ৰতি আঘাত দিয়াটো অতি লজ্জাজনক

  • @bishnuramrabha4714
    @bishnuramrabha4714 4 місяці тому +5

    Logun kio logabo laage, Bamun Ax 2:24 omor maanuh nohoi.

    • @gunjansarmah4799
      @gunjansarmah4799 4 місяці тому

      Rabha ki asomor......kunu assameya permanant assamese nhoi....sob probojon hoi oha.....toi nokol kori pass kori oha ata moha doityo.....

    • @Manash_Pratim_sharma
      @Manash_Pratim_sharma 4 місяці тому

      নিজে চীনা মঙ্গোলিয়াৰ পৰা অহা😂আৰু ই বামুন ৰ কথা কয় 😂
      ভাই অসম ত আহোম অহাৰ আগতেই বিহাৰ ৰ মৈথিলী,উত্তৰপ্ৰদেশ ৰ kanyakubj ৰ পৰা ব্ৰাহ্মণ আহিছিল ৰজা ভাস্কৰ বৰ্মন ৰ বৰ্মন বংশৰ দিনত ,কামৰূপ kingdom আছিল তেতিয়া ।আৰু সেই কামৰূপ kingdom অসম, Bangladesh,west bengal,Bihar লৈকে চাৰিসীমা আছিল

    • @RationalistAssam
      @RationalistAssam 4 місяці тому

      ​@@Manash_Pratim_sharma অসমৰ থিলঞ্জীয়া ভূমিপুত্ৰক বিদেশী ক'বলৈ নিজৰ বংশৰ কথা মিছাকৈ প্ৰতিষ্ঠা কৰিবলৈ ক'ৰ মূৰাৰ পৰা জ্ঞান আনিছা। কথাবোৰতেই প্ৰমাণ মুছলীমৰ মৌলবাদৰ লগত ব্ৰাহ্মণৰ মৌলবাদো মিলিছে!

    • @Rajiv-bd3lr
      @Rajiv-bd3lr 4 місяці тому

      ​@@Manash_Pratim_sharma tumaloko to iran r pora oha..aikhon lachit r oxom hoi ..iyat bamungiri nedehabo dekhabo issa ase jodi north india t jaok tate dekhak goi..

  • @indiannortheastkitchen
    @indiannortheastkitchen 4 місяці тому +2

    অধ্যক্ষ চক্ৰবৰ্তী জন গৰু খোৱা ব্ৰাহ্মণ😂😂😂

  • @Jyotiprasad958
    @Jyotiprasad958 4 місяці тому +8

    শীঘ্ৰেই উচিত তদন্ত হব লাগে

  • @kaberibhattacharjee5958
    @kaberibhattacharjee5958 4 місяці тому +1

    Principal jon chakraborty hoi na jane niki j logun khulibo na pay...

  • @RationalistAssam
    @RationalistAssam 4 місяці тому +4

    মই ব্ৰহ্মণ ঘৰত জন্ম হৈছোঁ যদিও লগুন নিপিন্ধোঁ, অদৰকাৰি বস্তু মোৰ বাবে। কাৰো অপকাৰ নকৰাকৈ ভাল মানুহ আৰু কেৱল 'মানুহ' হৈ জীয়াই থাকিবলৈ এই ডাল নিপিন্ধিলেও চলে। এইবোৰ বিষয়কলৈ বিতৰ্ক হ'বই নালাগে! বাকী ঘটনাটোৰ বিষয়ে উচিত যুক্তি দিব লাগে অধ্যক্ষই। কিন্তু ইয়াত ব্ৰাহ্মণ সমিতিৰ কিবা মূখ্যসম্পাদক জনৰ কথাবোৰহে হাস্যজনক। বিশেষকৈ তেওঁৰ কথাত জ্যাতিস্বভিমান, মই বৰ ভাৱ, অতি অহংকাৰ প্ৰকাশ পাইছে। এনেবোৰ কাৰণেই ব্ৰাহ্মণ জাতিক সকলোৱে ঠাট্টা আৰু ভাল নোপোৱা হৈছে। তেওঁলোকৰ এনে ব্ৰাহ্মণ্যবাদী মনোভাব অতিজৰ পৰাই চলি থকা দেখা গৈছে। পৰম্পৰাৰ দোহায় দি নিজৰ ধৰ্মক উচ্চ দেখাই কথা কবলৈ গৈ কি নাচাৰ বিজ্ঞানীৰ নামত কি ফটুৱা যুক্তি দিছে অতি হাস্যজনক। তথ্যহীন, ভিত্তিহীন কথাৰে নাছা, বিজ্ঞান আৰু বিজ্ঞানীক টানি এইবোৰ জ্যাতিস্বভীমান দেখাবলৈ লাজ পাব লাগে। এচাম ব্ৰাহ্মণৰ এইবোৰ চৰিত্ৰ বহু পুৰণি, পাছে এইবোৰ কথাৰে যুক্তিবাদী মানুহক বুৰ্বক বনাব নোৱাৰে।

    • @hateslayer912
      @hateslayer912 4 місяці тому

      Faki kotha koi labh nai , toi aku brahmonor ghrt jonmo hua nai, tuk jodi adopt kori loise tetia beleg kotha

  • @munindradas4541
    @munindradas4541 4 місяці тому +1

    Exam hall bilakrr guideline bilak sbtee ekee hbo lagee.jonee g pai takee koree.

  • @harikhanal55
    @harikhanal55 3 місяці тому

    ধৰ্মীয় আদৰ্শ হানি কৰিব নোৱাৰিব

  • @NABABORPHUKON
    @NABABORPHUKON 4 місяці тому +3

    দেশ কাল তললৈ গ'ল ,কৰি যুগ..........

  • @BobyBaruah-d6r
    @BobyBaruah-d6r 4 місяці тому +5

    ইয়াক ব্ৰহ্ম সমাজক অপমান কৰাৰ বাবে খুব কোবাব লাগে

  • @rekhasarmah460
    @rekhasarmah460 4 місяці тому +6

    অধ্যক্ষ ক উচিত শাস্তি দিব লাগে।

  • @SkBrahma-v8b
    @SkBrahma-v8b 4 місяці тому

    Good...sapiesh..bro

  • @_NE_07
    @_NE_07 4 місяці тому +2

    Kantoliya sor logai diok . Tar emn hahokh knkoi hol.

  • @pranjalbezbaruah4341
    @pranjalbezbaruah4341 4 місяці тому

    এইটো বহুত অশভাইলি হৈছে এইবিলাক বহুত হৈছে দোষী বুলি তেওঁক মই সাবস্ত কৰিছো । তেওঁক আফ্ৰিকাৰ হাবিত থৈ আহিব লাগে।

    • @nabanitdas2867
      @nabanitdas2867 4 місяці тому

      Kio....kiba religious issue thakile agotei inform koribo lge....time t aibur koi lav ni....Admit card khn te vlkoi likha ase

  • @hiteswardaa6360
    @hiteswardaa6360 4 місяці тому +2

    Princpal...must...be...sudpended