কাক বৰমাল্য পিন্ধাব বৰষাৰাণীয়ে?

Поділитися
Вставка
  • Опубліковано 7 вер 2024
  • অভিনেত্ৰী বৰষাৰাণীৰ প্ৰেমগাঁথা A TO Z। কাক বৰমাল্য পিন্ধাব বৰষাৰাণীয়ে? কেনেকৈ বৰষাই বিচাৰি পালে জীৱনসংগী?
    A bilingual news portal from North Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    #'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    #Website: asomlive24.com
    #Twitter: @AsomLive24
    #UA-cam: Asom Live 24
    #Instagram: @asomlive24

КОМЕНТАРІ • 609

  • @nayanjyotinath2786
    @nayanjyotinath2786 3 роки тому +41

    সুবেই ভাল কথা | দুইজনৰেই যুগ্ম জীৱন সুখৰ হওঁক |💖💖

  • @sanjibchetia4938
    @sanjibchetia4938 3 роки тому +155

    আজীৱন সুখী হওক বৰষাৰাণী বিষয়া।

  • @moushumidas8461
    @moushumidas8461 3 роки тому +68

    Bhal manuh logot hodai bhal hoi.... Emm bhal lgise huni....God bless this beautiful couple.... 👌 ... N age is just a number.... Montu hai mil huatu... Main.

  • @dutta22
    @dutta22 3 роки тому +36

    *প্ৰেমে নামানে বয়সৰ সীমা 😍 ধুনীয়া দাদাজন*

  • @bijujorhat
    @bijujorhat 3 роки тому +3

    প্ৰেমে নামানে জাতি ধৰ্ম ধনী দুখীয়া সৰু ডাঙৰ । 👩‍❤️‍💋‍👨 প্ৰেমে বিচাৰে মাথো মৰম. বিশ্বাস, শ্ৰদ্ধা জীৱনটো সুখৰে পাৰ কৰা।
    বৰষা বা জীৱনটো সুখ আৰু আনন্দৰে উপচি পৰক। তাৰ কামনাৰে ঈশ্বৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা থাকিল। 💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞💞।

  • @minazul8318
    @minazul8318 3 роки тому +331

    প্রেমত ডাঙৰ সৰু বুলিবলৈ একো কথা নাই, আছল কথাটো হল ২জনৰ মৰম ভালপোৱা, বাকী দিন কেইটা আল্লা ভগাবানে ভাল দৰে চলাই নিব, আৰু বয়সত ডাঙৰ ছোৱালী বিয়া পাতিলে কাজিয়া পেচাল কম হয় কাৰণ ডাঙৰ ছোৱালী সহজতে সকলো কথা বুজি পাই, আৰু মৰমো বহুত কৰে সৰু বুলি, (বৰষা বা তোমাৰ জীৱনটো সুখৰ হক)

  • @bikikumar8698
    @bikikumar8698 3 роки тому +12

    তোমালোক দুইজন আমাৰ অসমৰ প্ৰিয়ংকা চোপ্ৰা আৰু নিক জনাছ 👍👍 বহুত বহুত শুভেচ্ছা থাকিল তোমালোক দুইজনলৈ।🙏🙏🙏🙏🙏🙏

  • @heemashreekalita6655
    @heemashreekalita6655 3 роки тому +38

    আজীৱন সুখী হৈ থাকক বা আপুনি ❤

    • @khairulislam7408
      @khairulislam7408 3 роки тому

      হয় হয় মই ও একে মত
      আজীৱন সুখী হৈ থাকা বা

  • @pori..333official2
    @pori..333official2 3 роки тому +1

    বহুত ভাল খবৰ বহুত শুভেচ্ছা থাকিল বা সদায়ে সুখী হক আপোনালোক❤😙😍😍😍

  • @keshabanandatahu6335
    @keshabanandatahu6335 3 роки тому +40

    অতি ভাল খবৰ !আকৌ নতুন জীৱন আৰম্ভ কৰক আনন্দৰে !

  • @janardon6554
    @janardon6554 3 роки тому +7

    ভাল হওঁক দুয়োৰে জীৱন💓

  • @bananiroy7619
    @bananiroy7619 3 роки тому +54

    বহুত বহুত শুভকামনা 🥰

  • @pabitrabora7914
    @pabitrabora7914 3 роки тому +2

    Barsharani is not only a great actress but also a wise girl in our heart.we are very happy to hear of her wedding.

  • @jyotikaphukan3952
    @jyotikaphukan3952 3 роки тому +5

    Age doesn't matter maturity matters n lora2 jodi matured understanding aru ki lgse..god bless both them have a great future ahead.

  • @gauranganeog4977
    @gauranganeog4977 3 роки тому +3

    I am, A student of maharishi vidya mandir school Jorhat Assam . I'm very happy to see that our sir will married a popular Assamese actress
    . Congratulations sir and all the best for our marriage life. Thank u . our faithfully GAURANGA NEOG........ Jai maharishi............

  • @priyankabora8976
    @priyankabora8976 3 роки тому +50

    Axom r Priyanka Chopra n Nick ...... anyways xuni Bhut VL lgil ... Wish you a very happy lyf 😍😍😍

    • @jaijawanagrifarm2416
      @jaijawanagrifarm2416 3 роки тому +1

      Priyanka record brk hol

    • @priyankabora8976
      @priyankabora8976 3 роки тому

      Ou tkeiii ... Bollywood t hoise jtya ..amr jollywood kio pis poribo ...bdw age is just number ......

    • @jaijawanagrifarm2416
      @jaijawanagrifarm2416 3 роки тому

      @@priyankabora8976" Buri Goru Kumoila Ghaa"

    • @priyankabora8976
      @priyankabora8976 3 роки тому

      Xebr ji nhok teu xukhi no so Amr nu ki .... Happiness tu main hoi ....

  • @S.M.8439
    @S.M.8439 3 роки тому +4

    খবৰটোৱে বহুত আনন্দ দিছে।

  • @nabjitdas1702
    @nabjitdas1702 3 роки тому +1

    Val kotha
    Bidhoba borola kokai bore je sowali pay xhokolo mohila boreo powar odhikar asse
    Best of louck
    Happy merige borokha bai

  • @binitadas1216
    @binitadas1216 3 роки тому

    বিয়াৰ খবৰটো শুনি বহুত বেছি সুখী হৈছো.. আপোনাৰ নতুন জীৱন লৈ অযুত শুভকামনা থাকিল...

  • @twoassamesesisters6124
    @twoassamesesisters6124 3 роки тому +1

    খৱৰটো শুনি বহুত ভাল লাগিল
    🇧 🇦 🇷 🇦 🇸 🇭 🇦বা
    I Love you❤️বৰষা বা💛শুভেচ্ছা থাকিল তোমালৈ তোমাক ভগৱানে সদায় কুশলে ৰাখক সুখী কৰি ৰাখক🙏💛❤️💛

    • @kishordeka8815
      @kishordeka8815 3 роки тому

      Kiyo tumaro mon goise neki ? Biya hobo.

  • @ramen9289
    @ramen9289 3 роки тому +37

    Vaskar...tumi bhut lucky

    • @kishordeka8815
      @kishordeka8815 3 роки тому

      Kiyo. Bidhoba maal pai.....

    • @ramen9289
      @ramen9289 3 роки тому

      @@kishordeka8815 ...mon val koribo xiki lo

  • @nirathengal1872
    @nirathengal1872 3 роки тому

    ভাস্কৰ জীৱন সুখৰ হওঁক আশীৰ্বাদ থাকিল যাতে বৰ্ষা ৰাণীয়ে ভাস্কৰক মাক দেউতাকৰ পৰা পাব লগা মৰম শ্নেহত উপচাই ৰাখিব তাকেই কামনা কৰিলো। দুয়োৰে বৈবাহিক জীৱনৰ বহুত বহুত মৰম ও শুভেচ্ছা থাকিল ভগৱানৰ ওচৰত সদাই আশীৰ্বাদ থাকিল ?

  • @shaktidevibrahma476
    @shaktidevibrahma476 3 роки тому

    বৰষা ৰাণী সচাকৈ বহু ভাগ্যৱতী ।
    আগৰবাৰ কন্যা সজাওতে যিবোৰ ক্ৰুটি থাকি গৈছিল, এইবাৰ নিশ্চয়য়কৈ তাই ধুনীয়াকৈ আৰু বেছি ধুনীয়াকৈ কন্যা সজাব পাৰিব ।
    So বৰষা, তুমি সুখী হোৱা !!!

  • @naturaldesigner1004
    @naturaldesigner1004 3 роки тому +18

    শুভকামনা জনাইছোঁ, ঈশ্বৰে কুশলে ৰাখক💗💓💓💓💓❤

  • @anupriyaYein
    @anupriyaYein 3 роки тому +4

    Wow bhut cute hoi 🥰
    দাতটো কমল দাৰ নিচিনা 🥰
    Congratulations bharsha ba nd da

    • @kishordeka8815
      @kishordeka8815 3 роки тому

      Kukurar nisina....

    • @anupriyaYein
      @anupriyaYein 3 роки тому +1

      @@kishordeka8815 nijor muko kon abr sai lob 🤣

  • @junmonidas1910
    @junmonidas1910 3 роки тому

    বহু বহু আন্তৰিক মৰম আৰু হাজাৰ শুভকামনা জনালো বৰৰ্ষা বা💖💖💖💖
    প্ৰেমত সৰু-ডাঙৰ কথা নাই

  • @subhrajitgogoi9123
    @subhrajitgogoi9123 3 роки тому

    যুগ্মজীৱন সুখৰ হওঁক, বৰষা বা দুয়ো সুখত থাকা❤️❤️❤️❤️

  • @priyankahazarika8967
    @priyankahazarika8967 3 роки тому +1

    দুয়োলৈকে বহুত শুভেচ্ছা থাকিল। দুয়োৰে জীৱন সুখ আৰু আনন্দৰে উপচি পৰক।

  • @rajeshwarikamath961
    @rajeshwarikamath961 3 роки тому +12

    Khobor xuni bhal lagil. Congratulations!! Wishing Barsha Ba and Bhaskar Bhindew a very Happy Married Life!! ❤

  • @basisthaacharya6590
    @basisthaacharya6590 3 роки тому +1

    বৰষালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

  • @kamruptourism4992
    @kamruptourism4992 3 роки тому

    সদায় সুখত থকা বুলি উপযাচি আশীৰ্বাদ আগবঢ়ালোঁ ,, এয়াই হয়তো তোমাক দিয়া মোৰ এটি কিঞ্চিত উপহাৰ ,,, দৰাজন মিঠৈতকৈও মিঠা ,,, বৰ মৰম লগা ... যি বিচাৰা , ভগৱানে যাতে মোৰ পৰা হলেও আজোৰি তোমালৈ সকলোৰে বৰিষণ আনে 💓😇

  • @alexvjgohain1575
    @alexvjgohain1575 3 роки тому

    বৰষা বা তোমালোক সদায় সুখী হোৱা তোমালোকৰ যুগ্ম জীৱন সদায় সুখৰ হওক তাৰে কামনা কৰিছো

  • @anamikasaikia1996
    @anamikasaikia1996 3 роки тому +1

    বহুত বহুত মৰম আৰু শুভকামনা দুয়োলৈ ভাস্কৰ দা আৰু বৰষা বা❤️

  • @afsanabegum4356
    @afsanabegum4356 3 роки тому

    মই বহুত সুখী কাৰণ এটা জীৱন অকলে কেতিয়াও পাৰ কৰিব নোৱাৰে সেই বাবে মই বহুত বহুত শুভেচ্ছা জনালোঁ বৰ্ষা বাক

  • @bdm2618
    @bdm2618 3 роки тому +1

    Barasha ba nd vindeu bor morom lgise💓💕

  • @mridulgoswami9725
    @mridulgoswami9725 3 роки тому +2

    ভাল লাগিল খবৰটো শুনি । অশেষ শুভকামনা থাকিল ।

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 3 роки тому

    যুগ্মজীৱন সুখকৰ হওক।।।তাৰেই কামনা।আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ🤗❤️💖

  • @dimpidoloi5515
    @dimpidoloi5515 3 роки тому

    আগতে তেওঁ কেনেকৈ আছিল খবৰ নোলোৱা কেইটা এতিয়া তেওঁক সমালোচনা কৰিব আহিছে, বা আপুনি মোৰ সৰুৰ পৰা প্ৰিয়, আপোনাৰ জীৱন সুখ সমৃদ্ধিৰে ভৰি পৰক ।👍 অভিনন্দন জনালো দুয়োকে❤️

  • @nilakanta2559
    @nilakanta2559 3 роки тому

    সূখী হওঁক...বহুত সূন্দৰ , অন্তৰৰ পৰা শুভেচ্ছা জনাইছো...আশা কৰো কোনোৱে যাতে ইতিহাস খুচৰি নিদিয়ে |

  • @jugalgogoi6465
    @jugalgogoi6465 3 роки тому +30

    ভাস্কৰ বৰুৱা অতি ভাগ্যবান 😍

  • @renukasaikia7818
    @renukasaikia7818 3 роки тому

    Duyu xukhat thakok vogobanok parthona koru love you boroxa💖💖💖💖💖

  • @ankursarmah9305
    @ankursarmah9305 3 роки тому +38

    Dada jonr Dat kita bhot vl lagise...❤️

    • @kishordeka8815
      @kishordeka8815 3 роки тому

      Lage jodi order diya...

    • @ankursarmah9305
      @ankursarmah9305 3 роки тому

      @@kishordeka8815 আপোনি মঙ্গল গ্ৰহৰ মানুহ নেকি 😂

    • @suarsuar747
      @suarsuar747 3 роки тому

      Huii 😝

  • @furkanali4544
    @furkanali4544 3 роки тому

    যুগ্ম জীৱন সুখী হওক তাৰে কামনা কৰিলোঁ নেদেখা জনৰ ওচৰত।

  • @sumiburagohain9986
    @sumiburagohain9986 3 роки тому

    Khobr tu pai bhut bhll lgise Ba apuni hukhi houk hodai .....bivinnyo jone bivinnyo montoibya dib heibur aukan krib krn nijr jibnr kotha nijehe jane.....apunalokoloi hubhesaa thakil dei ❤️

  • @janardannath5044
    @janardannath5044 3 роки тому

    তেওঁলোকৰ যুগ্মজীৱনলৈ অলেখ অযুত সুখ শান্তিৰ নৈ বৈ আহক।

  • @RB-ql4dp
    @RB-ql4dp 3 роки тому +1

    Hodai Jen hukhi hua aru anke hahi dhemalire aguai jua ❤️😘.. bht bht hubhokamaona jonalu ❤️

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 3 роки тому +2

    News ti khuni bhal lagil. Thank you asom live 24.

  • @Bg22224
    @Bg22224 3 роки тому +10

    যোৰহাটৰ লৰা হৃদয়বান ও সাহসী৷

  • @devajyotiborah8672
    @devajyotiborah8672 3 роки тому +9

    Right, sensible and practical decision along the usual expected way from the popular Assamese celebrity.

  • @sufikaansary7228
    @sufikaansary7228 3 роки тому +3

    Lorajon age t bht besi xoru Barasa baa t ke ru dekhito bht besi xoru lagise...btw.. congratulations both of you ❤️❤️

  • @mr.rajbongshivlogs944
    @mr.rajbongshivlogs944 3 роки тому +1

    মনৰ জোখেৰে সুখী হোৱা বৰষা বা...☂️☂️

  • @M_Blowing_shorts
    @M_Blowing_shorts 3 роки тому

    ভাল খবৰ ৷ সুখী হওঁক কেওজনে

  • @sanjibkumarkalita3232
    @sanjibkumarkalita3232 3 роки тому

    বৰ ভাল লাগিল খবৰ টো পায়.বহুত বহুত সুভ কামনা দুয়োলৈ

  • @meghaliray5461
    @meghaliray5461 3 роки тому

    Vaskar da uponak dekhibole bohut dhuniya lage n upuni bhut lackey 😍😘😘😘😘

  • @munmuntamuli5554
    @munmuntamuli5554 3 роки тому

    বহুতো বহুতো শুভ কামনা থাকিল বা তোমালৈ সুখি হোৱা দুয়ো

  • @rimpiboruah2986
    @rimpiboruah2986 3 роки тому

    বহুত ভালপাও দেই বৰষা বাক।সুখী হওক সদায়

  • @juganandagogoi5923
    @juganandagogoi5923 3 роки тому

    ভগৱানে কুশলে ৰাখক দুয়োকে ।যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

  • @thehappysisters3584
    @thehappysisters3584 3 роки тому

    বহুত বহুত ভাল লাগিল বৰষা তুমী সুখী হোৱা

  • @belidas6537
    @belidas6537 3 роки тому +1

    Nice

  • @zornaborah5529
    @zornaborah5529 3 роки тому +3

    Bohut bohut xuvokamona ❤️❤️

  • @sharmiladas2463
    @sharmiladas2463 3 роки тому +2

    Congratuletion baa sir jon bohut cute hoy ❤️❤️❤️

  • @dimpisaikia9808
    @dimpisaikia9808 3 роки тому

    Duijon dekhibole akei.bohut dhunia lagise duyuke..

  • @rupamonidas277
    @rupamonidas277 3 роки тому +1

    Val lagil.. Congrats both of them

  • @manalishadas2421
    @manalishadas2421 3 роки тому +2

    বহুত বহুত শুভকামনা জনালো বা তোমাক ❤😍

  • @dadudutta9097
    @dadudutta9097 3 роки тому

    খুব সুন্দৰ । সুখী হওক আপোনালোক

  • @arundhatidas7881
    @arundhatidas7881 3 роки тому +1

    বহুত ভাল লাগিছে ৷ সুখী হওঁক আজীৱন

  • @rajasri159
    @rajasri159 3 роки тому +11

    ❤️❤️❤️❤️❤️❤️Val lagise xuni bohut

  • @choudhuryratan249
    @choudhuryratan249 3 роки тому

    ভাল লাগিছে। বহুত শুভকামনা থাকিল। সকলোকে সংগী লাগে।

  • @matudeori5854
    @matudeori5854 3 роки тому +1

    বহুত বহুত শুভকামনা

  • @sunitamishra6357
    @sunitamishra6357 3 роки тому

    সুখী হোৱাৰ অধিকাৰ সকলোৰে আছে। বৰষা বালৈ শুভকামনা।

  • @AnuragPran6541
    @AnuragPran6541 3 роки тому

    Ba r biyar khbr xuni khubei xukhi hoisu .. bohut bohut xuva kamona jasilu.......

  • @kabitaborah9231
    @kabitaborah9231 3 роки тому +1

    Congratulations....... Love you Borsha Ba

  • @banasridevi489
    @banasridevi489 3 роки тому

    বহুত শুভকামনা তেওঁলোক দুইজনলৈ 🥰💗

  • @raifan-tq8mb
    @raifan-tq8mb 3 роки тому

    Bohut bhaal lagil khuni. Khodai hahi thakok take kamona koru.

  • @dayanandashah1993
    @dayanandashah1993 3 роки тому +1

    Perfect couple 👌👌👌 God bless you

  • @janmoniborah4206
    @janmoniborah4206 3 роки тому

    Kotha huni bohut hukhi hoisu. Bohut val lagise. Bhogobanok parthona jonaisu aapunalokor jogmo jibonto hukh ru hantiye par hok.

  • @jospijospi8944
    @jospijospi8944 3 роки тому +1

    Good luck

  • @bhagyashreekalita8378
    @bhagyashreekalita8378 3 роки тому +3

    Congratulations ❤️❤️

  • @debajanidutta6239
    @debajanidutta6239 3 роки тому

    Khobor Tu huni val lagil..congratulations duyujonoke.. Ajibon hukhere jiyai thakok harothi hoi🥰💌

  • @poriphukon5920
    @poriphukon5920 3 роки тому

    ভাল লাগিল সুনি

  • @goutamdas5348
    @goutamdas5348 3 роки тому +1

    সদায় সুখী হোৱা বৰষাবা ৷

  • @himadrichetia3004
    @himadrichetia3004 3 роки тому +1

    Congretulution bhaskar da nd barakha ba🥰❣❣❣❣

  • @Rinkidev237
    @Rinkidev237 3 роки тому

    Congratulations ba . Khub bhal lagil ai News tu huni pai 🤗🤗🥰🥰.

  • @SubhadraRealLife
    @SubhadraRealLife 3 роки тому +1

    Best of luck

  • @sanjuktadas8376
    @sanjuktadas8376 3 роки тому

    বহুত বহুত শুভ কামনা জনালো বৰষা বা।

  • @lakshyaojha4274
    @lakshyaojha4274 3 роки тому +1

    Nice my favorites hiroin

  • @user-ih3xh1zl2y
    @user-ih3xh1zl2y 3 роки тому

    কথাটো শুনি কিমান ভাল লাগিছে বুজাব নোৱাৰো ....যোৱাকালি প্ৰথমে যেতিয়া এটা নিউজ চেনেলত বাতৰিটো দেখিছিলো মই ভাবিছিলো কোনো চিৰিয়েল বা চিনেমাৰ প্ৰচাৰৰ বাবে ওলাইছে এনেকৈ কিন্তু আজি সচা বুলি জানি বহুত সুখী হৈছো ৷ ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা মোৰ প্ৰিয় মানুহগৰাকী সুখী হওক আৰু সদায় হাঁহি ফূৰ্তি কৰি থাকক ৷ বহুত বহুত মৰম আৰু শুভকামনা বৰষা বা ❤️❤️😘😘

  • @kaberisengupta282
    @kaberisengupta282 3 роки тому

    Wishing you both a happy n blessed life 👍👍 Congrats 🎉🎉

  • @barnalirajbonshi8910
    @barnalirajbonshi8910 3 роки тому +1

    Congratulations barakha baa❤️❤️❤️nice jodi👌👌

  • @__6707
    @__6707 3 роки тому +1

    Congratulations Barkha baa❤️❤️❤️

  • @bijoysharma1143
    @bijoysharma1143 3 роки тому

    বৰ্ষাৰানি অভিনেত্রীলৈ বিবাহিত জীবনলৈ অশেষ অভিনন্দন।।

  • @mitalibaishya1400
    @mitalibaishya1400 3 роки тому +1

    বৰষা বা তুমি সদায় সুখী হোৱা

  • @bikikumar8698
    @bikikumar8698 3 роки тому

    Wow congratulations both of you Barsha And Bhaskar.🙏🙏

  • @abinashbarman5304
    @abinashbarman5304 3 роки тому +9

    Congratulations baa

  • @arzookashyap7099
    @arzookashyap7099 3 роки тому

    Barasa baa aru bhaskar baruah loi bht bht xubha kamana jhachilu

  • @mousumidekaraja2451
    @mousumidekaraja2451 3 роки тому

    কথাটু খুনি বহুত ভাল লাগিল বৰষা বা ৰু ভিনদেও দুইওৰে সুভ হওক তাকে কামনা কৰিলো বা

  • @rakeshassamese2016
    @rakeshassamese2016 3 роки тому

    বা আৰু দাদা বহু বহু শুভকামনা জনালো
    যোৰহাটৰ ল'ৰা 🤘🤘

  • @mondirabezborah9457
    @mondirabezborah9457 3 роки тому

    Val lagibo , Borkha Ba , Bahonar buuwari habo . Borkha ba loi bahut bahut huvokamona thakil .

  • @rahuldeka4730
    @rahuldeka4730 3 роки тому

    No problem
    They should go ahead and live peacefully!

  • @budheswardoley4532
    @budheswardoley4532 3 роки тому +1

    Congratulations, wish u hppy marriage...