কল্পনা কৰিব নোৱাৰা কাহিনী,শুনিলে আপুনিও সহ্য কৰিব নোৱাৰে

Поділитися
Вставка
  • Опубліковано 8 лют 2025
  • ✅ Guest - Annannya Kashyap ( Actress)
    ✅Anchor - Shemim Ahmed siddiki
    Instagram -shemim-siddikii
    Facebook -Shemim Ahmed siddiki
    Twitter - Shemim Ahmed Siddiki
    @ShemimSiddiki
    ✅DOP - Pompi mech
    Instagram - Pompi-mech- photographer
    ✅any business enquiry -
    shemim.ahmed2@gmail.com
  • Розваги

КОМЕНТАРІ • 512

  • @srvideo1662
    @srvideo1662 Рік тому +16

    ইমান অমায়িক তুমি। ইমান সৰলতা আৰু মৰমিয়াল।বহুত ভাল লাগিছে তোমাৰ সৰলতা খিনি ❤️

  • @rubiborah3436
    @rubiborah3436 Рік тому +64

    তুমি এগৰাকী বহুত দায়িত্বশীল,সংস্কাৰ ৰী,সহজ,সৰল,গুৰুত্ব দিয়া ধৈয্য শিল,জ্ঞানী ছোৱালী।এনেকুৱা সন্তান হোৱাটো সকলো মাক দেউতাকে বিচাৰে।তুমি যি কাম কৰা সকলো কামতে আগুৱাই যোৱা।তোমাৰ কথা বিলাক শুনি বহুত ভাল লাগিল.hekhot tumar udjol bhobisyet kamona korilu.❤❤❤❤😂😂😂😂

  • @juliranisarmajuli5031
    @juliranisarmajuli5031 Рік тому +62

    আলোচনা টি চাই বৰ ভাল লাগিল, মানুহে জীৱনত ঠেকা খাব লাগে, দুখ পাব লাগে তেতিয়াহে এগৰাকী পূৰঠ মানুহ হব পাৰি।

  • @pravachutia931
    @pravachutia931 Рік тому +23

    ভাল ছোৱালীৰ বোৰৰ সদায়েই কস্ত হয়েই ।তুমি বহুত ভাল মনৰ ছোৱালী ।কথাতেই ধৰিব পাৰি ।আগবাঢ়ি যোৱা ।ধন্যবাদ

  • @sherryburagohain1472
    @sherryburagohain1472 Рік тому +9

    অনন্যা এগৰাকী বহুত সুন্দৰ মনৰ ছোৱালী৷তেওঁক কিয় বেছি ধুনীয়া লাগে জানেনে?তাইৰ মনটো বৰ ধুনীয়া৷সেয়ে ৷

  • @manjulaborah1351
    @manjulaborah1351 Рік тому +17

    আলোচনা খিনি চাই বহুত ভাল লাগিল, প্ৰেৰণা দায়ক,কষ্ট কৰিলে ভাল ফল পাব ই,উঠি অহা প্ৰজন্মই কিছু শিকক, ভগৱানে সাহস আৰু শক্তি দিয়ক, শুভেচ্ছা থাকিল।

  • @gayatrirajguru6854
    @gayatrirajguru6854 Рік тому +30

    প্ৰথম কথা হ'ল,অনন্যা তোমাৰ কথা কোৱাৰ শৈলী আৰু মাতটো বৰ ধুনীয়া!তোমাৰ দৰে এজনী বুজন ছোৱালী এখন ঘৰত পাবলৈ ভাগ্য লাগিব।ঈশ্বৰে সদায় কুশলে ৰাখক তোমাক আৰু সুন্দৰ সুন্দৰ কাম কৰি যোৱা।শুভেচ্ছা যাচিলোঁ।

  • @rimpibegum7020
    @rimpibegum7020 Рік тому +5

    মন চুই গৈছে কথা খিনি।বা সচাকৈ বহুত দায়িত্বশীল ❤

  • @debajitdas275
    @debajitdas275 Рік тому +21

    অনন্যা বা লৈ বহুত মৰম ❤️ তুমি সদায় ভালে থাকা 🥳❤️

  • @rizaafreen7132
    @rizaafreen7132 Рік тому +12

    কৰ্ণ অন্য এক মহাৰথী চিৰিয়েল খন চোৱাৰ পৰা অনন্যা বা তোমাক জানো আৰু বহুত ভাল পাও❤❤❤❤❤❤

  • @ghanashyamborah1063
    @ghanashyamborah1063 Рік тому +7

    Annaya Kashyap, I am from Khanapara, Guwshati and I 75 +. Yor are my favourite actress among the new generations. I honour,respect and appreciate your ideology. May God bless you. I wish your bright future. Go ahea.

  • @binoymoumitakalitakalita1017
    @binoymoumitakalitakalita1017 Рік тому +6

    অনান্য বা তুমি বহুত সাহসী হয় আগবাঢ়ি যোৱা ❤❤❤❤❤

  • @sarmisthamousumhazarika9210
    @sarmisthamousumhazarika9210 Рік тому +15

    ভন্টী হিচাপে তোমাক লৈ যে কিমান গৌৰৱ কৰো মই, বুজাব নোৱাৰিম মাজনী। বহুতে বহুত কথা কয়, সহ্য নহয় মোৰ, কাজিয়াও লাগিছো কিমানৰ লগত হিচাপ নাই 😂। 'ভাল পাব নাজানিলো'খন যে মই অকলেই 'এমেচাৰ হ'ল' ত চাইছিলো তোমাৰ প্ৰথম চিনেমা বুলি , কৈছিলো তোমাক। 😅
    আৰু we all love you Majoni❤

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 Рік тому +6

    সকলোৰে জীৱনত দুখ থাকে কিছুমানে প্ৰকাশ কৰে আৰু কিছুমান মানুহে প্ৰকাশ নকৰে। মোৰো বহুত দুখৰ দিন গৈছে ভাবিব নোৱাৰা কৈ। দুখৰ মাজত সুখ আহে সেইটো সচাঁ কিন্তু নিজৰ ওপৰত বিশ্বাস আৰু কষ্ট কৰি সময় দিব লাগিব। গতিকে সুন্দৰ অভিনেত্ৰী তুমি আগুৱাই যোৱা শুভেচ্ছা থাকিল ❤️❤️😍🥰👍

  • @farminbegum5124
    @farminbegum5124 Рік тому +62

    খুবেই মৰম লগা আৰু ভাল ছোৱালী। প্ৰতি গৰাকী ছোৱালীয়েই এনেকুৱা দায়িত্বশীল হ'ব লাগে ❤❤❤

  • @plamitabaruah3452
    @plamitabaruah3452 Рік тому +12

    Hosa...annayna bohut val aru responsibility buja suwali... birat morom lage

  • @darsanasaharia3577
    @darsanasaharia3577 Рік тому +8

    Love from mangaldai ❤️❤️❤️ আৰু তেওঁৰ যে ইমান ভিতৰত দুখ আছে গমে পোৱা নাছিলো আৰু গম পাই বহুত দুখ লাগিল আৰু মানুহে থে কি লে হে সিকে আৰু কষ্ট্ৰ ৰ ফল সদাই মিঠা

  • @minudutta8768
    @minudutta8768 Рік тому +6

    তোমাৰ কথা বিলাক শুণি বৰ ভাল লাগিছে ।আৰু শুণিবলৈ মন যায় ।

  • @kalpanachoudhury3973
    @kalpanachoudhury3973 Рік тому +57

    তোমাৰ নিচিনা ছোৱালী ঘৰে ঘৰে জন্ম হওক মা দেউতাৰ ইযাতকৈসুখ নাই ছাগে মইও তোমাৰ মাৰ নিচিনা বহুত মৰম দিলো দে ❤😊

  • @anjanagogoi6105
    @anjanagogoi6105 Рік тому +10

    দুখ লাগিল কথা বোৰ জানি , আগবাঢ়ি যোৱা, আৰ্শীবাদ থাকিল । দুখ সুখৰ সমষ্টিয়েই জীৱন । তোমাৰ বিচাৰ বিবেচনা খিনি বহুত লেখত লবলগীয়া। বহুতৰে এইখিনি নাই । হতাশ নহবা ।💚❤️

  • @sibaninath8483
    @sibaninath8483 Рік тому +2

    Ananya ba ..apuni mur bht priyo ovinetri..apunak aji video tu Sai exar kathai kobo mon goise..you have pure soul ..you voice can touch everyone's heart..apuni hazar goraki narir adorsho howk♥️

  • @Veershivam5674
    @Veershivam5674 Рік тому +9

    তোমাৰ কথাবোৰ বহুত ভাল লাগিছে৷তুমি সদায় আগুৱাই যোৱা৷তোমালৈ বহুত মৰম

  • @himanisaikia1889
    @himanisaikia1889 Рік тому +15

    মোৰ জীৱনটিওঁ তেনেকুৱাই আপোনাৰ দৰে দায়িত্ব লৈ লৈ জীৱনটিত নিজৰ কথা ভাৱিৱলৈ পাহৰিয়ে থাকিলো ,মোৰ ভাইটিক লৈয়ে এতিয়া মোৰ সপোন ,বহুত কষ্ট কৰি তাক ডাঙৰ কৰিলো ,পঢ়ালো

  • @ranjukalita136
    @ranjukalita136 Рік тому +2

    তোমাৰ কথাবোৰ শুনি বৰ ভাল লাগিল অনান্য। আৰু আগবাঢ়ি যোয়া........

  • @diptiburagohain746
    @diptiburagohain746 Рік тому

    মৰম লগাছোৱালীজনীক মন ভৰি আশীৰ্বাদ দিছো ভগবান সহায় সাৰথি আৰু ৰক্ষক হৈ থাকক তোমাৰ

  • @nanditagogoi4155
    @nanditagogoi4155 Рік тому

    বা আপোনাৰ কথাবোৰ জানি দুখ লাগিল, ভালো লাগিল আৰু বহুত মই মনত সাহস পোৱাদৰে লাগিল। ❤❤❤❤❤

  • @darshuvlog7241
    @darshuvlog7241 Рік тому +21

    তোমাৰ কথা পা বহুত কথায়ে শিকিব পাৰিলোঁ 🥺🥺 কিয় নাজানো বৰ দুখ লাগিল তোমাৰ জীৱন যুদ্ধৰ কথা শুনি 🥺😔 বহুত মৰম তোমালৈ অনন্য বা 💓😘😘

  • @zubeenbandanagarg1677
    @zubeenbandanagarg1677 Рік тому +6

    বা আপুনি মোৰ সকলোতকৈ প্ৰিয় বা বহুত ভাল লাগে ইমান সহজ সৰল বা জনী সদায় এনেকৈ থাকিব বা এজনী দায়িত্ব ‌‌‌‌‌শীল ছোৱালী আপুনি দুখ সকলোৰে জীৱনত থাকে বা তথাপিওঁ সদায় হাঁহি থাকিব বা বহুত মৰম বা 💞😘আপুনি মা দেউতাৰ কথা ইমান ভাবে ভাল লাগে বহুত আজি কালি বহুতে মাক দেউতাকৰ লগত বেছি ফুৰিব নাযায় কিন্তু আপুনি আপোনাৰ পৰিয়ালৰ লগত ফুৰিব যায় বহুতেই ভাল লাগে বা

  • @monoswettaofficial887
    @monoswettaofficial887 Рік тому +3

    Sooo true... Muru mon goi asle j tai emn bur kam nd all knke handle kori ase janibo mon jai ...thnxx to you semim baaa tumi j tair interview tu Lola..

  • @neetarabha414
    @neetarabha414 Рік тому +35

    এ ঘন্টা পাৰ হৈ গৈছে তথাপিও কথা বোৰ শুনিয়ে থাকিব মন হৈছে, ❣️❣️❣️❣️❣️❣️

  • @bobimedhi4510
    @bobimedhi4510 Рік тому +20

    Manuh bur tenekuai kuneu Karu dukh nubuje.atiya muru beya din soli ase.manuhbure hahe.tumi bohut val tumk vogobane xokolubmonggol koribo xodai.❤

  • @binitadevi9597
    @binitadevi9597 Рік тому +4

    Kotha bure mon sui gol bohut val lagil khuni.. bohut morom jasilu Annaya loi ❤️

  • @Sophie77772
    @Sophie77772 Рік тому +29

    ভাবা নাছিলোঁ কেতিয়াও ইমান মৰমলগা হাঁহিটোৰ আঁৰত ইমান দুখ লুকাই আছে🙏
    আৰু আগুৱাই যোৱা বা🙌❤️

    • @lifewithannie4476
      @lifewithannie4476 Рік тому +2

      Aiyai jibon... Hahi thokato art.... But hokolore jibont thake dukhbur....

  • @jenynath1394
    @jenynath1394 Рік тому +1

    আগুৱাই জুৱা ৱা তুমি তোমাৰ কথা ৱোৰ শুনি ভাল লাগিছে ইমান মৰম লগা ৱা জনি

  • @AbhiGogoi123
    @AbhiGogoi123 4 місяці тому +2

    Val suwali Tai bohut dagor manuh hbo ai baa jni❤

  • @putulkalita7782
    @putulkalita7782 Рік тому +7

    সচাঁকৈ অভিনেত্ৰী গৰাকীক বৰ ভাল লাগে ❤

  • @chayanikadhunu9522
    @chayanikadhunu9522 Рік тому +2

    বহুত ভাল লাগিল বা... ❤️❤️
    ভগৱানে তোমাক আশীৰ্বাদ দিয়ক।🙏❤️

  • @navajyotisaikia6698
    @navajyotisaikia6698 Рік тому +5

    Sukanya hoite muru akei feel hoi...korbat furibo gole unique kiba ata dekhile maa deutak miss kora hoi...nijor family logot thakile bohut hahok puwa jai...

  • @blooming_kimli
    @blooming_kimli Рік тому +9

    ভগৱানে দিয়ো চাৱ নিয়ো চাৱ।সেই সময়খিনিত নিজকে গঢ়ি লৱ পাৰিলে কেতিয়াও জীৱনত হাৰ মানিব নালাগে।ভগৱানে তোমাক আশীৰ্বাদ কৰক।নিজৰ কথা সকলোৱে ভাবে কিন্তু আনৰ কথা ভাবিব পৰা গুণ বহুতৰে ক'ম।তোমাৰ ভাল হওক।

  • @ushamonibhattacharya8263
    @ushamonibhattacharya8263 Рік тому +3

    Tumar nisina ajoni suali thakile lorar ki proyujon...aji kali lorai maak deutakor lgt thakibo nibisare... proud of you

  • @anjalipathak4964
    @anjalipathak4964 Рік тому +9

    বহুত ভাল লাগিল কথা বোৰ জানিব পাৰি। আৰু আগুৱাই যোৱা শুভেচ্ছা থাকিল।❤❤❤❤

  • @anjumoninathbora6087
    @anjumoninathbora6087 Рік тому +2

    সঁচাকৈয়ে খুউব ভাল লাগিল সাক্ষাৎকাৰটি চাই❤

  • @Dipangkhi
    @Dipangkhi Рік тому +1

    Ananya baar ei gutei kotha khini khuni bohut besi khakhok paisu jodiu moi etiya porhi asu tothapi baar jibon r kotha bur xuni kenekoi aguwabo pari khikisu❤❤❤

  • @Mayurisaikia4996
    @Mayurisaikia4996 Рік тому +8

    Tumi kandisa moiyu kandi dilu ❤ Tumi bhut besi original suwali So karu kotha khuni mon bea nokoriba tumak val pua manuh buro karone kam kori jua ❤❤❤❤❤

  • @XoremTamang-q2v
    @XoremTamang-q2v Рік тому +13

    বা জনীক কৰ্ণ অন্য এক মহাৰথী ধাৰাবাহিক খনৰ পৰা চিনি পাওঁ। বা জনী আমাৰ ঘৰৰ সকলোৰে অতি প্ৰিয়।

    • @darsanasaharia3577
      @darsanasaharia3577 Рік тому

      মই ও তেতিয়া ৰ পৰা চিনি পাইছিলো

  • @leezayesmin7732
    @leezayesmin7732 Рік тому +5

    Imn dhunu Ananya baa tumar voice tu🥺❤️. Love you very much 💓
    And semim bity tumak o love you 🥰

  • @Happylife-i6e
    @Happylife-i6e Рік тому +4

    বা সদায় ভালে থাকা৷
    দুখ আছে বাবেই সুখৰ অস্তিত্ব আছে৷ভাল হওক তোমাৰ৷

  • @sarojinichoudhury3115
    @sarojinichoudhury3115 Рік тому

    তোমাৰ কথাখিনি মোৰ মন চুই গল .....যাৰ কাৰণে তোমাকো মোৰ লাইফটোৰ কথা কবলৈ খুব মন গৈছে অনন্যা ....ময়ো তেনেকৈয়ে থাকলো

  • @rtamuli8511
    @rtamuli8511 Рік тому

    আইঔ সোনৌ ইমান সুন্দৰ কথা ক'লা অন্তৰ চুইগল অ!তোমাৰ অধ্যাবসায় বলত বহুত কৰিলা আৰুআগবাঢ়িযোৱা আৰ্শীবাদ কৰিছো।

  • @PurabiandRiyanVlogs
    @PurabiandRiyanVlogs Рік тому +2

    Tumar Dore suwali luck t he pai mak dewtake,Tumi bhut val ,aaguwai juwa, best of luck

  • @dipamanidas8288
    @dipamanidas8288 Рік тому +1

    Baar kotha kheni xuni sokur pani ulai gol tumi aguwai juwa baa god bless you ❤

  • @Fusionflavor16
    @Fusionflavor16 11 місяців тому

    Anannya amar babe majoni bohut helpful suwali ejoni hoi...muk bahut dangor help korise eta xomoyot...moi bohut thankful majoni jonir usorot ❤❤❤❤

  • @bablidandachetry525
    @bablidandachetry525 Рік тому

    Ananya bar kotha bur xuni bor vl lagil mon sue gol. Jibon judhot aguaie jua ba aru vl vl kam korok .bhogobane tumr mongol korok. Love you so much baa ❤❤❤

  • @suntibordol
    @suntibordol Рік тому +2

    বহুত ভাল কথা ক'লা বা😭😭❤❤🧎‍♂️🙏🙏🙏সচাঁকৈ বহুত ভাল লাগিল।।

  • @dolisriroy9741
    @dolisriroy9741 Рік тому +4

    Shemim xundor interview aru Anannya tumi buli koisu beya napaba tumar nijor poriyal r proti iman daitto dekhi khub bhal lagil kunduai dila, Maa k je kapur diar kotha khini koi asila Moiu tenekoi e bhabu😢
    Hodai hukhi hua❤

  • @mishmitakachary4055
    @mishmitakachary4055 Рік тому +1

    Tumar ma deuta success hoise hontan k sanskar di dangor dighor korat.Aji Tumi responsible howar mulote maa deutai tumak diya sanskar ❤❤.tumar sinta Dhara khub val lagil,kisu mil ase mur logot.ekekhon college r a junior karone tumi buli a koisu. Lots of love 💗 & best wishes 👍 @annanyyakashyap

  • @mausumirabhavlogs3682
    @mausumirabhavlogs3682 Рік тому

    Video tur aramvonit vabisilu 1 hour skip kori kori sam but nuarilu iman Annanya bai simply dhuniake kothabur koise huni a thakibo mon gol aru bht relate koribo parisu teo jeneke ghar khonok loi sinta muru hodai fmly'k loi bht protective feel koru,bht daittosil suali hosai bht bhal lagile.. Apuni bht bhal monor so nicchoi bht bhal hoi aguai goi thakibo ba thakok logote apunar family hodai bhale thakok heyai kamona korilu.. Stay happy, hardworking, positive and keep ur simplicity always.. ❤❤❤❤

  • @Parishmita_deka15
    @Parishmita_deka15 Рік тому +2

    Anayyana Bak mur bohut vl lge ghor ekdom usorote jodih adinu vlke Log puwa ni but dekhisu baki jiye Houk ba Akha ase nisoi adin log pam ...Bohut bohut vl lage ❤❤....God bless you and love Uuhh ba😘☺️❤

  • @himakshisarma2920
    @himakshisarma2920 Рік тому +4

    Bht hahokh palu baa ❤❤....moiu mr jibnk loi bht vagi porisilu..2mr ktha khiniye hahokh dile 🥰🥰..

  • @pujakalita2152
    @pujakalita2152 Рік тому +6

    Hahir arot thoka bar struggle khni xsai mon sui gl imn xohoj bhabe ktha khni kole bhut vl lgise xsake nijr ghr khn nijr ghrr mahnuh khni ajon mahnuhr krne kimn important xatu bhut vlkoi buji plu ajon suwali hisape vle thka ba aru xdai aguwai jua keep Shining always ❤️✨

  • @pallabichamuah8668
    @pallabichamuah8668 Рік тому +2

    খুউবেই অমায়িক লগতে কথা কোৱাৰ সালিনতাখিনি ..বৰ ভাল লাগিল।

  • @manojdeka4675
    @manojdeka4675 Рік тому +2

    Tumar kotha huni bohut valo lagil bohut dukhu lagil kintu eta ktha thik manohor jibonot dukh ahile edin hukh ahiboi gotike ami nijor uporot biswas aru bhogobanor uporot biswas rakhibo lage tatiaha jibonot আগুৱাই jabo paribo।❤❤

  • @binitahazarika6991
    @binitahazarika6991 Рік тому +2

    Really ananya kashyap is exceptional. Super . It's an inspirational for others

  • @mrinalinichakrabarti6206
    @mrinalinichakrabarti6206 9 місяців тому

    তোমাৰ কথা শুনি ইমান সুন্দৰ লাগিছে তোমাক মোৰ বহুত ভাল লাগে 👌👌💕💕💕 ভালে থাকিবা

  • @sharmajyotishmita99
    @sharmajyotishmita99 Рік тому +5

    One of my favourite actress..Annanyya ba protyk tu kothae bht besi inspire kore..thnk u shemim baa for the interview

  • @navajyotisaikia6698
    @navajyotisaikia6698 Рік тому +21

    Interview tu sai aku ata comment nidiakoi nuwarilu.....tumar nisina suwali proti khon ghorote jonmo houk...tumi ghor khonor karone jitu dhonatmok sinta loi asa ..bhogobane tumak bohut dur aguwai niyok...

  • @alismitamajumdar2538
    @alismitamajumdar2538 Рік тому +2

    Ahir dinot iman bhal suwali ase agbarhi jua tumi annanya god bless u

  • @nomoskarbondhu8099
    @nomoskarbondhu8099 Рік тому +2

    তোমাৰ এই প্ৰগ্ৰেমটো চাই অত্যন্ত সুখী হলোঁ ৷

  • @shivajijvlogs8384
    @shivajijvlogs8384 Рік тому

    Xodai kom kom bhabi asu... Aji koi e dlu.... 1 st of all Shemim Congratulations ene eta show start korar babe...... Xokolue positive thoughts receive koribo eyar pora.... Suali bur e deutakok financial support diya r sinta kore xeitu xosa ❤

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 Рік тому +1

    Kastor fal. Mitha. " God Blessed you'' Anannya

  • @shayamalimatamuly3012
    @shayamalimatamuly3012 Рік тому

    বহুত ভাল লাগিল অনন্যাৰ কথাবোৰ শুনি ❤❤ চকুৰ পানীও ওলাই গল

  • @majumani9910
    @majumani9910 Рік тому +4

    তুমি আগুৱাই যোৱা। তোমাৰ জীৱনৰ প্ৰতি থকা যি কৰ্মৰ প্ৰতি স্পৃহা ভাল লাগিল।God bless you ❤

  • @sangitabasumatary
    @sangitabasumatary Рік тому

    Real tu tai enekua a bht polite bht calm and sbr lgt a sweet tai...olp mn u attitude bula bostu a ny

  • @barnalifes9679
    @barnalifes9679 Рік тому

    Tumi aro aguwai joia baa ...tomr bhot besi val hbb .lifet sturggle kra manohe he boji pai .love you baa❤️

  • @minakshislifestyle6082
    @minakshislifestyle6082 Рік тому +2

    Khub bhal lagil tumar kotha khini xuni..Moi tumar dorei suwali prati goraki matrir huwatu bisaru nijor family prati dayitto xil...God bless 💕💕 love from Guwahati

  • @h.z8587
    @h.z8587 Рік тому

    Tumar kthabur bht dhunia Ananya baa . kotha bur hunile huni thkibo mon jai jana

  • @rajashreebhattacharjee5014
    @rajashreebhattacharjee5014 Рік тому

    Bohut ghat protighatre par hoi etia bhal hoise, prarthana.korisu aguai jua,God bless you ononya

  • @banditadas5057
    @banditadas5057 Рік тому +11

    Best interview ever! Bohut morom tumaloi ♥️

  • @barnalitalukdar3355
    @barnalitalukdar3355 Рік тому +3

    Xosai annanya baak bohut vl lge,,bor morom lga suwali Joni ❤❤❤❤❤,,,lost of love 💕

  • @chandamitaborah1771
    @chandamitaborah1771 Рік тому +1

    Aiyoo dehi bor Lakhi suali dei Ananya Kashyap pise gom pai bhal lagil amar Handique r e buli and amar senior bli bhal Kam Kori jaok Baa ❤ u bor bhal lagil interview 2 sai

  • @bhagyasreehazarika122
    @bhagyasreehazarika122 Рік тому +1

    Khub val lagil, aha koru tumar logot mone mila jiban harothi ejon pua jen

  • @MonmiBaruah-lz5oc
    @MonmiBaruah-lz5oc Рік тому +1

    তোমাৰ কথাবোৰ জানিব পাৰি খুব ভাল লাগিল,লগতে কন্দুৱালাও দেই 👏👏👏🥰🥰🥰

  • @chayasworld3096
    @chayasworld3096 Рік тому

    Ananya baa r kotha khinie mon sui gol..baak bohut val lage❤

  • @rashmichangmai2089
    @rashmichangmai2089 Рік тому +2

    Bohut dukh lagil kotha bur jani 😢😢 vale thaka tumi baa ❤❤ vogobane tumak hodai hukht rakhok ❤❤ god bless you baa ❤❤

  • @tultulboruah9037
    @tultulboruah9037 Рік тому

    Ananya tumi hosakoi bhut hahokhi. Tumi hoda aguwai jua..ru tumer dre suali poti khon ghorte drkar

  • @pinkuboruah2245
    @pinkuboruah2245 Рік тому +2

    Moja,bohut val lagil dei juboti tumar video to sai,moi assamr bahiyr pora sai asu, god bless you.

  • @bunu1111
    @bunu1111 Рік тому

    Hosakaoi Imn genuine o tumi, val lagil kotha bur hunii.... Agoloi ruu val houk tumar tare akha koriluu

  • @manakhiborahboruah1625
    @manakhiborahboruah1625 Рік тому

    Annayna hodai morom loga suwali eman horu suwali hoi emn sinta kore bohut morom lage❤

  • @tapanbhuyan2853
    @tapanbhuyan2853 Рік тому +2

    You are a ve y good Responsible good Person and good Daughter like that Like Father Like Daughter. SO I hope and God bless ypu

  • @moupriubora741
    @moupriubora741 Рік тому +2

    Moi annanya bak bhut besi val pao ....teu bhut val monor suali.....hodai teu hukhi houk .... vogowanor hohai paok teu....🙏

  • @gitikaray4558
    @gitikaray4558 Рік тому

    বা আপোনাক দেখি আৰু আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে
    আপুনি যেন এচাতি মলয়া বতাহ
    আপুনি যেন বৈ অহা নিজৰাৰ শিতল পানী
    সচাকৈ আপুনি শিল্পী জগতৰ এগৰাকী বেলেগতকৈ বহুত বেলেগ আপুনি অনন্যা .

  • @arunimadevi3483
    @arunimadevi3483 Рік тому +4

    সচাকৈয়ে এটা বৰ সজীৱ ভিডিও, সৌভাগ্য জনেহে এনেদৰে দায়িত্ব পালন কৰিব পাৰে.... সঁচাই আপুনি অন্যন্যা.. আপোনাৰ উজ্বল ভবিষ্যত নিশ্চিত...

  • @un_known02
    @un_known02 Рік тому

    Iman addicted hoisu sukanya (ananya) baar proti baa natakile serial ai nsau 😌 baar kora 2 ta serial ai saisu Assamese serial ❤

  • @chayasmitadeka1320
    @chayasmitadeka1320 Рік тому

    Baa tumar kotha khini pra bht ktha hikhibo parisu ❤aaguwai jua tumi ru vl houk tumr Annanyya Baa🥰bohut bohut morom thakil ❣️🤗

  • @rantugogoiofficial2770
    @rantugogoiofficial2770 Рік тому +2

    সুন্দৰ বহুত ভাল লাগিল কথাবোৰ

  • @himashrikalita8797
    @himashrikalita8797 Рік тому +2

    Bohut val lgse episode tu
    Nijor lgt milise so bukukhn bikhai goise

  • @RupankarChoudhyry-sm2wr
    @RupankarChoudhyry-sm2wr Рік тому

    Bohut bhal suwali o jitu lorai jibonot pabo tar life Tu bohut bhl jabo dei

  • @Chandeswar-m3b
    @Chandeswar-m3b Рік тому +3

    সঁচাকৈয়ে তুমি বহুত ভাল ।

  • @pubalikalita5027
    @pubalikalita5027 Рік тому

    Tumi aru aguyai juwa tumk bhut vle lge baa bhut vle thaka love from majuli❤❤❤ tumi bhut vl hoi

  • @porinitabora3747
    @porinitabora3747 Рік тому +33

    True inspiration you are.
    More power to you Annanya Baa 💕