ভাওনাত কেতিয়াও নেদেখা এটি দৃশ্য।সঁচাকৈয়ে দৃশ্যটি চাই আচৰিত হ’লো ॥ শিশুটিৰ অভিনয়ে দৰ্শকক আৱেগিক কৰিলে

Поділитися
Вставка
  • Опубліковано 4 лис 2024

КОМЕНТАРІ • 247

  • @jitenphukon9537
    @jitenphukon9537 5 годин тому +1

    বৰ দুখ লাগিল চাই ।😢😢😢 বাৰে বাৰে চাইছো আগুৱাই যোৱা ভাইটি ❤❤❤❤❤❤😊😊😊😊😊

  • @JoyramBonia
    @JoyramBonia 4 місяці тому +17

    বহুত সুন্দৰ হৈছে বাস্তবীক ৰুপ দিছে অভিনয়। ভবিষ্যতলৈ সুন্দৰকৈ আগুৱাই যাবলৈ আশীৰ্বাদ থাকিল।

  • @NiribiliNibirJunakofficial
    @NiribiliNibirJunakofficial 4 місяці тому +15

    বহুত দিনৰ পিছত এনেকুৱা নাটক চালো খুউব ভাল লাগিল! চকুৰ পানী ওলাই গল | শিশু শিল্পীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো.❤❤❤❤❤❤❤❤

  • @BrojenChetia-i8n
    @BrojenChetia-i8n 4 місяці тому +50

    হৃদয় চুই যোৱাকৈ কৰা অভিনয় বাবে তেওঁ উজ্বল ভৱিষ্যত কামনা কৰিলো ্

  • @binasaikia1675
    @binasaikia1675 2 місяці тому +12

    সছাকৈ , হৃদয় চুই যোৱা অভিনয় । কণ মানিটোৰ ভৱিশত উজল কামনা কৰিলো ।

  • @gitanjaliboruah834
    @gitanjaliboruah834 4 місяці тому +12

    দুয়োগৰাকী শিল্পীলৈ অশেষ ধন্যবাদ আৰু কৃতগতা জনালোঁ। কৃষ্ণ কৃষ্ণ প্ৰভু আগোৱায় যোৱা

  • @parijatsharma1058
    @parijatsharma1058 4 місяці тому +12

    হৃদয়ে কান্দি উঠিছিল অভিনয় ভাগত আগুৱাই যোৱাৰ পথ চুই যোৱা

  • @dipmoniborah9074
    @dipmoniborah9074 4 місяці тому +12

    সঁচাকৈ নাটখনিৰ যোগেদি ধনাত্মক দিশ এটি পৰিস্ফুট হৈছে । বৰ্তমান সমাজৰ প্ৰতি শুভবাৰ্তা কঢ়িয়াই অনা বাবে ভাল লাগিল ।
    কোনোৱে নাটখনিৰ নামটো জনাব পাৰিব নেকি আৰু কোন ঠাইত পৰিবেশন কৰিছে ।

  • @parkashdas8576
    @parkashdas8576 4 місяці тому +12

    সুন্দৰ অভিনয় কৰা শিল্পী দুয়ো লৈ ভবিষ্যত উজ্বল কামনা কৰিলো।

  • @rajumonibaruah8389
    @rajumonibaruah8389 4 місяці тому +16

    বৰ বেছি সুন্দৰ অভিনয় হৈছে ।নাট ভাগি নাম জানিবলৈ মন গৈছে। কৃষ্ণ কৃষ্ণ

  • @kripalirajbongshi8537
    @kripalirajbongshi8537 3 місяці тому +8

    হৃয়স্পৰ্শী অভিনয় দুয়ো গৰাকীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ কৃষ্ণ কৃষ্ণ

  • @prabinbordoloi1449
    @prabinbordoloi1449 25 днів тому +1

    বহুত ভাল লাগিল চাই শুভেচ্ছা থাকিল দুয়ো গৰাকী অভিনেতা লৈ আৰু আগুৱাই নিওক ভগৱানে

  • @ContentBoat-xn4vy
    @ContentBoat-xn4vy 2 місяці тому +6

    বহুত দুখ লাগিল

  • @AnimaAnimasaikia
    @AnimaAnimasaikia 4 місяці тому +9

    সছাঁকৈ বৰ দুখৰ কাহিনী বহুত দুখ লাগিল । অভিনয় বহুত বহুত ভাল হৈছে আগলৈ আগুৱাই যোৱা পঙ্কজ।

  • @MontuGogoi-b9c
    @MontuGogoi-b9c 4 місяці тому +9

    সঁচাকৈ হিদয় চুই যোৱা অভিনয়। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @diptidas4859
    @diptidas4859 3 місяці тому +7

    বহুত সুন্দৰ প্ৰদৰ্শন কৰিছা

  • @nilamoniboruah3734
    @nilamoniboruah3734 3 місяці тому +8

    সুন্দৰ অভিনয় শিশু গৰাকীৰ ।

  • @durlovdas7880
    @durlovdas7880 3 місяці тому +7

    বহুত ভাল লাগিল দৃশ্যটি চাই অন্তৰ চুই গ'ল...সম্পূৰ্ণ ভাওনাখন upload কৰিব বুলি আশা কৰিলো..লগতে ভওনা গ্ৰুপটোৰ নাম আৰু ঠিকনাটো জনাব 🙏

  • @চুমীমেৰাপানী
    @চুমীমেৰাপানী 4 місяці тому +11

    সচাঁকৈয়ে বৰ দুখ লাগিল ইমান সুন্দৰ অভিনয়।

    • @Riyanidas-e3u
      @Riyanidas-e3u 2 місяці тому +1

      সঁচা কথা কবলৈ গলে বিধি আৰু বিধানৰ মাজত দেখা যায় ❤😢

  • @BornaliBora-o4z
    @BornaliBora-o4z 4 місяці тому +8

    বৰ ধুনীয়া অভিনয় কবলৈ ভাষা নাই

  • @birengogoi9499
    @birengogoi9499 3 місяці тому +2

    অতি সুন্দৰ অভিনয় 👌🙏 ( বিনতাৰ দাসত্ব মোচন,,নাট ভাগ বৰ সুন্দৰ উপস্থাপন 👌🙏 )

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 4 місяці тому +15

    ভাওনাভাগি নামটো কবচোন আচৰিত অভিনয় আশীৰ্বাদ থাকিল শিশুজনলৈ

  • @sensuwacreationassam8855
    @sensuwacreationassam8855 10 годин тому

    হেই ভগৱান এনেকুৱা প্রতিভা ...সছাই চকু পানী ওলাই OMG
    গ'ল অ !

  • @parisaikia-q7x
    @parisaikia-q7x 3 місяці тому +3

    বহুত ভাল লাগিল

  • @HimaniDeka-ct1sk
    @HimaniDeka-ct1sk 4 місяці тому +15

    শিশূ শিলপী গৰাকীলৈ আশীৰবাদ থাকিল ।

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 4 місяці тому +8

    কৃষ্ণ কৃষ্ণ সুন্দৰ অভিনয়

  • @madhuriborah9619
    @madhuriborah9619 27 днів тому +1

    সঁচাকৈ হৃদয় চুই গল...

  • @Username-g5g
    @Username-g5g 4 місяці тому +3

    Bohut mrm lagise loratuk...eman xundor ovinoy sokur pani ulai gol..❤

  • @rumirabha-864
    @rumirabha-864 4 місяці тому +5

    Bohut bhal lagil ovinoy sai

  • @nvnita
    @nvnita 3 місяці тому +3

    ইমান ধুনীয়া ❤️🥺

  • @durlavkachari1354
    @durlavkachari1354 3 місяці тому +2

    hundor hoise

  • @sumpihazarika9960
    @sumpihazarika9960 2 місяці тому +2

    bohut val lagisa avinoi

  • @MINE_Craze_81
    @MINE_Craze_81 4 місяці тому +2

    Ovinoy hosakoi dhuniya hoise. Soku Pani ulai goise. ❤❤❤❤

  • @KangkanaSaikia-e1g
    @KangkanaSaikia-e1g 3 місяці тому +3

    অতি সুন্দৰ অভিনয় হৈছে দুয়োজনৰে কোন ঠাই ভাওনা আছিলে

  • @munmikachari6189
    @munmikachari6189 4 місяці тому +4

    Bor val avinoy korise sishutiye so thank❤❤🎉🎉

  • @monjuladevi6719
    @monjuladevi6719 7 днів тому

    বৰ সুন্দৰ অভিনয়।

  • @LabaKalita-v2f
    @LabaKalita-v2f 3 місяці тому +1

    বহুত ধুনীয়া লাগিছে চাই আগলৈ আগ বাঢ়ি য়োৱা ❤❤❤❤😢😢😢😢

  • @niruprovaniruprova763
    @niruprovaniruprova763 4 дні тому

    সুন্দৰ হৃদয়স্পৰ্শী অভিনয়😢

  • @PrasantaBorah-u4qhii
    @PrasantaBorah-u4qhii Місяць тому +1

    Bohut val lagile sai

  • @promilagogoi5999
    @promilagogoi5999 4 місяці тому +3

    হৃদয় চুই যোৱা অভিনয়

  • @RupaBoruah-n5w
    @RupaBoruah-n5w 34 хвилини тому

    বৰ দুখ লাগিল

  • @AtulGogoi-k7n
    @AtulGogoi-k7n 3 місяці тому +1

    সুন্দৰ অভিনয়, দুয়ো লৈকে আন্তৰিক শুভেচ্ছা জনালোঁ,

  • @junmonisaikiagogoi83
    @junmonisaikiagogoi83 4 місяці тому +1

    বহুত সুন্দৰ লাগিছে 🙏

  • @KusumBora-ni7qq
    @KusumBora-ni7qq 4 місяці тому +5

    Bhut bhut val hoise 🌹🌹🌹🌹🌹🌹🌹🌹🌺🌺🌺🌺🌺🌺🌺🌺🌺❤❤❤❤❤❤❤❤❤❤

  • @kaustuvvlog3934
    @kaustuvvlog3934 4 місяці тому +3

    কনমানী টি সুন্দৰ অভিনয় ❤ আগলৈ আৰু আগবাঢ়ি জাওক তাকে কামনা কৰিলো। ভাওনা ভাগি নাম অনুগ্ৰহ কৰি জনাব চোন।

    • @rajibvedios7179
      @rajibvedios7179 3 місяці тому

      বিনতাৰ দাসত্ত মোছন

  • @nikumonitaye472
    @nikumonitaye472 4 місяці тому +2

    Bohut dhunia abhinoi bhut val lagil❤

  • @hiranayadeka7692
    @hiranayadeka7692 4 місяці тому +2

    Iman Sudar abhinoy.Kandi pelalu.Duyuloike subhessa thakile.

  • @kukhemaiBordoloi
    @kukhemaiBordoloi 2 місяці тому +1

    Ovinoy hosakoi bohut dhuniya hoise ❤️❤️❤️❤️👌👌👌

  • @MridulBorah-d9t
    @MridulBorah-d9t 2 місяці тому +2

    বৰ দুখ লাগিল ❤❤❤❤❤❤❤❤😂

  • @assameseculturetarali6525
    @assameseculturetarali6525 4 місяці тому +2

    বৰ সুন্দৰ অভিনয়🙏

  • @dsdas5488
    @dsdas5488 2 місяці тому +1

    Bohut.val.loga..video.thanks

  • @JoyshreeDowarah-q6z
    @JoyshreeDowarah-q6z 4 місяці тому +2

    Bohut bhut bhut besi bhal lagil konduwai deley agoloi aru aguwai juwa

  • @rajibmoran3178
    @rajibmoran3178 4 місяці тому +3

    বহুত বহুত বহুত দুখ লাগিলে .

  • @rajuhazarika6583
    @rajuhazarika6583 3 місяці тому +1

    বহুতো ভাল লাগিল আগলৈকে এনেদৰে আগবঢ়া তাৰে আশা কৰিলো

  • @lakymonibora4756
    @lakymonibora4756 4 місяці тому +2

    Val lagil Sai aguwai juwa bhati.

  • @PopiGohai
    @PopiGohai 2 місяці тому +1

    সুন্দৰ লাগিলে

  • @SunuBoro-i1d
    @SunuBoro-i1d 4 місяці тому +2

    Wow very nice bhut hundar. Hoise hidoy sui goisenice

  • @kamalsaikia9351
    @kamalsaikia9351 2 місяці тому +1

    Bohut bohut bhal Lgl

  • @diptirajkhowa5484
    @diptirajkhowa5484 2 місяці тому +1

    Bhout val lagil

  • @Kds798
    @Kds798 4 місяці тому +4

    Bahut val lagile❤❤❤❤❤

  • @aparajitatamuli7273
    @aparajitatamuli7273 Місяць тому

    থিয়ে টাৰত কৈ এই ভাওনাৰ শিল্পী আজি কালি অভিনয় নাট বেছি ভাল লাগে,উজনিত ভাওনা অতি জনপ্ৰিয় হৈ উঠিছে❤কৃষ্ণ❤ দেখি ভাল লাগে❤

  • @Pranjalpratimkaibartta
    @Pranjalpratimkaibartta 4 місяці тому +3

    কি সুন্দৰ অভিনয় কৰিছে

  • @DipsikhaGogoidas
    @DipsikhaGogoidas Місяць тому

    Bor dhunia hoise god bless you..

  • @archananath3143
    @archananath3143 4 місяці тому +2

    Dhuniya hoise ❣️❣️❣️

  • @dineshdas4397
    @dineshdas4397 4 місяці тому +3

    ভাল হৈছে দুজনৰ

  • @-vg2ei
    @-vg2ei 4 місяці тому +2

    বৰ সুন্দৰ অভিনয়ৰ চকুপানী ওলোই গ'ল 😢

  • @dineshdas4397
    @dineshdas4397 4 місяці тому +3

    ভাল হৈছে দুজন ৰ

  • @manikdas5767
    @manikdas5767 Місяць тому

    Bohut Hunda hose abhinai নমস্কাৰ

  • @sankardas9880
    @sankardas9880 3 місяці тому +2

    শিশুৰ অভিনয় কৰা কণমানিটিয়ে অন্তৰ চুই গৈছে। গুৰুজনাই কৃপা কৰক আগুৱাই যোৱাত 🙏

  • @gitanjalisonowal5259
    @gitanjalisonowal5259 4 місяці тому +1

    😢bohut dukho loga ata diso val lagill bhati tu agloi aguwa juwa tumi ❤❤

  • @binitabora309
    @binitabora309 4 місяці тому +1

    Bohut val lagil

  • @GoneshBorah-m4d
    @GoneshBorah-m4d 4 місяці тому +2

    Mojja

  • @PikuPuja-j4c
    @PikuPuja-j4c 2 місяці тому +1

    বৰ দুখৰ❤❤❤❤❤❤

  • @bhairabideka2023
    @bhairabideka2023 4 місяці тому +2

    😢 বহুত দুখ লাগিছে

  • @ThomasXty9
    @ThomasXty9 Місяць тому

    Bohut hundor ovinoi

  • @DipankarDuttaDipankarDut-hn8oc
    @DipankarDuttaDipankarDut-hn8oc 4 місяці тому +2

    বহূত ভাল লাগিল .দুয়োলৈ শূভেচছা জনিলো

  • @asthajitaofficalvideo9850
    @asthajitaofficalvideo9850 4 місяці тому +4

    দুয়োগৰাকী ৰ অভিনয়ে কন্দুৱাই দিলে, বিশেষকৈ শিশুটিৰ, দুয়োগৰাকীলৈ মৰম পঠালো।

  • @dimbeswarkonwar7659
    @dimbeswarkonwar7659 4 місяці тому +2

    দুই তিনিবাৰ চাইও হেপাহ পলুৱা নাই। দুই জনে কি সুন্দৰ সংলাপ নিক্ষেপন কৰিছে।

  • @avilashadas9998
    @avilashadas9998 2 місяці тому +1

    Aekuwa ভাওনা কেতিয়াও দেখা নাই কি নাট এইখন বাৰু কত কৰিছে জনাবচোন ইমান সুন্দৰ avinoi হিদৈ চুই গৈছে শিল্পী দুজনলৈ সেৱা নিবেদন কৰিছোঁ কৃষ্ণ

  • @mainanayok4253
    @mainanayok4253 4 місяці тому +1

    Dhuniya lagise, 🙏🙏🙏🙏

  • @ImonigogoiImonigogoi
    @ImonigogoiImonigogoi 4 місяці тому +1

    চকু পানী ধৰি ৰাখিব নোৱাৰিলোঁ সঁচাকৈ ।সুন্দৰ অভিনয়

  • @PriyankaDas-nl8xu
    @PriyankaDas-nl8xu 4 місяці тому +1

    Bohut dhunia hoise lora2 avinoy

  • @riturajborah4456
    @riturajborah4456 4 місяці тому

    Bahot dhuniya abhinoi and sundor massage dise 2 jonai

  • @priyakhiboruah1680
    @priyakhiboruah1680 4 місяці тому +1

    Hundor

  • @HemontaKumar-k9n
    @HemontaKumar-k9n 2 місяці тому

    অতি সুন্দৰ অভিনয় দুয়োটাৰে 🎉🎉🎉

  • @HirakjyotiHazarikaHirakjyotiHa
    @HirakjyotiHazarikaHirakjyotiHa 4 місяці тому +3

    শিশু শিল্পী গৰাকিলৈ আৰ্শীবাদ থাকিল

  • @deepakalita6986
    @deepakalita6986 4 місяці тому +2

    Bohut vl obhinay.....

  • @rajjibvlogsandeditingvideo138
    @rajjibvlogsandeditingvideo138 4 місяці тому +1

    Eman xundor avinoy ,, hredoy sui gol 😥😥

  • @munindraborgohain6054
    @munindraborgohain6054 4 місяці тому

    Hosai.oti.dhuk.lga.kahini.val.lagil.upavug.kari❤

  • @RinaBhuyan-k1x
    @RinaBhuyan-k1x 4 місяці тому +1

    Bhut dhuniya avinoy ❤❤❤

  • @ChinuBoruah-e9s
    @ChinuBoruah-e9s 4 місяці тому +1

    Oti hundor

  • @JitugogoiMrjitugogoi
    @JitugogoiMrjitugogoi 4 місяці тому +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏

  • @GOPALSaikia-e6m
    @GOPALSaikia-e6m 4 місяці тому +5

    বৰ সূন্দৰ অভিনয় । কিন্তু নাটক ভাগৰ নাম টো নাজানিলো ।

  • @NayanMoni-gr1zq
    @NayanMoni-gr1zq 2 місяці тому

    বাচাটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো

  • @jitennath46
    @jitennath46 4 місяці тому +2

    Bhut bhut val lagil

  • @NgAssameseChannel
    @NgAssameseChannel 3 місяці тому +1

    Hundar..

  • @kakuborah8460
    @kakuborah8460 4 місяці тому

    Bht dhunia hoise❤

  • @Jonmoni.1
    @Jonmoni.1 4 місяці тому

    Bohut dhuniya hoise vauna khon....bor val lagil sai..........

  • @sabitagogoi6360
    @sabitagogoi6360 4 місяці тому +1

    Hosai dukh lagi gol. Val lagil dei

  • @jahnabineog
    @jahnabineog 4 місяці тому +1

    Hikhu jonor ovinoy bor hundor hoise ❤❤❤