Aponar brithi akela hoi assam Srirampur like ase Akola dubrir kothaia koi ase assam btc include nohoinaki mor monod prasna thaki gol. Ami jhokoloi hojathi buli bhabha tho bal buli bhabhu.
Akol Puli biki ase market nai Assam ot international market lobo gole crol Toka business hobo aru English language janibo lagibo qualification lagibo Assam ot production lagibo zero Assam akol Sur dhanda baji faki baji kori ase...aru valinna sobore posi ase...
Apunaluke apunalukor foon nambar dibo lage moi venlina kheti koribo mon ase mur Ghar duliajan Puli pale turant moi goi loi anim dhanya bad akha kori thakim
Bor dhuniya
অতি গুৰুত্বপূৰ্ণ আদৰণীয় আৰু প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে, অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত আগুৱাই যাবলৈ সক্ষম হব আমাৰ কৃষক সকল।
অতি সুন্দৰ পদক্ষেপ।
Good sir, ❤ from Tripura
Hundor prosesta
বৰ সুন্দৰ পদক্ষেপ
আপোনালোকৰ লগত কথা পাতিব বিছাৰো
9365866860
বহুত।।ভাল।পদক্ষেপ।ধন ঞবাদ
আপোনালোকে সুন্দৰ পদক্ষেপ গ্ৰহণ গ্ৰহণ কৰিছে 🙏🙏🙏
ভাল লাগিল। ধেমাজিত লাগিছিল
Call my 9365866860
ভাল লাগিল ভিদিও তু চাই ধন্যবাদ থাকিল।
Tq
পুলি দিব পাৰে নে জনাব চুন এতা পুলি দাম কিমান হয় জনাব চুন 👏
Notun xetir bixoye jani bohut val lagil .Nalbari jilar kot powa jabo
Call koribo
9365866860
বহুত সুন্দৰ পদক্ষেপ.. আমাৰ সকলোৰে এটাই চিন্তা যে বজাৰখন ক'ত পাম .. মই ভাবো সময়ৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ লগত অসমৰ পৰা ভেনিলা বিক্ৰী কৰিব পৰা হৈ যাব ..
সুন্দৰ মনৰ ভাৱ
Moi golaghator, muru pass jupa vellina ase.
Kunthai
Bohut val lagil amiu koribo bisarisu
Call me
বৰ ভাল লাগিল ।মই ও পুলি ৰুব বিছাৰো।
Call koribo 9365866860
প্ৰচেষ্টা , পৰিকল্পনা সফল হোৱাৰ কামনা কৰিলো।
Vanilla moy koribo Puli akha korilu
ধন্যবাদ
💕বহুত ভাল পদ😢ক্ষেপ। এই খেতি ময়ো কৰিম যদিহে আপোনালোকে পুলি যোগান ধৰে।🙏🙏🙏
কল কৰিব
Thanks . From udalguri .
Hi
বহুত বহুত ধন্যবাদ দিলো ছাৰ, কষ্টৰ ফল মিঠা
Moiyo bohut interested sir
কল কৰিব
❤ সুন্দৰ পদক্ষেপ, ভাল লাগিল নজনা খেতিৰ বিষয়ে জনোৱা বাবে অশেষ ধন্যবাদ জনাইছোঁ, লগতে যদিহে আপোনালোকে ভেলিনা পুলি সংগ্ৰহ কৰি দিয়া বেবস্থা কৰে,মোকো দিবচোন ,পুলিৰ যি দাম ময়ো দিম ।🙏🙏🙏
কল কৰিব
পুলি অলপ লব বিচাৰো।
9365866860 call 🤙
বহু দূৰদৰ্শী চিন্তা ধাৰা ভাল লাগিছে কিন্তু বৰ্তমান অসমত চলি থকা সংগঠন কিছুমানে কৰি থকা কৰ্ম সমূহ দেখি মনত কিছু সংখয় উদ্ভৱ হৈছে। যিহেতু এই খেতি হ'ল বিশ্বৰ দ্বিতীয় দামী খেতি সেইয়ে ভবিষ্যতে এই খেতিৰ ওপৰত সাংগঠনিক কাৰ্যৰ নামত ধন সংগ্ৰহ নহ'লে হে ৰক্ষা তাতোকৈ এই খেতি তোক স্বাধীন হৈ থাকিব দিলে ভাল হ'ব যেন অনুভৱ কৰোঁ।ভুল নুবুজিব এইয়া মোৰ মনৰ ভাব হে মাথোঁ। আৰু এটা কথা থাকি গ'ল এই খেতিৰ বিক্ৰীৰ বাবে সমিতিৰ একাউণ্টত শতকৰা কিছু অংশ জমা কৰাৰ কথা চিন্তা কৰাৰ লগে লগেই কিছু কথা গম পোৱা যাব।
Hello
Puli kot pam
call me
@@debojitphukanphone number tu diya sun dada
Sir I am from west karbi anglong so many people are enterested in the area's
Video tu jiman pare share
Ananda taid afrilot ruwa venila 10 pice ajupaw jiyabo nuwarilu kiba poramorka diyak
Bohut bhal hobo vanilla Puli Moi U Logam jugajug Kori Dibo soon 50 pitch lage
Call 9365866860
বহুত ভাল পদক্ষেপ ৷ মই এইখেতি কৰিব বিচাৰো ৷ আপোনালোকৰ দিহা- পৰামর্শ তথা সহযোগিতা কামনা কৰিছোঁ ৷
পাব
কল কৰিব
Number please
পুলি ক'ত পোৱা যাব
9365866860কল কৰিব
ভেলিনাৰ পুলি ক'ত কেনেকৈ পাম বাৰু
9365866860 call
Vanilla পুলি ৰোপণ কৰিবলৈ পুলি পোৱা যাব নেকি
কল কৰিব
সুন্দৰ পদক্ষেপ। মই ভেনিলা খেতি কৰিবলৈ আগ্ৰহী। কত পাই জনাব বুলি আশাৰে বাট চাই ৰলো।
কল কৰিব ৯৩৬৫৮৬৬৮৬০
নমস্কাৰ অতি সুন্দৰ মই ভেনীলা খেতি কৰিম আমাৰ ঘৰত তিনিশ জুপা তামোল গছ আছে আৰু বিভিন্ন দৰনৰ গছ আছে তেখেতৰ মবাইল নম্বৰটো দিয়া হলে আৰু ভাল লাগিল হয় কিন্ত ভিদিঅটোত বহুত নজনা কথা জানিলাঁ অতি সুন্দৰ বহুত বহুত ধন্যবাদ আপোনালোক ৷
মই আপোনাৰ পৰা অনা পুলি ৰুলো,
ধন্যবাদ।
ধন্যবাদ
Rubber gosot vanila puli dibo pari neki ? Jonabo neki dada ?
Parib, kintu rubber gosto katibo beya hob.
Nohobo
Sir moy venila kheti koribo bisaru ,kot keneke kothiya pam jonabo, Thikona dibo buli akha korilu
কল কৰিব
মই এজন আগ্ৰহী,যোগাযোগ নাম্বাৰ টো দিব।
9365866860
মইযো এই খেতি কৰিব বিছাৰিছো।সোনাপুৰ ক্ষেত্ৰীত এই ৱ্যৱস্থা আছে নেকি? কত কাক যোগাযোগ কৰিব লাগে জনাবচোন।
৯৩৬৫৮৬৬৮৬০
Aponar brithi akela hoi assam Srirampur like ase Akola dubrir kothaia koi ase assam btc include nohoinaki mor monod prasna thaki gol. Ami jhokoloi hojathi buli bhabha tho bal buli bhabhu.
Kotha eta kao beaa napabo, kebol puli besar udeswa hole nohobo market main kotha.
Akol Puli biki ase market nai Assam ot international market lobo gole crol Toka business hobo aru English language janibo lagibo qualification lagibo Assam ot production lagibo zero Assam akol Sur dhanda baji faki baji kori ase...aru valinna sobore posi ase...
@@amalroy1522Kot korisile apuni kobo neki ? Ami kintu fol biki asu. Aibar kintu production kom karon borokhun nai holeo khub kom.
Apunaluke apunalukor foon nambar dibo lage moi venlina kheti koribo mon ase mur Ghar duliajan Puli pale turant moi goi loi anim dhanya bad akha kori thakim
মোক পুলি লাগে কিমান কৈ দিব পাৰিব
Adoroniyo
ধন্যবাদ
ময়ো ভেনিলা খেতি কৰিব বিছাৰো । যোগাযোগৰ বাবে ফোন নম্বৰটো দিয়েে যেন ।
কল কৰিব
অতি সুন্দৰ পদক্ষেপ।
450, piece rouse joya 25/09/2023