THE BEST DEBATE BY HIMANTA BISWA SARMA PART-5

Поділитися
Вставка
  • Опубліковано 10 лют 2025
  • THE BEST DEBATE BY HIMANTA BISWA SARMA I HAVE EVER SEEN. HE DEBATED THE NECESSITY OF BIG DAM IN ASSAM. ON THE FLOOR OF ASSAM ASSEMBLY ON 11TH NOVEMBER 2010. HE SMASHED ALL OPPOSITION LEADERS WHO WERE TO OPPOSED THE BIG DAM.

КОМЕНТАРІ • 1 тис.

  • @kishorekangkan1672
    @kishorekangkan1672 11 місяців тому +1010

    2024 t sua সকলে like ETA maribo

    • @AchyutHandique
      @AchyutHandique 8 місяців тому +7

      Like namaru

    • @ANUBHOB_AAKASH
      @ANUBHOB_AAKASH 8 місяців тому +2

      Present sir 😂

    • @SohidurRahman-we7mu
      @SohidurRahman-we7mu 8 місяців тому

      Pl😮

    • @Shaikomer-js7qx
      @Shaikomer-js7qx 7 місяців тому

      😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊​@@AchyutHandique

    • @Laskar_king
      @Laskar_king 6 місяців тому

      Atiya dislike Maru logote video tu report o maru

  • @CricketGuruAssam
    @CricketGuruAssam 11 місяців тому +128

    সেই সময়ত যুক্তি তৰ্কৰ পৰিৱেশ আছিল । আজিৰ দিনত অধ্যক্ষ মহোদয় জনে বেছি কথা কয় আৰু বিৰোধ কথাবোৰ মাত বন্ধ কৰিবলৈ নিজেই টেটু ফালি থাকে । উন্নয়নৰ কাৰণে তৰ্কৰ পৰিৱেশ লাগিবয়েই ।

  • @lakhyaborah8570
    @lakhyaborah8570 3 роки тому +494

    ড° হিমন্ত বিশ্ব শৰ্মা ছাৰ মূখ্যমন্ত্ৰী হোৱাৰ পিছত কোনে কোনে চাইছে,লাইক কৰা৷

  • @iemsguwahati5227
    @iemsguwahati5227 11 місяців тому +170

    I miss those days... where there was no religious politics...

    • @EMAUKN
      @EMAUKN 11 місяців тому +1

      Ryt

    • @s.g2068
      @s.g2068 10 місяців тому +11

      When was hartals, bands, bomb blasts, anarchy in the state...

    • @HAI_EDUCATION
      @HAI_EDUCATION 8 місяців тому

      Right

    • @Jon_d_s
      @Jon_d_s 8 місяців тому +8

      There was muslim appeasement politics.....and Assamese were more liberals(unaware )at that time....

    • @AnilSinghMxn
      @AnilSinghMxn 5 місяців тому

      Thik koise,Jetiya congress'a axom khont miya bhorai bhorai vote bank politics kri asile​ tetiya dharma poltics hua nasil ni@@Jon_d_s

  • @exoticanurag5109
    @exoticanurag5109 3 роки тому +1217

    2021 ত কোনে কোনে চাইছে like কৰা 👍

  • @kulajitbarman8951
    @kulajitbarman8951 3 роки тому +296

    10 বছৰত বহু সলনি হল, কোন কাৰ লগত থাকিল,কোন কাৰ বিৰোধী হল ভাবিলেই আচৰিত লাগে ।

  • @saniroy9394
    @saniroy9394 3 роки тому +300

    Who is here after he became CM of Assam 2021?

  • @deanhasam2140
    @deanhasam2140 Рік тому +121

    Rakibul and Himanta, both like each other still now.

    • @Kafirxtreme
      @Kafirxtreme 11 місяців тому +5

      Atiyao bht bl frnd hoi ...Atiya i gole montri d dibo BJP t 😂😂😂

    • @bautista4426
      @bautista4426 8 місяців тому

      ​@@Kafirxtremeihotor majot buja buji ase

  • @Bliss-j9n
    @Bliss-j9n 3 роки тому +122

    সময়ৰ লগে লগে মানুহৰো পৰিৱৰ্তন হয় যায়।

  • @redhood9740
    @redhood9740 Рік тому +99

    After 13 years now he is the greatest politician of all time

    • @madhurjya4805
      @madhurjya4805 11 місяців тому +40

      Most corrupt and misleading politician

    • @User360iskon
      @User360iskon 11 місяців тому +2

      😂😂😂😂

    • @niruchet
      @niruchet 11 місяців тому +8

      saradha scam around 200 people commented suicide🫡

    • @nava9754
      @nava9754 11 місяців тому +2

      BJP is good ,but not necessarily himanta ji is ....

    • @arpanbora8423
      @arpanbora8423 11 місяців тому +6

      Most BHAGORA politician of all time Bhai😂😂😂
      Aasu...ulfa...congress...now bjp..to be continued.....
      Lalu toh ese hi badnaam hai.
      Asli maja toh yeh le raha hai😂😂😂

  • @RamonarayanoRam
    @RamonarayanoRam 11 місяців тому +16

    2024ত কোনে কোনে চাই আছে, লাইক কৰিব ❤

  • @sunnylakra9936
    @sunnylakra9936 11 місяців тому +15

    Debate and discussion... A healthy democracy

  • @bishalsarma5306
    @bishalsarma5306 Рік тому +97

    2024 t কোনে কোনে চাই আছে,,, পিছে মূৰৰ চুলি কেনেকৈ আহিল এতিয়া

  • @বীণ-বৈৰাগী
    @বীণ-বৈৰাগী 11 місяців тому +7

    হিমন্তই যিখিনি কথা কৈছে, বাকীবিলাক বিধায়কে বুজি পাইছে নে নাই সন্দেহ আছে। বৌদ্ধিকভাবে ক্ষমতাসম্পন্ন হোৱাৰ বাবেই আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ল।

  • @luhittalukdar7202
    @luhittalukdar7202 Рік тому +13

    মূখাৰ আৰৰ মূখা। অভিনেতাৰ অভিনয় চাই থাকক।

  • @rezwanbhuyan1063
    @rezwanbhuyan1063 Рік тому +51

    If tarun gogoi had given him the cm post in his 3rd term to him .. then today would have a doffernt scenery

    • @asifsohel8956
      @asifsohel8956 11 місяців тому

      He left because he was under scanner of ED and CBI when BJP came power in 2014 ,to escape the charges he went to BJP

  • @hemantapagagvideos6697
    @hemantapagagvideos6697 3 роки тому +93

    অৱশেষত 2016 আৰু 2021 ত বাঘে হালে একেলগেহে পানী খালেগে।

  • @musicallibrary4149
    @musicallibrary4149 3 роки тому +34

    বাঘে চাঘে এক হ'ল এতিয়া আৰু কোনে মাতিব নদীবান্ধৰ কথা

  • @kuhsaldihingia9419
    @kuhsaldihingia9419 11 місяців тому +9

    2024 চোৱা কেইজন like কৰা

  • @hitesamchi7136
    @hitesamchi7136 3 роки тому +88

    ৰুকিবুলে হিমন্তক ভালকৈ চাই আছে,,, 😁😁😁😁😂😂

  • @mahanandamazumdar3103
    @mahanandamazumdar3103 8 місяців тому +5

    নিজক সকলো ঠাইতে শুদ্ধ বুলি উপস্থাপন কৰাটো এ ৰজাৰ গুণ
    মোৰ ব্যক্তিগত অনুভৱ।

  • @sanjibbora1789
    @sanjibbora1789 3 роки тому +176

    সেই দিনত এই দৰে মাত মাতিছিল বাবে আজি হিমন্ত্ত ছাৰ এ মুখ্য মন্ত্ৰী আসনত বহিব পাৰিছে

  • @jinnathazarika6238
    @jinnathazarika6238 7 місяців тому +4

    Golden days of Assam’s political scenario ❤

  • @akantamili4360
    @akantamili4360 11 місяців тому +4

    2024 sonot Kune Kune saisa like kora

  • @jugalkishor4219
    @jugalkishor4219 Рік тому +22

    এইয়াই অসভ্য হতৰ ৰাজনীতি
    হিমন্তই ক্ষমতাৰ কাৰণে সবকে মাৰি পেলাব পাৰে

  • @navakantagogoi5012
    @navakantagogoi5012 3 роки тому +11

    বৰ সুন্দৰকৈ হুলস্থূল কৰিছে দেই ! কি কথা লৈ আলোচনা কৰিছিল , পাহৰিয়ে থাকিলো ।

  • @nlcproduction7002
    @nlcproduction7002 3 роки тому +10

    কমেণ্ট পঢ়িব অহা সকল লাইক কৰক
    আমি একে নাৱৰে যাত্ৰী

  • @Joyjyotibora
    @Joyjyotibora 5 місяців тому +3

    2024 saisu. Himanta biswa sharma Kiman Loyal asil Congress r proti. Atia akow Congress ke gali diye😂😂

  • @himanssvlogs
    @himanssvlogs 11 місяців тому +22

    তেতিয়া অধ্যক্ষ নিৰপেক্ষ আছিল আৰু এতিয়া একপক্ষীয়

  • @chucklesomeamusementct.3862
    @chucklesomeamusementct.3862 11 місяців тому +6

    I liked the way when he told in the assembly that he would not bow down to leftist anarchism. He still maintains the same note in 2024. That's not changed in all these years.
    A politician should not drift from his ideological position. A clear example shown by HBS.

  • @miftahulmuhaimin8790
    @miftahulmuhaimin8790 11 місяців тому +11

    এই হিমন্ত আৰু সেই হিমন্তৰ মাজত পাৰ্থক্য চাওক ইয়াতে গম পাই যিজন হিমন্তই ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ৰ against ত কৈছিল সেইজন হিমন্তই আজি বিজেপিত গৈ কংগ্ৰেছ চৰকাৰৰ বিষয়ে ইমান আবোল তাবোল বকে তৰুণ গগৈ ডাঙৰীয়াৰ বিষয়ে ইমান বিষয়ে ইমান বেয়াকৈ কয় ৰাহুল গান্ধীৰ भारत जोड़ों न्याय यात्रा ক भारत जोड़ों मिया यात्रा বুলি কয় ।

  • @imranmagicassam1431
    @imranmagicassam1431 11 місяців тому +2

    2024 t চোৱা সকলে like কৰা

  • @BristyHajong-c6s
    @BristyHajong-c6s 8 місяців тому +4

    2024 may mahot Kune Kune Sai ase tolot like korok

  • @KPTVlogs2015
    @KPTVlogs2015 9 місяців тому +4

    2024 t kone Kone sai ase...like Korok Iyate

  • @princerajbangshi2514
    @princerajbangshi2514 3 роки тому +22

    Look at MR LMA Rokibul Hussain....Sir the way he look at the face of present CM Sarma sir...was cute ....deep down him Hussain sir know Himanta Biswa Sarma was great loss to INC....great benifit to BJP

  • @JAshots442
    @JAshots442 3 роки тому +58

    ডলাৰ বগৰি মামা এতিয়া মূখ্যমন্ত্ৰী হ'ল হায়ৰে সময় ....

  • @tamrajkilwish3740
    @tamrajkilwish3740 11 місяців тому +17

    Time when Himanta discussed development of Assam & not Who is Miya 🙄

    • @Sourabh_779
      @Sourabh_779 11 місяців тому

      Now he implements massive infrastructure projects.

    • @gogoiaxomia1426
      @gogoiaxomia1426 10 місяців тому

      ​@@Sourabh_779for example??

  • @rajibkumarchowdhury1639
    @rajibkumarchowdhury1639 8 місяців тому +3

    কোনে কোনে বুজি পাইছে লাইক কৰক আৰু যি জনে বুজি পোৱা নই কাষৰ জনক শুধি লাইক কৰক।

  • @Humsafar-G
    @Humsafar-G 8 місяців тому +4

    কোন কোন 2024 Election ৰ পাছত আজিৰ তাৰিখত হিমন্ত শৰ্মাৰ ভাষণত হিন্দু-মুছলমানল প্ৰসংগৰ সলনি সচাঁ সমস্যা ওপৰত তৰ্ক বিতৰ্ক দেখা পালো । লগতে 2024 Election ৰ ইতিহাসত ঐতিহাসিক ভোটেৰে কৰা অভিলেখ গঢ়া ৰকিবুল হুছেইন । তেতিয়া অসমৰ হিমন্ত আছিল এতিয়া হিন্দু মুছলমানৰ ভাষনত ব্যস্ত হলেগে । দল সলনি হলে ভাষণ, ভাষণৰ শব্দ ভাষা মানদণ্ডো সলনি হৈ যায় । 😅😅😅 অসমীয়াৰ পৰা হিন্দু, সনাতন । কৃষ্ণ, বৈষ্ণৱ ধৰ্ম কৃষ্ণ প্ৰভুৰ পৰা জয় শ্ৰী ৰামলৈ । ইয়ো এক উন্নতি অফ মাই আছাম ? নে পৰিবৰ্তন!

    • @Humsafar-G
      @Humsafar-G 8 місяців тому

      এনেদৰেই এক জাতিৰ মান সন্মান, স্বাভিমান, অস্তিত্ব তথা পৰম্পৰাৰ শেষ হয় ছাগে । এনেদৰেই কাৰোবাৰ ভাষা, গীত, নৃত্য, স্বকীয়তাৰ বোধতো তল পৰি যায় ছাগে । এতিয়া অসমীয়াৰ হৰিনাম, নহয় হিন্দী ভজন হেনো বেছি ভাল , কিন্ত হিন্দী ভাষাৰ আয়ত্ব তেনেই তাকৰ (মোৰ মা, পেহী, মামা, ওচৰ চুবুৰীয়াৰ, গাৱৰ মানুহবোৰ ইত্যাদি ) তথাপি অসমীয়া বিষ্ণুপুৰান, হৰিনাম, টোকাৰী গীতৰ সলনি DJ লগা ৰামৰ ফটো থকা (Thumbnail) গীত শুনিব । আমাৰ গীত মাত অতীতলৈ ঢাপলি মেলিছে । অতীতৰ অসমত জয় শ্ৰী ৰাম ঠাইত 'অ হৰি অ ৰাম' হে ব্যৱহাৰ কৰা শুনিবলৈ পাইছিলো । আজি কালি যতে ততে জয় শ্ৰী ৰাম, খেলতো, ধৰ্মীয় বা মাংগলিক কাৰ্য্যসূচীৰতো । অতীতৰ অসমীয়াৰ নামবোৰত হৰিনাম, টোকাৰী গীত ভক্তিমূলক গীতবোৰ খুচৰি চোৱাক । হৰি বল, হৰি হৰি, ৰাম নাম,কৃষ্ণ, বান্ধৱ কৃষ্ণ, জগত গুৰু ইত্যাদি শব্দ পোৱা যায় । বৰ্তমান উত্তৰ পশ্চিম ইয়ো. ইপিৰ প্ৰভাৱ বাৰুকৈয়েই পৰিছে । বগা ৰঙৰ সলনি কমলা ৰঙেই পুৰুষ মহিলা উভয়কে ৰঙাই তুলিছে । Social Media ত কমলা ৰঙৰ পৰিধান এতিয়া (বৰ্তমান কালত) গৌৰৱৰ অৱদান ।

    • @BhagwatKiAwaazOfficial
      @BhagwatKiAwaazOfficial 5 місяців тому

      জয় শ্ৰী ৰাম

    • @Humsafar-G
      @Humsafar-G 5 місяців тому

      @@BhagwatKiAwaazOfficial জয় আই অসম ।✊️

  • @bijusaikiabijusaikia5080
    @bijusaikiabijusaikia5080 10 місяців тому +2

    BJP needs Himanta , Himanta does not BJP.
    Himanta mama Congress t thakutey popular asil aru BJP t thakutey popular.❤

  • @SultanaBegumOfficial
    @SultanaBegumOfficial 11 місяців тому +32

    2050 চনত কোনে কোনে চাইছে লাইক দিয়ক 😂😂

  • @pallabjyotiphukon4672
    @pallabjyotiphukon4672 11 місяців тому +8

    2024 attendance 🤚🤚🤚🤚🤚

  • @localboys3787
    @localboys3787 4 роки тому +132

    2020 T kuna kuna sai sa like kora

  • @dhrubajyotiHaloi-so5mr
    @dhrubajyotiHaloi-so5mr 11 місяців тому

    Sir

  • @manturamtaid.
    @manturamtaid. 3 роки тому +4

    আগতে বিধানসভা এনেকুৱা আছিল নেকি ?
    কিন্ত এতিয়া বহুত পৰিবৰ্তন হ'ল ।

  • @ruhelahmed3797
    @ruhelahmed3797 7 місяців тому +1

    Mama, was powerful, is powerful & will powerful. So now he is the CM of Assam and Depreciatory are finished

  • @himangshutalukdar4203
    @himangshutalukdar4203 11 місяців тому +6

    Anyone watching this video in 2024?? #19-02-2024

  • @karbimotivation4448
    @karbimotivation4448 3 роки тому

    Rokibul aru HBS best friend 😂😂 hei homoyot sai bhal lagise. Rokibule support di ase😁. Like

  • @ichigolyngdoh7522
    @ichigolyngdoh7522 11 місяців тому +9

    Assam Assembly legislature back then was like a fish market. It just really incredible

  • @koustavborah2855
    @koustavborah2855 11 місяців тому +4

    Strong Opposition stable democracy.

  • @parag_gogoi
    @parag_gogoi 3 роки тому +13

    ১০ বছৰত ৰাজনীতিৰ বিষয়ে
    ভালকৈ বুজি পালো😂🙏

  • @goldenassam6752
    @goldenassam6752 3 роки тому +95

    কোনে কোনে ২০২১ চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মূখ্যমন্ত্ৰী হোৱাৰ পাছত ভিডিঅ' টো চাই আছে।

  • @ahmedsahjad2574
    @ahmedsahjad2574 10 місяців тому +4

    তেতিয়াৰ দিনত মোৰ ভাল লগা এজন ৰাজনিতিবিদ।😂

  • @pallabsaikia8593
    @pallabsaikia8593 3 роки тому +31

    মূখ্যমন্ত্ৰী হোৱাৰ পিছত কোনে কোনে চাই আছা

  • @samsulhaque7675
    @samsulhaque7675 5 років тому +19

    This man is like a weather when January and February or when March when Congress after BJP like he car of tyear he is continue running after from another first Congress again then BJP BJP

  • @protimpartha1mj
    @protimpartha1mj 3 роки тому +1

    নদীবান্ধৰ ফলত যেতিয়া ধেমাজি, লক্ষিমপুৰ আৰু মাজুলীৰ লাখ লাখ মানুহ মৃত্যু মুখত পৰিব তেতিয়া কান্দিব সকলোৱে। নিজে চাই আহিছোঁ। বান্ধৰ ওচৰলৈ যাবলৈ কিয় নিদিয়ে জনসাধাৰণক??? সেই কংগ্ৰেছীয়েই এতিয়া বিজেপি কৰি ফালি আছে। আমি মানু্হ বোৰ বুৰ্বক

  • @tushardebnath8206
    @tushardebnath8206 9 місяців тому +3

    Mama in congress 🤡 Mama in BJP🗿

  • @IMcretor
    @IMcretor 11 місяців тому +2

    Manuh ....😮😮😮😮 2024

  • @Ubermen-sch
    @Ubermen-sch 11 місяців тому +10

    Lower Subansiri Hydropower Plant, a 2000MW power generation plant, I visited it back in 2021. We were told it would be commissioned in July 2023. It's crazy it's still not commissioned yet. 😢 I hope it will not become a tragedy in the future.

    • @nalinimili9669
      @nalinimili9669 11 місяців тому +3

      It is almost finished my father works there

  • @palashpratim2809
    @palashpratim2809 11 місяців тому +2

    কিমান সঁচা আৰু কিমান মিছা মানুহৰ জীৱনটো , এইখন সচাকৈয়ে সঁচা নহয় যেন লাগিছে.............!🙁🙁🙁
    এইবোৰ বস্তুৰ একো মূল্য হৈ থকা নাই যেনহে, বৰ্তমানৰ সময় গুচি গৈছে এক বিৰল মহাজাগতিক দিশলৈ........! , য'ত আমি প্ৰত্যেকে ধাৱমান.........!?😢😢😢। 😊

  • @suvamnewar1622
    @suvamnewar1622 5 місяців тому +4

    Waakt baadal diya jagbaad baadal diya 😂

  • @RikiBoraofficial
    @RikiBoraofficial 3 роки тому +14

    সময় গতিশীল , লগতে মানুহো...✔️

  • @nayanjyotinath123
    @nayanjyotinath123 3 роки тому +3

    ২০২১ চনৰ মে জুনত কোনে কোনে চাই আছে ৷ লাইক এটা কৰক ৷

  • @Abhiborah00
    @Abhiborah00 5 місяців тому +1

    2024 Sua hokole ata Like Plz 🤣🤣

  • @assamesecartoonchannel929
    @assamesecartoonchannel929 3 роки тому +6

    Agote congress 😂atia bjpr cm❤️mama beleg uporol mal

  • @jugalkishor4219
    @jugalkishor4219 Рік тому +3

    এই হিমন্তই দেখোন আজি মাও নে চাওৰ সপোনে বাস্তৱ কৰিব গৈ আছে

  • @kapil912
    @kapil912 5 років тому +17

    হাও চল চাই কঠীয়া পৰা জন দেখোন...😄😆

  • @jyotishmoypatar5941
    @jyotishmoypatar5941 11 місяців тому +3

    2024 চনলৈ বহুত খিনি পৰিবৰ্তন হল । মামা 🔥

  • @motivationalline123
    @motivationalline123 10 місяців тому +5

    UA-cam recommended 2024😂😂

  • @RANGILTV-pp9dy
    @RANGILTV-pp9dy 5 місяців тому +1

    আগৰ দিনত ৰাজনীতি আছিল কামৰ আৰু এতিয়াৰ ৰাজনীতি হৈছে জাতি আৰু ধৰ্মৰ।
    আৰু সেই সময়ত আজিৰ দৰে বিৰোধিৰ মাইক বন্ধ কৰি দিয়া হোৱা নাই কাৰণ সেইসময়ত তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল আৰু আজি এজন গাদ্দাৰে মূখ্যমন্ত্ৰী।

  • @WDILDAR
    @WDILDAR 10 місяців тому +4

    Hunor hojat rakhilu moromore re palilu...pokhi ti uri jabo buli bhova nasilu😂😂

  • @devilbhairoaster
    @devilbhairoaster 8 місяців тому +2

    5:29ajon manuh 2pni gusi gol😂😂😂

  • @bulbulsanowarhussain6158
    @bulbulsanowarhussain6158 3 роки тому +74

    2021 t kune kune sai nijoke burbokor dore feel korisa😁😁😁

    • @Moi_Gulzar
      @Moi_Gulzar 3 роки тому +3

      Moi

    • @beautifulassam788
      @beautifulassam788 3 роки тому +2

      Moi

    • @Dibakar-fy5jy
      @Dibakar-fy5jy Рік тому +2

      Only muslim bure 😂😂 ami hindu bure proud he feel korisu

    • @samirankalita-qi8jc
      @samirankalita-qi8jc 11 місяців тому +1

      Kebal miya bure feel korise, ami garvita he hoise

    • @brr19
      @brr19 10 місяців тому

      ​@@samirankalita-qi8jc and @Dibakar-fy5jy
      De Tali 🖐️

  • @biswajitsahu2177
    @biswajitsahu2177 6 місяців тому +1

    ১৩ বছৰ আগতে তপা আছিল কিন্তু ২০২৪ কেনেকৈ চুলি ওলালে this is also inportant matter.😂

  • @borenyabora7992
    @borenyabora7992 5 років тому +11

    গোতেই অসমৰ উন্নতিৰ কাৰণে এই সকলক পঠিয়া হয় ।কিন্তো এই সকলে কিমান সময় পাৰ কৰিলে চিয়ৰ বাখৰ কৰি এনেকে কি সামাধা হব অ ?

  • @piyanwow447
    @piyanwow447 11 місяців тому +9

    আগতে মুখ বেকা কৰা মুদ্রা দোষটো নাছিল মানে।

  • @mrsutradhar23
    @mrsutradhar23 11 місяців тому +6

    UA-cam Recommend me after 13 years😂

  • @Bhai6001-x9u
    @Bhai6001-x9u 11 місяців тому

    চাওক হিমন্ত চাৰৰ সন্মুখত সেয়া আমাৰ স্বৰ্গীয় প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী তথা আমাৰ বৰক্ষএীৰ‌ MLA ভূমিধৰ বৰ্মন দেৱ।

  • @ganaawaz-official
    @ganaawaz-official 8 місяців тому +5

    Himanta Mama In Congress 🤡 Himanta Mama In Bjp 🗿🍷

  • @TAPAN12392
    @TAPAN12392 3 роки тому +2

    Present cm -Dr. Himanta biswa sarma.

  • @AryanKhan-dz5jp
    @AryanKhan-dz5jp 4 роки тому +17

    Himanta is best 😍🔥🔥🔥

  • @rinkigogoi7455
    @rinkigogoi7455 11 місяців тому +2

    আগৰ মমাইদেও😊

  • @AnilTalukdar
    @AnilTalukdar 3 роки тому +18

    2021 ত কোনে কোনে চাই আছে
    Like এটা দিয়ক।

  • @ronline7074
    @ronline7074 8 місяців тому +1

    ৰকিবুল হুছেইন ক সিমন্ত চাৰে জিকাইছে এইটো দাইৰেক্ট কথা কাৰন বিজেপি লাহেকৈ দেউলিয়া কৰিব আৰম্ভ কৰি দিছে সিমন্ত চাৰ য'তে থাকক তেওঁ নিজে ধনী হ'বই মুদি আৰু অমিতে গমেই নাপাই এইখন যে লাচিতৰ তেজেৰে গড়া দেশ ।

  • @viikash5692
    @viikash5692 3 роки тому +40

    2021 T kune sai asa

  • @hemantaroy9892
    @hemantaroy9892 Рік тому +1

    আমাৰ himanta ছাৰৰ মূৰত কিন্তু বৰ্তমান চুলি গজিছে। ইয়াকে কয় পৰিবৰ্তন কংগ্ৰেছৰ himanta আৰু বিজেপি r himanta 😂😂😂

  • @user-db2tv6yf7t
    @user-db2tv6yf7t 11 місяців тому +3

    10 years agot jene asil atiyao tene a ase kotha bilak ❤ mama main 😊

  • @tulikasaikia5337
    @tulikasaikia5337 3 роки тому +1

    ৰন্জিত দত্ত, চন্দ্ৰমোহন, পদ্ম হাজৰিকা, প্ৰদীপ হাজৰিকাক দেখি হাঁহি উঠিল

  • @Latu367
    @Latu367 11 місяців тому +5

    2024

    • @somir5294
      @somir5294 11 місяців тому

      😂moiuuu asu

  • @yourlifewithtrust4610
    @yourlifewithtrust4610 3 роки тому +2

    অসমৰ ৰাইজৰ প্ৰতি ইমান প্ৰেম এইবোৰ নেতা নহয় ভোৱা ভগৱান 😂🤣😂🤣😂🤣😂

  • @debraj_photography3301
    @debraj_photography3301 3 роки тому +6

    2021 Ot sowa bilak a ata like kora. 👍

  • @bindassloveii9864
    @bindassloveii9864 3 роки тому +31

    Moi 2021 t sai asu mur nisina asene kunubai 😀

  • @Dunknownboy
    @Dunknownboy 2 роки тому +5

    UA-cam recommanded this video in 2023 🙆

  • @EarnWithAbhi59
    @EarnWithAbhi59 11 місяців тому +1

    Powerfull cm now 🎉🎉🎉🎉

  • @chanakyachetia90
    @chanakyachetia90 3 роки тому +22

    Rakibul and Hbs best friend together 😂

    • @Kafirxtreme
      @Kafirxtreme 11 місяців тому

      Bahut agr pora Atiyao bht vl relation......BJP join koribo sge aibar 😂😂Rakibul a

  • @manashpratimkalita7058
    @manashpratimkalita7058 9 місяців тому +2

    Rakibul Hussain and Himanta Bishwa Sharma's bonding....❤❤😂

  • @debashisgoswami5232
    @debashisgoswami5232 11 місяців тому +5

    Legends are watching in 2024😂

  • @enamulkarim8735
    @enamulkarim8735 5 місяців тому +1

    Himanta-Rakibul bhai bhai asile ata time t😂aru atia😂

    • @RIKI-SSC
      @RIKI-SSC 5 місяців тому +1

      Ata xomoyot rakibul pijush r jegat asil 😂😂😂😂

  • @ManashUniverse
    @ManashUniverse 5 років тому +16

    He should be awarded for his acting of decieving

  • @CarandBikeXYZ
    @CarandBikeXYZ 11 місяців тому +1

    2024 t sua xokole like kora