জেং বিহু পৰিৱেশন কৰিছে সৰুপেটাৰ জীয়ৰীয়ে

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • জেং বিহু হৈছে কেৱল মহিলাৰ দ্বাৰা পৰিৱেশন কৰা এক বিহু বিশেষ। ইয়াক গাভৰু বিহু বুলিও কোৱা হয়। এই বিহুত পুৰুষৰ কোনো গুৰুত্ব নাই। লগতে ঢোল,তাল, বাঁহী, পেঁপা আদি বাদ্যৰো গুৰুত্ব নাই। হাতত টকা আৰু হাত চাপৰি বজাই মহিলাসকলে এই নৃত্য বৃত্তাকাৰে পৰিৱেশন কৰে। বিহু নচা নাচনীৰ নৃত্যৰ ভৰত ভূমি উৰ্বৰা হয় বুলি বিশ্বাস কৰা হয়। জেং বিহু নামটো কোনে কেতিয়া দিছিল তাৰ ইতিহাস পাবলৈ নাই। হেমকোষ, চন্দ্ৰকান্ত অভিধান বা ৰজনীকান্ত বৰদলৈৰ উপন্যাসমূহতো জেংবিহু শব্দটো পোৱা নাযায়।
    Source: Wikipedia

КОМЕНТАРІ • 5