মোৰ চাকৰি এতিয়ালৈকে যোৱা নাই...Suspension order খনত 1xbet নাইবা জুৱাৰ কথা লিখাই নাই

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • চৰকাৰৰ কোনো নিৰ্দেশনা নহালৈকে মই আকৌ 1x bet ৰ promotion কৰিব পাৰিম🙏🏻
    দায়িত্ব কেৱল শিক্ষকৰ যে অমুক নকৰিবা,তমুক নাখাবা শিক্ষক আপুনি ৷But কোনোবা সভা এখনত শিক্ষকৰ নামত চকী এখন ৰাখি থৈছেনে? শিক্ষকজনৰ বাবে office ত চকীখন আগবঢ়াই দিয়েনে?

КОМЕНТАРІ • 353

  • @tgasom2212
    @tgasom2212 2 місяці тому +10

    আপোনাৰো যুক্তি আছে | চৰকাৰৰো যুক্তি আছে |কিন্তু, আপুনি নোৱাৰিব |নাও ডুবা আগতে টিঙৰ পৰা নামি সঠিক পথত গমন কৰক |জিমানে জেদ্ লব! ক্ষতি নিজৰে হব|

  • @deepjyotiaxom3947
    @deepjyotiaxom3947 2 місяці тому +66

    আপুনি জুৱা খেলা নাই । প্ৰচাৰ কৰিছে হে আমাৰ ফালে কেইজনমান শিক্ষক আছে জুৱাৰ খেলে।

    • @mousumeebisaya414
      @mousumeebisaya414 2 місяці тому

      Hoi kintu😂

    • @Suprise209
      @Suprise209 2 місяці тому

      Ako dangor oporadh nhi de juwa khelo to karobar poisa ase khelsi toiu khelo na xt poisa ase jdi🤣

    • @ApulicaOfficial
      @ApulicaOfficial 2 місяці тому

      ua-cam.com/video/nshkB7vlAjw/v-deo.htmlsi=y_CNp3pB4PyrDj1u

  • @budheswarnath6516
    @budheswarnath6516 2 місяці тому +26

    তোমাৰ সাহসিকতাক ধন্যবাদ জনাইছো লাবু... বলি কা বকৰা " নবনিবা আমিও বুজি পাইছো মৰিগাঁও ৰ এচাম হালধীয়া সাংবাদিকৰ মুৰৰ কামোৰণি হৈছে !! সাহসেৰে মোকাবিলা কৰা ❤❤

  • @PikumoniYein
    @PikumoniYein 2 місяці тому +16

    আপোনাৰ কথাখিনি শুনিলো যুক্তি ও আছে । কিন্তু এজন সমাজৰ সচেতন শিক্ষিত যুৱক হিচাপে সমাজখন আগুৱাই নিয়াটো জনা এগৰাকী creator হিচাপে আপোনাৰ দায়িত্ব নহয় জানো। আপোনালোকক যুৱ চামে অনুকৰণ কৰে এই যুৱ চামক এই গেমৰ যোগেদি ভুল পথলৈ ঠেলি দিয়া নাই জানো ।

  • @susmitadutta9526
    @susmitadutta9526 2 місяці тому +45

    সঁচাকৈ,,নিউজ চেনেল বোৰ বৰ ফালটো হৈ গৈছে,,,একো দৰকাৰী কথা নিউজ নকৰি ফালটো নিউজ বোৰ কৰি থাকে,,,,কথা খিনি ভাল লাগিল

  • @arupkumarsenchowa5433
    @arupkumarsenchowa5433 2 місяці тому +17

    2me আমাৰ নবপ্ৰজনমৰ দম থকা teacher । এনেকৈ সজ্জিত হৈ থাকক, দম নাথাকিলে জীৱন আগবহি নাযায় ।

  • @jyotiprasad241
    @jyotiprasad241 2 місяці тому +13

    আপুনি এইবোৰ চাকৰি যোৱাক লৈ চিন্তা নকৰিব দাদা আপুনি বিন্দাছ মদ খাওক , জুৱা খেলক , জোৱা প্ৰচাৰ কৰক আৰু নতুন প্ৰজন্মক আগুৱাই লৈ যাওক । আমি সদায় আপোনাৰ লগত আছোঁ দাদা ❤❤। আমাৰ নতুন প্ৰজন্মই আপোনাৰ জুৱা প্ৰচাৰ কৰা , মদ খোৱা এনেবোৰ video চাই বেছি ভাল পায় ।

  • @gakuldeka4608
    @gakuldeka4608 2 місяці тому +30

    চৰিত্ৰ বান সাংবাদিক নোহোৱা হ'ল।জহৰা সাংবাদিক বোৰ জন্ম হ'ল।অসম ৰসাতলে গ'ল।

  • @babulsaikia462
    @babulsaikia462 2 місяці тому +5

    বঢ়িয়া দিছে। বিশেষকৈ চাংবাদিক ( সাংবাদিক) খিনিক।

  • @ramenbaishya7029
    @ramenbaishya7029 2 місяці тому +25

    "আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়" দাদা সেয়ে আপুনি এজন শিক্ষক এই ধৰণৰ বিজ্ঞাপন প্ৰচাৰ কৰাটো উচিত নহয় Facebook হওঁক বা UA-cam te আপোনাৰ পৰা কি শিকিব New generation a

    • @user-im6uo6fk3m
      @user-im6uo6fk3m 2 місяці тому

      Pare jodi sarkarok request korok sun apps tu bondho koribo. Nuware nhy apuni. Moi juwa nekhelu.

    • @Suprise209
      @Suprise209 2 місяці тому

      Xt dal de mobile t ji add ahi thke one x bet r ttya ki bl khurebi xtr ...new generation r ktha koba aha xudmrni

  • @madhabidevi9585
    @madhabidevi9585 2 місяці тому +16

    যিহেতু তুমি এজন শিক্ষক , তোমাৰ চেনেলটোৰ বিশেষ কৈ শিক্ষা মুলক হে হব লাগে

    • @Rahul-c7l
      @Rahul-c7l 2 місяці тому

      Right

    • @mritunjoydeka2027
      @mritunjoydeka2027 2 місяці тому

      Teriya apuni janu sab baideu😂

    • @devajitboishya7544
      @devajitboishya7544 2 місяці тому +1

      He professsionally teacher hoi baki personally kiba kam koratu ki pblm apunarlukor

    • @theas21rider89
      @theas21rider89 2 місяці тому

      ​@@devajitboishya7544bohut problem ehotor

    • @madhabidevi9585
      @madhabidevi9585 2 місяці тому +1

      Moi ai bilak vodeo ane nasao but notice korib laga bisoi ata hoise babe salo

  • @priyankasaikia5302
    @priyankasaikia5302 2 місяці тому +29

    🔥🔥 আপুনি 🔥🔥,,,বাকী বাদ,,, আৰু জনপ্ৰিয় হ'ব গৈ আছে আপুনি,,,,,,,

  • @acousticthunu8453
    @acousticthunu8453 2 місяці тому +13

    I love you Labu da❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @swargojyotigogoi4135
    @swargojyotigogoi4135 2 місяці тому +11

    এখেতে বক্তব্য খিনি যিদৰে উপস্থাপন কৰিছে সেয়া কিন্তু মানব সম্পদ গঢ় দিয়া শিক্ষকৰ আচৰণ নহয়।অলপ নম্ৰসুৰত কথাখিনি বুজাই দিয়া হলে অধিক মনোগ্ৰাহী হলহেতেন।

    • @user-qy3te1uo6u
      @user-qy3te1uo6u 2 місяці тому +1

      আজিৰ সময়ত শিক্ষকক মানুহ গঢ়িব পৰাকৈ সুবিধাজনক পৰিবেশ দিছে জানো বিভাগে? কেৱল শিক্ষকৰ লেবেল লগাই নীতি আদৰ্শত চলিবলৈ বাধ্য কৰালেই নহব, তেওঁলোক যে শিক্ষক সেইটো অনুভৱ কৰিব পৰাকৈ পৰিবেশো দিব লাগিব।

    • @palashsuministha
      @palashsuministha 2 місяці тому

      আপোনাৰ মতে কি সুবিধা দিব লাগে চৰকাৰে শিক্ষক সকলক।

    • @user-pm1gv4zv2h
      @user-pm1gv4zv2h 2 місяці тому

      আপোনাৰ বিভাগে আপোনাক এখন notice দিছে। যি খন notice আপোনাৰ হাতত পৰা আগতেই নিউজ চেনেলত প্ৰচাৰৰ কেনকৈ হ'ল। তেখেতে সেইটো কথাহে কৈছে।

  • @joyprakashbordoloi3223
    @joyprakashbordoloi3223 2 місяці тому +14

    Right labu da

  • @mosfikasfunn6359
    @mosfikasfunn6359 2 місяці тому +17

    Lukor kotha বাদ দিয়ক আগুৱাই jaok ❤

  • @ruyaltv4546
    @ruyaltv4546 2 місяці тому +16

    জুৱা খেলৰ প্ৰচাৰ নকৰিব দাদা। Love you Assam jet

  • @dhi1222
    @dhi1222 2 місяці тому +46

    Mojja disa.. . Ekodm 100% right koisa..... Pukor jolibo karobar...... 😂😂😂😂

  • @user-ng4hl3yz1t
    @user-ng4hl3yz1t 2 місяці тому +10

    Axomot mak bapekor uporot khai anak comment mara manhu bahut ase.. Ehotok khatir kori lab nai

  • @mr.prasannasvlogs.5742
    @mr.prasannasvlogs.5742 2 місяці тому +7

    👉👉আপোনাৰ নামটো মই আজি শুনিছো কিন্ত মই মৰিগাঁও জিলাৰ অন্তৰ্গত নহলেও সেই জিলাৰ উপযুক্ত জনৰ কৰ্মদক্ষতা আৰু সাহসিকতাৰ পৰিচয় বহুদিনৰ আগৰ পৰা পৰিলক্ষিত হোৱা দেখা গৈছে।

  • @user-mc9ri5fj7p
    @user-mc9ri5fj7p 2 місяці тому +3

    জুৱৰী শিক্ষক

  • @pradipmomai9057
    @pradipmomai9057 2 місяці тому +1

    এজন শিক্ষক হিচাপে জ্ঞানৰ পোহৰ বিলোৱা বিপৰীতে কি সেইবোৰ।।। কি মানে নিজকে ভাল বুলি কব বিচাৰিছে নেকি ? ঐ মহাশয় চৰকাৰ তলত আছা মনত ৰাখিব।।।।।। লোকে যি কৰে তাকে কৰিব নেকি ?

  • @manashsenapoti8356
    @manashsenapoti8356 2 місяці тому +1

    গামোচা পিন্ধোৱা নাই কাৰণে আপুনি 1x Bet promotion কৰি আছে নেকি 😅,লোকে আপোনাক কি দিছে কি নাই দিয়া সেইবোৰত কিয় লাগি আছে? শিক্ষক হিচাপে নিজৰ সন্মান কন বচাই ৰাখক কাৰণ আপোনাৰ লগত কণ কণ লৰা-ছোৱালী জৰিত হৈ আছে

  • @user-ng4hl3yz1t
    @user-ng4hl3yz1t 2 місяці тому +6

    Moi portal news solowak khangbadik buli nokow

  • @kankansharma8509
    @kankansharma8509 2 місяці тому +11

    জয় শ্ৰী ৰাম❤ সুপ্ৰভাত

  • @nomadmusa159
    @nomadmusa159 2 місяці тому +1

    Main point tu hoi etu:
    Fita katiley tu DC'e poisa noloi na.
    But restaurant ekhonr video bonai tumi tu promotion kora fees eta lua na.
    Hetu govt employee hisabe extra income kora allowed nohoi.
    Heikaroney notice tu ahisey.
    Baki tumi aag barhi jua. More power to you.

    • @dhruvajyotiboruah2805
      @dhruvajyotiboruah2805 2 місяці тому

      Govt employees ea extra income korib nwarib buli kot likha ase.Duty time khini bad di baki time ot ki kore mat matib Karu adhikar nai.

    • @barnascreation2890
      @barnascreation2890 2 місяці тому

      ​@@dhruvajyotiboruah2805apuni saage aaji loike heitu kotha gomei nepai j government employees a extra income koribo nuware buli heikarne apuni tenekoi koi ase.... Jetiya ajon government employee a appoint hoi tar pisor pora teur governmentok a only service dibo laagibo heitu aagor pora a rules and regulations soli ahise atiyar kotha nohoi aitu... Jodi beleg extra income koribo ase then sakori resign dibo laagibo

  • @the_nowhalia
    @the_nowhalia 2 місяці тому +1

    চাকৰি যোৱা নাই যদি যাব লাগে তোৰ! লগতে Jail ত ও যাব লাগে 😂😂

  • @JituRabha1820
    @JituRabha1820 2 місяці тому +1

    O moi guwahati thaku iyat bohut ganja mane baba dukan bohut ase aru johora police sobe iman dine poisa loi bohi khai ase ki hob moi 10 bosor agor porai iyat hoi ase aru najanu ketiya aibur naikiya hob

  • @bikirbhaofficial1072
    @bikirbhaofficial1072 2 місяці тому +3

    Waw a mojjah de kori thak😂lagi thak

  • @Jobinfotoday-sy5li
    @Jobinfotoday-sy5li 2 місяці тому +6

    তই লগাত কৈ বেছি বকো । তই য়ে সকলো জনা বুলি ভাবো ।

    • @user-ex6ft9xj4r
      @user-ex6ft9xj4r 2 місяці тому

      তই একো বুজি নাপাওঁ ন

    • @Jobinfotoday-sy5li
      @Jobinfotoday-sy5li 2 місяці тому

      @@user-ex6ft9xj4r তই কি বুজি পা মোক বুজা চোন

  • @nabajyotikalitanabajyotika5241
    @nabajyotikalitanabajyotika5241 2 місяці тому +4

    একদম জাগাত দিছে কথা বোৰ, আপোনাৰ সমৰ্থনত আছোঁ

  • @MriduPaban-hj8lx
    @MriduPaban-hj8lx 2 місяці тому +1

    Dada armi tumar logt asu kisu man kukur jole sa ❤

  • @nabajitdeka9357
    @nabajitdeka9357 2 місяці тому +5

    মানুহে suspend আৰু terminate ৰ মাজত পাৰ্থক্য নাজানে।

  • @MrinmoyBezbaruah-vl6sx
    @MrinmoyBezbaruah-vl6sx 2 місяці тому

    Most underrated UA-cam channel

  • @kubergogoi
    @kubergogoi 29 днів тому

    ইয়াতো promotion কৰৰিব এৰি দিয়া নাই হাৰামী । ইয়াতো RJ BISTRO সন্মুখত video বনাই promotion কৰিচ

  • @mr.hussain6422
    @mr.hussain6422 2 місяці тому +6

    দাদা আপুনি এইবোৰৰ প্ৰতি মাথা নামাৰি জুৱা খেলি থাকক বা প্ৰচাৰ কৰি থাকক।

  • @BabuBabu-fe2zs
    @BabuBabu-fe2zs 2 місяці тому

    Direkt support 🔥🔥🔥🔥

  • @assamindiab.m4101
    @assamindiab.m4101 2 місяці тому +1

    Xosa koisa kin2 vulbur xudhorab sesta kora bondhu hisape koisi moi tumar best frained

  • @Mizanur2.o-h8l
    @Mizanur2.o-h8l 2 місяці тому +1

    mojja bro❤

  • @hirokjyoti5975
    @hirokjyoti5975 2 місяці тому +3

    Apuni ajon teacher hisape kisumn niyom manibo lge

    • @Jacklahm
      @Jacklahm 2 місяці тому

      Aru Teacher noha bur namanileo nobo neki?

  • @chintuborbora9973
    @chintuborbora9973 2 місяці тому

    Bondho hole sob bondho hbo lage kotha hekh 🫂❣️ moi apunar kothat support disu 👍❣️

  • @bapdhankoch7927
    @bapdhankoch7927 2 місяці тому

    Bhal lagise kathabur Full watc korilu ❤ from tezpur balipara ❤ agor parai saai thaku tomer vdobur ❤

  • @nayanjyoti9754
    @nayanjyoti9754 2 місяці тому +1

    Dada tumi 🔥🔥🔥💯

  • @neerab429
    @neerab429 2 місяці тому

    1SEX BEETOR পৰা মই উপ্রকিত হৈছোঁ দাদা 😅 ধেমালি কৰিছোঁ 10 টকা lost হৈছে মোৰ, এটা gold flake lost হয় gol 😢 smoking 🚭

  • @Deborkhi_4.6
    @Deborkhi_4.6 2 місяці тому

    Hosa kotha kobo bhoi nokoru.. Kako.. Bro be positive

  • @simaranibora8015
    @simaranibora8015 2 місяці тому +1

    তোমাৰ কাম কৰি যোৱা লাবু । সদায় সৎ কাম কৰি যোৱা ।ভগৱানে
    বাট দেখুৱাই নিব ।

    • @Assamjet
      @Assamjet  2 місяці тому

      Thank you ma’am

  • @ApulicaOfficial
    @ApulicaOfficial 2 місяці тому

    ইমান agressive হোৱা মানুহৰ ভৱিষ্যত আজিলৈ ভাল দেখা নাই। you also will have the same

  • @user-ff7le8ow4w
    @user-ff7le8ow4w 2 місяці тому +1

    U r right my lovely bro 👍

  • @LifeUncut33
    @LifeUncut33 2 місяці тому

    তিৰ খেলৰ বেপাৰী, লটাৰী খেলৰ সমিতি, যোৰহাটৰ হৰ্ডিং লগোৱা ব্যক্তি বা প্ৰতিষ্ঠান, Spice Jet ৰ মেনেজাৰ চৰকাৰী চাকৰিয়াল নহয়, চাৰ্ভিচ ৰুল খন পঢ়ি চাবা।

  • @rinadeka2756
    @rinadeka2756 2 місяці тому +4

    সুন্দৰ মন্তব্য দিছে আপুনি ।

  • @deorijatin
    @deorijatin 2 місяці тому +3

    আপুনি 🔥🔥🔥

  • @asikurrahman4920
    @asikurrahman4920 2 місяці тому

    Jua khel promot kora sir 😂

  • @Dhasu-Gamer-----------6115
    @Dhasu-Gamer-----------6115 2 місяці тому

    চৰকাৰী চাকৰি কৰা বিয়ক্তি যে extra পইচা income কৰিব নোৱাৰে।। সেই বাবে গল তোমাৰ চাকৰি।।।

  • @AjaykrRay-ly6db
    @AjaykrRay-ly6db 2 місяці тому

    100%Right 👍Akdom hosa kotha koisa dada

  • @Deborkhi_4.6
    @Deborkhi_4.6 2 місяці тому

    Horu manuhak pressure diboi.. Wineshope bur nu..

  • @user-lf9ze4zi8p
    @user-lf9ze4zi8p 2 місяці тому

    Dhuniya kotha koisa kintwo mojja lagil

  • @poragbarhoi7845
    @poragbarhoi7845 2 місяці тому

    Moja koise dada.......jai hu assam jet❤️

  • @achyutdeori6416
    @achyutdeori6416 2 місяці тому

    Sarkari sakorial ajone jene k politics ot vori dibo nuare thik tene k kisuman prokiar maje d paisa aahoron koratu badha nikhed ase...govt sakorial aru non govt sakorial or majot eiai hoise niom...bortoman social media hoi porise eti jonopriyo madhiyom goti k ei madhiyom tur uport jar jene k niom ase tene k action loise..hei a govt service holder bure social mediar juge d paisa income korute jothesto hotorko nhole sakori a jabo.

  • @Bodo-w3t
    @Bodo-w3t 2 місяці тому +1

    Govt ok pousa lage mama r poisa kom hoise

  • @dipankardihingia9787
    @dipankardihingia9787 2 місяці тому +1

    Prachar koratu val nohoi jodi nijoke ajon teacher vabise

  • @brindabangogoiofficial
    @brindabangogoiofficial 2 місяці тому

    Hundor . Akhon tal nabaja , bajila duikhon bojabo lagibo

  • @Beyondsummitshore
    @Beyondsummitshore 2 місяці тому

    News channel bur r eku kam nai.. beleg r ktha khusori thakibo kintu nijor channel t soli thoka advertise bur nedekhe kintu… kor bejali kor basikaran… heber e dekhi thaku… emn k hihte pohi huni hei andhabiswakh r advertising kori ase… baki juwa khela r kotha t eta e kobo ase… kunubai kole j khelibo lage nalage he2 khelibo bisara ba khela mnh jnr nijor bibek buddhire vabibo pare…

  • @jituhazarika859
    @jituhazarika859 2 місяці тому

    Tur je adin ankua hbo agote gom paislu tur kam dekhile nlge toi je teacher hoi.teacher hoi jodi teacher dore hbo lage.iman bur huar pisotu je nijor vul mani lua nai.

  • @terimeri3487
    @terimeri3487 2 місяці тому +4

    সাংবাদিকক মই ভৰিৰ তলত ৰাখো

  • @jonalid3137
    @jonalid3137 2 місяці тому +1

    Thik a Koisa Dada❤❤❤

  • @arunmusahari8914
    @arunmusahari8914 2 місяці тому +1

    Jagat dise kintu Dadai

  • @bikashdeka3753
    @bikashdeka3753 2 місяці тому +5

    KNOWLEDGE KAR NAI BARU ,JIYE SREE KRISHNA GANESH BULI KOI RU SUKAPHAK LACHIT BORPHUKAN BULI KOI

  • @RajaSaikia-jv3sp
    @RajaSaikia-jv3sp 2 місяці тому

    Morigoan raij apunar lukor lora suwali borbad hoi jabo eyar lekhiya teacher or usort pohualea. Mananiy mukhymantri moi apunk jonisu jea a2k school or pora nilambit o korok.

  • @bhaskarneog9804
    @bhaskarneog9804 2 місяці тому

    Bat deok dada manuha val Kam korela pasfalor pora vuke kokure vukadi apuni val kame kore asa agor pora anekoi kore jawk ❤

  • @Sn___xy14x
    @Sn___xy14x 2 місяці тому

    Right koise dada❤100%right kotha

  • @multipurpose1762
    @multipurpose1762 2 місяці тому

    প্ৰথমতে তুমি এজন চৰকাৰী কৰ্মচাৰী আৰু news channel বোৰত কাম কৰা সাংবাদিক সকলে কোনো চৰকাৰী কৰ্মচাৰী নহয়।গতিকে তোমাৰ আৰু টিভি সাংবাদিকৰ মাজত বহুত ডাঙৰ পাৰ্থক্য আছে। আৰু এটা কথা তুমি এজন চৰকাৰী কৰ্মচাৰী হিচাবে জানিব লাগিছিলে যে প্ৰতিখন ৰাজ্যৰ নিজা কিছু আইন আছে । যাৰ বাবে অসমত আজিলৈ কোনো এখন অনলাইন জুৱা কোম্পানীয়ে অসম চৰকাৰৰ পৰা কোনো ধৰণৰ licence পোৱা নাই।

  • @sg24axom36
    @sg24axom36 2 місяці тому

    জুৱাৰ প্ৰচাৰ সচাই বন্ধ হব লাগে দেই। এই জুৱা খেল বোৰে বহুতৰ জীৱন শেষ কৰিছে। দেখি আছোঁ মুখৰ আগতে। যি কোনো প্ৰকাৰৰ জুৱা।

  • @hirakjyotikalita5337
    @hirakjyotikalita5337 2 місяці тому

    ভাই চাকৰি কৰি তো টকা পাইচা, জুৱা খেল ৰ promotion কৰিব দৰকাৰ নাই না ,ভাল ভাল বস্তু আছে সেইবোৰে ৰে video বনুৱা , এনেই কিয় এইবোৰত সোমাব লাগে

  • @rupoknath9712
    @rupoknath9712 2 місяці тому

    Tumi nijor school lor student bilakok first time bhal teaching kora .tar pasot lecture diba

  • @SimantaRaj-nq3jy
    @SimantaRaj-nq3jy 2 місяці тому

    Dada tenson lb nalage.hoi jai

  • @Deborkhi_4.6
    @Deborkhi_4.6 2 місяці тому

    Labubhai byheart koisu.. Gutkha add kun celebratiye kore sobei jane.. But heibur crorepati je.. Kela.. Kakopather

  • @gourabkumardeka5623
    @gourabkumardeka5623 2 місяці тому

    Ase amar aeifaleu bohu keijon teacher ratie dine juwa khele

  • @user-fe1xt1wh2u
    @user-fe1xt1wh2u 2 місяці тому

    Amar ahatguri Gaonor student bilakok bohuxini ag Bohai Nisile teon...kintu ai bhul bilakor bixoi.. aminu ki kom

  • @QwertyUiop-zx6xc
    @QwertyUiop-zx6xc 2 місяці тому

    😂😂😂😂😂 Suspended
    😅😅😅😅😅😅DP
    😝😝😝😝😝😝 Punishment - dismiss from service

  • @sajibkhan519
    @sajibkhan519 2 місяці тому

    Bondho korila sob bondho hobo lagibo off line online..

  • @Hhttuionde
    @Hhttuionde Місяць тому

    Teacher quality ak dom ni 😢😢😢.val UA-camer hy😂😂😂

  • @davidbhuyan7523
    @davidbhuyan7523 2 місяці тому

    Mnh kisumn bor kandhuli masor dore ase... Eluti khiluti mari thake.. khali hoi hoi kori thake poristhitir lgt milai milai..

  • @rajibborah7807
    @rajibborah7807 2 місяці тому

    Nijok loi justification dibo eku nai anor vul dekhai nijok e nirduxi dekhai asa j?

  • @munindrapegu376
    @munindrapegu376 2 місяці тому

    আজি সময়ত বহুত জেগাত দেখিছোঁ জুৱা খেলটো বহুত বাহিছে।। চৰকাৰে বা কি কৰে ।কি হব গৈ আছে আমাৰ অসম খন 😢

  • @mridulbori5186
    @mridulbori5186 2 місяці тому

    Court গলে তুমি জিকিবা

  • @bhaskarranjanpathak1643
    @bhaskarranjanpathak1643 2 місяці тому

    Online gambling aro offline gambling or difference. Asa

  • @Bray12322
    @Bray12322 2 місяці тому

    Leora moni

  • @anupamneog4660
    @anupamneog4660 2 місяці тому

    লাল চাহ আৰু মেৰীগল্ড ফিটিং,খাই লওঁ তাৰ পিছত কমেন্ত পঢ়িম ।।

  • @rimjimdas8333
    @rimjimdas8333 2 місяці тому

    Oti Khundor 👏👏👏

  • @legendneverdie8883
    @legendneverdie8883 2 місяці тому

    খেবু মনি,😂 নাও দুবিলে ও টিং ৰ পা নানাম মানে 😂 খেপো ৰাম,😂😂😂

  • @janmonidaskar4645
    @janmonidaskar4645 2 місяці тому

    আজিকালি চাকৰি পাব বৰ টান চাকৰি টো ধৰি ৰাখিবা

  • @darshanassam699
    @darshanassam699 2 місяці тому

    Juwa jodi bondh koribo ase online, ofline, Lottery sob bondh korok Govta

  • @rajibborah7807
    @rajibborah7807 2 місяці тому

    Teacher hoi ei2e xikila neki govt e ban nhua loike vul bs2e houk video bonam bondho nkoru lagi thakim, tar mane tumi promote kori goi thakiba vul houk bya houk.. Blg e tumk suspension koribo nalage nije resign di betting app promotion logote nije bet loguage hei2e best hbo tumar karone..

    • @terimeri3487
      @terimeri3487 2 місяці тому +1

      Teacher hol buli kharu pindhi thakibo lagibo neki ?

  • @mgsatech9384
    @mgsatech9384 2 місяці тому

    Your right.. keep it up

  • @ImranHussain-nx4hq
    @ImranHussain-nx4hq 2 місяці тому

    টোক পিটিব লাগিব তেতিয়া ঠিক হবি নহলে তোৰ দিনে দিনে বেছি হৈই গৈছে

  • @anjonbora2633
    @anjonbora2633 2 місяці тому

    Laj pai taka nokoi koba nu ki 😢😢😢

  • @user-mo9wi4gc4m
    @user-mo9wi4gc4m 2 місяці тому

    suspension is not a punishment...

  • @anuppathak21
    @anuppathak21 2 місяці тому +1

    Nije jodi kobat dan di paisa tite gamosa pindhabo

  • @hun380
    @hun380 2 місяці тому

    Teacher meaning janone ???Toi Hosake ologodho.....

  • @surojitsvlogs6862
    @surojitsvlogs6862 2 місяці тому

    1000% right✅