আলফাই মুকলি কৰি দিলে ৰিতুল শইকীয়াক ~ নিউজ লাইভৰ সমুখত বৰ্ণনা কৰিলে অপহৰণৰ শিহৰণকাৰী অভিজ্ঞতা
Вставка
- Опубліковано 21 тра 2021
- #NewsLive #RitulSaikia #ULFA #PareshBaruah #AssamNews
মুখ্যমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই আলফাই মুকলি কৰি দিলে ৰিতুল শইকীয়াক। দীৰ্ঘ এটা মাহৰ অন্তত পুৱা ৭ বাজি ১০ মিনিটত ম্যানমাৰ সীমান্তত মুক্তি দিলে ৰিতুল শইকীয়াক। তিনিদিন খোজ কাঢ়ি অতি ভাগৰুৱা বুলি মন্তব্য ৰিতুল শইকীয়াৰ। নিউজ লাইভৰ সমুখত বৰ্ণনা কৰিলে অপহৰণৰ শিহৰণকাৰী অভিজ্ঞতা। নিউজ লাইভৰ জৰিয়তে পৰিয়ালে শুনা পালে ৰিতুলৰ মাত। সোণাৰি থানাত পত্নী-পুত্ৰ-ভাতৃয়ে লগ পালে ৰিতুল শইকীয়াক। স্বাভাৱিকতে উদ্ভৱ হল আবেগিক পৰিৱেশৰ। অসম আৰক্ষীৰ সৈতে ম্যানমাৰ সীমান্তৰ পৰা ৰিতুল শইকীয়াৰ উভতনি যাত্ৰাৰ সংগী হল নিউজ লাইভৰ সাংবাদিক ৰফিক আহমেদ আৰু কেমেৰা পাৰ্ছন হিমাংশু নেওগ
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
ধুনীয়া লাগিছে তোমাক
মানুহজন বন্দীত্বৰ পৰা মুক্ত হৈ বহুদিনৰ মূৰত আপোনজনৰ সৈতে মিলিত হৈছে। বাকী মানুহবোৰে গৈ এনেকুৱা এটা জটিল পৰিস্থিতিত কিয় তেওঁলোকৰ সৈতে ইমান অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি তুলিছে।তেওঁতো এজন মানুহহে। ভাগৰুৱা মানুজন তথা পৰিয়ালটোক শান্তিৰে এবাৰ উশাহ ল'বলৈতো সময় দিয়ক।
আপুনি কথাটো ঠিকেই কৈছে।তেওঁৰ পৰিয়ালবৰ্গক শান্তি দিয়ক
হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু পৰেশ বৰুৱা ডাঙৰীয়ালৈ অশেষ ধন্যবাদ থাকিল ...
ইমান ভাগৰুৱা মানুহজন। পাছত সুধিলে নহব জানো?
C M sir many many thanks,kotha di kotha rokha babe
Dhanyabad. Mama .
Thank you so much CM sir
aaahhhh their smile is priceless 😭❤❤❤❤❤
ধন্যৱাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া
THANK YOU ❤ASSAM POLICE❤🇮🇳❤
THANK YOU ASSAM..OR ❤ADORNIYO MAMA❤🥇
CONGRATULATIONS ❤TEAM HIMANTA BISHWA SHARMA❤🇮🇳🥇❤
😊😅😅😊😊
😊😅😅😊😊
আনন্দঅশ্ৰু ওলায় আহিছে...😢😢😊😊 কিন্তু তেখেতৰ ভাগৰ লাগিছে বুলি কওঁতে, পিছত সকলো ক'ম বুলি কোৱাৰ পিছতো কিয় কথাবোৰ সুধি আছে ..
THANK YOU ASSAM..OR ❤NEWS CHANNEL❤🥇
hemanta sarmalui bahut dhainabad
Manuh jonor vagar lagesea so alop jeroni diyok..
Assam r Kahinur hira Dr. Himanta Biswa Sir kotha, ba bujoni Ulfa y manile. Moi anei Dr. Himanta Sir K Assam r Kahinur Hira nokow.
Mama sobte agot
ASSAM..S TIGER ❤HIMANTA BISHWA SHARMA❤🥇
Sii
Is news live...apunar look a main aru day
Phnot kotha patutei hogun kitai kamuribole nere
❤🥇❤
CONGRATULATIONS ❤TEAM MODI SARKAR❤🇮🇳🥇
Sii
❤🇮🇳❤
Mjjjog
It YRRYK
এইয়া আমাৰ মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নিউজ লাইভৰ প্ৰচেষ্টাৰ ফল।।
Manujon vagorua buli koisei tothapiu mane manujonk okhanti kori ase
9
Jeniba news live r sangbadik lgt asei take eman k nijorsangbadikor kotha homalosona koribo lage nkiii....
gtop
News live Myanmarot ja interview logo distab sala
🎉🎉y hu