প্ৰথম শ্ৰেষ্ঠ দল- শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা | ভাওনা প্ৰতিযোগিতা, বিহপুৰীয়া | Vauna Competition
Вставка
- Опубліковано 7 лют 2025
- প্ৰথম শ্ৰেষ্ঠ দল- শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা | ভাওনা প্ৰতিযোগিতা, বিহপুৰীয়া | Vauna Competition
বাসুদেৱ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু পূৱ ডিক্ৰংবাসী ৰাইজৰ সহযোগত বিহপুৰীয়াৰ খ'ৰা সমন্বয় ক্ষেত্ৰত আয়োজন কৰা সদৌ অসম ভাওনা প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দল।
নাট- "শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা"
পৰিৱেশনত- নৱাৰুণ সাংস্কৃতিক গোষ্ঠী, কোঁৱৰপুৰ, শিৱসাগৰ
পৰিচালনা- চন্দ্ৰমণি গগৈ
মূখ্য গায়ন- সত্যম খনিকৰ
মূখ্য বায়ন- মনজিৎ
বাঁহী- বিতু
দলটিৰ সৈতে যোগাযোগ- +91 91010 52286
Cover Topic:
Vauna
bhauna
Vauna competition
Bhauna competition
vauna competition 2024
Vauna video
vauna assamese
Bhaona
vawna
bhaona assamese
assamese vauna
Assamese bhauna
Vauna probekh
Bhauna probekh
assamese culture
vauna 2024
অসমীয়া ভাওনা
ভাওনা
assamese bhawna
Assamese vaona 2024
সদৌ অসম ভাওনা প্ৰতিযোগিতা
Bihpuria vauna competition
sri ramorchandraor boikuntha jatra
শ্ৰী ৰামচন্দ্ৰৰ বৈকুন্ঠ যাত্ৰা
#vauna
#bhauna
#vaona
ভাল লাগিল। সকলোৰে অভিনয় সুন্দৰ। চকুলো মোহাৰি মোহাৰি নাট ভাগ চালো।🙏🙏🙏🙏
চন্দ্ৰমণি দাদাৰ অভিনয় চাই বহুত ভাল লাগে । মাজুলী ভাওনা সমাৰোহ ২০২২ ত চন্দ্ৰমণি দাইয়ে best পাইছিল । নাট খন বহুত ভাল চাবলে। 🥰😍
জয় শ্ৰী ৰাম🙏🙏🙏
বঙাইগাঁৱলৈ আমন্ত্ৰণ কৰা হৈছে আপোনালোকক। চোৱাৰ সৌভাগ্য হ'ব এইবাৰ 🙏🙏
কৃষ্ণ🙏 এইমাত্ৰ খবৰটো পালোঁ... ধন্যবাদ... লগ পাম শীঘ্ৰেই
@@PMBMix নিশ্চয় দাদা 🙏🙏🙏🙏 আমি যোৰহাটৰে কৰ্ম সূত্ৰে ইয়াত থাকো। লগ পোৱাৰ সৌভাগ্য হ'ব🙏🙏
সত্যম দা যত
প্ৰথম পুৰস্কাৰ তত❤🎉
Urmila lua jon nii
সুন্দৰ অভিনয় সকলোৰে। ভাল লাগিল
শূৰ্পনখাৰ অভিনয় বহুত সুন্দৰ হৈছে 🥰🥰
ধন্যবাদ
উৰ্মিলাৰ অভিনয় ভাল হৈছে। উৰ্মিলা আৰু লক্ষ্মনৰ শেষৰ দৃশ্যটো অত্যন্ত ভাল হৈছে
অতি সুন্দৰ পৰিৱেশন ।সকলো পৰিৱেশনকাৰীলৈ আন্তৰিক অভিনন্দন জনালোঁ ।
কি সুন্দৰ কণ্ঠ বায়ন দাদাৰ
ইমান সুন্দৰ অভিনয়।।
Moja lagil❤❤❤❤❤
ভাওনা ভাগ বৰ ভাল লাগিল । সমূহ ভাৱৰীয়া অভিনয় বৰ উন্নত মানৰ হৈছে ।কিন্তু ৰামৰ বছন সংলাপ অলপ দুৰ্বল অনুভৱ হৈছে।অপৰাধ বিনাষণ। কৃষ্ণ, ।
মই নিজেই চাইচো গৈ ইমান সুন্দৰ ৰাম ভাঁও গোৱা দাদা জনৰ মাতো সছাকৈয়ে ভগৱান প্ৰদত্ত ।ইমান সৰল সহজ ইমান কোমল মাত ।এতিয়া youtubet save kriu sai asu vawna vag.
38:36 38:44 😅
Moja lagil
ৰাম ৰ অভিনয় টো ভাল নালাগিল
কৃষ্ণ কৃষ্ণ ৰাম ৰাম ❤️
মন বৰা ❤😮😍😘😗
শূৰ্পনখা অভিনয় ভাল হৈছে❤
ধন্যবাদ
sri ram bor hundor hoise
Val lagila sai🔥🔥🔥🔥
Bohut bohut bohut bohut val lagil ,,,,,, best of luck all teams
Jai Sri Ram 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
শূপনখা অভিনয়ৰ 🔥🔥🔥
ধন্যবাদ
শ্ৰী ৰামচন্দ্ৰ মাত জানো ইমান কঠোৰ হয় । ভাতৃ "তই "বুলি সম্বোধন কৰিছে ????? কথাষাৰ মানি লবলে অলপ টান লাগিছে । কৃষ্ণ
আপুনি নিজেই কৰি দেখুৱাবচোন শ্ৰীৰামৰ মাত কেনে হব লাগে
Ohh korok korok
Ram vogobanr ovotar ha...aru tew manuh rupe ha ovatar loisa...tat tew r mat tu brishnu r dore kumol hbo nlga..jihetu tew monushya hisape jonmo loisa.. brishnu r ktha tnekoi kobo pare..krishno❤
Mat kumol hbo nlga...obhinoi hbo lage ❤
@@mrinmoybora5187 মোৰ ভাওনা জ্ঞান বহুত কম। কিন্তু আমি u ভাও কৰিছোঁ দিয়া , বহুত ভাওনা চালোঁ।
শূৰ্পনখাৰ অভিনয়ে মোহিত কৰিলে। আগুৱাই যাওক তেওঁ
ধন্যবাদ
সুন্দৰ
Bohut Val lagil..Urmila soritai konduale.. hoklure aviny khub hundr . .sokur Pani dhori rakhib nuarilu
Suponokha❤
Thank you
বহুত বহুত ধুনিয়া
সুন্দৰ অভিনয়
Satyam dar kontho❤😌
Val lagil sai
Vl lgl sbloi goislu...vauna khn ❤❤
Pankaj da hupornokha🔥😍
Bhal lagil sai
Moja 😊
🙏🙏🙏 ভাল লাগিল
Moja moi saisiluge fast pale ❤❤❤❤❤❤
Val lagil. Aji prothom salu hokolure ovinoi val hoise. ❤❤❤
Dhuniya❤
Mojalagil❤❤❤
Ufff ki kontha dada ❤
ভাওনাৰ খন বহুত ভাল লাগিল কিন্তু
ৰামৰ অভিনয় টোহে ফুলুৱা কৰিব পৰা নাই
hurbonokha acting ❤️🔥
Ram jon amr dibraj daa (duliajan)
Moromor sotoyam da vla asa bohut din log ni puwa aru vow khon vl lagel.sai
Sivsagar
হয়
Satyam daa kontho ❤
Super
Jai sri ram❤❤❤
❤❤❤❤❤❤
বহুত বেয়া লগা দুখৰ কাহিনী
Nice
Val lagisa bohut. Baki 2nd aru 3nd khon u sabole pam naki ❤❤
নাই.... মই মাত্ৰ সেইখন কৰিবলৈহে গৈছিলো
সুন্দৰ হৈছে, PDF পাম নেকি বাৰু বাপ ??
বৰ্তমানলৈকে ৰাইজৰ বাবে এৰি দিয়া নাই... প্ৰতিযোগিতা কৰি আছে যিহেতু
Dada nat bhag pam ni ❤
প্ৰতিযোগিতা কৰি থকা বাবে নাটভাগী ৰাইজলৈ এৰি দিয়া নাই
শূপৰনখাৰ অভিনয় মানিব লাগিব দেই
Satyam dada aru Nayan dadak matoksun sun next episode t jodi pora hoi.
চেষ্টা কৰিম নিশ্চয়
Moi sai asu
🙏🙏🙏🙏❤❤❤❤
Mojja moi tat saisu
Nat vag Sri boikuntha
Krishana krishana
Vogobana eman tajade nafala
ৰাম মনুষ্য অৱতাৰহে আছিল... গতিকে মনুষ্যৰ লোভ, মোহ, কাম, ক্ৰোধ, দুখ, সুখ সকলো থাকিব...
Bea Napabo Kuwar Babe But RamSandra R Probekh Khon Hrurpornokha Jen Lagile🙂 BTW Vauna Vl Hoise🎉
এই ভাওনা খন কৰ হয় বাৰু
Thumbnail ot details diya ase... ভাওনাখন কোঁৱৰপুৰ, শিৱসাগৰৰ.. হৈছিল বিহপুৰীয়াত
নাট ভাগ পাম নেকি দাদা।
ৰামৰr❤❤ 35:25 35:26 35:26
@@AK-lk8hq35:28
ৰাইজলৈ মুকলি কৰি দিয়া নাই বৰ্তমানলৈ... যিহেতু প্ৰতিযোগিতা কৰি আছে...
🙏🙏🙏🙏🙏🙏🙏🙏👌👌👌👌👌
দাদা নাট ভাগ পাম নি
চিনাকীৰ অনুষ্ঠানত এই বাৰ কোন আহিব
মই কিছু কামৰ বাবে দুলীয়াজনত আছোঁ... ইয়াৰপৰা গৈহে চিন্তা কৰিম...
শ্ৰী ৰামৰ অভিনয় কৰা জনৰ অভিনয় ভাল লগা নাই
বহুতে ভাল পাইছে, কিছুৱে বেয়া পাইছে... সকলোৰে দৃষ্টিভংগী বেলেগ হোৱাটো স্বাভাৱিক.. ধন্যবাদ🙏
দোহাৰত কোন কোন আছে নো
গায়ন- সত্যম
বায়ন- মনজিৎ
চন্দমনি দাৰ নম্বৰটো পাম নি বাৰু
Paba..
@@PMBMixdiyok xun
🙏🙏
Pdf পাম নেকি নাট ভাগৰ
নাই
😊
😢😢❤❤
nat khon kiman ghonta
প্ৰায় চাৰে তিনি ঘণ্টা
Vle lagil ..but Ram r abhinoi2 olp komi ase..thik naihuwa emn...Ramr carecter t humaboi pora nai
Ram Sudipto niki?
নহয়.. দ্বীৱৰাজ
Dibraj Konwar
Hoi
Dada nat vag kora dol tur cantact number tu pam niki.parela dibo sun ,plz
Muk call koribo... number diya ase channel about ot
@@PMBMix ok
Pdf পাম নেকি নাট খনৰ।।
নিদিয়ে দলটিয়ে
নাট ভাগ পাম নেকি দাদা
বৰ্তমানলৈকে ৰাইজৰ বাবে এৰি দিয়া নাই... প্ৰতিযোগিতা কৰি আছে যিহেতু
Paba
Jdi dib pra apunloka dila bhut hppy hm
মোৰ লগত আছে
Pam nki😊@@travelingbitupanvlog4115
নাটক খন দিব নেকি
Muku lagisil nat bhag
নাট ভাগ পাম নে কি দাদা
মোৰ ওচৰত নাই
😏 'Promo SM'
A\
ইমান সুন্দৰ অভিনয় ...
Hundar ❤❤❤
বহুত বহুত ধুনিয়া
😢😢❤❤
নাট ভাগ পাম নেকি দাদা
বৰ্তমানলৈ ৰাইজৰ বাবে মুকলি কৰি দিয়া নাই, যিহেতু প্ৰতিযোগিতা কৰি আছে...
দাদা নাট ভাগ পাম নি
দাদা নাট ভাগ পাম নি
দাদা নাট ভাগ পাম নি
দাদা নাট ভাগ পাম নি
বৰ্তমানলৈ ৰাইজক দিয়া নাই... তথাপি সুধি চাম বাৰু