লতাশিল বিহু সম্ৰাজ্ঞী-২০২৪ | শিৰোশ্রী শইকীয়া | Latasil Bihu Samragi-2024 | Shirushree Saikia

Поділитися
Вставка
  • Опубліковано 11 вер 2024
  • লতাশিল বিহু সম্ৰাজ্ঞী-২০২৪ | শিৰোশ্রী শইকীয়া | Latasil Bihu Samragi-2024 | Shirushree Saikia
    গুৱাহাটী বিহু সন্মিলনী-২০২৪ৰ লতাশিল বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰে ধেমাজিৰ শিৰোশ্রী শইকীয়াই । অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো.. ।
    #Bihu_samragi_2024
    #Latasil_bihu_samragi_2024
    #Latasil_bihu_2024
    #shirushree_saikia_bihu_samragi
    bihu samragi 2024
    shirushree saikia
    lotasil bihu somrage
    shirushree saikia

КОМЕНТАРІ • 162

  • @inlifoundation2514
    @inlifoundation2514 4 місяці тому +48

    নাচ অতি সুন্দৰ। কেৱল প্ৰশ্নৰ শুদ্ধ উত্তৰ দিলেই সম্ৰাজ্ঞী নাপায়। নাচো সমানে ভাল হ'ব লাগে। ৰাজশ্ৰী আৰু শিৰোশ্ৰীৰ ভিতৰতে পাব বুলি নিশ্চিত আছিলোঁ। দুয়োগৰাকী খুব ভাল।দৰ্শক হিচাপে ফলাফল পাই সন্তুষ্ট। ৰাজশ্ৰীলৈ শুভকামনা। অনাগত সময়ত নিশ্চয় ৰাজশ্ৰীৰ শিৰতো জিলিকিব সম্ৰাজ্ঞীৰ মুকুট🎉

    • @user-ih3xh1zl2y
      @user-ih3xh1zl2y 4 місяці тому +7

      তেনেহ’লে প্ৰশ্নোত্তৰ শিতানৰ প্ৰয়োজনেই নাছিলচোন

    • @kirongogoi2562
      @kirongogoi2562 4 місяці тому

      প্ৰশ্ন উত্তৰ একেবাৰেই নোৱাৰাকৈ থকা নাছিল। গতিকে সম্পূৰ্ণ নম্বৰ নাপালেও নম্বৰ পাইছে । ৰাজশ্ৰী বায়ে উত্তৰ দিব পৰা নাছিল এটাৰো। গতিকে তেওঁ চাগে তাত নম্বৰ পোৱা নাই । নাচ দুয়োগৰাকৰে সুন্দৰ। ​@@user-ih3xh1zl2y

    • @junaliborah9729
      @junaliborah9729 4 місяці тому

      ​@@user-ih3xh1zl2yyes because hihot a jane.

    • @junaliborah9729
      @junaliborah9729 4 місяці тому

      Thike koise 😊❤

    • @Anjelina_study_vlogs
      @Anjelina_study_vlogs 4 місяці тому +2

      Thik koise bisarokor hidanto a suranto hidanto... Shirushree bohut dhunia nasise hei dy bihu rani uu hoisel

  • @munukongogoi8914
    @munukongogoi8914 4 місяці тому +17

    আমাৰ ধেমাজিৰ গৌৰৱ দুয়োগৰাকীলৈ অভিনন্দন 💞💞🔥🔥

  • @UjjalSarma-ul7rm
    @UjjalSarma-ul7rm 3 місяці тому +3

    Birina Bihu Dol Manei Satapdi Kalita ❤ ❤❤

  • @dipankarchetia8485
    @dipankarchetia8485 4 місяці тому +7

    দলটিৰ উপস্থাপন সদায় প্রিয়।অতি যাক জমক কৰি দেখুৱাৰ প্ৰয়োজন বোধ নকৰে।সুন্দৰ লয় এটা লৈ গৈ থাকে।গকুল দাৰ গোৱাৰ শৈলীটো বৰ প্ৰিয়।।বিহু খন আত্মসন্তুষ্টিৰ বাবেই যেন গায়।।
    প্ৰাকৃতিক সেইবাবেই বাৰে বাৰে শ্ৰেষ্ঠ।
    ধ্ৰুব দা,পংকজ দা মেইন।
    বাকী কেইজনলৈও মৰম থাকিল।।

  • @user-xw7ci5vc3w
    @user-xw7ci5vc3w 4 місяці тому +25

    Satapdi bar dre kunu hbo nuware❤❤best of da best sapatdi baa

    • @user-wg4wd9mf5h
      @user-wg4wd9mf5h 4 місяці тому +3

      হয় হয় ।।। শতাব্দী কলিতা, কাহানিও পাহৰিব নোৱাৰা এগৰাকী নাচনী ।।।।।।।

  • @JuchiDutta
    @JuchiDutta 4 місяці тому +11

    লখিমপুৰ আৰু ধেমাজি নাচনী সকলোতকৈ পৃথক ❤,২০১৯ চনত bihu_samragi_ Lakhimpur e hoisil.❤ আৰু এতিয়া ২০২৪ ত ধেমাজি জিলাৰ,

  • @hirakjyotidas9498
    @hirakjyotidas9498 4 місяці тому +1

    Shirushree baa loi bhut bhut huvokamona thakil logote birina bihu dol tiloi bhut bhut huvokamona thakil 🙏🏻😚💝

  • @nitumonidas7564
    @nitumonidas7564 4 місяці тому +27

    এইজনি দেখোন ঋতু কেইটাও ভালদৰে কব নোৱাৰিলে কেনেকৈ হল । সৰু লৰা ছোৱালী ভালদৰে কব পাৰে

    • @GayatriChangmai-he3yi
      @GayatriChangmai-he3yi 4 місяці тому +3

      Tair..agor dui bosor 2 ke answer koisil aru logote sobot ke bhal nasisil..apuni hei khon monsot uthi saok sun taar pisot kobo

    • @Divyaandkaushikvlogsrecipe4127
      @Divyaandkaushikvlogsrecipe4127 4 місяці тому +1

      Right

    • @manuranjanburagohain1328
      @manuranjanburagohain1328 4 місяці тому +5

      ইমান এখন ডাঙৰ মঞ্চ সকলোয়ে নাৰ্ভাছ ফিল কৰি থাকে। ইয়াৰ অৰ্থ এইটো নহয় যে প্ৰশ্নত্তৰ নাজানে।

    • @gitumanikalita8858
      @gitumanikalita8858 4 місяці тому +1

      👍👍

  • @mrinmoyeedowarah1106
    @mrinmoyeedowarah1106 4 місяці тому +24

    ঋতুকেইটাৰ নামো কব নোৱাৰিলে ভালদৰে আৰু আনটো প্ৰশ্নৰো উত্তৰ দিব নোৱাৰিলে তথাপিও জয়ী হল বাকী প্ৰতিযোগীসকলোৰে vidio বোৰ দিব।

    • @user-ty8yp7jd7o
      @user-ty8yp7jd7o 4 місяці тому

      Quation answert mark nthke nhi 😅

    • @user-ty8yp7jd7o
      @user-ty8yp7jd7o 4 місяці тому

      Performance dekhbo lge vl 😂

    • @user-ih3xh1zl2y
      @user-ih3xh1zl2y 4 місяці тому

      @@user-ty8yp7jd7o হয় নেকি ! তেনেহ’লে প্ৰশ্নোত্তৰ শিতানটো ৰাখি সময় নষ্ট কিয় কৰে ?

  • @kirongogoi2562
    @kirongogoi2562 4 місяці тому +8

    অৱশেষত 🥺 খুউব সুন্দৰ বিহু ❤ আন্তৰিক অভিনন্দন থাকিল 💐 অৱশ্যে ৰাজশ্ৰী বা লৈয়ো বেয়া লাগিছে 😢 অহা বাৰলৈ আশা কৰিলোঁ ❤

  • @ssrs6048
    @ssrs6048 4 місяці тому +4

    Tumar naas dekhile gaa hiyori uthe..eman khini kosto kori aji ai kitap pala ..hokolue jane tumi je deserving...tumar nisina ajoni nasoni hamragi huatu ussit..bhagawane tumak soku meli sale..ki je kom..@Shirushree baa you completely deserve it ❤❤❤❤❤🎉🎉🎉🎉

  • @Jepulina
    @Jepulina 4 місяці тому +2

    Congratulations @shirushree Ba❤👑

  • @dharanidhar8704
    @dharanidhar8704 4 місяці тому +2

    Hosai bohut val lagil

  • @akaashranjan2483
    @akaashranjan2483 4 місяці тому +15

    ইমান সাধাৰণ প্ৰশ্ন উত্তৰ দিব নোৱাৰা গৰাকী কিদৰে সম্ৰাজ্ঞী কিদৰে পালে ?

    • @GayatriChangmai-he3yi
      @GayatriChangmai-he3yi 4 місяці тому +4

      Naas bhal nasil...aru prosno tur uttor adha kole..eta ritu nam he kobo nuarile

    • @munmibora9430
      @munmibora9430 4 місяці тому +1

      মাতটোও কপি গ'ল।

  • @user-xw7ci5vc3w
    @user-xw7ci5vc3w 4 місяці тому +7

    Val nalagil....nimikha hoa hole val lagil heten❤❤

    • @DabochandanThengal-ef9uu
      @DabochandanThengal-ef9uu 4 місяці тому +1

      Nimikhar Nas khn Ebar Sabo sun.... tair Nas khonotkoi eikhon Nas vl hoise

  • @nishipolvlog3095
    @nishipolvlog3095 4 місяці тому +1

    🎉🎉🎉 good 👍👍👍👍

  • @riyadutta646
    @riyadutta646 4 місяці тому +6

    ভালদৰে ঋতু কেইটাকে ক'ব পৰা নাছিল তাই কেনেকৈ পাব পাৰে সম্ৰাজ্ঞীৰ খিতাপ?

    • @rikiraz2005
      @rikiraz2005 4 місяці тому

      Nasot plus point hoitu besi baki gorakit koii

  • @nishipolvlog3095
    @nishipolvlog3095 4 місяці тому +1

    😊😊😊

  • @Bhaben941
    @Bhaben941 4 місяці тому +4

    অভিনন্দন শিৰুশ্ৰী🎉
    ৰাজশ্ৰীৰ ভাগতহে টান প্ৰশ্ন কেইটা পৰিব লাগিছিল নে😢
    মনটো কিবা বেয়াই লাগিল😢

  • @PunomDeori-gq9cy
    @PunomDeori-gq9cy 4 місяці тому +5

    Congratulation. We are happy.

  • @ssrs6048
    @ssrs6048 4 місяці тому +1

    Shirushree baa u deserving it ❤

  • @sarifulhazarika4508
    @sarifulhazarika4508 4 місяці тому +5

    নাচ ভাল হৈছে।সুন্দৰ উপস্থাপন কিন্তু প্ৰশ্নৰ উত্তৰ ভালকৈ দিব নোৱাৰিলে তেনেকৈ নো প্ৰথম কৈনেকৈ হল বাৰু এইটো প্ৰশ্ন হয় মনত

  • @ssrs6048
    @ssrs6048 4 місяці тому +3

    Ekdom deserving

  • @ritushnaborah22
    @ritushnaborah22 4 місяці тому +5

    এটা প্ৰশ্ন উত্তৰ দিব নোৱাৰিলে আনকি ঋতু ছটাৰ নাম ক'ব নোৱাৰা জনী কেনেকৈ জিকিল ।

    • @rikiraz2005
      @rikiraz2005 4 місяці тому

      Nasot plus point hoitu besi baki gorakit koii

  • @raktimraj5449
    @raktimraj5449 4 місяці тому +8

    অসমীয়া ঋতু কেইটিৰ নাম নাজানে কেনেকৈ বিহু সম্ৰাজ্ঞী হোল। যদি প্ৰশ্ন উত্তৰত কোনো ধৰণৰ নম্বৰ দিয়া নহয় তেনেহলে আগতে কৈ দিলে ভাল 🙌

  • @jintuphukon2142
    @jintuphukon2142 4 місяці тому +14

    L.p sclt hikua qsn tur ans vlkoi dibo nuara gorakii samragee😂😂. . . . Kiba vlll nlagill result2👍
    বিহুৰাণী আৰু কুঁৱৰী😍💥❤️🔥🔥🔥🔥🔥🔥🔥🔥🔥

  • @anantaborgohain3971
    @anantaborgohain3971 4 місяці тому +17

    ধেমাজি আৰু লখিমপুৰতে বেছি নাচনী আছে।

  • @manuranjanburagohain1328
    @manuranjanburagohain1328 4 місяці тому +3

    Bohut dinor pora akha kori asilu aru finally ❤❤

  • @rikiraz2005
    @rikiraz2005 4 місяці тому +4

    Finally 🎉🎉🎉

  • @bikichutia6040
    @bikichutia6040 4 місяці тому +2

    Congratulations 🎉Nasoni Baaa❤

  • @mypofficialmusician
    @mypofficialmusician 4 місяці тому +1

    Apu apner nas khubaei Val Lage.jote jai tatei first Winner.oshadaron

  • @nishipolvlog3095
    @nishipolvlog3095 4 місяці тому

    Nice 👍👍👍👍🙂

  • @UttamPegu-e1u
    @UttamPegu-e1u 4 місяці тому +1

    Hundor

  • @puja.makeupartist
    @puja.makeupartist 4 місяці тому +12

    বিহু নাম মানে মাতত জোৰ নাই ভাগৰুৱা যেন লাগিছে। এনেকুৱা লাগিছে বহুত কষ্ট হৈছে।

  • @nabajitdutta8064
    @nabajitdutta8064 4 місяці тому +1

    Wow ❤❤

  • @kalpojithazarika7174
    @kalpojithazarika7174 4 місяці тому +3

    Val lagil congratulations 🎉 kintu Sangita baa huwa hole besi val lagil hoi 😢😢❤❤

  • @munmibora9430
    @munmibora9430 4 місяці тому +4

    প্ৰশ্নৰ উত্তৰ দিব পৰা নাছিল এওঁ। লগতে মাত কপিল, সাধাৰণ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে, কেনেকৈ winner হ'ল।
    আন কেইবাগৰাকী নাচনীৰ নৃত্যৰ লগতে উত্তৰো শুদ্ধ আছিল।

  • @oukhymimi
    @oukhymimi 4 місяці тому +14

    ৰাজশ্ৰী বাৰ বাবে অলপ বেয়া লাগিল 🥺😑

    • @GayatriChangmai-he3yi
      @GayatriChangmai-he3yi 4 місяці тому

      Tumar Rajashri baai answer tu nuarile...

    • @oukhymimi
      @oukhymimi 4 місяці тому

      @@GayatriChangmai-he3yi .. Eku naii next time 😊❤️

  • @munmisaikia3257
    @munmisaikia3257 4 місяці тому +1

    Bhut val lagile ❤❤❤

  • @Priyakshi-k4f
    @Priyakshi-k4f 4 місяці тому +9

    অন্যাই হৈছে বাকী সকলৰ লগত 😢 পুনৰ বিচাৰ হব লাগে । যদি মোৰ মতত আপোনালোক সন্মত তেন্তে like কৰক আৰু comment টো ভাইৰেল কৰক ।। We want justice ✋

  • @allassamesemixture4296
    @allassamesemixture4296 4 місяці тому +6

    নিমিশা হব লাগিছিল। এও ঋতু ৰ নাম কব নোৱাৰে সঠিক কৈ

    • @PongkhiBorsaikiaminivlog
      @PongkhiBorsaikiaminivlog 4 місяці тому +2

      কোনোবা এখিনিত ভিতৰুৱা অংক হয় চাগে 🙂💔।

  • @kajukhanikar8199
    @kajukhanikar8199 4 місяці тому +1

    Congratulations Shirusri baa🎉

  • @tileswarborah6767
    @tileswarborah6767 4 місяці тому +2

    ❤❤❤❤

  • @jagatdutta7022
    @jagatdutta7022 4 місяці тому +2

    গকোল দা দল তিয়ে নছোৱা দোই গৰাকিয়ে বিহু সম্ৰাগি পাইছে ইবাৰ সপ্তাব দিয়ে পাইছিল এই বাৰ শিৰোছি এ পাইছে অহা বাৰ ৰাজশ্ৰি এ পাব।

  • @jintumahanta3094
    @jintumahanta3094 4 місяці тому +1

    Val lagil congratulations ❤❤❤

  • @sunpha398
    @sunpha398 3 місяці тому +2

    Amar Dhemaji loi gourop ahi a asea abar

  • @BishtVikram
    @BishtVikram 4 місяці тому

    Superb!

  • @dipenloyingassam
    @dipenloyingassam 4 місяці тому +1

    অভিনন্দন

  • @Ankiisuniqueworld
    @Ankiisuniqueworld 4 місяці тому +2

    Congratulations 🎉❤❤baa

  • @doctobe....5404
    @doctobe....5404 4 місяці тому +58

    Eta u answer dibo nuarile bhal k..keneke jikile baru😮Rajashree ba deserving asil eeitk

    • @user-nt7hq8dz4p
      @user-nt7hq8dz4p 4 місяці тому +11

      Tai nu kaita ans dile 😂

    • @manishabaruah4155
      @manishabaruah4155 4 місяці тому +3

      Rajashree baai answer dib pora ni

    • @Mayur_46_
      @Mayur_46_ 4 місяці тому +3

      Rajashree a kimn ans dile oo bhai ??

    • @ritushnaborah22
      @ritushnaborah22 4 місяці тому +12

      Rajashree ba a u answer dbo pora nai kin2 nimisha ba a 2ta re answer disile ru tai 2022 r bihu Rani asile agt u bihu kuwori hoisile tai he jikibo lagisile

    • @mimic.123
      @mimic.123 4 місяці тому +1

      পাহাৰীহে হল

  • @trishnaranigogoi1187
    @trishnaranigogoi1187 4 місяці тому +2

    Hoi ba jni a qn ans r dibo nuarile ...kin2 tai r nastu khub lahi hoise hy2 kin2 manibo lgibo🤗

  • @biswajitgogoi9323
    @biswajitgogoi9323 4 місяці тому +1

    Congratulations ❤❤❤❤❤❤❤❤❤❤❤

  • @bhrigukalita6479
    @bhrigukalita6479 4 місяці тому +1

    Nice

  • @user-cx2yc8jr5l
    @user-cx2yc8jr5l 4 місяці тому +5

    Shirushree saikia r bihu naam ot aru jujona t bhut maat xoru aru bhut bhagorot gua jen hoise aru clear hua nai
    Aru
    6 ritur naam keita koute iman homoi aru help lobo logia hoise

  • @bitopannn7433
    @bitopannn7433 4 місяці тому +2

    Overrated overhyped fixer জনীয়ে পোৱাতকৈ শিৰোশ্ৰী বাই পাওঁক বুলি গধূলিৰ পৰা ভগৱানক খাটিছিলোঁ। ভগৱানে মোৰ অনুৰোধ ৰাখিলে! Congratulations বা। so so so happy for you. আগবাঢ়ি যাওক আপুনি। নিজৰ প্ৰিয়জনী হৰাৰ বাবে আপোনাক undeserving বোলা জঘন্য কেইটাই এনেকৈয়ে কমেন্টৰ তলত পৰি থাকিব এনেও।

  • @ankitagogoisamannaya2544
    @ankitagogoisamannaya2544 4 місяці тому +14

    অৱশেষত Plazo টোৱে কামত দিলে 😂 Sony TV ত ঠোঁট মুখ চেলেকি আহি অসমতে সম্ৰাজ্ঞী হৈ থাকা আৰু 😂😂 বিহুৰ সাজযোৰ বিকৃত কৰা গৰাকীয়েই বিহুৰ সম্ৰাজ্ঞী 😂😂

    • @GayatriChangmai-he3yi
      @GayatriChangmai-he3yi 4 місяці тому

      Apuna lukot kaam nai noh..okol lukur kotha khusori thakok..She is most deserving

    • @PrinceDhunu-nt6xk
      @PrinceDhunu-nt6xk 4 місяці тому

      Shirushree dore apunar jodi ataoo gun thakil hoi... Krishna😅

    • @ankitagogoisamannaya2544
      @ankitagogoisamannaya2544 4 місяці тому +4

      ফোপাই জোপাই নাম গোৱা, ঋতু কেইটাৰ নাম নজনা, এটা প্ৰশ্নৰো ভালদৰে উত্তৰ দিব নোৱাৰা, মৰমৰ মেখেলাখন কাটি Plazo কৰি পিন্ধাৰ গুণবোৰ মোৰ নাই অ'😢😂 সম্ৰাজ্ঞীৰহে এইবোৰ গুণ থাকে😅। সেইটোৱেইটো কৈছো😢😢

    • @ManishaTaku
      @ManishaTaku 4 місяці тому

      Lukok ninda kora bahire apunalukor ki kaam ase..Judge kra t expert apunaluke..Emn e pakoit jdi apuni kio nasi homragi hua nai?Ghorot bohi bohi lukok beya comment kra bahire ki jne?Vl k kbo njne atleast beya k kbo nlge..Jolon hoi j lukor vl dekhibo nuari hoi ni

    • @ankitagogoisamannaya2544
      @ankitagogoisamannaya2544 4 місяці тому +3

      মানুহে তলৰ পৰা ওপৰলৈ যাব লাগে নে ওপৰৰ পৰা তললৈ আহিব লাগে.. কিছুমানেহে National Level ত নাচি State Level লৈ ঘূৰি আহে😂 ।মই ইতিমধ্যেই International Level ত নাচি সফলতা লাভ কৰিছোঁ। পাৰিলে আৰু আগবাঢ়িবলৈ চেষ্টা কৰিম🙏

  • @user-oq3oy8xt4d
    @user-oq3oy8xt4d 4 місяці тому +2

    Congratulations 🎉🎉🎉

  • @Niharika_nc
    @Niharika_nc 4 місяці тому +8

    Jodi okol naas ae sai winner declare koribo asil questions kio hudhibo lage? Etau answer koribo nuara goraki somragi hole sobore doubt hoboi.

    • @rikiraz2005
      @rikiraz2005 4 місяці тому +1

      Adha holeu answer dise aru nasot plus point hoitu besi baki gorakit koii

    • @ssrs6048
      @ssrs6048 4 місяці тому

      Naas number besi pale ..question answer okol 10 number he thake

  • @anantaborgohain3971
    @anantaborgohain3971 4 місяці тому +1

    Congratulations! Hirusree

  • @PrinceDhunu-nt6xk
    @PrinceDhunu-nt6xk 4 місяці тому +3

    গোটেই সোপা 🔥বিহু 🔥

  • @NIRODAGogoi-mw5is
    @NIRODAGogoi-mw5is 4 місяці тому +1

    Birina bihudol❤

  • @user-jo4df5xf2h
    @user-jo4df5xf2h 4 місяці тому +1

    👍🥰💯

  • @Nibir_Arts
    @Nibir_Arts 4 місяці тому +1

    Congratulations baa ❤️

  • @RitamoniGogoi-km3er
    @RitamoniGogoi-km3er 4 місяці тому +1

    Hirushree ba powa dekhi Val lagil dhemajir moiu❤❤❤

  • @pinkugogoi2747
    @pinkugogoi2747 4 місяці тому +1

    Birina bihu dol, Dhulia nayanjyoti bora Golaghat r amr nij anchalr gourav ❤

  • @entity8370
    @entity8370 4 місяці тому +3

    Lakhimpur Dhemaji juiii💖💖 🔥

  • @ritushnaborah22
    @ritushnaborah22 4 місяці тому +9

    Rajashree ba a u answer dbo pora nai kin2 nimisha ba a 2ta re answer disile ru tai 2022 r bihu Rani asile agt u bihu kuwori hoisile tai he jikibo lagisile

    • @junaliborah9729
      @junaliborah9729 4 місяці тому +1

      But shirushree ba u bhal. Teu u bihu rani xitan tu pai thoise.

    • @_.rkb._
      @_.rkb._ 4 місяці тому

      Timing o sai

    • @user-op4zu8wc2h
      @user-op4zu8wc2h 4 місяці тому

      Shirusheer ba r bhongima bur bor val ❤❤

  • @paramanandabora1047
    @paramanandabora1047 4 місяці тому +1

    Nasi thaka nasoni chai chai thakim ami, nasi thaka, nachi thaka uluakoi,
    uluaakoi gat tumar gham, oi uluakoi
    gham

  • @shewaligogoi7046
    @shewaligogoi7046 4 місяці тому +2

    প্রশ্ন কেইটাৰ উত্তৰকে ভালকৈ দিব পৰা নাই। কেনেকৈ সমাজ্ঞীৰ খিতাপ দখল কৰিলে?

    • @ssrs6048
      @ssrs6048 4 місяці тому

      Naas bhal.. prosno uttor bohut kom number thake

  • @rakeshsaikia3897
    @rakeshsaikia3897 4 місяці тому +2

    ❤❤❤

  • @bindaassimmi9811
    @bindaassimmi9811 4 місяці тому

    Jodi Q and A KUNU rule nai tente aitu segment atorai diok , atlst ata tu answer dibo paribo lagisil, enri jikai dileee mane...

  • @bibekvlogs3675
    @bibekvlogs3675 4 місяці тому +4

    Aijoni a ritu a vlke najane .......emn easy question 2 jen ten koise ....keneke ple .....😅😅😅😅

  • @jupitaraboruah6115
    @jupitaraboruah6115 4 місяці тому +3

    Ritu ketar nam najnile atau vlkoi ans dib nuarile 😢😢 kenekoi ki hol 🥲

  • @rishirajgogoi7972
    @rishirajgogoi7972 4 місяці тому +4

    Nimikshai pabo lgisil ba 🥹.. answer uu prisl ..

    • @ssrs6048
      @ssrs6048 3 місяці тому

      Eman beya nasisil nimikhai...keneke Koba para pabo lagisil buli

  • @digantahazarika7719
    @digantahazarika7719 4 місяці тому +1

    Season kaita janibo lagisil,class ii student ye jane

  • @BarashaSaikia-oc6bh
    @BarashaSaikia-oc6bh 4 місяці тому

    Shirushree baaa❤❤❤❤❤❤

  • @ankurkalita7577
    @ankurkalita7577 4 місяці тому +6

    Shirushree e answer bhalke dibo pora nasil , naas r jurote pale sage.... Nimikhar naas dhuniya hoisil answer o bhalei hoisil , beseri e napale

    • @joyasribhuyan1101
      @joyasribhuyan1101 4 місяці тому +1

      Exactly. ঋতু কেইটা নাজানে আৰু সম্ৰাজ্ঞী 😮

    • @JobInformationByPuja
      @JobInformationByPuja 4 місяці тому +2

      Fixing thake jen lgil sai pine.june answer bur valkoi dise naple dekhn.nas o val nhua joni pai thkil.

  • @rinjugogoi1265
    @rinjugogoi1265 4 місяці тому

    Congratulations Shirushree🎉❤

  • @bhavnadas9544
    @bhavnadas9544 4 місяці тому +2

    Ritu keitar nam e njanil valkoi deserving nasil aijoni

  • @rahulgogoiphotography3467
    @rahulgogoiphotography3467 4 місяці тому +2

    ❤❤❤❤❤

  • @TulikaTulikadas-sf3yy
    @TulikaTulikadas-sf3yy 4 місяці тому +3

    Montu beya lage jatiya rajashree baaa a bihu somragi pbo buli proti bosor roi thaku kintu kiba ata xaru kheli meli hoi jai... 😢

  • @minarbhaneog9455
    @minarbhaneog9455 4 місяці тому +4

    মাতত জোৰ নাই

  • @rohitdas8351
    @rohitdas8351 4 місяці тому +4

    Finally pale aibar

  • @sisterslove4122
    @sisterslove4122 4 місяці тому +1

    Congratulations shirushree baa ❤

  • @Miss_niharika_konwar
    @Miss_niharika_konwar 4 місяці тому +2

    Ajni vl k nosai nai nimikha ba best nasise ans u hudho dise Tai jikibo lgisl

  • @sumpidevi2787
    @sumpidevi2787 4 місяці тому

    Ajoni shamragi hoboloi hole nasor logt bahut gyan jona tu dorkar...aaigoraki a ata question r annswar dibo nuarile.... Bihu samragi khitap kenekoi pale....najanu aru

  • @nayantaraborah4949
    @nayantaraborah4949 4 місяці тому +2

    satabdi kalita best, aijoni bhal loga nai

  • @Dristi126
    @Dristi126 4 місяці тому +3

    Nimikha baa hua hole🥺

  • @user-sh2jx7yk8z
    @user-sh2jx7yk8z 4 місяці тому +2

    Aaur mat tu iman vl nhoi sun knkoi pale janu?

  • @jitubonia6556
    @jitubonia6556 4 місяці тому +1

    কমিটি মানুহক কিমান পইছা দিলা ঋতু geta নাজনা

  • @user-zh2sk1kk3d
    @user-zh2sk1kk3d 4 місяці тому +1

    Sir parile sirusree bar logot contact korai dibosun nohole tekhotor no2 dibosun suwalijonik sikam

  • @achyutkalita924
    @achyutkalita924 4 місяці тому +1

    Birina bihu dal..tinijani bihu samragi dille...hattik...

  • @parishmitachutia1414
    @parishmitachutia1414 4 місяці тому +2

    Bihu khon pori gol nasoni e gua homoy t

  • @KASHMIRI_DAS
    @KASHMIRI_DAS 4 місяці тому +1

    Poisa khuwale sage bisarokok 😂

  • @khorganandagogoi5997
    @khorganandagogoi5997 4 місяці тому

    Kimanojinile

  • @pallabjyotiborah7812
    @pallabjyotiborah7812 4 місяці тому +1

    Ritu keita naam jonatu Basic ....

  • @doctobe....5404
    @doctobe....5404 4 місяці тому

    Mat tuo kopil
    Tat k baki kjni r bht bhal hoisil

  • @yumi65894
    @yumi65894 3 місяці тому +1

    কেনেকৈ পালে বাৰু ? নাচ ঠিকেই কিন্তু । গান বোৰ চোন অকণমানো ভাল হোৱা নাই। বিহু নাম সদায় c স্কেলত গায়। মই যিমান খিনি জনাত। কিন্তু গান বোৰ বহুত তলত পৰিছে । মই জনা খিনি হে কৈছোঁ দেই ।

  • @MoonBorah-s7t
    @MoonBorah-s7t 4 місяці тому +1

    ❤❤❤