LIVE | ভাৰ্গৱৰ ভাগ্য নে দুৰ্ভাগ্য? গোচৰ ৰুজুৰ পাছত ক'ত নাইকিয়া হ'ল ভাৰ্গৱ বৰবৰা | N18L

Поділитися
Вставка
  • Опубліковано 30 лис 2024

КОМЕНТАРІ • 166

  • @AB-dy8me
    @AB-dy8me 12 днів тому +99

    তাৰ চাকৰি খটম নকৰালৈকে তাৰ নামত news বন্ধ নকৰিব।

  • @asomiaasom6008
    @asomiaasom6008 12 днів тому +55

    নৰখাদক ভাৰ্গৱ বৰবৰাক মানুহ মাৰিবলৈ এৰি দি লুকুৱাই থাকিবলৈ দিছেনেকি চৰকাৰ প্ৰশাসনে ?

    • @anilgoswami2238
      @anilgoswami2238 12 днів тому +1

      সম্পূর্ণ সত্য।

  • @DebojitKumarBoraBora-i9n
    @DebojitKumarBoraBora-i9n 12 днів тому +26

    এই সকলেই অসম আৰক্ষী পুলিচ প্ৰশাসন ইয়াৰ লগত ৰাজনৈতিক নেতা মন্ত্ৰী আশিবাদ জৰিত হৈ থকা যেন অনুভৱ হয়।।

    • @nabayt5663
      @nabayt5663 12 днів тому +6

      Right 👍

    • @anilgoswami2238
      @anilgoswami2238 12 днів тому

      ২০০℅ শুদ্ধ। মূধচলৈ জড়িত হৈ আছে।

  • @dulumonigogoi3311
    @dulumonigogoi3311 12 днів тому +21

    গেপ্তাৰ যে নকৰে সেই টো ঠিক।ইমান দিনে নকৰিলে যেতিয়া কোনো দিনে নকৰে।

  • @shankarjyotithakuriya565
    @shankarjyotithakuriya565 12 днів тому +24

    পুলিছৰ এইখন নাটক পুৰণি হ'ল। ছমাহ পিছতে পুনৰ চাকৰিত যোগদান কৰিবলৈ খাটাং।

  • @IndramohanSaikia-xi2zk
    @IndramohanSaikia-xi2zk 12 днів тому +14

    অসম পুলিচ গেলি পছি শেষ হৈ গল । সকলো ৰাইজে জানেই দেখোন , জোনমণি ৰাভাৰ কেচটোৰ কথা । অপৰাধী দেখিও অসম পুলিচে চকুৰে আজিও দেখা নাপালে । এটাই কথা অসমৰ ৰাইজে মনত ৰাখিব সাধাৰন মানুহৰ বাবে পুলিচ অতি বিষাক্ত । ই ডাঙৰ হাত দীঘল মানুহৰ বাবেহে ।

  • @parthaprotimdas3884
    @parthaprotimdas3884 12 днів тому +16

    পুলিছে পুলিচৰ বিৰুদ্ধে একো নকৰে, দুদিন ৰ পাছত সকলো ফোটোকাৰ ফেন

  • @NituChangmai-ml5uq
    @NituChangmai-ml5uq 12 днів тому +22

    হেৰৌ অসম পুলিচ হেলমেট/ছিট বেল্টতে সীমাবদ্ধ।ক'লা স্ক'ৰপিও কেইখনৰ ওচৰে নাচাপে।ঠেং ওলমাই থৈ যাবযে!

  • @MintuAxom1
    @MintuAxom1 12 днів тому +15

    এইটোক যদি চাকৰি পৰা একেবাৰে বিদাই নিদিয়ে 2026ত বিজেপি ক অসমৰ পৰা বিদায় দিব লাগে কংগ্ৰেছ আৰু বিজেপি একে ইহঁতে দুখিযাৰ লগত নাই।

  • @bandanagayan1929
    @bandanagayan1929 12 днів тому +12

    বনৰীয়া জীৱ সদাই হাবিত বাস কৰে সি হাবিতেই আছে

  • @hemantanath1175
    @hemantanath1175 12 днів тому +6

    এইটো পুলিচৰ পিঠি বহল কৰি দিব লাগে

  • @taradoi7957
    @taradoi7957 12 днів тому +13

    মোৰ মনৰ দৃষ্টিৰে-----------লাজ লগা কথা । এই ঘটনা যদি সাধাৰন লোকে কৰিলেহেঁতেন ১০ মিনিটতে আটক কৰিলে হেতেন । পুলিচেভুল কৰিলে কিয় ১০ মিনিটত আটক নহয় । ইয়ৰ পৰাই প্ৰমান হয় যে আইন সকলোৰে বাবে সমান নহয় ।

    • @hironpegu763
      @hironpegu763 12 днів тому +1

      কুকুৰৰ চৰকাৰ যে,

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx 12 днів тому +14

    এতিয়া কিন্তু গ্ৰেপ্তাৰ কৰিব নোৱাৰে কাৰণ উপৰত মানুহ আছে । ছবি অংকন কৰা জনক কিন্তু আটক কৰিব পাৰিব ।দোষী ছবি অংকন কৰা জন ,এইজন পুলিচ বিষয়া দোষী নহয় ।

    • @anilgoswami2238
      @anilgoswami2238 12 днів тому

      মেইন মানুহ আছে।

  • @rajkamalsonowal4585
    @rajkamalsonowal4585 12 днів тому +15

    আইন সকলোৰে বাবে সমান 😂😂😂

  • @hemantanath1175
    @hemantanath1175 12 днів тому +6

    তাৰ ঘৰৰ মানুহে নিউজ বিলাক ঢাই আছে তাৰ লাজ লগা নাই নে

  • @pollobikotoki7718
    @pollobikotoki7718 12 днів тому +15

    তাৰ ওপৰত কোনোবা ডাঙৰ বিষয়াৰ সম্পুৰ্ণ আশীৰ্বাদ আছে তাকে প্ৰমাণ কৰিছে নেকি

    • @anilgoswami2238
      @anilgoswami2238 12 днів тому

      কেৱল বিষয়াই নহয়, মেইন জনেই আছে।

    • @akshaykumardas4929
      @akshaykumardas4929 8 днів тому

      Bhargab kuttar powali karabat atmagopon. Kari ase. Eikshtrat opor mohalar hat ase seiya nishitata .

    • @akshaykumardas4929
      @akshaykumardas4929 8 днів тому

      Policeok biswakhat lobo nowari .

  • @aswinihazarika2083
    @aswinihazarika2083 12 днів тому +7

    চেলা ‌ছাললৈ‌ গ'ল বিছা বাৰলৈ গল‌ ‌খেলা শেষ গাই বাই থাকি‌‌ লাভ নাই । ‌আইনখন‌ সাধাৰন মানুহৰ কাৰণেহে মনত ৰাখিব।

  • @dkvlogs0145
    @dkvlogs0145 10 днів тому +1

    বাৰ্গৱ বৰবৰ্তাৰ লগত ওপৰৰ মালৰ সম্পূৰ্ণ আশীৰ্বাদ আছে। গৃহ বিভাগৰ বিফলতাৰ এয়া এক উদাহৰণ।

  • @prodipkumarbora3354
    @prodipkumarbora3354 11 днів тому +2

    এইবোৰ ধনী আৰু ক্ষমতা থকা মানুহৰ কথা। কীয় ইমান চিঞৰ বাখৰ কৰি আছে? পিছত আকৌ আপোনাৰো বিপদ আহিব পাৰে ।

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js 8 днів тому +1

    ভাৰ্গবৰ দৰে বহু পুলিচ বিষয়াৰ এনেকুৱা সুনাম নথকা নহয় কিন্তু কি হ'ল সিহঁতৰ?একো কৰিব নোৱাৰে এই ভুক্ত ভোগীয়ে।

  • @jaangaonkhowa1824
    @jaangaonkhowa1824 12 днів тому +2

    বৰ্বৰা বৰ মানুহ গতিকে বৰ্বৰা লগত বৰমূৰীয়া আশীৰ্বাদ আছে সেইকাৰণে আজিও বৰ্বৰা সুৰক্ষিত হৈ আছে।

  • @tukheswarnath5183
    @tukheswarnath5183 10 днів тому +2

    ঘেনেতা ভাগবৰ কথা সোনিলেই তাৰ মোৰত বমি কৰিব মন জাই

  • @amitmukharjee6907
    @amitmukharjee6907 12 днів тому +10

    Nilombon manay rest.Goa furibo gaisay

  • @tulashisarma3829
    @tulashisarma3829 12 днів тому +3

    ছবি অঁকা লৰাকেইটা দুইমিনিট
    পিছত লক আপ পালে, ভাগৱ বৰবৰা কত হেৰাল?

  • @RomaBora-pj6pu
    @RomaBora-pj6pu 10 днів тому +1

    মাটি ফাটি সোমাল হবলা, এইখন চৰকাৰৰ দিনত ই ডাঙৰ কথা একো নহয়। অতীতত বহু দেখিলো,আৰু বৰ্তমানো একেই চলি আছে।

  • @ruhinibaruah8772
    @ruhinibaruah8772 10 днів тому +1

    ভাগৱত বৰবড়া পুলিচৰ চাকৰি কৰি ভাগৰি পৰিছে গতিকে একেবাৰে খালত কৰি দিয়ে যেন

  • @hemantahazarika4562
    @hemantahazarika4562 12 днів тому +12

    এই বোৰ কাৰণতে কঙগেছ চৰকাৰ আহিব ।

  • @NomitaSingha-rb1uh
    @NomitaSingha-rb1uh 9 днів тому +2

    মেঈন কালপিত হেমন্ত

  • @hirokjyotiborah5966
    @hirokjyotiborah5966 11 днів тому +1

    হিমন্ত মানাৰ আশীৰ্বাদ আছে, ৰাইজৰ ভোটেৰে জিকি ৰাইজকে মিছা কথা কয়, তেওৰ কথাবোৰ মিটিঙত শুনিবলৈহে ভাল

  • @Jyotishman-v8y
    @Jyotishman-v8y 12 днів тому +4

    ফুটুকাৰ ফেনত পৰিণত হ'ব

  • @debennath5548
    @debennath5548 11 днів тому +1

    ভাৰ্গৱক পুৰস্কৃত কৰা হ'ব গনতন্ত্ৰদিবস উপলক্ষে অহা ২৬ জানুৱাৰী/২৫ ।

  • @JinuBorgohain-y6n
    @JinuBorgohain-y6n 12 днів тому +3

    এনেকুৱা নাটক চলি আছে,চলি থাকিব,আইন কেতিয়াও সকলোৰে বাবে সমান নহয়।আইন সকলোৰে বাবে সমান হোৱাহেতেন জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে গাঙোৰ খোৱা আভাজ্যোতি ৰাভা আৰু লীনা দলে বৰ্তমান জেলত থাকিলহেতেন???????!!?

    • @Gunakantaboruah-up5vc
      @Gunakantaboruah-up5vc 8 днів тому

      ঠিক কথা কৈছে আপুনি ধন্যবাদ

  • @basantaborgohain5568
    @basantaborgohain5568 12 днів тому +3

    😂 বেজৰ তিকাত খৰ, এতিয়া ঝাৰিব কোনে, হে হে হে মিছা কলে কিদাল হব, এইটো গোচৰ চুৰান্ত প্ৰতিবেদন দাখিল কৰি গুল কৰি পেলাব, 😂😂

  • @SanjibBora-st2uo
    @SanjibBora-st2uo 12 днів тому +3

    Atia Asamar Bagh Kot Gol

  • @biswajitnath2710
    @biswajitnath2710 12 днів тому +1

    Main problem tu hol
    কাঠত কাঠে পৰা নাই

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 12 днів тому

    Very good.
    Akdam thik bhal kotha koise ma'am.

  • @rajkumarpradhan9139
    @rajkumarpradhan9139 11 днів тому +1

    Axom arosxi hai hai..,.

  • @shreddedface6039
    @shreddedface6039 12 днів тому +1

    অসম পুলিছৰ কাম নাই খালি দীন দৰিদ্ৰৰ ওপৰত হে বৰ মতা ,দুখীয়া মানুহে পাদিলেও এই মূৰ নাইকীয়া অসম পুলিছে এৰেষ্ট কৰে চিহ ::: এইবোৰ একো নহয় ,জোনমনি ৰাভাৰ কেছটোত কি হল চবেই দেখিলে,এই বোৰ অকৰমি বিভাগ দৰকাৰ আছে জানো ৰাইজ ক!🫡

  • @dimbeswardeka3960
    @dimbeswardeka3960 11 днів тому +1

    Tak Assam police station lukai rakhise

  • @nurzamal9365
    @nurzamal9365 12 днів тому

    We want justice ❤

  • @santoshborah6757
    @santoshborah6757 12 днів тому +1

    চুমিৰ মামাকৰ ঘৰত চুকত লুকাই আছে, পলাই থকা নাই । এই টো আজমল কাম ।

  • @KalitaBiswakalita
    @KalitaBiswakalita 12 днів тому +1

    পুলিচ দোষ কৰিলো শাস্তি নহয় পুলিচ আন অসমত বেলেগ

  • @mindrefresh715
    @mindrefresh715 12 днів тому

    হয়তু মেনেজ বা অগ্ৰমিন জামিনৰ আদিৰ যো-যা কৰি আছে বা এইবোৰ কথা তল পৰা সময় অপেক্ষাত আছে। বিভাগীয় তদন্ত কিমান নিৰপেক্ষ নিশ্চয়তা হাঁহি উঠা কথা!?

  • @bipulbordoloi9250
    @bipulbordoloi9250 12 днів тому +1

    ফাইল the case in court after lapse of 24 hrs

  • @BabulNath-j8d
    @BabulNath-j8d 12 днів тому

    Good news 🙏

  • @jadavnath4360
    @jadavnath4360 12 днів тому

    একো নহয়।কাৰণ চৰকাৰে যান বাহনৰ নতুন নিয়ম দিলে যেতিয়া,পুৰণা গোচৰ লুকাল। এইটোৱেই নিয়ম।

  • @jaangaonkhowa1824
    @jaangaonkhowa1824 12 днів тому

    Good news

  • @nobinjorden8354
    @nobinjorden8354 10 днів тому

    Delayed policy. ভাবিচে চাগে আগৰ issue বিলাকৰ দৰে এইটোও কিছুদিনৰ পাছত ঠাণ্ডা বস্তাত সোমায় যাব ।

  • @GubinKuliKuli
    @GubinKuliKuli 12 днів тому +1

    1:24 good news

  • @pranjitlahkar8310
    @pranjitlahkar8310 12 днів тому +1

    Alp winter travel kribo goise sage 2no poisa bhut ase tu fancy panbazar collection kra poisa

  • @shriatiramrabha9388
    @shriatiramrabha9388 12 днів тому

    Cotton kot gol?

  • @preeanshreesaikia6550
    @preeanshreesaikia6550 12 днів тому

    Encounter asy , nohoi ,MAMA asy

  • @nabindaimary575
    @nabindaimary575 12 днів тому

    GOOD

  • @manjuhussain
    @manjuhussain 2 дні тому

    এতিয়া দম আছে যদি ৰাইজৰ মাজত আহক

  • @shriatiramrabha9388
    @shriatiramrabha9388 12 днів тому

    ছাত্ৰ সমাজ কত? সেইটো প্ৰকাশ কৰক

  • @ratulbaruah4598
    @ratulbaruah4598 12 днів тому

    Sob kotha. BAD diyok. Bhargav to be terminated. Hemonto Sir. Say something.

  • @dasgc3133
    @dasgc3133 12 днів тому

    যাৰ টকাৰ বল তাৰেই সবল , কি হব, দুদিন news চলিব, পিছত সকলো বৰাবৰ হব

  • @debasishborah7566
    @debasishborah7566 12 днів тому +1

    Phuloni mane bagisa...

  • @BHOBENGOHAIN-g2e
    @BHOBENGOHAIN-g2e 12 днів тому

    AKU NOHOI MANA UPOROR MAL ,,KUNUBA SIR OR MANUH,, 😊

  • @hemantahazarika4562
    @hemantahazarika4562 12 днів тому +4

    চৰকাৰ সলনিহলে কত সাৰিবি ।এতিয়া কাৰোবাৰ আশিষত চলি থাক ।

  • @bitupanhazarika8172
    @bitupanhazarika8172 10 днів тому

    Nagaon Ghorot Ase, Ghorot Sokam patise

  • @bokuldutta4331
    @bokuldutta4331 12 днів тому

    Union hokol bohi ase keloi

  • @awalassam5288
    @awalassam5288 12 днів тому

    Life time government job close

  • @RajkumarHazarika-r3g
    @RajkumarHazarika-r3g 12 днів тому +2

    Mattr dukhiya uport Ani ase

  • @DebajitGogoi-q5p
    @DebajitGogoi-q5p 8 днів тому

    ডিঙি কলম কৰিব লাগিব এই টোক। আইন হাতত লোৱাৰ সময় এইয়া।

  • @bipulkalita9799
    @bipulkalita9799 12 днів тому

    Satra santha kot?

  • @sngt444
    @sngt444 12 днів тому

    Tak dhori Val k gosoki dile si nijai koi dibo Kune Tak protection d lukai thoisil...

  • @hironpegu763
    @hironpegu763 12 днів тому

    CM sire ki kori ase

  • @kanakkonwar7241
    @kanakkonwar7241 12 днів тому

    Jym koriboloi goise😂

  • @prafullabasumatary-e8b
    @prafullabasumatary-e8b 12 днів тому

    Aji ketaman bosor dhori dekha pai asu je amar assamt niyai shapdtu naikiya hoijuwa Jen lagise,karon kimanba junmoni rabha patta naikiya hoigol neki ?

  • @rahulaxom2603
    @rahulaxom2603 11 днів тому

    Ha ha ha... Uporor sir hote idea di paluai dile.. Atia anticipatory bail loi bindass ghuri thakibo.. Tar dudin man pisot, DSP hobo.. Val burbak bonai kintu dei Raij k... 😮😮

  • @BalinChetia-h9l
    @BalinChetia-h9l 10 днів тому

    Suspense letter khon fadil koribo diyok, tatu handeh ase

  • @prabalbharadwaj27
    @prabalbharadwaj27 12 днів тому

    Hi gom paise hi ulale tar public dhulai hobo buli

  • @BimalchBordoloi-y2m
    @BimalchBordoloi-y2m 10 днів тому

    Aitu CBI tananta haba lgae

  • @Sanjib-z3o
    @Sanjib-z3o 12 днів тому

    Atiya.gp.singor.kothabur.kot.gol

  • @satishsarmah2928
    @satishsarmah2928 10 днів тому

    sai thakak pramotion hai ase sonkale tar.

  • @ShanjuShing-z6j
    @ShanjuShing-z6j 12 днів тому

    Kot gol

  • @bigantaborghain7941
    @bigantaborghain7941 12 днів тому

    Bhal ane prosno sidha hudhibo lage

  • @ratulbaruah4598
    @ratulbaruah4598 12 днів тому

    Yes. Where is heee,

  • @JLI321
    @JLI321 12 днів тому

    Poluwa nai oooo lukai ase sage😂😂😂😂😂😂😂

  • @BimalchBordoloi-y2m
    @BimalchBordoloi-y2m 10 днів тому

    Amar Assam police gutei bibhagtuiey bibesana kara ushit

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 12 днів тому

    Aei OC jonr ati video dekhisu . Murat gilas loi animal film styal nasi ase.

  • @rushanburagohain6803
    @rushanburagohain6803 12 днів тому +1

    আকৌ এবাৰ মোদী চৰকাৰ।মামই আৰু মামাৰ অন্ধভক্তসকলে ভালদৰে জানে,কালপ্ৰীত কত আছে।

  • @utpalmili4946
    @utpalmili4946 12 днів тому

    Dol hongoton kot gol? Eiburot dol hongoton mat matibo lage.

  • @ShiponShipon-e8k
    @ShiponShipon-e8k 12 днів тому

    Immediately gaptar cai

  • @ratulbaruah4598
    @ratulbaruah4598 12 днів тому

    Moi jodi mukh khuli know, muk Grafteer koribo.. 😃 Sorkar kar. ...🙏just think.

  • @bhabanikumar7230
    @bhabanikumar7230 12 днів тому

    Durbhgyajonok, assam police

  • @RupakNath-t1w
    @RupakNath-t1w 7 днів тому

    Palai.aase

  • @ranjudutta32
    @ranjudutta32 9 днів тому

    He may be at wildlife sanctuary..

  • @khargedas2455
    @khargedas2455 12 днів тому

    তাৰ পিছত দেউৰী লাভ নাই তাৰ দিন বাৰ মিলা নাই দুই দিনৰ পিছত পাহৰি জাব গুৱাত ফুৰিব গৈছে সি অলপ সময় পাৰ কৰি আহিব

  • @bipulkalita9799
    @bipulkalita9799 12 днів тому

    CM a ki kori ase...encounter kora CM kiy nimat

  • @RajnishBora-s9p
    @RajnishBora-s9p 12 днів тому

    Media e neribo ..arrest nokoraloike

  • @brojenkhargharia15
    @brojenkhargharia15 12 днів тому

    Assamot assam polesor kam nae baheror pora assamole poles anebo laga assmor polesok bahera statot pothe debo laga

  • @DibyojyotiKutum
    @DibyojyotiKutum 12 днів тому

    😅

  • @ratulbaruah4598
    @ratulbaruah4598 12 днів тому

    Sorkar kar.. himonto sorkar......

  • @johnb22.
    @johnb22. 12 днів тому

    Police department aro sorkar a bhabi ase j keidin man pisot a tol poribo kotha tu..join korai dim de tak....🤣🤣🤣

  • @DevaaDass
    @DevaaDass 12 днів тому

    Police nejor manuh karne vauna kori ase beleg manuh huwa hoi police ki korila hoi jile vat khuwa la hoi

  • @rituponkonwar7730
    @rituponkonwar7730 12 днів тому

    Assam pulice g,p sing politicen kam nai

  • @ruhitdihingia8210
    @ruhitdihingia8210 12 днів тому

    ৰহস্য মূলক।

  • @firsttimevlogs6961
    @firsttimevlogs6961 12 днів тому

    Police ki baldal kori ase