যোৰহাট নাওঁশলীয়া গাঁও নামঘৰ

Поділитися
Вставка
  • Опубліковано 20 чер 2023
  • #ভাগৱতব্যাখ্যা #জগতবণিয়া #assamesevirelvideo

КОМЕНТАРІ • 619

  • @ElumaGogoi
    @ElumaGogoi Рік тому +9

    প্ৰভু আপোনাৰ ভাগৱত শুনি ভাল লাগিল । ব্যাখ্যা শুনি পৰম আনন্দিত হলো। কৃষ্ণ প্ৰভু।

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f Рік тому +22

    প্ৰভূজন আপোনাক প্ৰনাম জনালো৷ ভগৱানৰ ছৰনত যেন সদায় ঠাই পাও কৃষ্ণ কৃষ্ণ৷ এনেহেন অমৃতময় বাখ্যা শোনিয়েইযেন সাথ‘কতা হৈছে আমাৰ নৰমনিছৰ৷🙏🙏

  • @himanibanikya8168
    @himanibanikya8168 Рік тому +12

    বহুত শান্তি পালো বাপ krishna 🙏🙏🙏❤❤❤❤❤❤

  • @simidas5853
    @simidas5853 10 місяців тому +7

    RADHE RADHE ❤🙏...JAY SHRI KRISHNA 🙏❤️...

  • @violeenalaskar3742
    @violeenalaskar3742 11 місяців тому +6

    কৃষ্ণ কৃষ্ণ বাপ ঈশ্বৰ সেৱা নিবেদিছো। ধন্য। জয় গুৰু শঙ্কৰ।।

  • @pranabjyotidutta1837
    @pranabjyotidutta1837 Рік тому +6

    কৃষ্ণ বহুত সুন্দৰ ব্যাখ্যা আগবঢ়ালে 🙏🏿🙏🏿🙏🏿

  • @pikachupikachu8581
    @pikachupikachu8581 10 місяців тому +7

    Jay shree krishna bashu devai nomah🙏🙏❤

  • @tilonath4224
    @tilonath4224 Рік тому +19

    কৃষ্ণ বাপ। সুন্দৰ ব্যাখ্যা।মন প্ৰাণ জুৰ পৰি গ'ল

  • @user-ef5rz9zt9c
    @user-ef5rz9zt9c 8 місяців тому +8

    কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻
    অতি সুন্দৰ ব্যাখ্যা কৰিলে বহুত ভাল লাগিল শুনি।

  • @kabitakk5245
    @kabitakk5245 4 місяці тому +3

    বহুত ভাল লাগিল প্রভু 🙏আপোনাৰ বাখ্যা শুনিলে শুনিয়েই থাকিব মন য়ায়। আপোনাক বহুত বহুত ধন্যবাদ🙏

  • @MunDas-ds8fu
    @MunDas-ds8fu 8 місяців тому +9

    কৃষ্ণ কৃষ্ণ প্ৰভু সুন্দৰ ব্যাখ্যা🙏 প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰক 🙏

  • @probalkhataniar2919
    @probalkhataniar2919 7 місяців тому +8

    কৃষ্ণ প্ৰভু,বিজ্ঞান সন্মত তত্বপূৰ্ণ ব্যাখ্যা।🙏🙏

  • @progirls5565
    @progirls5565 Рік тому +4

    Hare Krishna 💓

  • @aairumidutta3711
    @aairumidutta3711 Рік тому +8

    কৃষ্ণ কৃষ্ণ জগত বনিয়া বাপ ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ

  • @binitahazarika4801
    @binitahazarika4801 Рік тому +5

    ইমান সুন্দৰ কৈ ব্যাখ্যা কৰিছে 🙏🙏🙏

  • @user-ru2iw9ll1r
    @user-ru2iw9ll1r 10 місяців тому +7

    কৃষ্ণ কৃষ্ণ আপোনাৰ ভাগৱত শ্ৰৱণ কৰি বহুত নজনা কথা জানিলো প্ৰভু দয়া কৰা কৃষ্ণ 🙏🏿🙏🏿🙏🏿🙏🏿

  • @dipakonwarsonowal4844
    @dipakonwarsonowal4844 Рік тому +5

    কৃষ্ণ কৃষ্ণ বাপজন
    ঔঁম কৃষ্ণায় বাসুদেৱায় নমঃ 🙏🙏🙏

  • @junumech7558
    @junumech7558 Рік тому +6

    কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলে কৃষ্ণ ভাল লাগিল সুন্দৰ ব্যাখ্যা শুনি বৰ ভাল পালে কৃষ্ণ কৃষ্ণ

  • @simidas5853
    @simidas5853 10 місяців тому +6

    JAY SHRI KRISHNA ❤🙏...

  • @DEVIL__KING-497
    @DEVIL__KING-497 3 місяці тому +2

    সুন্দৰ বাপ আপোনাৰ বাখ্যা শুনিলে শুনি থাকিবলৈ মন প্ৰভু ❤❤❤

  • @bonnybora3538
    @bonnybora3538 4 місяці тому +3

    সুন্দৰ সুৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ❤❤❤

  • @simidas5853
    @simidas5853 10 місяців тому +4

    RADHE RADHE 🙏❤...JAY SHRI KRISHNA ❤🙏...

  • @beautydevibaruah111
    @beautydevibaruah111 7 місяців тому +3

    Bohut hundor knowledge krishno krishno

  • @DipakchandraDas-pm2ru
    @DipakchandraDas-pm2ru Рік тому +5

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ব্যাখ্যা আৰু সুৰ সুন্দৰ

  • @debojitborah6084
    @debojitborah6084 3 місяці тому +2

    কৃষ্ণ ইমান সুন্দৰ ব্যাখ্যা

  • @user-om8qo6yp7l
    @user-om8qo6yp7l 5 місяців тому +2

    Krishan krishan ram aapunar luk hokoluloike bhakti bhora seea janaisu🙏🙏🙏🥀🥀🥀🌹🌹🌹❤❤❤💘💘💘💅💅💅

  • @ranudas4561
    @ranudas4561 Рік тому +5

    কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @dkkonlineschool6298
    @dkkonlineschool6298 4 місяці тому +3

    ইমান সুন্দৰ ব্যাখ্যা ।
    তেখেতৰ অধ্যয়নশীল মনটোক নমন🙏

  • @babligogoi3340
    @babligogoi3340 11 місяців тому +6

    প্ৰভু হৰে কৃষ্ণ 🙏🙏

  • @biplovmuzixworld8254
    @biplovmuzixworld8254 Рік тому +4

    Jai shree Krishna ❤

  • @junmonidevi4096
    @junmonidevi4096 Рік тому +2

    Bohut xundor🙏🏻🙏🏼🙏🙏🏻🙏🏼🙏 Krishna 🙏🏼🙏🏼🙏🏻🌹

  • @user-pq6us3qt1i
    @user-pq6us3qt1i 9 місяців тому +7

    কৃষ্ণ ❤️

  • @kamaleswarswargiary4499
    @kamaleswarswargiary4499 4 місяці тому +3

    আত্মা মুক্তিৰ সৰ্ব শ্ৰেষ্ঠ উপাই ভাগৱত শ্ৰৱণ আৰু পথন

  • @AnilTantibhagawat
    @AnilTantibhagawat Рік тому +7

    Krishna 🙏

  • @kabitakk5245
    @kabitakk5245 4 місяці тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bidyutdas274
    @bidyutdas274 9 місяців тому +6

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @paruldas2375
    @paruldas2375 Рік тому +5

    বাপ কোটি কোটি সেৱা জনালোঁ।কৃষ্ণ কৃষ্ণ।

  • @anamikabaruah2930
    @anamikabaruah2930 Рік тому +2

    Oti xundar.🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ambikarabha6349
    @ambikarabha6349 Рік тому +2

    Bhut bhal lagil krishna krishna 🙏🙏

  • @bijoyaborgohain7132
    @bijoyaborgohain7132 5 місяців тому +3

    কৃষ্ণ কৃষ্ণ বাপ বৰ সুন্দৰ লাগিল ❤❤

  • @gitalineog930
    @gitalineog930 11 місяців тому +2

    Krishna pranam Prabhujona apunar Sri saranat kouti kouti pranam Prabhu 🙏🙏🙏🙏

  • @__w4r.m4chin3__
    @__w4r.m4chin3__ Рік тому +2

    Krisno. Krisno provu🙏🙏🙏🙏🙏. Apunaloi. heua jonalu.

  • @mixvideo9798
    @mixvideo9798 Рік тому +6

    কৃষ্ণ কৃষ্ণ বাপ

  • @mahanandaadhikary3778
    @mahanandaadhikary3778 Рік тому +3

    সুন্দৰ বাপ, কৃষ্ণ।

  • @bipinsahu7464
    @bipinsahu7464 Рік тому +4

    হে প্ৰভু তযোপদে কুটি কুটি প্ৰনামো কৃপাৰ সাগৰ দৈৱকি নন্দন পুৰিলো মনৰ কাম ভকতৰ সং সদা নোগুচক মুখে তোৱা নাম

  • @daisyranidoley8705
    @daisyranidoley8705 9 місяців тому +10

    কৃষ্ণ কৃষ্ণ! প্ৰণাম জনালোঁ!🙏

  • @dilip6pesrabha759
    @dilip6pesrabha759 Рік тому +2

    🙏🙏 Pravu eman xondar baykhaya bhutu aplot hlo aponar ai krishanr ktha xoni

  • @krishnaborah2252
    @krishnaborah2252 Рік тому +4

    কৃষ্ণ বাপ পুৱাৰ ভক্তি ভৰা সেৱা ভাগি নিবেদিছো কৃষ্ণ

  • @jinuchawrok9178
    @jinuchawrok9178 Рік тому +7

    কৃষ্ণ কৃষ্ণ হে সমস্তজন হৰি ভকত আপোনাসৱৰ শ্ৰীচৰণত আমাৰ সেৱা নিবেদিলোঁ 🙏🙏🙏🙏

  • @jayamoniborah3928
    @jayamoniborah3928 Рік тому +2

    Krishna 🙏🙏..bhut. Val lagil

  • @sarbanandabharali8324
    @sarbanandabharali8324 Рік тому +6

    বৰ ভাল লাগিল বাপ আপোনাৰ ভাগৱত ব্যাখ্যা অতীব সুন্দৰ হৈছে, আপোনাক মই অধমে বহু বহু নমস্কাৰ জনালো।

  • @robinphukan
    @robinphukan 10 місяців тому +3

    শতকোটি আশীৰ্বাদ। মৰাণ দলপা

  • @prabhatgogoi7716
    @prabhatgogoi7716 11 місяців тому +3

    কৃষ্ণ বাপ সুন্দৰ বিশ্লেষণ ।

  • @user-tf7dw3mm7x
    @user-tf7dw3mm7x 11 місяців тому +3

    Krishna Krishna 🙏🙏🙏🙏🙏🙏

  • @manuranjanchetia6867
    @manuranjanchetia6867 Рік тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @babitakalita5175
    @babitakalita5175 Рік тому +3

    কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল ।

  • @dimbeswari_patar
    @dimbeswari_patar 10 місяців тому +2

    Krishna. Krishn Krishna. 👃👃👃👃

  • @khyatimaldeka2644
    @khyatimaldeka2644 Рік тому +14

    ইমান সুন্দৰ বাখ্যা শুনি সচাকৈয়ে দেহ মন
    জুৰ পৰি গৈছে । কৃষ্ণ কৃষ্ণ 🙏🙏

  • @chandandas6407
    @chandandas6407 Рік тому +3

    Jay Krishna Guru prabhu Dhuniya Val Lagise

  • @dipalibhagawati9050
    @dipalibhagawati9050 Рік тому +5

    কৃষ্ণ কৃষ্ণ আপোনাৰ বিয়াক্ষাই। আমাক উদ্ধাৰ কৰিছে। প্ৰভু।

  • @jatindas5035
    @jatindas5035 Рік тому +3

    সুন্দৰ বাখ্যা বাপ। কৃষ্ণ

  • @tankeswardeka6070
    @tankeswardeka6070 Рік тому +5

    Ram Ram pravo sipajhar 🌷🥀🙏🙏🙏

  • @dimbeswari_patar
    @dimbeswari_patar 8 місяців тому +2

    Krishna. Krishna. Krishna. Oum. Santi. Oum. Santi. Oum. Santi. 🙏🙏🙏🙏

  • @pradipdutta3332
    @pradipdutta3332 8 місяців тому +2

    আপোনাৰ পৰা ভাগৱতৰ ব্যাখ্যা শুনি বৰ ভাল লাগিল •••• বহু নজনা কথা জানিব পাৰি জীৱন ধন্য হল •••• কৃষ্ণ কৃষ্ণ 🙏

  • @andrtyj
    @andrtyj Рік тому +6

    Rahila Das
    Krishno Bap pronam

  • @rebasaikia7452
    @rebasaikia7452 Рік тому +6

    কৃষ্ণ

  • @mitalidutta5508
    @mitalidutta5508 11 місяців тому +6

    🙏🙏🙏

  • @user-ft6yi2zm5h
    @user-ft6yi2zm5h 9 місяців тому +3

    কৃষ্ণ কৃষ্ণ সেৱা নিবেদিলো প্ৰভু জনা

  • @lilihazarika4843
    @lilihazarika4843 9 місяців тому +2

    কৃষ্ণ কৃষ্ণ প্ৰনাম জনালোঁ 🙏🙏

  • @dhurbaboriagom7051
    @dhurbaboriagom7051 6 місяців тому +2

    কৃষ্ণ মাধৱ হৰি হৰি

  • @bijumonidas7515
    @bijumonidas7515 9 місяців тому +3

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @mainawbora39
    @mainawbora39 Рік тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ আপোনাৰ চৰনত সেৱা জনালো

  • @shivadas8347
    @shivadas8347 11 місяців тому +2

    Kirshna kirshna🙏🙏🙏

  • @lakhimaniborah2878
    @lakhimaniborah2878 Рік тому +3

    সু প্রভাত জনালোঁ কৃষ্ণ কৃষ্ণ বাম জন 🙏🙏

  • @lilihazarika4843
    @lilihazarika4843 9 місяців тому +2

    কৃষ্ণ কৃষ্ণ প্ৰনাম জনালোঁ

  • @Mridulbharalua
    @Mridulbharalua 11 місяців тому +3

    Val. Lagil i Like you krshno

  • @pradipgogoi3182
    @pradipgogoi3182 6 місяців тому +1

    কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ। আপোনাৰ ভাগৱতৰ বাখ্যা শুনি বহুতো ভাল লাগিল। প্ৰণাম জনাইছো।

  • @nabajitsaikia5040
    @nabajitsaikia5040 11 місяців тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏🙏

  • @Ridipaxom
    @Ridipaxom Рік тому +4

    কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা ভাগি নিবেদিলো ।জয় গুৰু শঙ্কৰ

  • @user-of3pj4em6e
    @user-of3pj4em6e 3 місяці тому +1

    Ram Krishna Ram Krishna 🙏🙏🙏🙏🙏🙏🙏

  • @dharitriborah3273
    @dharitriborah3273 Рік тому +8

    অতি সুন্দৰ ভাল লাগিল 🙏🙏🙏

  • @pradiphandique7872
    @pradiphandique7872 11 місяців тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৷৷

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd Рік тому +2

    Krishna krishna
    Baap joy
    Guru Sankar
    বিশ্বনাথ

  • @prasantakumarnath9469
    @prasantakumarnath9469 Рік тому +5

    কৃষ্ণ কৃষ্ণ 🙏🙏

  • @labanyadharbaniah5251
    @labanyadharbaniah5251 Рік тому +4

    ভাগৱত ব্যাখ্যা অতি সাৱলীল আৰু সকলোৱেই সহজে বুজিব পৰাকৈ কৰিছে আৰু শুনি আপ্লুত হৈছোঁ আৰু ভৱিষ্যতেও শুনাৰ আশা কৰিলোঁ।

  • @kalpanaborah5499
    @kalpanaborah5499 8 місяців тому +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @chinugogoi5411
    @chinugogoi5411 Рік тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা জনাইছোঁ

  • @phirodarabha9647
    @phirodarabha9647 7 місяців тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏❤️

  • @xxxmercynem
    @xxxmercynem 6 місяців тому +2

    Tumar Soronot Mur Hewa Swikar Kora Provu ♥️ Pronamu Tumak 🙏♥️

  • @poragboruah4156
    @poragboruah4156 8 місяців тому +3

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰী মন্ত শঙ্কৰ দেৱ🙏

  • @PollabikolitaPollabikoli-gl1gc

    Krishna ❤

  • @bhatimadowarah2110
    @bhatimadowarah2110 Рік тому +4

    কৃষ্ণ প্ৰভু। আপোনাৰ ব্যখ্যা শুনি বহুত ভাল পালোঁ প্ৰভু।

  • @rubigogoi258
    @rubigogoi258 Рік тому +3

    Sashi borah probhu Jane enekua videos amak hodai di thakibo , krishna,,,,,

  • @jugendersaikia4176
    @jugendersaikia4176 10 місяців тому +1

    কৃষ্ণ কথা এসাৰ কওঁ দাই নধৰিব প্ৰতি দিনাই ৰাতিপুৱা গধূলা আমাৰ ঘৰ খনতেই ইশ্বৰৰ স্বৰ্চা গুনানু কীৰ্ত্তন ভকতী, কটা আমি চোন আৰ্থিক ভাৱে সবল একেবাৰেই নহয় আৰু যাৰ ঘৰত ধূপ এডালো নলগাই ইশ্বৰ ভকতিয়েই নাই সেই ঘৰ আজি চকুৰ আগতে বৰ ডাঙৰ লোক জয়জয় ময়ময় অৱস্থা বহুত ধনী মানুহ। তেওঁলোকৰ সুখ আমাৰ দুখ ভগবানৰ এনে কিয় বিচাৰ বুজাই কব পাৰিব নেকি!!!🙏🙏🙏

  • @dipamonisaikia94
    @dipamonisaikia94 11 днів тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🙏🙏

  • @manuranjanchetia6867
    @manuranjanchetia6867 Рік тому +2

    জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ

  • @tapanpegu4891
    @tapanpegu4891 Рік тому +9

    Heart touching krishna krishna 🙏🙏🙏❤

  • @user-xg1od3jj8t
    @user-xg1od3jj8t 6 місяців тому +2

    জয় শ্ৰী কৃষ্ণ

  • @anannyaborah9212
    @anannyaborah9212 Рік тому +2

    Koti koti pronam probhujona

  • @user-bw8sq9mp3r
    @user-bw8sq9mp3r Рік тому +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল