যোহন ৮ - পাপত ধৰা পৰা John 8 - Caught in Sin
Вставка
- Опубліковано 24 лис 2024
- এই পাপত ধৰা পৰা তিৰোতাৰ কাহিনীক লৈ এটা কঠিন প্ৰশ্ন আছে, ই হ‘ল যে এই কাহিনী যোহনে লিখা শুভবাৰ্তাৰ ভিতৰত প্ৰথমে আছিলে নে নাই । তথাপি এই কাহিনী যীচুৰ গোটেই চৰিত্ৰ আৰু শিক্ষাৰ লগত মিলে- বিশেষকৈ পৰৰ পাপলৈ নাচাই আমাৰ নিজৰ পাপ চাবলৈ যীচুৰ যি শিক্ষা। আৰু ই আমাক সোঁৱৰাই খ্ৰীষ্টৰ প্ৰেম আৰু ক্ষমাৰ বিষয়ে, আনকি আটাইতকৈ দোষী মানুহলৈ যি পাপত ধৰা পৰিল।
যোহন ৮:১১ - "... তাতে যীচুৱে কলে, ময়ো দোষী নকৰোঁ; যোৱা, এতিয়াৰ পৰা আৰু পাপ নকৰিবা ।"
The story of the woman caught in adultery has a difficult issue as to originally being found in the gospel of John. Yet the story itself matches the character and teaching of Jesus and shows us much about not looking at the sins of others, but our own sin. It also reminds us of the love and forgiveness of Christ to even the most guilty caught in sin.
John 8:11 - "... Neither do I condemn you; go, and from now on sin no more.”
christassam.com - - - christassam@gmail.com