Important decisions taken by the Central-State Government, Assam Accord has been scrapped!

Поділитися
Вставка
  • Опубліковано 23 сер 2024
  • Important decisions taken by the Central-State Government, Assam Accord has been scrapped!
    Watch the full clip to know more about this story.
    #pragnews #assamaccord #caa #citizenship #pragfocus
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

КОМЕНТАРІ • 138

  • @padmapaninath
    @padmapaninath Місяць тому +62

    এয়া অসমীয়া মানুহৰ চৰকাৰ নে ??এই জাতিদ্ৰোহী চৰকাৰক সমৰ্থন কৰি থকা সকলো জাতিদ্ৰোহী । থলুৱাৰ স্বাৰ্থৰ দৃষ্টিৰে । নিপাত যাওক এইসকল

    • @nirupamkalita816
      @nirupamkalita816 Місяць тому +3

      @@user-vo7ei8ki5vতঁহতৰ নিচিনা গাদ্দাৰ বাংলাদেশীক শিক্ষা দিয়াৰ সময় আহি পৰিছে। বাবুমচাই বাঘাল

    • @pranabdas7121
      @pranabdas7121 Місяць тому +2

      ​@@user-vo7ei8ki5v অসমৰ অসমীয়া বদন ,মাৰোৱাৰী আৰু বঙালী সকলৰ ভোটত জয়ী হৈছে

    • @user-vo7ei8ki5v
      @user-vo7ei8ki5v Місяць тому

      @@pranabdas7121 ১৪ খন জিলাত খিলঞ্জীয়া ভূমিপুত্ৰ সংখ্যা লঘু আজি।
      জাতীয়তাবাদী সকলে বিহাৰী ,মাৰোৱাৰী ,বঙালী সকলক গালি দি থাকেতেই অসম মুছলমান প্ৰধান ৰাজ্য হৈ গ'ল প্ৰায় ।

    • @DurgeshwarDeka
      @DurgeshwarDeka Місяць тому +2

      ​@@user-vo7ei8ki5vdhubrit miyai miyak heruyaise. Kintu miyai bjpke voote dile hoi jodi himantotoi hindu muslim rajneeti nkora hoi.

    • @DreamInstaModel
      @DreamInstaModel Місяць тому

      Thaluwa manuhe vote sarkar bonaise

  • @khanindrapadun568
    @khanindrapadun568 Місяць тому +18

    যেতিয়ালৈকে আমাৰ জাতীয় সংগঠনৰ নেতা সকল চৰকাৰৰ হাতত পুতলা হৈ থাকিব তেতিয়ালৈকে এনেকুৱা আইন গৃহীত হৈ থাকিব।

    • @anilgoswami2238
      @anilgoswami2238 Місяць тому

      👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌

  • @abdulsultan2175
    @abdulsultan2175 Місяць тому +24

    আছুক অন্ধকাৰত ৰখা কথাষাৰ হজম নহয় আচলতে আছুৱে নিজেই অন্ধকাৰত অসম আৰু অসমীয়াক ৰাখিব বিচাৰে ।

  • @premodharphukan1101
    @premodharphukan1101 Місяць тому +25

    অসম চুক্তিৰ ফলশ্ৰুতিত গঠন হোৱা আমাৰ অসম গন পৰিষদ দলটিৰ ব’ত্তমানৰ নেতৃত্বৰ কি খবৰ বা ৷তেওঁলোকে শাসনৰ নিচাত সকলো পাহৰিলে চাগে ৷

    • @SanidulIslam-vv4og
      @SanidulIslam-vv4og Місяць тому +1

      ❤😊

    • @anilgoswami2238
      @anilgoswami2238 Місяць тому

      বৰ্তমান অগপ নেতৃত্ব শকত কমিচনৰ অংকত ব্যস্ত !!!!!!!

    • @susilmahato6276
      @susilmahato6276 Місяць тому

      বৰাই বোকাত লুতুৰি-পোতুৰি খাই অসম চুক্তিৰ কথা টো পাহৰি পেলালে।

  • @One-of-a-kind1_ADRE
    @One-of-a-kind1_ADRE Місяць тому +22

    অসম আন্দোলনৰ ফলত ৮৫৫ জনৰো অধিক লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে আন্দোলনৰ অন্ত পৰিল। অসম চুক্তিত অসমীয়াৰ সাংস্কৃতিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সন্মতি দিয়া হৈছিল। অসম চুক্তিৰ অমান্য মানে ইমানবোৰ ত্যাগৰ মুল্য শূণ্য কৰিলে এই চৰকাৰ‌ খনে। অসম খনক‌ দিল্লীৰ অধিনত সম্পূৰ্ণ এৰিলে এইদৰে। নিজৰ ৰাজনৈতিক ক্ষূধা পুৰন‌ কৰিবলৈ অসম খনক বিক্ৰী কৰা হল।

  • @DipamanibharLiMedhi-tv4zj
    @DipamanibharLiMedhi-tv4zj Місяць тому +20

    সমুজ্জল গাতত সোমাই আছে |

  • @user-hu3qy9si2o
    @user-hu3qy9si2o Місяць тому +9

    আছুৱে এতিয়া কি কৰিব।আছু এতিয়া বিজেপি দিনৰ আছু কংগ্ৰেছৰ দিনৰ আছু নহয়।

  • @muhammadalam9588
    @muhammadalam9588 Місяць тому +23

    আৰু দিয়া বিজেপিক ভোট।

  • @Choudhury1474
    @Choudhury1474 Місяць тому +7

    চৰকাৰ শ্বহীদক অপমান নকৰিব

  • @user-iz5et9bw1l
    @user-iz5et9bw1l Місяць тому +20

    মই চৰকাৰক দুখ নিদিওঁ, যি সকল থলুৱা অসমীয়াই মাত্ৰ ১২৫০ টকা বাবে আৰু লাখপতি হব বাবে, আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবেই চৰকাৰ গঠন কৰাত সহায় কৰিলে, সেই সকলেই দেশৰ বদন। জাতি সত্যা কাৰী ৰাইজে চিনী থোৱা ভাল সেই সকলক।

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw Місяць тому +5

    এই সকল জাতিৰ সতৰুক অসমৰ জনতাই কোনো দিনে ক্ষমা নকৰে।

    • @DreamInstaModel
      @DreamInstaModel Місяць тому

      Axomor janatai khoma korok nakarok vote kintu thikei diye, Aponi kak vote disil?

  • @jadavgogoi944
    @jadavgogoi944 Місяць тому +6

    আছুক একাষৰীয়া কৰা বোলাটো সঁচা নে আছু তেওঁ লোকৰ একেবাৰে কাষৰে বোলাটো সঁচা ৰাইজে ভাবকচোন।

    • @benjamin7576
      @benjamin7576 Місяць тому

      Aasu sob gom pai.. aikeita main harami

  • @musicallibrary4149
    @musicallibrary4149 Місяць тому +6

    অগপৰ স্থিতি কি হব এতিয়া???

  • @birenburagohain8132
    @birenburagohain8132 Місяць тому +2

    ভাৰত চৰকাৰৰ আপোন ঘাটি সিদ্ধান্ত হৈছে CAA।ভাৰতত জনসংখ্যা বিস্ফোৰণ ঘটিছে।এনে সময়ত বিদেশৰ পৰা মানুহ আমদানি কৰা কাৰ্য্য গৰিহণা যোগ্য। এইয়া ভাৰত চৰকাৰৰ অদুৰদশৃতাৰ মানসিকতা।

  • @monujpalak560
    @monujpalak560 Місяць тому +4

    আছু,অগপ-অতুল ,কেশৱ অসমীয়াৰ দালালি।য'ত হিমন্ত তাত অন্ত,য'ত সমুজ্জল তাত নহয় উজ্বল।

    • @handique6888
      @handique6888 Місяць тому

      য'ত সৰ্বানন্দ তাত নাই আনন্দ।

  • @Yoyo60204
    @Yoyo60204 Місяць тому +3

    Bjp vote diar porinoti😢😢

  • @user-ij4yt6jk4i
    @user-ij4yt6jk4i Місяць тому +2

    कांग्रेस plz come back🎉

  • @ShahAlam-hf6hr
    @ShahAlam-hf6hr Місяць тому +1

    Salute to the Assam Govt.Well done

  • @dipakbaruah8987
    @dipakbaruah8987 Місяць тому +4

    সমুজ্বলে কাৰ কি চিঙি আছে ? ছাত্ৰ সন্থাৰ কি প্ৰয়োজন ?

  • @kumudbaruah2001
    @kumudbaruah2001 Місяць тому +3

    ভাৰতবৰ্ষত বিদেশি চিনাক্ত কৰনৰ সময় সীমা ১৯৫১ চন। অসম চুক্তি অনুযায়ী অসমত বিদেশী চিনাক্ত কৰণৰ সময় সীমা ১৯৭৫ চন। এটা বৃহৎ আন্দোলনৰ ফল এনেধৰণৰ আত্মঘাতী হব পাৰেনে? ৮৫৫ জন ছহীদ হল। চুক্তি স্বাক্ষৰ কৰাৰ সময়ত ছহীদ পৰিয়ালৰ কিবা পৰামৰ্শ লোৱা হৈছিল নে? কংগ্রেসে মিঞা মুছলমান আনি অসমৰ জনগাঠনি বিপন্ন কৰি দিলে। আন্দোলন কাৰীয়ে আন্দোলনৰ হঠকাৰি সিধান্তৰে অসমৰ জনগাঠনিত বাবে ৰৃণাত্মক প্রভাৱ দিথৈ গল। ভাৰতৰ অন্য ৰাজ্যত ১৯৫১ চন। অথচ আন্দোলন কৰি ৮৫৫ জন ছহীদৰ বিনিময়ত অসমে লাভ কৰিলে ১৯৭৫ চন। তাতকৈ দুঃখ জনক কথা হব পাৰেনে? ধীক অসম আন্দোলন কাৰী ধীক আন্দোলনৰ চুক্তি স্বাক্ষৰ কাৰি।

  • @gumragpegu4306
    @gumragpegu4306 Місяць тому

    অসমৰ খিলঞ্জীয়া ভুমি পুত্ৰ জনজাতি জনগোষ্ঠীসকলৰ বাবে ভৱিষ্যত ৰক্ষাকৱচ স্বৰূপ অসম চুক্তিক ভৰিৰে মোহাৰি কা বলৱৎ কৰাটো অতি দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ। অসম বিৰোধী সিদ্ধান্ত, গতিকে এই অসম বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰা বিজেপি চৰকাৰখনক অনাগত সময়ত অসমৰ খিলঞ্জীয়া ভুমি পুত্ৰ জনজাতি জনগোষ্ঠী ৰাইজে উচিত প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু হৈ থাকক

  • @ganeshmazumdar6053
    @ganeshmazumdar6053 Місяць тому +1

    আছুৰ স্থীতিহীনতাই দায়ী।

  • @user-et5tq1em6o
    @user-et5tq1em6o Місяць тому +8

    আছুৰ ভূলৰ বাবেই এইবোৰ হবলৈ পাইছে

  • @jupango460
    @jupango460 Місяць тому +7

    ASSU is not guardian of assamese

  • @angsumanraja3368
    @angsumanraja3368 Місяць тому

    ভাল পদক্ষেপ।

  • @dibyajyotigogoi4801
    @dibyajyotigogoi4801 Місяць тому +4

    অগপ আৰু আছুকেইটা কত গল।

    • @biswajitpegu
      @biswajitpegu Місяць тому

      Pocket't humai asee.........

  • @SatymevaJayate007
    @SatymevaJayate007 Місяць тому

    আছুৰ ওপৰতে সন্দেহ আছে ৷

  • @bhaskarborah4254
    @bhaskarborah4254 Місяць тому

    বেলেগ দেশৰ নেতাই চাকৰি আৰু আমাৰ নেতাই কা ধন্যবাদ জয় হিন্দ

  • @bitugohain4882
    @bitugohain4882 Місяць тому

    Caa hobo buli khuni bhl lagil aitu assmor karone bohut bhl news

  • @mrinmoykalita3811
    @mrinmoykalita3811 Місяць тому +1

    বৰ্তমানৰ অসম গণ পৰিষদৰ দালাল নেতৃত্বৰ কি খবৰ!!!!!!
    ২০২৬ ত প্ৰতিটো কাৰ্য্যৰ উত্তৰ দিব।।

  • @DARSHAPRAN-Unofficial
    @DARSHAPRAN-Unofficial Місяць тому

    অসমৰ ঠিকাদাৰ নেতা, সংগঠন আৰু নেতা-সংগঠনক ব্ৰেণ্ড বনোৱা সংবাদ মাধ্যম জগৰীয়া ।

  • @gunakantabaruah6243
    @gunakantabaruah6243 Місяць тому

    দেশ বিভাজনৰ নীতিৰ আধাৰত হ'লে ভাৰত হিন্দু ও অমুছলমানৰ আশ্ৰয় থল ।১৯৮৫ চনৰ চুক্তিত ক'ত এই দফা আছে।খৰধৰ কৰি এখন চুক্তি চহী কিয় হ'ল।কিহৰ প্ৰভাবত পৰি। বলিদান দিয়া সকলৰ কি দুখ।দুখ এই চুক্তি চাক্ষৰ কিয় ইমান খৰখেদা কৰা হ'ল।মিছাতে লিদাৰ হৈ কি লাভ।যি জাতিক lead কৰিব নোৱাৰিলে।

  • @balendas4259
    @balendas4259 Місяць тому +1

    এনায়ে হিন্দুৰ চাকৰি নাই । এইবোৰ আনি কি কৰিব । অসম খন ভিক্ষাৰীৰ ৰাজধানী হ'ব ।

  • @dhkpatir1483
    @dhkpatir1483 Місяць тому

    ইয়াকে অসমৰ গৰুকেইটাই ভোট দি চৰকাৰ গঠনত সহায় কৰে |

  • @bijoygoswami6907
    @bijoygoswami6907 Місяць тому

    পমুৱা/ন অসমীয়া মুঠতে জন্ম নিয়ন্ত্রণ আইন আনিব লাগে। খিলনজীয়া ৰ অস্তিত্ব তেতিয়া হে বাচিব।২০ /২৫ বছৰ নেলাগে তাৰ আগতেই কংগ্রেসে/অখিল/লুৰিন এই মহাশয়ে সকলে ন অসমীয়া (গোহাঁই মহাশয়ৰ মুখত শুনা) এজনক মুখ্য মন্ত্রী পাতিব লাগিব এইটো সত্য। কাৰন আবেগীক খিলনজীয়াইৰ বেচি ভাগে বি জে পিক আতৰাবলৈ চাব? কংগ্রেস আহিলে জন্মনিয়ন্ত্রণ আইন কেতিয়াও নানে! যি আইন বি জে পিয়ে অনাৰ চেষ্টা ত আচে!?

  • @mofidrohman6393
    @mofidrohman6393 Місяць тому +1

    BJP ক ভোট দিলে এনে কোৱা ওপহাৰি দিব,গেছৰ, তেলৰ, আদিৰ দাম বৃদ্ধি কৰিব,😄

  • @paporigogoi8980
    @paporigogoi8980 Місяць тому +16

    26 ত BJP ক পানী থুৱাম CAA অনাৰ বাবে

  • @mizuindia7215
    @mizuindia7215 Місяць тому

    Very good decision

  • @user-cm2hk8ko6g
    @user-cm2hk8ko6g Місяць тому +2

    CAA ne lage amak Aami CAA na Manu kiyo lage CAA. Bangladeshi Muslim kitak Amar Akhomot joga Debo karone amar Akhomot nelage CAA. Bjp sarkar koi sele je bangladeshi kitak kheedm buli kintu hol goi ulta ke bangladeshi kitak khedbo ulta amar Akhomot joga he Debo khuji se BJP sorkare aru amak thoke j muslims kitak khedm buli vote loi kintu muslims kitak he support kore BJP sorkar Aaji Aami jiman fesility puwai nai he kita muslims kitak pai se kenek baru kok shame you BJP sorkar misoliya BJP kaam ny

  • @kisharkachari6246
    @kisharkachari6246 Місяць тому

    জাতি দ্ৰোহী চৰকাৰ

  • @ramnathborah7356
    @ramnathborah7356 Місяць тому +1

    Raijobhor SORAIGHAT mohasongram hujaigi

  • @user-wq7nb1rh6h
    @user-wq7nb1rh6h Місяць тому

    2025 চনত কা চুক্তি 100%

  • @voyager5015
    @voyager5015 Місяць тому +1

    Congress-e Citizenship Act badlai abaoidho nagorikor xoti-xontotik nagorikotvo diote tohotor mukh keinkhon dekhon bond hoi aasil. Congress-r pora maal khai chup assili. Etiya akou Congress-r pora maal khai laagi goiso kuprosarot. Kiman tai apply kroile nagorikotvor baabe CAA bolobot huwar pisot? Xeuto ko akau? Iman-e jodi xot howo tohot.

  • @mukutgogoi6240
    @mukutgogoi6240 Місяць тому

    Ha ha ha
    Akou ?
    Factory t akou notun leader bonabo.
    Joi aai asom.

  • @user-xq7iu7zj3b
    @user-xq7iu7zj3b Місяць тому

    Atya dukh Kori lav nai, asom bakhiye ji bisarise seyai hoise,

  • @user-gp5qr2ew6s
    @user-gp5qr2ew6s Місяць тому

    ভাৰতৰ ইমান উদাৰতা কিয়?কিতাপৰ পাতে পাতে সোতৰবাৰ ভাৰত আক্ৰমণ,বহুবাৰ মোগলৰ অন্যায় যুদ্ধ আৰু শাসন ,ভাৰত ভূমিত বিদশীৰ বেদখল আৰু হিন্দুক তচনচ কৰা লিখনিসমুহ ধেমালিতে লিখা নেকি?২০০বছৰ ইংৰাজ শাসনৰ ফলাফল হিচাপে ভাৰতৰ যিমান সংস্কাৰ হৈছিল ,মোগলৰ পৰা ভাৰত সৰ্বনাশ হৈ থকা প্ৰমাণ পাইও,আমি ইমান দৰদী কিয়?বাঃ কি হিন্দুস্তানী!

  • @sh.assam8150
    @sh.assam8150 Місяць тому

    BjP partiye ji koy take kori dekhuay good job भाजपा 🎉

  • @Mynagogoi123
    @Mynagogoi123 Місяць тому

    Vle hol vote desele nahoi...etyaa paa mojatoo ..
    No comments
    Andhara bhaktaa hokole beya ehh pabo beseke kole
    Joy aii Asom
    Jai hind 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

  • @S.K-Bhai
    @S.K-Bhai Місяць тому

    CAA aahi Heavy Heavy Leader bonil,5 jon Nirdushi Shohid hol,aaru nu ki daal hobo.
    Aako atia Dharna di 10 ta maan new leader ulabo 2026 t MLA hua k.

  • @Sanoydutta
    @Sanoydutta Місяць тому

    CAA Ami namanu

  • @NotreallyChiranjib
    @NotreallyChiranjib Місяць тому

    Val regional party ata nai Biswakh kribo

  • @julhaz3336
    @julhaz3336 Місяць тому

    Assam Accord =The end.

  • @user-cx8qe7bl4h
    @user-cx8qe7bl4h Місяць тому

    😢AGPr khabor ki

  • @Mousamgogoi
    @Mousamgogoi Місяць тому

    Assam CM go back

  • @benjamin7576
    @benjamin7576 Місяць тому

    Axomia khini nilaj.. nijor eku jati prem ny.. lower r kisumn district t dekhisu Axomia khiniye bengali xiki bengali t ktha pate bongalir lgt.. nijor vakhake jdi tol pelai.. kobologia eku ny.. jetya official language bengali hbo tetya xar pabo

  • @sujeetbaro2087
    @sujeetbaro2087 Місяць тому

    AASU is the main cause problems creator of Assam..they think they are representer of Assamese people's but they are not..

  • @toxiclucky7557
    @toxiclucky7557 Місяць тому

    Akou bjp voot diba. Anei assam khon t bohiragatai soku pelai thoi. Sakorir pora adi kor baki direction t u assam t a thai bisare. Atia khokolu khubidha fia pisot sob assam t a ahibo. Enei sakori napai mori asu aru jopai dibo dhikkar sorakar.

  • @abdulmannaf5519
    @abdulmannaf5519 Місяць тому

    Jiyai thokaborar lav hoise,hobo mori jowar bore kot sabo ahibo aru.MLA Minister hol.

  • @litysa4236
    @litysa4236 Місяць тому

    Jati rastyo hol ...
    Ami amar vukor babe...nijor sarthat ami nijok biki diyat olopo navabilo...

  • @simantabaishya8973
    @simantabaishya8973 Місяць тому

    Sokolore aananda ase he

  • @Sanuda90
    @Sanuda90 Місяць тому

    Anchor Shakil 👍

  • @mukshedullah6863
    @mukshedullah6863 Місяць тому

    Axom suktir goina loi bohutei sorkar bonale,xongothon solale, uparjon korile.Eta Kotha hosa,besi digholiya holei fuuus hoi.

  • @qqshorts1661
    @qqshorts1661 Місяць тому

    Mama ne kaal bola media ke samne Muslim population increase from 36 to 40,% but ami buji puwa nai bahar se Jo ayega population nhi badega Kia .... Job. Crises specially Assam 3500 hs g3 exam candidate become 14lak

  • @healthworld9935
    @healthworld9935 Місяць тому

    Jatidrohi srkar .axomiya r pokar besa gleo vote B.J.P k db axomiyai !!!

  • @nasimsarkar
    @nasimsarkar Місяць тому

    Aai ou ojola Samujjol kaiti, eku gomoke napale tak henu ondhokarot rakhise sorkare. Imanei ojola ne he akuke najane? Ne sob janiu nijei axomor raijok ondhokarot rakhise?

  • @technotips442
    @technotips442 Місяць тому

    855 ghoraki sohidok gur opoman 😡

  • @biswajitpegu
    @biswajitpegu Місяць тому

    AASU

  • @PrasantaSaikia-yl1vx
    @PrasantaSaikia-yl1vx Місяць тому

    Amos 1:46

  • @ashokdas6426
    @ashokdas6426 Місяць тому +2

    Assam accord ako kaam nai. AASU a axom khan pisuwai nisil. Bura bura neta keitai political party join kori ticket nopoaloi AASU t thaki aandolan kore. Nirdokhi manuh more. Pisat AASU neta bilak goi political party t join kore. Nilaj. Aami AASU namanu.

  • @Sanoydutta
    @Sanoydutta Місяць тому

    Congress jindabad

  • @kushalbaruah8438
    @kushalbaruah8438 Місяць тому

    BJP leader bure sawk ASAMIYA hob SIKAK PLS

  • @mukutgogoi6240
    @mukutgogoi6240 Місяць тому

    Ai news bur dia bondho korok.
    Development r kotha kouk.

  • @trideeplahon8920
    @trideeplahon8920 Місяць тому

    AGP hote aru ki din sabole baki ase

  • @kangandas1547
    @kangandas1547 Місяць тому

    BJP ক 18 লাখ adre exam r students a ভোট নিদিয়ে

  • @bikramsarma7476
    @bikramsarma7476 Місяць тому

    Hinanta jodi tumar dom asa ILP implement kori dekhai diya Modi, Amit pora ajori uni.Pariba janu tumi, jodi pariba tumak Vagaban hesaba pooja korim.1000 basor loika hodai amar hoi roba.

  • @user-ys1hu9xo2o
    @user-ys1hu9xo2o Місяць тому

    Boralatua vobisyt pojonmr mulya buji palajanu

  • @kushalbaruah8438
    @kushalbaruah8438 Місяць тому

    BJP HATAW ASOM BASAW. CAA HATAW ASOM BASAW RAIJ SOSETON HOWAK PLS

  • @mridulgogoi2415
    @mridulgogoi2415 Місяць тому

    Caa ami namanu kela

  • @Aditygogoi123
    @Aditygogoi123 Місяць тому

    আকৌ এবাৰ বিজেপিক ভোট দিয়ক,,,, আৰু কি কি চাবলৈ পাব ঠিক নাই,,,

  • @user-vc3wd8lu2g
    @user-vc3wd8lu2g Місяць тому

    Holewu ukmukni punor bar dhurondhor trothakothito hongothon neta 'ASSU' namor
    Mr. Samujool,aan aku nahay punor bar udug trotha kothit joonor,kar porusonat punor anne natok!!!

  • @bhadragogoi5083
    @bhadragogoi5083 Місяць тому

    Poisa pale efal hephal kiman year hol sahidak loi rajnitee wow baba dol hongthan ki sinta baru janabah

  • @SaddamHussain-zp4bt
    @SaddamHussain-zp4bt Місяць тому

    BJP zindabad zindabad zindabad BJP zindabad

  • @dineshroy8410
    @dineshroy8410 Місяць тому

    Samujal bjp lgt thoka manuh ajan hy

  • @atul2025
    @atul2025 Місяць тому

    BJP hotau Asom bachau

  • @chakrajyotirajkhowa361
    @chakrajyotirajkhowa361 Місяць тому

    Kinu কম সকলোৰে সময় আহিব
    অগপ বোলা টো বা এতিয়া কি কৰে লোকৰ পিঠিৰ পৰা নামিব হল

  • @SubasonTaye-mo7qp
    @SubasonTaye-mo7qp Місяць тому

    Assu mam nai

  • @prasantadihingia359
    @prasantadihingia359 Місяць тому

    No caa BJP hatao desh bachao

  • @mohanboruah9962
    @mohanboruah9962 Місяць тому

    Boora Somujal,caa ami namanu,kot goli atia? Toi poisa khai Hui Hui thak.

  • @dibakarbora4150
    @dibakarbora4150 Місяць тому

    Bjp bhagao desh bachao

  • @shyamolibania324
    @shyamolibania324 Місяць тому

    😡😡😡😡😡😡😡😡😡😡

  • @user-ft6hs1rl2o
    @user-ft6hs1rl2o Місяць тому

    Tahtar, aku, kam, nai, yhtak, muslim, thek,
    T

  • @kowserlaskar-qt7kv
    @kowserlaskar-qt7kv Місяць тому

    Ki hol AASU

  • @wazidahad5211
    @wazidahad5211 Місяць тому

    Where is ULFA ?????????????????

  • @rokibulhussain7286
    @rokibulhussain7286 Місяць тому

    Vote for bjp

  • @saklilofficialchannel1328
    @saklilofficialchannel1328 Місяць тому

    Boriya... BJP long live...😂😂

  • @mixvideochannel7047
    @mixvideochannel7047 Місяць тому

    হেমন্তৰ কটি চেলেকা অন্ধভক্ত সকলে আৰু হেমন্ত সে জানে।

  • @rebotidekarebotideka
    @rebotidekarebotideka Місяць тому

    😅😮😢😅😅😢🎉😂❤❤🎉

  • @parashpratimvlogsinformati9756
    @parashpratimvlogsinformati9756 Місяць тому

    Caa related akuu news nidiboooii.... Bcz

  • @parashpratimvlogsinformati9756
    @parashpratimvlogsinformati9756 Місяць тому

    Akuu political party bonaokk.....

  • @raajbhai4520
    @raajbhai4520 Місяць тому

    Very good disition 😅