Pranjit Gogoi||Bhagwot||ভাগৱত ব্যাখ্যা||Vagwot Path||

Поділитися
Вставка
  • Опубліковано 29 жов 2024

КОМЕНТАРІ • 207

  • @manoharChoudhury-e1y
    @manoharChoudhury-e1y Місяць тому +1

    কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা। জয় গুৰু শঙ্কৰ।

  • @narayanchetia7538
    @narayanchetia7538 2 місяці тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ শুনি সন্তুষ্ট হ'লো কৃষ্ণ কৃষ্ণ 👏🏻🪔🪔🕉️🪔🪔👏🏻

    • @ikklive5333
      @ikklive5333  2 місяці тому

      কৃষ্ণ কৃষ্ণ❤️😍

  • @bordoloibrothers3292
    @bordoloibrothers3292 3 місяці тому +5

    Ji pontha ra bhogoban ok prarthna krok apunar Karona apunar tu val amar karona amar tu val

  • @satyensarma1962
    @satyensarma1962 2 місяці тому +4

    Joymaakali

  • @MainuGogoi-h6b
    @MainuGogoi-h6b 26 днів тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤

  • @JintuDutta-z1z
    @JintuDutta-z1z 4 дні тому

    Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna

  • @BabulNath-xl8pn
    @BabulNath-xl8pn Місяць тому +1

    Krishna 🙏

  • @Mukul_223
    @Mukul_223 5 місяців тому +18

    মুঠতে মানৱ ধৰ্ম আচল ধৰ্ম
    ইয়াত শংকৰীয়া বামুণীয়া বুলি কোনো কথা নাই।

  • @rupalipachani329
    @rupalipachani329 4 місяці тому +6

    আপোনাৰ যুক্তি একেবাৰে শুদ্ধ নহয় । মানুহক ভাগ ভাগ নকৰিব ।

  • @sishuramnath.9381
    @sishuramnath.9381 6 місяців тому +12

    কৃষ্ণৰ ভাষাত "যজ্ঞ সুতৰ" আৰু জগত গুৰু শ্রী শ্রী শংকৰ দেৱৰ ভাষাত "যজ্ঞ সুত্র বা লগুণ " ভাগক "ৰছীডাল " --বুলি হীন ভাষাত ,কৃষ্ণদ্রোহী,গুৰুদ্রোহী মহামুর্খইহে ক'ব পাৰে |
    হৰি ওঁ,হৰি ওঁ,হৰি ওঁ||

    • @durlabhsaikia7779
      @durlabhsaikia7779 5 місяців тому

      উচিত কথা কৈছে আপুনি

  • @আমিঅসমীয়া-হ৯য
    @আমিঅসমীয়া-হ৯য 5 місяців тому +10

    বাপ জন আপোনাৰ ভাগবত ভাগনি শুনি আলপুত হলো কিন্তু আনক নিন্দা নকৰিব নিন্দা কৰিলে তাৰ ফল আপুনিও ভোগ কৰিব । লগুনৰ সসম্মান আছে ৰছী বুলি নকব । চকুৰ আগতে দেখি আচো মনে মনে আই সকাম পতা বামুনৰ ঘৰত গৈ খোবা । কাকো নিন্দা নকৰাকে অৰ্থা ভাঙনি তৰিব বুলি আশা কৰিলে৷ ।

  • @DibyajyotiBaruah-lz2mm
    @DibyajyotiBaruah-lz2mm 20 днів тому

    সুন্দৰ উপস্থাপন ৷

  • @rumubhattacharyya2848
    @rumubhattacharyya2848 4 місяці тому +7

    যুগৰ পৰিবৰ্তন হল। মানুহ মানুহৰ বাবে জীয়াই থাকে। আপুনি বিভেদ নকৰিব কৃষ্ণৰ নাম লৈ। আমিও কৃষ্ণৰ পুজা কৰো। কৃষ্ণৰ নামত মানুহৰ মনত বিভ্ৰান্তি নকৰাৱ।

    • @manashpratimboroo502
      @manashpratimboroo502 2 дні тому

      Apuni vagawat path nohole gita path korok aru har mormo book............ Dhanyabaad

  • @AtulSharma-cr2bh
    @AtulSharma-cr2bh 5 місяців тому +5

    সুন্দৰ,, বাপ চিৰন্তন সত্য কথা ব্যক্ত কৰিলে হৃদয় চুই গ'ল সেৱা ধৰিলোঁ গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤️🙏🙏🙏🙏🙏🟣::::.......🥀

  • @devenphukan5699
    @devenphukan5699 6 місяців тому +6

    সজ,আছাৰ,নিয়মহে,,কামনা,ইয়াত,নাম,বাহমণ,সমাজ,বুলি,একো,নাই,

  • @jayantakonwar2482
    @jayantakonwar2482 3 місяці тому +2

    ধৰ্ম এটা পোছাক।

  • @JayantaDhing-py2to
    @JayantaDhing-py2to 4 місяці тому +3

    কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ

  • @Life_style-1990
    @Life_style-1990 6 місяців тому +5

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @Deeplinam
    @Deeplinam 6 місяців тому +8

    Xuni bahut basi val lagil ❤❤❤

  • @bornilbordoloi1366
    @bornilbordoloi1366 26 днів тому

    Nomo hari narayan ramo ramo ram kharbadhormo khirumoni tua guno naam bonduhu gubindo ram mukundo madhon jakokhumorone pase papo poravobo nomu ki nomu ram nomu narayan onadi ananto khonto shiva sanatan

  • @himanimahanta6700
    @himanimahanta6700 6 місяців тому +3

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @ankitahaloi2009
    @ankitahaloi2009 Місяць тому +1

    Sundar baikhya

  • @mayurmousumivlogs
    @mayurmousumivlogs Місяць тому +1

    🙏🙏🙏

    • @ikklive5333
      @ikklive5333  Місяць тому

      কৃষ্ণ কৃষ্ণ কৃষ্ণ❤️😍

    • @mayurmousumivlogs
      @mayurmousumivlogs Місяць тому

      কৃষ্ণ কৃষ্ণ 🙏

  • @JituHazarika-o3i
    @JituHazarika-o3i 6 місяців тому +2

    কৃষ্ণ ৰাম

  • @cheniramgogoi6070
    @cheniramgogoi6070 5 місяців тому +1

    ❤❤ dhunia😮😮

  • @AditPatar-d8j
    @AditPatar-d8j 6 місяців тому +8

    Krishna krishna krishna bap 👌👌👌👌👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @rubiborah3436
    @rubiborah3436 6 місяців тому +3

    বাপ জনাৰ ভাগৱত ব্যাখ্যা শুনি হৃদয় শাত পৰি গৈছে। কৃষ্ণ, কৃষ্ণ প্ৰভু, আপোনাৰ শ্ৰী চৰণত সেৱা নিবেদিলো।🙏🙏🙏

  • @minatimech4993
    @minatimech4993 6 місяців тому +2

    কৃষ্ণ কৃষ্ণ বাপ

  • @rlaskarkam3616
    @rlaskarkam3616 4 місяці тому +1

    🙏🙏 কৃষ্ণ কৃষ্ণ বাপ , ব্যাখ্যা ভাগ শুনি বহুত ভাল লাগিল ।

  • @ajoynagbonshi6795
    @ajoynagbonshi6795 6 місяців тому +2

    কৃষ্ণ কৃষ্ণ

  • @medakkashmiri9838
    @medakkashmiri9838 5 місяців тому +1

    Hea wa Nheili

  • @dhireswarbordoloi
    @dhireswarbordoloi 5 місяців тому +3

    🙏🙏🙏🤵

  • @RomenBorah-i3l
    @RomenBorah-i3l 2 місяці тому +1

    কৃষ্ণ ক

    • @RomenBorah-i3l
      @RomenBorah-i3l 2 місяці тому +1

      কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱতৰ যি বাখা শুনিলে সচাকৈয়ে অন্ত ৰ খন বৰ পৰিসকাৰ হৈ গ'ল

    • @ikklive5333
      @ikklive5333  2 місяці тому

      কৃষ্ণ কৃষ্ণ❤️😍

    • @ikklive5333
      @ikklive5333  2 місяці тому

      কৃষ্ণ কৃষ্ণ❤️😍

  • @trinayanster4510
    @trinayanster4510 5 місяців тому +1

    কৃষ্ণ বাপ ❤

  • @reetzdaxx5050
    @reetzdaxx5050 5 місяців тому +5

    আমিও sonatoni dhormor মানুহ but ami লৰা ছোৱালীক enekoi hikuwa নাই, আনৰ ধৰ্মক ঘৃণা কৰিবলৈ, অত নাখাবি, তত নাজাবি, কি কথা কৈছে বাৰু নিজেই বুজি নাপায় হবলা,

    • @ajitrabha6646
      @ajitrabha6646 3 місяці тому

      Ibilak sala kiba koba mon Jai .

  • @prafullabora5481
    @prafullabora5481 6 місяців тому +8

    , , বাপ আপোনাৰ মতে একে খন গাৱতে যদি বিভিন্ন ধম্মীয় লোক বসবাস কৰি থাকে ইজনে সিজনৰ লগত মিলা মিচা কৰিব নালাগে। ধৰি লোৱা হওক এখন গাওত ৫০ ঘৰ মানুহ আছে তাৰে ২০ ঘৰ সংঘৰ আৰু ৩০ ঘৰ আনা সংঘৰ আপোনাৰ মতে সংঘৰ লৰা ছোৱালী বোৰ আনী সংঘৰ লৰা ছোৱালী বোৰে একে লগে খেলা ধুলা পঢ়া শুনা ইত্যাদি ইত্যাদি কৰিব নালাগে? কি যে কয় বাপ জনা?

    • @durlabhsaikia7779
      @durlabhsaikia7779 5 місяців тому +2

      এই সকল শংকৰদেৱ মাধৱ দেৱতকৈও ওপৰৰ

    • @lakhikantarajbongshi
      @lakhikantarajbongshi 4 місяці тому

      আচাৰ/ আচৰণ ৰ কথা হে কৈছে

  • @MadanBorah-u7c
    @MadanBorah-u7c 3 місяці тому +2

    কৃষ্ণ,বাপ আপোনাৰ এই যুক্তি গ্ৰহণ যোগ্য নহয়। কাৰণ ছোৱালীৰ উপযুক্ত পাত্ৰ স্ৱধৰ্মৰ নহ'বও পাৰে।।তাৰ প্ৰমাণ আপুনি নিজেই।

  • @MonjumoniGogoi-l3s
    @MonjumoniGogoi-l3s 6 місяців тому +2

    কৃষ্ণ প্রভুজন।

    • @gayatri677
      @gayatri677 5 місяців тому

      provu jon😂😂😂😂

  • @rubiborah3436
    @rubiborah3436 6 місяців тому +2

    কৃষ্ণ, কৃষ্ণ প্ৰভু। বাপ জনাৰ ব্যাখ্যা ই হৃদয় খন শাত পৰি গৈছে।🙏🙏🙏🙏🙏🙏

  • @arjundas3446
    @arjundas3446 3 місяці тому +3

    ভগৱানে কৈছে সকলো মোৰ ইছাতেই হয়। ভগৱান Krishna ৰ দিনতো বাহমোন আছিল। যি নেকি তেওৰ সখা আছিল চুদামা এজন বাহমোন।

    • @ikklive5333
      @ikklive5333  3 місяці тому

      ধন্যবাদ🙏🙏

  • @localgirlpori6760
    @localgirlpori6760 4 місяці тому +1

    কৃষ্ণ বাপ

  • @manoharChoudhury-e1y
    @manoharChoudhury-e1y Місяць тому

    শাস্ত্ৰ সন্মত সিদ্ধান্ত ব্যখ্যা কৰোতে কিছু লোকৰ যিয়ে শঙ্কৰদেৱ গুৰুজনাৰ
    সৌ অতীজৰে পৰা বিৰুদ্ধাচৰন কৰি আছে তেওলোকে। গতিকে ভাগবত গ্ৰণ্ঠক উলাই কৰিব পৰা কাৰো মৰসাহ নাই। গতিকে কাৰো কথা লৈ মূৰ ঘমোৱাৰ প্ৰয়োজন নাই। ভাগৱত ধৰ্ম কলিত জীৱৰ তৰণৰ
    একমাত্র উপায়।

  • @buddhaboruah3008
    @buddhaboruah3008 4 місяці тому +1

    Krishna ❤❤❤🙏🙏🙏

  • @jeetasaikia7279
    @jeetasaikia7279 6 місяців тому +6

    কৃষ্ণ 🙏

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 5 місяців тому +2

    Krishna 🙏 bap আন্তৰিক অভিনন্দন জনালো আগুৱাই যাওঁক অভিনন্দন জনালো জয় গুৰু শংকৰ

  • @ShantiGogoi-z6v
    @ShantiGogoi-z6v 6 місяців тому +5

    Krishna baap

  • @bhaskarmohan4040
    @bhaskarmohan4040 5 місяців тому +1

    jai provo jai ho

  • @BibekGogoi-i1s
    @BibekGogoi-i1s 6 місяців тому +5

    অন্তত: ৰছীডাল বুলি নকব,, কৃষ্ণ বাপ সেৱা নিবেদন কৰিলো,,।

  • @madhurjyaborah4669
    @madhurjyaborah4669 5 місяців тому +1

    Krishna prvu🙏

  • @indrajitsaikia8877
    @indrajitsaikia8877 4 місяці тому +2

    দুখন হৃদয় মিলন হলে বিবাহ হয়.তাত শঙকৰি মাহেকীয়াৰ কথা নাই .

  • @ashokdas6426
    @ashokdas6426 5 місяців тому +9

    Sankar sangha r gorami besi karone sanghar prosar komi goice. Jonopriyota komi goice. Moi nije sanghar vokot. Moi anuvob koricu. Sanghar manuhe gharat maas mangkho khai, kintu biyat dibo nuware. Biyar next dina maas mangkho khai. Tetia somalosona hoi

    • @ajitrabha6646
      @ajitrabha6646 3 місяці тому

      Right.gahuri.vogoban osrt hopt lowa aru namana ovihap hy lagbo sagy .hindu dhormo birudhi jyn lagy honghota

  • @prahladgogoi3122
    @prahladgogoi3122 6 місяців тому +2

    Krishna Krishna

  • @satyensarma1962
    @satyensarma1962 2 місяці тому +1

    Joybaba bholanath

    • @ikklive5333
      @ikklive5333  2 місяці тому

      কৃষ্ণ কৃষ্ণ❤️

    • @bhrigumanikalita1806
      @bhrigumanikalita1806 2 місяці тому

      ​@@ikklive5333jai shree krishna , har har mahadev

  • @RatnaRay-b4q
    @RatnaRay-b4q 6 місяців тому +2

    Krishan 🙏🙏bap

  • @sasadharrajbangshi35454
    @sasadharrajbangshi35454 6 місяців тому +4

    কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ চৰন পঙ্কজ প্ৰনাম 🙏🙏🙏🙏

  • @DumonKoushik-yb8yi
    @DumonKoushik-yb8yi 3 місяці тому +3

    লগুণ গুচি ৰচি হল ? লগুণক অপমান নকৰিব দেই ? ৰচি যদি তুমিও পিন্ধি নোলোৱ কিয় ?

  • @DebojitBorahDebojitBorah-fc4cf
    @DebojitBorahDebojitBorah-fc4cf 4 місяці тому +17

    নিজৰ ধৰ্মৰ দোষবোৰ দোষ হৈয়ে থাকক। আমি মাছক মাছ হিচাপেই খাও । আপনালোকে মাছক মাছ বুলি নাখায় ,জিজি বুলি খায় । আন ধৰ্মক সমালোচনা কৰাটো আইন মতে দণ্ডনীয় মনত ৰাখিব। নিজক সমালোচনা কৰিবলৈ শিকক। যিসকল ভাগৱত ব্যাখ্যাকাৰে ব্যাখ্যা কৰে , সেই সকলে প্ৰথমতে তেওঁলোকৰ নিজৰ লৰা ছোৱালী কেইটাক সঠিক পথৰ গৰাকী কৰি লওক । তাৰ পিছত ব্ৰাহ্মণীয়া পন্থৰ ধৰ্মক সমালোচনা কৰাটো ভাল হ'ব বুলি ভাবো।

    • @SouravSundarKalita
      @SouravSundarKalita 2 місяці тому +1

      Bap mash tu hoise bhogobanar eta Abatar tenehole apuni navebe ne Ami vgbnr eta Abatar a ke khai asu.......krishna

    • @Xinzin-gh3rc
      @Xinzin-gh3rc 2 місяці тому

      Dada Ai2 Boliya seriously nolobo......
      Eku Ghonta tu najane

    • @bhrigumanikalita1806
      @bhrigumanikalita1806 2 місяці тому

      ​@@SouravSundarKalita bap bilake dekhun mas mangho mod hokolu khai kio ?

  • @mousumiborah93
    @mousumiborah93 6 місяців тому +5

    কৃষ্ণ কৃষ্ণ ❤❤❤

  • @latikadas9484
    @latikadas9484 6 місяців тому +3

    কৃষ্ণ ❤❤❤❤

  • @bijoykrishnagogoi7841
    @bijoykrishnagogoi7841 6 місяців тому +4

    🙏 কৃষ্ণ, 🙏 কৃষ্ণ, 🙏 কৃষ্ণ, 🙏

  • @rekhagogoi322
    @rekhagogoi322 6 місяців тому +3

    Krishna joy guru Sankar.

  • @lobitahaloi1101
    @lobitahaloi1101 6 місяців тому +4

    কৃষ্ণ বাপ আমাৰ সেৱা হে 🙏🙏

  • @mintugogoi6588
    @mintugogoi6588 2 місяці тому

    Krishna Krishna Krishna Krishna Krishna Krishna

    • @ikklive5333
      @ikklive5333  2 місяці тому

      কৃষ্ণ কৃষ্ণ❤️

  • @dimpidas1046
    @dimpidas1046 6 місяців тому +3

    কৃষ্ণ কৃষ্ণ🙏

  • @ParanjallSaik-tq5xs
    @ParanjallSaik-tq5xs 6 місяців тому +3

    Krishna Krishna hori ram 🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚 jai guru Sankar 🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚 hadhu hadhu Krishnar akanta vhokat 🦚🦚🦚🦚🦚Ami dakhe parnam jonalu 🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚🦚

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 6 місяців тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @DandhadharHazorica
    @DandhadharHazorica 5 місяців тому +1

    গুৰুজনকৈউপৰ

  • @pratapchandrakalita77
    @pratapchandrakalita77 5 місяців тому +4

    jay shree krishna

  • @bharatidevi-cw5hg
    @bharatidevi-cw5hg 3 місяці тому +1

    Roshi nohoi Loguun

  • @satyensarma1962
    @satyensarma1962 2 місяці тому +2

    Pakhandatoipagalorpralapbokiasa

    • @ikklive5333
      @ikklive5333  2 місяці тому

      কৃষ্ণ কৃষ্ণ🙏🙏

  • @binakumarigogoiborah8407
    @binakumarigogoiborah8407 5 місяців тому +2

    কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻 সেৱা নিবেদন কৰিছোঁ 🙏🏻🌹

  • @digantabasumatary3533
    @digantabasumatary3533 5 місяців тому +2

    Diganta basumatary 🙏 krishna krishna krishna

  • @poragboruah4156
    @poragboruah4156 5 місяців тому +1

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙৰ দেৱ🙏

  • @kuleshbaishaya
    @kuleshbaishaya 3 місяці тому +1

    Ram krishna RAm krishna

  • @bishnuabhay350
    @bishnuabhay350 6 місяців тому +4

    শাস্ত্ৰৰ নিতী নিয়ম নামানিলে কি দুস্ত হয় নেকি ? কেনেকুৱা আৰু কি বুজাব বিছাৰিছে । কি যে ব্যখ্যা কৰিছে । ইয়াৰ ওপৰত আৰু ভালকৈ অধ্যয়ন কৰিব আপুনি । ব্যখ্যাটো অলপ বেলেগ ধৰণে দিব ।

  • @CB-mi3gi
    @CB-mi3gi 4 місяці тому +3

    Tothakothito bap dev aapuni jijon manuhor nam loi dharmar bojar khon solai aase, teur bibah kun pontha mote hoisile ebar gobexona kori sabo... Apunar dharma ki kobosun . Xonbidhanot srikriti pua dharma tu jonabo... Bemar hole khali bamunia ponthar doctor usorot morileu najabo. Tetiahe manim xuddho xonkori buli.

  • @prabinkalita670
    @prabinkalita670 3 місяці тому +1

    কৃষ্ণ কৃষ্ণ বাপ 🙏🙏

  • @doleyko.9829
    @doleyko.9829 5 місяців тому +4

    কৃষ্ণ বাপ বিভিন্ন ধৰণৰ উদাৰণ দি মানুহক বিভেদ নকৰাব । আপোনাৰ মতে মানুহ দুইবিধ । সংঘত থকিলে শুদ্ধ বাকী সকলো মিছা । কি যে কয় আৰু .....সমালোচনাৰ পাত্ৰ নহ'বা ।

    • @reetzdaxx5050
      @reetzdaxx5050 5 місяців тому +3

      বৰ বেয়া কথা কৈছে, বামুণীয়া মানুহলৈ ছোৱালী নিদিবা, বামুণীয়া ছোৱালী তোমালোকে নিনিবা, আমি নিদিওঁ আৰু নানোঁ, শংকৰ সংঘৰ কথা বোৰ বহুত বহুত বেয়া, বিভেদ কামি কামবোৰ কৰি বা কৈ ভাল পায়

    • @ajitrabha6646
      @ajitrabha6646 3 місяці тому

      Ibilak bivajon Kora manu karhino boly papi hoby

  • @Sistryhazarika5761
    @Sistryhazarika5761 6 місяців тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ আমাৰ সেৱা ল'ব

  • @amiyabaruah3534
    @amiyabaruah3534 2 місяці тому +1

    মানুহে মানুহলৈহে বিটা দিযে

    • @ikklive5333
      @ikklive5333  2 місяці тому

      কৃষ্ণ কৃষ্ণ কৃষ্ণ❤️

  • @Narendrasaikia556
    @Narendrasaikia556 6 місяців тому +2

    Ramkrisnaramkrisna

  • @prasantapathak8503
    @prasantapathak8503 6 місяців тому +4

    কৃষ্ণ বাপ আমাৰ সেৱা জনাইছো।

  • @jajneswarhira6034
    @jajneswarhira6034 6 місяців тому +2

    কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ ।

  • @HemantaSaikia-iu8is
    @HemantaSaikia-iu8is 6 місяців тому +4

    Krishna Krishna Krishna bap 🙏🙏🙏🙏🙏

  • @suhaniborah2809
    @suhaniborah2809 6 місяців тому +3

    Krishna krishna 🙏🙏

  • @RinuBrinu-js6hp
    @RinuBrinu-js6hp 6 місяців тому +2

    Krishna Krishna Krishna Krishna hare Krishna Krishna hare Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna ১০০০বাৰ, লোৱা, উচিত

  • @satyensarma1962
    @satyensarma1962 2 місяці тому +1

    Bu y uh😅

    • @ikklive5333
      @ikklive5333  2 місяці тому

      কৃষ্ণ কৃষ্ণ❤️

  • @PadumNeog-vx4vr
    @PadumNeog-vx4vr 5 місяців тому +2

    Krishna krishna he bapjana bamunia panthar manuh bur bhal nahayi naki ❤janaba krishna

  • @KritiSundarMedhi-t6q
    @KritiSundarMedhi-t6q 6 місяців тому +2

    গুৰুজনা থকা সময়ত গুৰুজনাৰ মতে নচলি সাত দিন সাত ৰাতি শাস্ত্ৰ পঢ়ি থকাকে গুৰুজনাক ভজনা কৰা বুজায় নেকি ? এনে আচৰন আচলতে কোন সংঘৰ নাজানোদেই .....

  • @karishmasaikia3694
    @karishmasaikia3694 6 місяців тому +3

    Krishna 🙏🙏🙏

  • @ApurbaHazarika-b5y
    @ApurbaHazarika-b5y 5 місяців тому +2

    Krishna bap jona Jay Guru Sankar Madhav ram 🙏 Krishna Krishnan🙏🙏

  • @ranudas4561
    @ranudas4561 6 місяців тому +2

    Krishna Krishna prabhu 🙏🙏🙏🙏

  • @RenuBonia
    @RenuBonia 6 місяців тому +3

    Krisnhna Krishna bap.

  • @JayantaDhing-py2to
    @JayantaDhing-py2to 4 місяці тому +1

    Krishna Krishna bap jaigoro khangkr

  • @hiranyasaikia1400
    @hiranyasaikia1400 6 місяців тому +3

    😊krishan krishan

  • @PabitraBora-pn8dm
    @PabitraBora-pn8dm 4 місяці тому +1

    Krishna,hatan

  • @pritilatadeka4876
    @pritilatadeka4876 6 місяців тому +2

    কৃষ্ণকৃষ্ণ বাপ আপোনাক প্রণাম

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 6 місяців тому +4

    Joy guru Shankar krishna

  • @kamalbora4500
    @kamalbora4500 5 місяців тому +6

    ভাগৱতৰ ব্যাখাৰ মাজেদি সমাজ পৰিচালনাৰ দিশ সামৰি কোৱা কথা খিনি যুক্তি সংগত ।

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 6 місяців тому +4

    Krishna Krishna Krishna