এনেই আমাৰ বিধায়ক নাচনী!g

Поділитися
Вставка
  • Опубліковано 28 чер 2024
  • ▶️ এনেই আমাৰ বিধায়ক নাচনী!
    ▶️ তাতে আকৌ তৃতীয়বাৰলৈ মোদী চৰকাৰ
    ▶️ সুযোগ পালেই ককাল ভাঙি নাচে প্ৰশান্ত ফুকনে
    ▶️ পিছে যোৱা দুদিনমান দেখাদেখি নাই বিধায়কৰ
    ▶️ কৃত্ৰিম বানৰ প্ৰলয়ত বুৰ গৈছে ডিব্ৰুগড়বাসী

КОМЕНТАРІ • 81

  • @hemantamahanta5578
    @hemantamahanta5578 4 дні тому +17

    প্ৰশান্ত ফুকনে এতিয়া নাচিবলৈ এৰি বানপানীৰ. মাজত. সাতুৰি থাকক ।

  • @Rana-hg8hg
    @Rana-hg8hg 4 дні тому +22

    আমাৰ ফটা ঢোলৰ পাৰ্টিৰ বিয়াগোম সকলে 15 16 খন পিতিকা চাতনি আৰু লোকেল মাছৰ জোল, পঠাৰ মাংস জুতি লোৱাত মগ্ন

  • @bipulborah2193
    @bipulborah2193 4 дні тому +21

    ৰাইজে নতুন নেতাক আকোঁৱালি নোলুৱাৰ বাবেই এনে অৱস্থা এতিয়া।

  • @ranjitdutta3411
    @ranjitdutta3411 4 дні тому +9

    প্ৰশান্ত ফুকনে থালি বজাওক আৰু গৰু গাড়ীত উঠক।

  • @user-td6cd7vb4l
    @user-td6cd7vb4l 4 дні тому +24

    ভোট দিয়াৰ সময়ত সকলো পাহৰি পেলাই বিকল্প ব্যৱস্থা নোলোৱাৰ ফলত এই অবস্থা হৈ থাকিব গতিকে বেলেগ দলৰ প্ৰাৰ্থী নিৰ্বাচন কৰক

  • @user-iy4zz2uf7q
    @user-iy4zz2uf7q 4 дні тому +7

    মজা আৰু হব লাগে

  • @Sima.1234
    @Sima.1234 4 дні тому +10

    বিধায়কক দোষ দি কি হব ৰাইজে তেওঁক জিৰাইছিল

  • @BidyadhorBorah
    @BidyadhorBorah 4 дні тому +2

    Val lagil

  • @mrinalgogoi8584
    @mrinalgogoi8584 2 дні тому

    Moja

  • @reemakakati5695
    @reemakakati5695 4 дні тому +1

    চৰ্দি লাগিছে!!

  • @rijugoswami4412
    @rijugoswami4412 4 дні тому

    যোগ্য মানুহৰ হাতত পৌৰনিগমৰ দ্বায়িত্ব দিয়ক।।

  • @mainagogoi9617
    @mainagogoi9617 3 дні тому

    Good

  • @NP-gf7fo
    @NP-gf7fo 2 дні тому

    Oha bar Gogoi sorkar

  • @nirugohain3692
    @nirugohain3692 2 дні тому

    আৰু বিজেপীক ভোট দি সৰ্বানন্দ ক সোনোৱালক , প্ৰশান্ত ফুকনক দি জয়যুক্ত কৰক। বাৰে বাৰে পাবৰ মজাৰ

  • @dilipmahanta8479
    @dilipmahanta8479 3 дні тому

    আমাৰ দিনত আকৌ এবাৰ পানীত ৰাইজৰ হাহাকাৰ বুলি তেওঁ নাচি দিয়ক

  • @Aditygogoi123
    @Aditygogoi123 2 дні тому

    ডিব্ৰুগড়ৰ মানুহে পাব লাগে অলপ।।

  • @HirenNath-vm1dk
    @HirenNath-vm1dk 4 дні тому +4

    নপতা ফুকন ।

  • @anuragsaikia5189
    @anuragsaikia5189 3 дні тому

    Aru houk pani.bht dhuniya

  • @bijukhatowal9575
    @bijukhatowal9575 4 дні тому +6

    বাৰিষা কালত চহৰ নগৰত পানী নহ'লে হ'ব কেতিয়া । বাৰিষা কালত বৰষুণৰ নহৈ কি খাৰালি দিনত হ'ব ।অলপ পানী হ'লেই মন্ত্ৰী বিধায়ক সকলক দোষ দি থাকে যে ।

  • @muned6442
    @muned6442 4 дні тому +6

    আৰু ভোট দিবি বাপেৰৰ হতক আৰু মজা পা তহতি 😂😂😂😂😂😂😂

  • @muhitsharmah259
    @muhitsharmah259 4 дні тому +1

    Pasanto phukonor juwayake bonuwa draine he
    Kritim banpani nohoi hobo ki

  • @mowkhamchakhap3849
    @mowkhamchakhap3849 3 дні тому

    VKV school juwa rasta ekathu pani ...

  • @PRANJALBORUAH
    @PRANJALBORUAH 2 дні тому

    আৰু BJP ক Vote দিব,ডিব্ৰুগড়ৰ মানুহে পাবই লাগে,BJP নাতৰালে আৰু পাবই

  • @user-jq1pb7vv5c
    @user-jq1pb7vv5c 2 дні тому

    Prasanto sagor.. Mokklami besi.

  • @radhachura11
    @radhachura11 3 дні тому

    Are ex CM aru port shipping waterwsys ministry jua 5/10 basor hoi thaka districkr ene abasta ne?
    Iran ne iraqot dekhun adanir babae port kiniboloi jai.... This is called minister?!

  • @BenudharBorah-ie2dn
    @BenudharBorah-ie2dn 4 дні тому

    M.l.a. Phukon dangor iyar goru garhi khon atiya panitu solibo bule, dbr basiye atiya sei khonor uthi solasol koribo paribo sintar karon nai.

  • @sunilgogoi3003
    @sunilgogoi3003 2 дні тому

    M, P,, jahaj ase,, kihor tenson,,,

  • @Smart8hd-ds1pm
    @Smart8hd-ds1pm 4 дні тому +3

    Aru vote dibone raij

  • @utpalhazarika28
    @utpalhazarika28 4 дні тому

    No solution
    Toli khon poki

  • @reallegendgamingyt1619
    @reallegendgamingyt1619 4 дні тому +4

    Aru de BJPik vote, mojja hoise 😂😂😂😂😂

  • @barkhabarman755
    @barkhabarman755 4 дні тому

    😂😂😂SMART CITY😂😂😂😂😂

  • @user-yq7gm1tg4z
    @user-yq7gm1tg4z 4 дні тому

    লেকছাৰ ফুকন কত গল?

  • @panchibora4997
    @panchibora4997 2 дні тому +1

    Aru diya bjp vote

  • @rameshdeka6603
    @rameshdeka6603 4 дні тому

    Ane manuhak vot dibai nalage aoloke nijar patar babehe aponalokar bahut vul haise b j pk vot diatohe

  • @nabindas7409
    @nabindas7409 4 дні тому

    Baan panir time t aibar ajono mantri bidhayak dekha nai khabar luwa. Kebal khuwat he biji ase

  • @Lakhya_vlogs
    @Lakhya_vlogs 2 дні тому

    😂😂😂😂😂😂

  • @promilatete5451
    @promilatete5451 3 дні тому

    😅😅😅😅

  • @user-rn5qc9lt8g
    @user-rn5qc9lt8g 4 дні тому

    Where is sir ,

  • @jibongogoi6940
    @jibongogoi6940 2 дні тому

    এই জন বিধায়কৰ কাম নাই l
    2026 চনত প্ৰশান্ত ফুকনক ভোট নিদিব l

  • @user-xg6hu8vr7f
    @user-xg6hu8vr7f 4 дні тому +1

    বৰ ভাল লাগিছে আৰু পানী লাগে। তেতিয়াহে ঠিকা কাম ঘৰৰ মানুহে কাম পাব।

  • @rituparnahzrka4635
    @rituparnahzrka4635 3 дні тому

    Prasanto phukan kot gol

  • @PRITAMDEY-ui4dl
    @PRITAMDEY-ui4dl День тому

    26 t Phukon r dukan bondo hobo

  • @gh12138.
    @gh12138. 4 дні тому +2

    Hindu muslim karou desh ko lutou😢

  • @user-xo6rn9ik9s
    @user-xo6rn9ik9s 4 дні тому

    Kak nu bulim kaka prasantak raijehe MLA pata

  • @anibro4162
    @anibro4162 3 дні тому

    Kotha sohoki phukan !

  • @user-wg5bm2qx6g
    @user-wg5bm2qx6g 4 дні тому

    Dibrugarh bartaman smart city hoi ase ahak abar sai jawok😂

  • @bijumalrao5579
    @bijumalrao5579 4 дні тому

    Jumla matra zumlla

  • @gogoi100
    @gogoi100 3 дні тому

    BJP Manu hoi je ban Pani hboi
    Shivsagar t baan Pani hose ne

  • @PRITAMDEY-ui4dl
    @PRITAMDEY-ui4dl День тому

    Phukon r kam nai...ene domvali..ekrene to mantri hobo noware

  • @pranabgogoi6283
    @pranabgogoi6283 4 дні тому

    Bhote dibo kak ........

  • @mintudas8394
    @mintudas8394 2 дні тому

    Aagli bar 400 par 😂😂😂

  • @Leninkrbora
    @Leninkrbora 2 дні тому

    😂😂 Morok xob.... aru vote diok

  • @DEEPSHIKHAGogoi-vj7vk
    @DEEPSHIKHAGogoi-vj7vk 4 дні тому

    Okol sorkarei dukhi nohoi hadharon raiju homanei dukhi okol nijor kotha vabi Kam kore

  • @gogoisheela9289
    @gogoisheela9289 4 дні тому +1

    Vote diyar moja paise.

  • @arpitadutta9888
    @arpitadutta9888 4 дні тому +1

    Ahankari

  • @user-gn6cq3yh5k
    @user-gn6cq3yh5k 4 дні тому

    Aponaloke dekhun bjp partik vote diye atia kene paisa.

  • @dharmendradas3785
    @dharmendradas3785 2 дні тому

    BJP MLA aibilk dekha npai

  • @bisheswarborah4141
    @bisheswarborah4141 4 дні тому +1

    Dukh amar..BJP vote diyok...Val hoise...aru hobo..

  • @asgamer1246
    @asgamer1246 2 дні тому

    Aru Pani jua nola burot jabor pelai bon kori diok aru Pani jua nola pukhuri puti ghr bnale hboi Pani guwahatiru akai obsta eat

  • @ujjalkonwar2859
    @ujjalkonwar2859 4 дні тому +1

    প্ৰতিবাদী ৰাইজ নলা নৰ্দমাত মোমাই থকা জাবৰৰ দৰেই হল ডিব্ৰুগড় বাসী । নিলাজ ডিব্ৰুগড় বাসী , ভয়াতুৰ ডিব্ৰুগড় বাসী । উত্তৰ প্ৰদেশৰ লোকে গ্ৰাস কৰিল ডিব্ৰুগড় বাসী । বিজেপি জিন্দাবদ , নৰেন্দ্ৰমুডী জিন্দাবদ ডিব্রুগড় বাসী জয় শ্ৰীৰাম ডিব্ৰুগড় বাসী ।।
    সৰ্বানন্দ এটা মহা বান্দৰ ।
    প্ৰশান্ত ফুকন
    অহা 26 ৰ বাবে ন-ন গাঁৱত ভ্ৰমণ ।
    যি হৈছে ভালেই হৈছে
    যিমানেই ডুবে ডুবিয়ে থাকক
    ডিব্ৰুগড় বাসী ডুবিয়ে থাকক ।

  • @user-de9eo3fi2e
    @user-de9eo3fi2e 3 дні тому

    😂😂😂😂 vale hoise morok vut diba

  • @anupkrdas6798
    @anupkrdas6798 4 дні тому +1

    এই চৰকাৰক সমালোচনা কৰিব লাগিবই । কিন্ত্ত স্বাধীনতা পিচৰ পৰাই শাসনৰ গাডীত থকা কংগ্ৰেছ চৰকাৰে কি কৰিছিল । সেই কথাটোও নিউজত কিয় সমালচনা নহয় । কংগ্ৰেছ চৰকাৰে কৰিম বুলি ভবা হলে বহুত কৰিব পাৰিলে হয় ।

  • @ratanr912
    @ratanr912 4 дні тому +1

    Sarkarok dukh dise raije j jabor juthor bur nolat pelai di nola bondho kori diye j heitu nokoi

    • @user75677
      @user75677 4 дні тому

      সেইবোৰ সিহঁতে নেদেখে ৷ মানুহবোৰে নিজে ওখ ওখকৈ মাটি পেলাই পেলাই অট্টালিকা সাজিব ৰাস্তাটো দ’ হলে ৰাস্তাত বানপানী নহৈ ক’ত হব বানপানী হলে চৰকাৰক জগৰীয়া কৰি কি লাভ ৷

  • @puspadhardowarah1932
    @puspadhardowarah1932 4 дні тому +1

    ৰাইজেও আকৌ এনে নেতাবোৰকহে বাচনি কৰে।বাৰে পতি মুখ ঠেকেচা খাইয়ো একেই ধাৰণা!নিৰ্বাচনৰ সময়ত পাহৰে কিয়?ফিৰি চাউল ;অৰুণোদয়;লাখপতিৰ কথা মনত পৰিলে বাৰিষাৰ কথা কেতিয়াবা মনত পৰেনে?

  • @lakhinath4655
    @lakhinath4655 4 дні тому

    Aku bjp ke vote de

  • @Sandeep-kh6kf
    @Sandeep-kh6kf 4 дні тому

    Oaru.bjpik.boot.diok.raije

  • @khirodkr.laskar8486
    @khirodkr.laskar8486 4 дні тому

    Akudal koribo nuare nonsence govtment a

  • @jayaborah2926
    @jayaborah2926 3 дні тому

    প্ৰশান্ত ফুকন সুখনিদ্ৰাত মগ্ন এতিয়া, নিদ্ৰাৰ পৰা উঠাৰ পাছত পোৱাৰ চাহ কাপ হাতত লৈ বানপানীৰ কথা চিন্তা কৰিব। এতিয়া নহয় দে-ই ।😁

  • @davidkonwar892
    @davidkonwar892 4 дні тому

    MLA nohoi hetu eta patha sagoli (goat)🐐 hoi

  • @afterhussain3245
    @afterhussain3245 4 дні тому

    Raije kok bokaise neta palineta aru bjp r dalal bure lagi ase hindu & muslim uporor mal bilake ki singi ase

    • @user75677
      @user75677 4 дні тому

      দালাল শব্দটো কংগ্ৰেছৰ মানুহৰহে বিজেপিৰ নহয় ৷ কংগ্ৰেছৰ দিনত বানপানী নহৈছিল নেকি

  • @rakashdas9087
    @rakashdas9087 4 дні тому

    পাগল বহু বলকি আপাৰৰ মানুহে তৰল কথা কেতিয়া কোৱা কেতিয়াও দেখা নাই ভৰি চেলেকা মন্ত্রী হব নোৱাৰিলে আৰু বি জে পিক ভোট দিয়ক নিজৰ মাজতে খোৱা কামোৰা ৰাইজৰ কি কাম কৰিব

  • @PalashHazarika-dm4qg
    @PalashHazarika-dm4qg 4 дні тому

    Aitu bura hogun...kam nai tar