Assamese Old Is Gold Song | Mukti মুক্তি | Zubeen Garg, Jonkie Borthakur | Love Song | NK Production

Поділитися
Вставка
  • Опубліковано 29 січ 2025

КОМЕНТАРІ • 963

  • @arjunvlog9187
    @arjunvlog9187 Рік тому +276

    2024 ত এই গানটো শুনা কেইটাই লাইক কৰা ।❤💓

    • @kishordeka5582
      @kishordeka5582 10 місяців тому +6

      Aso❤

    • @user-jl5xo3nh9y
      @user-jl5xo3nh9y 10 місяців тому +6

      2024 নহয় এইবোৰ গীত 2050 টো শুনিব । এইবোৰ জুবিন গাৰ্গ ৰ চিৰ সেউজ গীত । ❤

    • @WORLDFUNNYVIDEOSANDCARTOON
      @WORLDFUNNYVIDEOSANDCARTOON 9 місяців тому

      Nokoru 😂

    • @TGJom2.0
      @TGJom2.0 4 місяці тому

      2019t huniselu aru ajiu huni thaku jai Zubeen da ❤❤❤❤❤❤❤❤

  • @prantikbhuyan7677
    @prantikbhuyan7677 Рік тому +118

    জুবিন দাই 20 বছৰ আগতেই বৰ্তমানৰ পৰিস্থিতিৰ কথা গীতৰ মাজেৰে বৰ্ণনা কৰি থৈছে ..... Legend ZG ❤️

  • @notungyanassamese5200
    @notungyanassamese5200 2 роки тому +64

    ছিপাঝাৰৰ ভয়াবহ পথ দুর্ঘটনাৰ পাছত জুবিন দাৰ গানটো শুনিবলৈ মন গ'ল😥😥

  • @জুবিনদাৰTMপাগল
    @জুবিনদাৰTMপাগল 3 роки тому +221

    🤲🤲🤲মোৰ মৃত্যু দিনা কোনোবাই জুবিন দাৰ গানটো বজাই দিবা। মোৰ অনুভৱ তেতিয়া যেন মোৰ আত্মাই মুক্তি পাব 😭😭😭

  • @kaderali8863
    @kaderali8863 Рік тому +39

    আমাৰ লগৰ সহপাঠী কৌশিক মেধি যোৱাকালি পথ দুৰ্ঘটনাত আমাৰ মাজৰ পৰা গুচি গল। সেইবাবে গানটোলৈ মনত পৰিল😢😢

  • @bandanakalita4910
    @bandanakalita4910 4 роки тому +474

    ১৯৯৭ ৰ ,,,,,, মুক্তি ,,, এলবামৰ জুবিনদা আৰু জংকী বৰঠাকুৰ বাইদেউৰ ধুনীয়া গীত 👍👍👍👍
    বৰ্তমান 2020 কোনে কোনে শুনি আছা এই গানটো।👍👍👍👍

    • @afiabegum7757
      @afiabegum7757 4 роки тому +13

      Kune kune hunise ai gaan tu 👍diboloi napahoribo💕💕💕💕

    • @dipankarkalita8044
      @dipankarkalita8044 4 роки тому +12

      2021 ot o huni asu gan toh... ..joi zubeen da...

    • @bapujeemahanta1756
      @bapujeemahanta1756 3 роки тому +6

      জুবিন দা ৰ এটি অন্যতম কম্পোজ .... অতুলনীয় ।

    • @jintumanimedhi136
      @jintumanimedhi136 3 роки тому +5

      Zubeen dar sob gan a xunu old a houk ba new zubeen dar gan nuxunile tuponi a nahe. Love u zg da

    • @mainudevi6197
      @mainudevi6197 3 роки тому +3

      Moi val pau get to

  • @sirajulhaque9067
    @sirajulhaque9067 4 роки тому +132

    জুবিন দা আপুনি আমাৰ জীৱন সুখ আৰু দুখৰ গান গায় থাকোক জুবিন দা অসমীয়া হৈ অসমীয়াক জীয়াই ৰাখক

  • @rikirajdeka9846
    @rikirajdeka9846 3 роки тому +93

    জুবিন দা অসমৰ গৌৰৱ 🙏🙏

  • @royalhasan3099
    @royalhasan3099 3 роки тому +79

    এইটো গান যেতিয়া হোনো মণৰ সকলো বেদনা নতুনকৈ জীয়াই উঠিব খোজে

  • @marulidharrabha8339
    @marulidharrabha8339 3 роки тому +164

    ❤️❤️❤️এই গানটো শুনিলে হঠাৎ হেৰাই যোৱাৰ বন্ধু সকলক মনত পৰে । জয় জুবিন দা ।❤️❤️❤️

    • @manashcreation19
      @manashcreation19 3 роки тому +9

      😭😭😭

    • @Mkhan-bi3jg
      @Mkhan-bi3jg 3 роки тому +7

      Joi Zubin da

    • @kamalray2733
      @kamalray2733 3 роки тому

      @@Mkhan-bi3jg lllllllllpl0ppppp

    • @kamalray2733
      @kamalray2733 3 роки тому +2

      @@manashcreation19 0

    • @gautamzgrabha4054
      @gautamzgrabha4054 2 роки тому +6

      মোৰ হেৰাইযোৱা ভাইটীজনলৈ বহুত পৰে😢😢😢😢😢

  • @digantasaikia321
    @digantasaikia321 3 роки тому +50

    Hosakoi aii gntu hunile শিৱসাগৰৰ দিখৌ নদীত পৰি মৃত্যু হোৱা পৰিয়াল tr ktha mnt pore😢😢

  • @deepjyotikalita3414
    @deepjyotikalita3414 Рік тому +76

    2024 চনত কোনে কোনে শুনি আছে এই গানটো জুবিন দাৰ ❤

  • @jubinbarman5639
    @jubinbarman5639 2 роки тому +126

    মোৰ দেউতা ৪ মাহ আগতে ঢুকাইছে এই গানটো শুনিলে দেউতালৈ মনত পৰে 😭😭😭😭😭😭😭😭😭😭

  • @hemontaborah4270
    @hemontaborah4270 3 роки тому +96

    এই গানটো শুনিলে অভি নীললৈ মনত পৰে

  • @assamvideos1816
    @assamvideos1816 3 роки тому +148

    এইটো গান শুনিলে গাৰ নোম দাং খাই যায়❤️

    • @ranjangogoi8233
      @ranjangogoi8233 Рік тому +1

      24 march2023t mur vaiti giving gogoi exidentot dhukaise.guntu huni mnt prise

    • @mcthug7429
      @mcthug7429 Рік тому +1

      Mor u

    • @jahkifamiss4093
      @jahkifamiss4093 5 місяців тому

      Mure

    • @priti7960
      @priti7960 4 місяці тому

      সঁচাকৈ❤❤আচৰিত অনুভৱ হয়। চিৰ যুগমীয়া গীত❤

  • @jagadishsoren4041
    @jagadishsoren4041 2 роки тому +10

    মই এই গান শুনিলে মনত কিবা দুখ থাকিলে সকলো দুখ হেৰাই যায় আৰু 2017 মা মৃত্যু হৈছে তাৰ বহুত মনত পৰে । মই নিজৰ ভৰিত নিজে থিয় হব পৰো কিন্তু মা থাকিলে জীৱন ত চলা পথ সহজ হলে হৈ miss you maa I love you maa

  • @pranjit3491
    @pranjit3491 3 роки тому +169

    আপোনাৰ গান বোৰ দুখত থাকিলে শুনি বহুত শান্তি পাওঁ কি বা যাদু আছে আপোনাৰ কণ্ঠত ❤️

  • @sanatansanskriti6836
    @sanatansanskriti6836 2 роки тому +25

    What you have created is priceless no body can forgot you ever .
    Love from Bihar

  • @SBmedia0711
    @SBmedia0711 Рік тому +19

    এই গানটো শুনি দিখৌ নৈৰ
    নাওঁ দুৰ্ঘটনাৰ কথা টো বাৰুকৈয়ে মনত পৰে 😢😢

  • @voiceofassamartist1738
    @voiceofassamartist1738 3 роки тому +25

    এই গীতটি শুনিলে আমি অকালতে হেৰুৱাবলগীয়া হোৱা সংগ্ৰামী সতিৰ্থ অভিজিৎ শইকীয়া লৈ মনত পৰে ।

  • @kishorlahon3356
    @kishorlahon3356 2 роки тому +111

    2022ত টো এই গানটো শুনি আছোঁ ।বহুত‌ বাৰ শুনিলো আৰু শুনি থাকিম

  • @SUZAL2004
    @SUZAL2004 2 роки тому +60

    অসমৰ জনপ্ৰিয় অভনেতা কিশোৰ দাসৰ অবিশ্বাস্য মিত্যুৰ পাছত এই গান টো শুনিবলৈ মন গল। তেখেতৰ আত্মাই স্বৰ্গত হতগতি লাভ কৰক ।
    জয় আই অসম ✨✨✨✨✨✨✨✨✨✨✨✨✨

  • @parismitaborah7042
    @parismitaborah7042 4 роки тому +48

    Atu song xunile ga num thiyori uthe😍zubeen da amr mrmr

  • @kailashdeka7127
    @kailashdeka7127 2 роки тому +121

    এই গান টো 2022 চনত কোনে কোনে শুনিচে আৰু এই গান টো শুনিলে দিখৌ নৈৰ accident তোৰ কথা মনত পৰে নে😭😭😭

    • @moniruddin495
      @moniruddin495 2 роки тому +1

      হয় ,মোৰও

    • @sabinayasmin7377
      @sabinayasmin7377 2 роки тому +2

      Moi😭😭😭

    • @mstudio3199
      @mstudio3199 Рік тому

      মই ২০২৩ চনত শুনি আছোঁ ।
      আৰু যেতিয়াই মন জাই তেতিয়াই শুনু আৰু শুনিম ।

    • @bimankalita9149
      @bimankalita9149 Рік тому

      2023tu

    • @rajibff4343
      @rajibff4343 Рік тому

      ​@@mstudio3199zu zs

  • @pabitrahazarika7627
    @pabitrahazarika7627 4 роки тому +34

    দাদা তুমি তুলনা বিহিন 👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌👌

  • @mominarjary483
    @mominarjary483 2 роки тому +26

    গানটো শুনি কিশোৰ দা ওক বৰ বেচি কৈ মনত পৰিচে মই বহুত ভাল পাও গানটো শুনি মোৰ চবত কৈ ভাল লগা গান 😓😓😔😔😔🌍

  • @Rkofficial-ee9nh
    @Rkofficial-ee9nh Рік тому +17

    1998 চনত কেকেৰিকুছিত 17 লোক নিহত হৈছিল উগ্ৰপন্থীৰ গুলীত😭 এই গানটো শুনিলে সেই ঘটনাটো বহুত মনত পৰে 😢😢

    • @GeetarthaMedhi-gk9tp
      @GeetarthaMedhi-gk9tp Рік тому

      মোৰ পিছে 'কাঁ' আন্দোলনত বিজেপি চৰকাৰৰ গুণ্ডাবাহিনীয়ে গুলিয়াই হত‍্যা কৰা সেই চাৰিজন ল'ৰালৈ মনত পৰে।

  • @ziyauddindewan5
    @ziyauddindewan5 3 роки тому +170

    আজিৰ পৰা ২৪বছৰ আগতে গোৱা গীত জুবিন দা আৰু জংকী বাৰ কন্ঠত । আগতো হীত আছিল বৰ্তমানো হীত হৈ আছে আৰু অনন্ত কাললৈ হীত হৈ থাকিব । জুবিন দা তুমি আমাৰ আবেগ ❤️

  • @moonchutia92-nd6zs
    @moonchutia92-nd6zs Рік тому +11

    মৃত্যু যদি শিল্প হয়, মৃত্যু কিদৰে সুলভ 😭😭😭

  • @dimpimununath9125
    @dimpimununath9125 3 роки тому +35

    এই গনটো শুনিলে হঠাৎ হেৰাই যোৱা বন্দ্বু সকলৰ কথা মনত পৰি যায় যি সকলক কোনো দিন বিচাৰি পোৱা নাযায় এই পৃথিৱীত

  • @bijoygohain7847
    @bijoygohain7847 2 роки тому +9

    Ajir pora 29 bosoror agot huna gan.Hunilei soku Pani ulai.All time favourite Jubeen dar song.You are great Jubeen da.I believe this song.

  • @mainudevi6197
    @mainudevi6197 3 роки тому +8

    Moja dada

  • @The_Legend2
    @The_Legend2 7 місяців тому +3

    মৃত্যু আৰু জুবিন দাৰ এইটো গান , চিৰদিন বাজিব ❤

  • @dipankarsharma4641
    @dipankarsharma4641 3 роки тому +14

    হৃদয় চুই যোৱা এই গীতটি ৷৷

  • @ManojGanju404
    @ManojGanju404 Рік тому +9

    Junmoni Rabhar Babe Aji Akou Ebar Hunisu.. 🙏🙏🙏🙏

  • @harjyotikalita5845
    @harjyotikalita5845 2 роки тому +19

    গানটো শুনি মা ’ ৰ কথা বহুত মনত পৰে

  • @rikirajdeka9846
    @rikirajdeka9846 3 роки тому +22

    জুবিন দা অসমৰ গৌৰৱ 🙏🤘🤘🤘

  • @arjubhanu9126
    @arjubhanu9126 2 роки тому +29

    জুবিন দা আমাৰ অসমৰ গৌৱৰ।।❤️❤️❤️❤️❤️জুবিন দা সকলো গান মন চুই যায়।।

  • @ahulamin2973
    @ahulamin2973 3 роки тому +212

    ধেমাজি ৰ মৰিধল কলেজ ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ মৃত্যুৰ খবৰ শুনাৰ পিছত মৰ্মাহত হৈ গান টো শুনিবলৈ ইচ্ছা হল...
    #JusticeforNanditasaikia

  • @pranabdas2193
    @pranabdas2193 3 роки тому +14

    Zubeen da r Rockstar ,apunr ai gaan to ajio xuni xosai bohut vl lage so love you zubeen da ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️

  • @Santanupatangia249
    @Santanupatangia249 2 роки тому +19

    বহুত দুখ লাগে গীতটো শুনিলে

  • @tushardutta8658
    @tushardutta8658 Рік тому +17

    Just imagine the environment when this was recorded, the aura brother and sister duo created a legendary song

  • @r.b796
    @r.b796 3 роки тому +8

    Legendary song from a legendary singer. Too good. Ai gan tu dukht hunila bohut hanti pai montu aa.too good.

  • @priyankamech2841
    @priyankamech2841 4 роки тому +94

    Original Heart Touching song Zubeen Da. Too good.

  • @d.d.7319
    @d.d.7319 3 роки тому +27

    Now I can understand why a particular organisation disliked Zubeen da at a point of time.. Now everything is resolved..
    Love you Zubeen da..জয় আই অসম❤ ॥

  • @bhaskarjyotidutta4155
    @bhaskarjyotidutta4155 2 роки тому +20

    🕉 शान्तिः 🙏🏻🙏🏻🙏🏻 In memory of Jonki Borthakur

  • @Samir_Barman341
    @Samir_Barman341 Рік тому +5

    মোৰ দৰে কোনে কোনে আছা comments কৰি আৰু পঢ়ি ভাল পোৱা 😊 যদি আছা তেনেহলে Like কৰি দি যোৱা👍🥰🥰😢

    • @Partha-gb9hl
      @Partha-gb9hl Рік тому

      ❤❤I am youtubepar my youtube channel no this beautiful zubin Garg song❤❤
      ua-cam.com/video/6c21SddGz8I/v-deo.htmlsi=AL8MYkhrNHRNBoHx

  • @hirakjyotibania6272
    @hirakjyotibania6272 5 місяців тому +3

    এই গীতটো শুনিলে মোৰ দাদা লৈ মনত পৰে 😭😭🥺

  • @HamenNath-w6x
    @HamenNath-w6x 27 днів тому +1

    Dhuniya kontho zubeen da❤❤❤😢😢

  • @kalpanabora9122
    @kalpanabora9122 3 роки тому +352

    dislike mora kitat ki buli kom oo hihoti gaan or ortho buji puwa hole dislike ketiau maribo nuware jubeen da gaan ot 💓🙏lv you jubeen da 🙏😢💓all time favorite song

  • @jitulkakati6091
    @jitulkakati6091 2 роки тому +5

    এই গীত টো শুনিলেই কিবা বুকুত সুন্দা মাৰি ধৰে জয় জুবিন দা💖💖💖

  • @filmyrolzzz3428
    @filmyrolzzz3428 2 роки тому +1

    Iman dinr puroni gaan ajiu notun hoi ase , xsai zuben dar gat jadu ase. God bless u❤️ apuni hajar bosor jiyai thkok

  • @abanigogoi313
    @abanigogoi313 4 роки тому +4

    Mja lagil

  • @girindrasharma3561
    @girindrasharma3561 3 роки тому +12

    Jai Zubeen Garg... ❤️❤️❤️❤️🙏🙏🙏

  • @ZGENTERTAINMENT-x9h
    @ZGENTERTAINMENT-x9h 11 місяців тому +3

    2023 চনৰ 18 চেপ্তেম্বৰত আমাৰ এজন দাদা গাড়ী চলাই ঢুকাইছিল এই গানটো খোনিলে বৰ কৈ মনত পৰে 😭😭😭

  • @hirakjyotiburagohain4307
    @hirakjyotiburagohain4307 Рік тому +12

    মৃত্যু এতিয়া সজহ । জোনমনি ৰাভাৰ আত্মাই শান্তি পাওক ।

  • @assamcomedylife8385
    @assamcomedylife8385 3 роки тому +22

    হৃদয় ভাঙি যায়। 2022ত মই

  • @criticismwithpositiveminds8122
    @criticismwithpositiveminds8122 2 роки тому +40

    Legendary singer , legendary voice, legendary song ...and the great living legend of Assam...love you Zubeen da..

  • @pranayjyoti7426
    @pranayjyoti7426 3 роки тому +22

    এই গানটোৱে মোৰ চকুৰপানী উলিয়াই দিয়ে😭

  • @Sankar_jyoti_borah
    @Sankar_jyoti_borah Рік тому +1

    বহুত ভাল লাগিছে গানটো শুনি।আজিহে চাইছো প্ৰগামটো।আৰু আগোয়াই যোৱা, আশীৰ্বাদ থাকিল।

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 2 роки тому +8

    Zubeen Garg is the Guinness Book of World records book world no 1 best singer of the world.

  • @FirujaBegum-tj1zx
    @FirujaBegum-tj1zx 9 місяців тому +1

    Jubiin dar ai song to khunile soku pani olai ahe dada

  • @lakhyapratimborah6529
    @lakhyapratimborah6529 3 роки тому +29

    Zubeen da.. The God❤

  • @anowarabajajofficial8065
    @anowarabajajofficial8065 3 роки тому +10

    heart touching song.....lov u zubeeen da

  • @mamonibegum9980
    @mamonibegum9980 3 роки тому +11

    জয় জুবিন দা 😭😭💜🙏

  • @royalanimaview99
    @royalanimaview99 2 дні тому +1

    Garg ajonk bale so axomi hai amar dada so be careful axomya mai Biplab Saikia ❤

  • @rimagoakhowa8778
    @rimagoakhowa8778 2 роки тому +3

    বহুত ভাল লাগে জানা জুবিন দা গানবোৰ 😭😭all tha best

  • @lakhimi6086
    @lakhimi6086 2 роки тому +8

    গান টো শুনিলে মা লৈ মনত পৰে 😭

  • @Radhakuchi
    @Radhakuchi 7 місяців тому +5

    I miss you zubeen da ❤️❤️

  • @nikupriyadas
    @nikupriyadas 3 роки тому +11

    Zubeen dar gaan bilak xuni bhut peace pau 🙂😌🎧

  • @mmsaikiavlogs4968
    @mmsaikiavlogs4968 3 роки тому +3

    দাদা তুমি 🔥

  • @ranshugameing7475
    @ranshugameing7475 Рік тому +1

    I don't know Assamese language but I love Zubin voice ❤

  • @nargissultanachannel941
    @nargissultanachannel941 3 роки тому +5

    2021 kune kune sai asa ata like mriba 😍 bhut vl.lge mor gan tu❤😓

  • @DebobrataDeb-w2w
    @DebobrataDeb-w2w Місяць тому +1

    Thanks jubin daa❤❤😂😂😢😮😅😅

  • @probhatsonowalmusicalcenel810
    @probhatsonowalmusicalcenel810 2 роки тому +6

    Rock amar Zubeen da ❤️👍👍👍

  • @bhrigudas9987
    @bhrigudas9987 Рік тому +2

    Gantu xunile kiba hridoy kapi uthe 😥😥

  • @SandeepBhardwajAssam
    @SandeepBhardwajAssam 3 роки тому +34

    Golden lyrics and evergreen voice of ZUBEEN GARG..... those were the days when Zubeen da use to write songs....And Those songs were just epic

    • @rinjudas6967
      @rinjudas6967 3 роки тому

      জুবিন দি এই গানতো ইমানে ভাল লাগে কবলৈ ভাষা নাই

  • @tarundadheech5699
    @tarundadheech5699 Рік тому +2

    I m a non Assamese even though I listen it almost everyday... such a beautiful song ❤❤❤

  • @maheswardeka6205
    @maheswardeka6205 Рік тому +3

    After Bhupen Hazarika, Zubeen Garg is the.mentionable singer in.Assam.

  • @babatuali1506
    @babatuali1506 4 роки тому +1

    Mojaa

  • @abhishekbaruah7660
    @abhishekbaruah7660 4 роки тому +3

    দাদা তুমি সচাঁই অতুলনীয়

  • @lizakondpan-zj8jx
    @lizakondpan-zj8jx Рік тому +2

    Yah gana sunane se apno ko khone ka dar lagata h bhot .😢😢kb kon chala jaiga pata nhi 😢

  • @erumonideka142
    @erumonideka142 3 роки тому +7

    Aji kali lora suwali bure neel akash aru vigu pomila khundori aru pokhilai Vale pai aibur gaan he pai. Kintu aibur gaan kio nkhune. Aibur sirojugomiya gaan. Bhut vaal lage.

    • @anupbzbr6237
      @anupbzbr6237 2 роки тому

      Zubeen dar Agor gaanok kunu gane patta napai.., Agor Gaan beleg asile aru teur Dore aal BL fotua singare gabo nuware

  • @InamulAhmed-v2t
    @InamulAhmed-v2t 4 місяці тому +1

    Boom❤

  • @nayanjyotibaruah8089
    @nayanjyotibaruah8089 3 роки тому +6

    Aitu gan jimanai xunilau xuni thakiboi mon jao heart touching song ❤️

  • @anantahazarikayutubchaneel8146
    @anantahazarikayutubchaneel8146 2 роки тому +1

    Bohut val lage oo song tu _________joi zubeen da...

  • @bedasri
    @bedasri 2 роки тому +12

    Voice nevere can be treasured☺️

  • @mridulmonjai
    @mridulmonjai Рік тому +1

    মোৰ মৃত্যুৰ দিনা যাতে জুবিন দাৰ এইটো গান বজোৱা 🥲🥹

  • @dhruba2956
    @dhruba2956 4 роки тому +5

    Moja lagisa

  • @pulifestyle.....4481
    @pulifestyle.....4481 2 роки тому +4

    গানটো যিমানে শুনু সিমানে শুনিবর মণ যায়

  • @dadulgogoiblog2459
    @dadulgogoiblog2459 6 місяців тому +2

    মোৰ মা' ৫ ছেপ্তেম্বৰত ২০২৩ চনৰ এটা দাঙৰ Accident ঢোকাল 😢গানটো শুনিলে চকুৰ পানী মুচিব নোৱাৰো miss you Mm😭😭😭🥹

  • @rasminsultana4693
    @rasminsultana4693 3 роки тому +12

    My All time favrt song 😭❤

  • @timedosti4791
    @timedosti4791 Місяць тому +1

    My favorite song ❤❤❤

  • @Zg....786
    @Zg....786 2 роки тому +3

    Zubeen da apuni bhogoban 🙏🙏🙏 love you jaan 😘😘😘

  • @LKKolita-kv5sl
    @LKKolita-kv5sl Рік тому +1

    I 💕💕 ki gan ki Sur 👍👍 ki mat I 💕💕 aibor gan hunile shuni thakibo mon Jay joi zubeen da I 💕💕💕💕💕💕 joi zubeen da 👍👍👍👍👍 from 👍👍👍👍 dhupdhara I 💕💕💕💕💕💕💕💕 👍👍👍👍👍👍👍👍

  • @nibashdutta6599
    @nibashdutta6599 2 роки тому +6

    Ever green always...nd always be king 💓

  • @madhurjyaborah2526
    @madhurjyaborah2526 2 роки тому

    Juiiiiiiiiiio❤️❤️❤️❤️

  • @kangkantalukdar2812
    @kangkantalukdar2812 3 роки тому +7

    ❤️❤️❤️ 🔥❤️ love you Zubeen da...

  • @RantuSaikia-l8f
    @RantuSaikia-l8f 2 місяці тому +1

    I miss you munu 😢😢

  • @anjubarman3716
    @anjubarman3716 3 роки тому +5

    Wow out standing zubeen da