গৌৰৱ গগৈৰ ক্রমবৰ্ধমান জনপ্রিয়তাক অস্ত্র হিচাপে লৈ বিহালী দখলৰ লক্ষ্যৰে নতুন ব্লুপ্রিণ্ট কংগ্রেছৰ...
Вставка
- Опубліковано 28 вер 2024
- গৌৰৱ গগৈৰ ক্রমবৰ্ধমান জনপ্রিয়তাক অস্ত্র হিচাপে লৈ বিহালী দখলৰ লক্ষ্যৰে নতুন ব্লুপ্রিণ্ট ৰচনা কৰিছে কংগ্রেছে। সেই অনুসৰি আগন্তুক উপ-নিৰ্বাচনত চামগুৰি বিধানসভা সমষ্টিৰ উপৰিও বিহালীৰ দায়িত্ব সাংসদ গৌৰৱ গগৈক প্রদান কৰিছে কংগ্রেছে। দায়িত্ব লাভৰ পিছতে দলীয় নেতা-কৰ্মীসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে বুধবাৰে বিহালীত উপস্থিত হয় সাংসদ গৌৰৱ গগৈ। তাৰ পিছতেই সংবাদ মাধ্যমযোগে বিজেপিক হুমকি- যোৰহাট সংসদীয় সমষ্টিৰ দৰে পৰিৱেশ ৰচনা হ’ব বিহালীত।
#PratidinTime #assam #congress #gauravgogoi
Gourav gogoi sir zindnba❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤I love you congress❤❤❤❤❤❤
ভাল লাগিল
প্ৰতিদিনে কংগ্ৰেছে হাগিলে নিউজ কৰিব
Gourav gogoi sir great leader
Shivasagar r hoi 📢
বিহালীত মিঞা মুছলমানো নাই আহোমো নাই। কাক লৈ গৌৰব আলিয়ে বিহালীত পলিটিক্স কৰিব গৈছে? চাহ শ্রমিক সকলে কংগ্রেসৰ লগ কেতিয়াবাই এৰিলে। কংগ্রেস খটম। ২০২৬ চনৰ বিধান সভা নিৰ্বাচনত কংগ্রেস ধূলিসাৎ হৈ যাব।
বাবা দেকতে ৰৌহ আছোকাহে
তুমি অসমীয়াৰ কংখ আৰু 1200টকীয়া অসমীয়াৰ ৰাৱণ ।
Rupjyoti kurmir marianit knkoi gourov gogoi a mp election t 17 k vote lead pale tea tribe majority constituency t
Maksudu toi ahom ahom koi kak gali deso tur adress tu desun kela maksudu konabe
Maksudu hunela jatet dhare kotha nokabe kela jot aso tate khatam kare dem maroksuda
Congress ah namoni asom, modhyo asom , miyak besile , Ru nurul huda, rakibul Hussain hotr rajonitik bhabishyat surokhya KOrile, chamogurit eibar rakibul r puteke nirbachon khelibo ,
Next ujoni akhomr pal , naiboicha, kazironga itimodhye Bangladeshi r Hatole gol, congress ah next ujoni akhomr khilonjiya khali thoka bhumi homuhot miya bangladeshi bohuai gaurab gogoI, akhil gogoi, lurin gogoi r ahibo loga sat purukhr rajnoitik bhobishyat surokhyit kori lobo