দেউতাৰ কষ্ট দেখি বহুত কষ্ট পাওঁ,১০০ টকাৰ কাৰণে তবলা বজাইছিলো Mira Borthakur interview

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 439

  • @minotichetia9972
    @minotichetia9972 Рік тому +8

    ইমান সাহসী আৰু স্পষ্টবা দী মীৰা বাইদেউ ❤❤ বহুত ভাল পাওঁ আপোনাক। সদায় এইদৰে আগবাঢ়ি যাওঁক। ভাল লাগিল সাক্ষাৎ কাৰ টি।

  • @BaharulIslam-sm5bx
    @BaharulIslam-sm5bx Рік тому +10

    দুয়োজনী বাইদেউলৈ ধন্যবাদ থাকিল। বহুত ভাল লাগিল।

  • @manashibayan4037
    @manashibayan4037 Рік тому +7

    মীৰা বৰঠাকুৰ এগৰাকী স্পষ্টবাদী সৎসাহসী মহিলা বুলি ধাৰণা আছিল ..আজি নিশ্চিত হ'লো..😊আনক উপকৃত অনুপ্ৰাণিত কৰিব পৰা সাক্ষাৎকাৰটো বৰ ভাল লাগিল..দুয়োগৰাকীলৈ ধন্যবাদ ..

  • @RanuDevi-z4u
    @RanuDevi-z4u Рік тому +26

    মীৰা বাইদেউক মই অন্তৰৰ পৰা সঁচাকৈ বহুত ভাল পাওঁ । God bless you

  • @bhabaniborah2779
    @bhabaniborah2779 Рік тому +12

    বহুত ভাল লাগিল চাই । বৰঠাকুৰ বাইদেউক স্পষ্ট বাদীতাই বহুত আকৃষ্ট কৰে ।

  • @dilipchandradas2292
    @dilipchandradas2292 11 місяців тому +12

    মীৰা বৰঠাকুৰ বাইদেউৰ কথাবোৰ শুনি খুবেই ভাল লাগিল। তেখেতৰ দৰে আদৰ্শবাদী আৰু সাহসী নাৰী আমাৰ অসমীয়া সমাজত বিশেষকৈ এতিয়াৰ সময়ত অতিশয় প্ৰয়োজন। ইমান ধুনীয়াকৈ সমাজৰ সকলো দিশ সামৰি কথাবোৰ কৈছে তাৰ বাবে অশেষ ধন্যবাদ জনালোঁ। ঈশ্বৰে তেওঁৰ মঙ্গল কৰক।

  • @ds-tx2yh
    @ds-tx2yh Рік тому +5

    Salute to Mira Barthakur, Thanks to Shemim Akhtar ,. This type of interview is very much necessary for the society .

  • @devdas8542
    @devdas8542 Рік тому +13

    ভাল লাগিল সঁচাকৈ.... এই interview টো চাই অকণ মান হলেও কিবা শিকিব পাৰিব... seriously ।।। মীৰা বা সঁচাকৈ এজনী স্পষ্ট ভাব ধাৰাৰ নাৰী ❤❤

  • @mukulburagohain7982
    @mukulburagohain7982 Рік тому +10

    খুব সুন্দৰকৈ আপোনাৰ অনুভৱ প্ৰকাশ কৰিলে ভাল লাগিল।আপুনি খুলাখুলিকৈ সঠিক ৰূপত কথাবোৰ প্ৰকাশ কৰে।কেৱল পাৰ্টিৰ স্বাৰ্থত নকয়।গতিকে মই আপোনাৰ show বোৰ চাও।
    আপুনি যি পাৰ্টিত থাকিলেও ৰাজ্য ও জাতিটোৰ স্বাৰ্থত মাত মাতি যাব।

  • @mamonibora2837
    @mamonibora2837 Рік тому +5

    বাইদেউ আপোনাৰ কথা খিনি বহুত ভাল লাগিল । আমাৰ সাহসৰ প্ৰেৰণা । এটা আপুনি মোৰ মনৰ কথা কলে এই বাৰ গুৱাহাটীৰ লোকসভাৰ সমষ্টিৰ প্ৰাৰ্থী হোৱা কথা জানিবলৈ পায় । মনে মনে ভাবি আছিলো এইবাৰ যদি মীৰা বাইদেউৱে প্ৰাৰ্থীত্ব আগবঢ়াই ভাল লাগিব । এইয়া আপুনি মোৰ মনৰ কথা কলে বহুত ধন্যবাদ । বাকী ভাল লাগিল অনুষ্ঠানটি চাই ।

  • @diptimedhi9376
    @diptimedhi9376 Рік тому +2

    মীৰা বাইদেউৰ সাক্ষাৎকাৰটোৰ জৰিয়তে তেওঁৰ বিষয়ে কিছু জানিব পাৰিলোঁ। বৰ ভাল লাগিল।

  • @monudekari2919
    @monudekari2919 Рік тому +5

    মীৰা ঠাকুৰ মহোদয়াৰ ব্যক্তিত্ব আৰু নৈতিক দৰ্শনৰ বিষয়ে জানি আপ্লুত হ’লো ৷ মনৰ ভিতৰৰ সীমা সৌন্দৰ্যবোধৰ অধিকাৰী মীৰা ঠাকুৰ মহোদয়াৰ ৰাজনৈতিক জীৱনৰ উত্তৰোতৱতৰ কামনা কৰিলোঁ ৷ লগতে আপোনাৰ বহুমূলীয়া সাক্ষাৎকাৰৰ বাবেও জনালোঁ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা ৷ আগলৈও এনে অনুষ্ঠান পোৱাৰ আশা থাকিল ৷৷

  • @soonmoni6746
    @soonmoni6746 Рік тому +10

    তেওঁ কথা বিলাক বহুত সুন্দৰ লাগিলে শুনি ❤❤❤,god bless you

  • @monalisasarma1804
    @monalisasarma1804 Рік тому +6

    ❤️❤️❤️🙏🏻🇮🇳🌹 very good, true and Strong talking about Her answer 😊👌👍🏻👍🏻👍🏻

  • @barnalidutta8210
    @barnalidutta8210 Рік тому +5

    ধৈৰ্য সহকাৰে চালো, ইমান এটা ধুনীয়া অনুষ্ঠান আগবঢ়োৱা দুয়ো গৰাকী মহিলাকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @HemchandraSonowal-jr6yc
    @HemchandraSonowal-jr6yc Рік тому +4

    বহু ত‌ বহুত ভাল কথা কৈছে মেম আৰু চেমিম ।। বেছি ভাল লাগে অসমীয়া সাজ পোচাক পিন্ধি ‌থকাৰ‌ বাবে চেমিম ।

  • @sarmilaekka1181
    @sarmilaekka1181 Рік тому +6

    খুব সুন্দৰ ।ভাল লাগিল ।মাননীয় মীৰা বাইদেউৰ সুস্বাস্থ্যও দীৰ্ঘায়ু কামনা কৰিলোঁ ।

  • @jayantakonwar3263
    @jayantakonwar3263 7 місяців тому +2

    ধন্যবাদ,আপোনাৰ কথাৰ পৰা আনে শিকিব লগা আছে ।

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 Рік тому +24

    আজিৰ আলোচনাটো শুনি বহুত বহুত ভাল লাগিল, আপোনাৰ সফল জীৱনৰ কামনা কৰিলোঁ। ঈশ্বৰ সহায় হ‌ওক।
    ধন্যবাদ চেমিম 🌹🌹

    • @shemimahmedssiddiki9003
      @shemimahmedssiddiki9003  Рік тому +1

      Thank you so much

    • @lolitchbora4813
      @lolitchbora4813 Рік тому +2

      কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে সহজ সৰলকৈ,খুব ধুনীয়াকৈ কথা খিনি কৈছে। তেখেতৰ উজ্জল-ভবিষ্যত কামনা কৰিছো।

    • @lakhipriyakonwer161
      @lakhipriyakonwer161 Рік тому +1

      ভাল লাগিল❤

    • @jinaborgohain1909
      @jinaborgohain1909 Рік тому +1

      মহিলা কংগ্ৰেছ নেত্রী মীৰা বৰঠাকুৰ বাইদেউৰ স্পষ্টবাদী কথা - বতৰা বোৰ শুনি বৰ ভাল লাগে । দুয়োৰে উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলোঁ 🙏🙏

  • @manalishabaruah4240
    @manalishabaruah4240 Рік тому +11

    মীৰা,মই মনালিছা বা,আমি একেলগে চকলাঘাট হাইস্কুললৈ গৈছিলো। তুমি আৰু আগুৱাই যোৱা।

  • @monjulasharma9870
    @monjulasharma9870 Рік тому +4

    মীৰা বৰঠাকুৰ বাইদেউৰ interview. টো বৰ ভাল লাগিল। এনে উচ্চ চিন্তা ৰ মানুহৰ বহুত প্ৰয়োজন আমাৰ সমাজৰ বাবে। বৰঠাকুৰ বাইদেউ লৈ প্ৰণাম জনালোঁ।

  • @atowarrahman7019
    @atowarrahman7019 Рік тому +3

    মীৰা বৰঠাকুৰ বাইদেউৰ সাক্ষাতকাৰটো চাই বহুত বহুত ভাল লাগিল লগতে অতি খোলা-খুলি ভাৱে তেখেতে যিখিনি মনৰ কথা প্ৰকাশ কৰিলে, তাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ।

  • @dilpsaikia1857
    @dilpsaikia1857 Рік тому +12

    আমি গোলাঘাট আঠখেলীয়া নামঘৰৰ ওচৰৰ পৰাই মীৰা বাইদেউ গৰাকীৰ আন্তৰিক অভিনন্দন জ্ঞাপন জনাইছো লগতে মৰম স্নেহ থাকিল। মই য়ো এজন কংগ্ৰেছ দলৰ সদস্য হিচাপে মীৰা বাইদেউ গৰাকীৰ কথা বলাক বৰ ভাল পাওঁ ধন্যবাদ।

  • @sarajudevi1616
    @sarajudevi1616 Рік тому +5

    বা আপোনাৰ কথাবোৰ শুনি খুউব ভাল পাওঁ সদায় যেন এনেকুৱা হৈয়ে থাকে।🙏🙏🧡❤️

  • @runusarmah4050
    @runusarmah4050 Рік тому +2

    খুব ভাল লাগিল দেই...চেমিম...তোমাৰ পাত্ৰ নিৰ্বাচন খুব সুন্দৰ ....অগুৱাই যোৱা...শুভেচ্ছা থাকিল..

  • @DIGAMBARMEDHI
    @DIGAMBARMEDHI Рік тому +2

    খুবেই ভাল লাগিল- আপোনাৰ বিষয়ে বহুতো অজানা কথা জানিলো আৰু কিছু শিকাৰ প্ৰেৰণা দিলে।

  • @anjuarabegum1502
    @anjuarabegum1502 Рік тому +4

    বহুত ভাল লাগিল স্পষ্টবাদী মানুহ মোৰ ভাল লাগে। এগৰাকী স্পষ্টবাদী মহিলাক ব্যক্তিগত ভাৱে জনাৰ আৰু চোৱাৰ সুবিধাকনক আৰম্ভণি ৰ পৰা শেষলৈকে ললো।

  • @MerajulIslam-offical
    @MerajulIslam-offical Рік тому +4

    আজি আলোচনা কৰা কথা খিনি খুনি বহুত ভাল লাগিছে,❤

  • @sinumoniborah2729
    @sinumoniborah2729 Рік тому +4

    বহুত ভাল লাগিল বাইদেউ ।

  • @mainiburagohain8275
    @mainiburagohain8275 Рік тому +6

    মীৰা বাক ভাল পাওঁ।কোনো পাটি বুলি নহয়।❤❤❤❤❤❤❤

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Рік тому +19

    মই বাইদেউৰ কথাবোৰ শুনি খুব ভাল পাওঁ। পিছলৈ যদি ৰাজনৈতিক জীৱনত ভালদৰে প্ৰতিষ্ঠা লাভ কৰে সদায় সৎ, সাহসী হৈ থাকে যেন।ইমান বাগ্মীতা থকা মানুহ বৰ কম।সদনত বলিষ্ঠ কণ্ঠৰ প্ৰয়োজন।

  • @jibonregon2349
    @jibonregon2349 Рік тому +3

    মীৰা বাইদেঊৰ কথাবোৰ শুনি বৰ ভাল লাগিল।ৰাইজৰবাবে সেৱা আগবঢ়াবলে ঈশ্চৰে বাইদেউক কুশলে ৰাখক।

  • @leenagoswami1281
    @leenagoswami1281 Рік тому +6

    বাইদেউ আপোনাৰ কথা খিনি শুনি ভাল লাগিল ।👌

  • @niralakalita5163
    @niralakalita5163 7 місяців тому +2

    মীৰা বা আপোনাক বুহুত ভাল পাও❤❤❤

  • @pranitaroybhuyan6186
    @pranitaroybhuyan6186 Рік тому +22

    মোৰ প্ৰিয় অসমীয়া মহিলা মীৰা বৰঠাকুৰ। She is very intelligent, সেই বাবেই মোৰ প্ৰিয়।

  • @pompiburagohain2396
    @pompiburagohain2396 Рік тому +10

    বহুত ভাল লাগিল ❤❤

  • @moiaxomiyasuwalilalitarubi1100

    Interview Tu xosake bohut vl lagil... Katha bur akdom direct ke koi.. Moi agote Mira baideu k bohut attitude thoka jen lagisil. Kintu tekhete ji khini pura sposto kei koi. Duyu joniloi morom jasilu dei❤❤❤❤❤

  • @AnowaraBegum-r4c
    @AnowaraBegum-r4c Рік тому +1

    Bohut 2 dhanybad apunar spostikoron bohut bhal

  • @rashnahazarika4602
    @rashnahazarika4602 Рік тому +2

    বহুত বহুত ভাল লাগিল , অনুষ্ঠানটি চাই ।

  • @masiabegum5999
    @masiabegum5999 Рік тому +10

    মীৰা বাইদেউ বৰ অস্পষ্টবাদী নাৰী ।তেখেতৰ কথাবিলাক মই বৰ ভাল পাও।

  • @srimantasaikia6432
    @srimantasaikia6432 Рік тому +6

    মীৰা বাইদেউ কথা বোৰ খুবেই স্পষ্ট ভাল লাগিল ভিডিঅ'চাই

  • @creativesoulP
    @creativesoulP Рік тому +2

    Meera baideo k bohut sroddha koru , kothakhini bohut dorkari

  • @lakugoswami3799
    @lakugoswami3799 Рік тому +3

    মীৰা বাইদেউ মোৰ খুবেই ভাল লগা মহিলা। ভাল লাগিল ।

  • @sawpnabordoloi6616
    @sawpnabordoloi6616 4 місяці тому +1

    Apuna kotha bur hosakoi duniya monr kotha bur koise❤❤❤❤❤❤

  • @konikabasumatary3229
    @konikabasumatary3229 Рік тому +1

    Baydew bohut right kotha koyse bohut val lagil

  • @sawpnabordoloi6616
    @sawpnabordoloi6616 4 місяці тому +1

    Bhut bhal kotha kole baideu

  • @debasishbora588
    @debasishbora588 Рік тому +3

    মাননীয়া মীৰা বাইডেঊ আপোনাৰ কথা বোৰ মোৰ বৰ ভাল লাগে আপুনি আমাক সদায় সাহস দিছে ধন্যবাদ ভগৱানে আপোনাক ভালে ৰাখক সমাজৰ বাবে মাত মাতিবলৈ শক্তি দিয়ক❤

  • @JintuKumarKalita-lo4ig
    @JintuKumarKalita-lo4ig Рік тому +4

    Mira Barthakur is a straight forward lady.

  • @mamoniduara5717
    @mamoniduara5717 Рік тому +4

    Bohut bhal lagil... Enekuwa manuh amak lage...

  • @ruprekhasaikia791
    @ruprekhasaikia791 Рік тому +5

    বাইদেউৰ কথা বিলাক বহুত ধুনিয়া

  • @bilasreebasumatari3401
    @bilasreebasumatari3401 5 місяців тому

    To tell u the truth , u r one of the finest , committed, strong n active gentle lady l ever show . God bless u always . Whishing u successful political carrier.

  • @sewalimisra7291
    @sewalimisra7291 Рік тому +2

    বৰ ভাল লাগিল। তেখেতে কথাখিনি সুন্দৰকৈ কৈছে।👌👌👌

  • @pragyankuamrsarma2918
    @pragyankuamrsarma2918 Рік тому +2

    বাইদেউৰ কথা খিনি শুনি বৰ ভাল লাগিল।

  • @lalitdehingia9371
    @lalitdehingia9371 Рік тому +2

    মিৰা বাইদেউ কথাবোৰ বৰ ভাল লাগিল ।

  • @ashiklaskar5596
    @ashiklaskar5596 Рік тому +23

    মিরা বড়ঠাকুর একজন ভালো মনের মানুষ ধন্যবাদ আপনাকে

  • @DMJGAMERS1234
    @DMJGAMERS1234 Рік тому +2

    বহুত ভাল লাগিল কথাবোৰ

  • @manabkonwar423
    @manabkonwar423 Рік тому +6

    মীৰা বাইদেউ কথাখিনি ভাল লাগিলে ধন্যবাদ

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Рік тому +1

    Xundor lagise Baidaw r interview 2. Always be positive and happiness. Go ahead way to your journey. God bless you and your happy family.

  • @inakisaikia3720
    @inakisaikia3720 Рік тому +3

    Sosa,Mira baidew kotha bur bht dhunia ka koi. Kotha burt Logic asa.vhal laga huni. Tnks ma'am.

  • @sarajudevi1616
    @sarajudevi1616 Рік тому +3

    বহুত সুন্দৰ সুন্দৰ কথা কৈছে।চেলুট আপোনাক।, 👍

  • @girijasonowal5212
    @girijasonowal5212 Рік тому +16

    সাক্ষ্যৎকাৰটো চাই বহুত ভাল লাগিল, মীৰা বৰঠাকুৰ এগৰাকী স্পষ্টবাদী মহিলা।

  • @dekatechnology5403
    @dekatechnology5403 4 місяці тому +1

    Bahut inteligent mahila

  • @manujgogoi8568
    @manujgogoi8568 Рік тому +2

    বহুত ভাল কথা ক'লে...

  • @DharjyaChoudhury-sz8bq
    @DharjyaChoudhury-sz8bq Рік тому +1

    Mira Barkhakur baidewr logot huwa khakhet karti sai khub bhal palu...Dhanyabaad

  • @nirupamapathak1782
    @nirupamapathak1782 Рік тому +2

    আপোনাৰ কথাবোৰ শুনি বহুত বেছি ভাল লাগিল,

  • @dipikahandique843
    @dipikahandique843 6 місяців тому

    মীৰা বৰঠাকুৰ বাইদেউৰ কথাবিলাক বৰ ভাল লাগে । বহু কথা শিকিব পাৰি।এগৰাকী সাহসী মহিলা 💞💞💞🙏🙏🙏

  • @ajaygogoi1495
    @ajaygogoi1495 6 місяців тому

    Mrs. Mira Borthakur is an exemplary lady . She will definirely succeed in life. Wish her good luck. Remember Fortune favours the Brave.

  • @BabulAli-d2s
    @BabulAli-d2s 7 місяців тому

    ধন্যবাদ ভাল লাগিছে ।

  • @mrchafikvlogs7356
    @mrchafikvlogs7356 Рік тому

    বাইদেউ আপোনাক বহুুত ভাল লাগে

  • @manjuboro8175
    @manjuboro8175 Рік тому +9

    She is a true woman

  • @joyapegu5343
    @joyapegu5343 Рік тому +1

    Bohut bohut val lagil baidew kothabur huni .❤

  • @pranjughandique4417
    @pranjughandique4417 Рік тому +2

    মীৰা বৰঠাকুৰ বাইদেউক বহুত ভাল লাগে তেখেতৰ সৎসাহক আৰু স্পষ্টবাদী কথা আপোচবিহীন মন্তব্য ৰ বাবে । ৰাজনৈতিক সামাজিক মাধ্যমত কাম কৰা সকলো নেতা নেত্রী যদি তেখেতৰ দৰে হলহেঁতেন সমাজখন বহু নিকা অপৰাধ মুক্ত হলহেঁতেন । আশা আৰু কামনা কৰো বৰঠাকুৰ বাইদেউ সদায় এনেদৰেই থাকক

  • @moonmiahmed8115
    @moonmiahmed8115 Рік тому

    মই আপোনাক সুউব ভাল পাও বাইদেউ ৷আপোনাৰ যোগাত্মক মুলক কথাবোৰ শুনি বৰ ভাল লাগে ৷

  • @Danirojasfc6
    @Danirojasfc6 Рік тому +4

    Absolutely right man 👨 👏

  • @kiransaikia6211
    @kiransaikia6211 Рік тому +1

    সুন্দৰ কথা কৈছে বাইদেউ।

  • @prasantagoswami1477
    @prasantagoswami1477 Рік тому +4

    গুনৰ তুলনা নাই। শুনি থাকিলে শুনি থাকিবৰ মন যায়।

  • @RipamoniDoley-o4i
    @RipamoniDoley-o4i 7 місяців тому +1

    Superb ma’am

  • @aburagohain09
    @aburagohain09 6 місяців тому

    Mira Borthakur is a strong & Positive lady! I wish her success!

  • @rahimakhatunkhatun7325
    @rahimakhatunkhatun7325 Рік тому +2

    বহুত ভাল পাও মানীয় মীৰা বৰ ঠাকুৰক।তেখেত এগৰাকী সফল আৰু সাহসী নাৰী।তেখেতৰ ভবিষ্যত উজ্বল কামনা কৰিলো।❤🙏

  • @niradadas3379
    @niradadas3379 Рік тому +2

    Thank you ,baidew aaponar sakalubilk kathai muk akrista karisa .

  • @vic49759
    @vic49759 Рік тому +4

    বাইদেউ নমস্কাৰ। 🙏

  • @sisuramborah4753
    @sisuramborah4753 Рік тому

    বাইদেও আজি আলোচনা ৰ পৰা আপোনাৰ জীৱনৰ লগতে সমাজৰ বহু কথা শুনিবলৈ পাই বহু উপকৃত হলো । আমাৰ মহিলা সকলৰ উপৰিও পৰিয়ালবৰ্গৰ দ্বায়িত্বৰ বিষয়ে যি বক্তব্য আগবঢ়ালে তাৰ বাবে বহুত বহুত ধন্য বাদ ।

  • @bontiborah7476
    @bontiborah7476 Рік тому +6

    স্পষ্ট বাদী নাৰী মোৰ সদায় প্ৰিয়।বাইদেউ কথাবিলাক শুনি আমনি নালাগে।❤🙏

  • @ebiboruah2019
    @ebiboruah2019 Рік тому +1

    ভাল লাগিল আপোনাৰ কথাখিনি , স্পষ্ট ।

  • @naniborah2089
    @naniborah2089 5 місяців тому

    বৰ সুন্দৰ কথাবোৰ শুনি ভাল লাগিল। 🙏🙏

  • @rambalram2610
    @rambalram2610 Рік тому +6

    Mira Borthakur Baideu articulates very well... She is very pragmatic. I watched most her interviews. My only request to her is she should sharpen these qualities of her further. Let her become more good at this and let her think even bigger. Not just confine her thinking in Assam or in regional issues. Think National, Think Global. I am 100% sure one day she would become MLA, MP or Minister. In Today's time people of her calibre are not many in Assam. But there are lots of story tellers..😀😀😀

  • @hemalatasarma291
    @hemalatasarma291 Рік тому +4

    মীৰা বাইদেউ👍👍👍👍

  • @dipabhuyan3684
    @dipabhuyan3684 Рік тому +1

    বৰ সুন্দৰ কথা কলে বহুত ভাল লাগিলে

  • @RubulAli-qo9dr
    @RubulAli-qo9dr Рік тому +20

    Ajir interview tu Sai khosai a bhut vall lagil....❤️

  • @liladharbora576
    @liladharbora576 4 місяці тому

    Ati hundor hoisa interview to bhut kotha hikib parilu positive interview

  • @alakadasgogoi7273
    @alakadasgogoi7273 4 місяці тому

    সঁচাকৈ মিৰা বৰঠাকুৰ বাইদেউৰ কথা বোৰ শুনি বৰ ভাল লাগিল।❤

  • @minudeka1089
    @minudeka1089 Рік тому

    আপোনাৰ কথাখিনি বহুত বহুতেই ভাল লাগিল।

  • @kakumonisaikia9943
    @kakumonisaikia9943 Рік тому

    বাইদেউৰ কথাখিনি বৰ ভাল লাগিল

  • @jageswarbhuyan2507
    @jageswarbhuyan2507 Рік тому +1

    বহুত ভাল লাগিল

  • @JintuKumarKalita-lo4ig
    @JintuKumarKalita-lo4ig Рік тому +1

    Shemim you are always a true Assamese.

  • @eyaheyaahmedvines5132
    @eyaheyaahmedvines5132 5 місяців тому

    I like Mira borthaku because she is positive mind person and talk to speech More mydear.thank you.

  • @kalpana8185
    @kalpana8185 Рік тому

    Baideou apunar interview tu sai bur positve lagil.thank you.

  • @bhabanirajkhowa545
    @bhabanirajkhowa545 Рік тому +1

    বহুত ভাল লাগিল আপোনাৰ কথাখিনি শুনি।

  • @renubegum3639
    @renubegum3639 Рік тому +2

    Baa aponar kothabor xuni bohut val lage aru apuni khub spostobadi

  • @krishnakhound6354
    @krishnakhound6354 Рік тому +4

    মিৰা বাক বহুত ভাল লাগে