🟥আপোনালোকৰ ঘৰত ঘোঁৰা ৰ ফটো কোনটো দিশত ৰাখিব লাগে🟥 আপোনাৰ সন্তান কোনটো দিশত পঢ়িলে ভাল

Поділитися
Вставка
  • Опубліковано 11 жов 2024

КОМЕНТАРІ • 14

  • @kalpanasenguptabaruah5180
    @kalpanasenguptabaruah5180 Рік тому +3

    Nomoskar. Bhaal lagil

  • @Hiradeka07
    @Hiradeka07 Рік тому +1

    আপোনাৰ ভিডিঅ'টো আজি প্ৰথম চালো চাই বহুত ভাল লাগিল 💖 আপোনাৰ নিউ friend হলো দেই ❤ আশা কৰিলো আপুনি ও মোৰ friend হব বুলি 🙏🙏🙏

  • @Dogamer-fi7xx
    @Dogamer-fi7xx 9 місяців тому

    নমস্কাৰ, আমাৰ ঘৰৰ উত্তৰ পশ্চিম ফালে পাকঘৰটো আছে আৰু উত্তৰদিশত চৌকা আৰু গেছটেবুল আছে I ভাল নে বেয়া জনাবচোন I আৰু কিবা বেয়া হ'লে সমাধানৰ উপায় দিব বুলি আশা কৰিলোঁ

  • @minakhigogoi9757
    @minakhigogoi9757 Рік тому +1

    আমাৰ পাকঘৰটো উওৰ পচিমত ।গেছতো পূৱ মুখ কৰি লৈছো কিবা অসুবিধা ঠাকিলে সমিধান দিব বুলি আশা থাকিল

  • @digantaborah4057
    @digantaborah4057 4 місяці тому

    বহুত বহুত ধন্যবাদ আপোনালৈ

  • @jibonjyotidutta622
    @jibonjyotidutta622 Рік тому +1

    Nice

  • @mridupaban3577
    @mridupaban3577 4 місяці тому

    Sir mur ghorar pub fale letrin bathroom ase jonabo

  • @mridupaban3577
    @mridupaban3577 4 місяці тому

    Namaskar sir

  • @utpaldeka8630
    @utpaldeka8630 2 місяці тому

    Amar photo khn boga ghora ,kun dikhe logam

  • @RiniHandique-tq3zn
    @RiniHandique-tq3zn Рік тому

    Sir amar jautho poriyal. Ami tinita poriyal ake loge asu .kintu amar toilet sefty tenk north east konot.aase. kiba problem.hobo neki.jonabosun.

    • @jogensaharia3185
      @jogensaharia3185 Рік тому +1

      মহোদয়, মোৰ ঘৰটোৰ উওৰ পুবত এটি গোসাইঘৰ আছে, বাউন্দেৰী ওৱাল খনৰ সি পাৰে কাষৰ মানুহ ঘৰৰ পাইখানা আছে, এই বিষয়ে ভাল বেয়া জনাব চোন।

  • @nilutpalxaikia4566
    @nilutpalxaikia4566 Рік тому

    দাদা আমাৰ গেটখন দক্ষিণ পূব দিশত আন দিশত কৰিব নোৱাৰি ভাল নে বেয়া।

  • @Minecraft_Un-Official
    @Minecraft_Un-Official Рік тому

    নতুনকৈ ঘৰ বনাবলৈ লৈছো পানী টেংকি কোন দিশত থাকিব লাগে আৰু লেটিন বনাবলৈ একমাত্র দক্ষিণ দিশৰ ফালে বনাবলৈ সুবিধা আছে দক্ষিণ দিশত লেটিন বনালে ভাল নে জনাব চোন লগতে ঘৰৰ বাহিৰলৈ ওলাই যাবলৈ ঘৰত তিনিখন দৰ্জা হলে ভাল নে জনাব চোন | উত্তৰ পাম বুলি আশা থাকিল |