সু-প্ৰভাত অসমৰ আজিৰ অতিথি মনজ্যোৎস্না মহন্ত | Manjyotsna Mahanta at Doordarshan Kendra Guwahati
Вставка
- Опубліковано 30 вер 2024
- Xuprabhat Axom (DD Assam)
Guest : Manjyotsna Mahanta Goswami , singer
Anchors : Kumar Bhaskarjyoti, Zara
Producer : Debabrata Goswami
.
আজি কিছুদিন আগত মোৰ বা ৰ লগত হেন্দিকত যাওঁতে বাইদেৱক লগ পালো। কথা পাতি খুবেই ভাল লাগিল। actully মোৰ বা ৰ শিক্ষাগুৰু হয়।
বাইদেউৰ শব্দ উচ্চাৰণ বৰ সুন্দৰ এটা এটা শব্দ বুজিব পাৰি
সুনদৰ বাইদেউ আমি আৰু নহও কাৰু পৰ . ..ভাল লগা গীত .মই আপোনাক ওচৰৰ পৰা পাইছো❤❤❤❤❤❤❤
Khudi Bhala na bahut din pisot dekhisu🙏🙏🙏🙏♥️♥️♥️♥️
Eman bhal lage baideuk
Nice show
সচাকৈ বাইদেউৰ গীত বোৰ মোৰ অতিকৈ প্ৰিয়।
সচাকৈ বাইদেউ গীতবোৰ মোৰ অতি প্ৰিয় ।আৰু আপোনালোক ধন্যবাদ জনালোঁ । ভাল ভাল প্ৰগেমবোৰ দিবা
বাইদেউৰ গীত বহুত ভাল লাগে
Ati hundar lagil baideu.
খুব সজীৱ অনুষ্ঠান এটা উপভোগ কৰিলোঁ। জিৰণি (মানে মনজ্যোৎস্না) আমাৰ সকলোৰে অতি মৰমৰ।
Khub val lagil baidaur onusthan tu sai tekhet mur agoraki onoytom priyo xilpi.
DD অসম মোৰ অতিকৈ আপোন ॥
আপোনাৰ গান যে ইমান ভাল লাগে!
সুন্দৰ অনুষ্ঠান ।
ভাল লাগিল।
সুন্দৰ অনুষ্ঠান
All time favourite
মোৰ প্ৰিয় শিল্পী ।
বহুত ভাল লাগিল
অন্যতম প্ৰিয়।
On of my fvrt song ranga sila...
Val lagil
এইটো অনুষ্ঠানত তৰালি শৰ্মাকো আনিব চোন।
এনেকৈয়ে ভাগেনে সপোন...., আকৌ এবাৰ শুনিম়়়় ২ লাগে।
Tarali sharm k lage
A very nice interview.