❤
🙏...ভগৱানে কুশলে ৰাখক আপোনাক
আপোনাৰ আহি থকা দিনবোৰ সুন্দৰ ভাবে আগবাঢ়ি যায় যেন। কেঞ্চাৰ মহামাৰী যদিও সময় মতে চিকিৎসা কৰিলে আৰোগ্য হয়। মোৰো 2013 চনত মাত ভাগি কাহ কফ আদি হৈছিল। নগাঁৱত এবছৰ দেখুৱাই সুফল নেপালো। 2014 মুম্বাইলৈ আহি ডিঙিৰ কেঞ্চাৰ ধৰা পৰত অপাৰেশ্যন কৰিব লগা হ'ল। বৰ্তমানো নানা বাধা নেওচি আগুৱাই গৈ আছো।
কৃষ্ণ হৰি ৰাম ভগৱান ক প্ৰাথনা
আন্তৰিক শুভকামনা আপোনাৰ অনাগত জীৱনলৈ ❤
Long live
God bless you matuba from putu mama
আপোনাক ঈশ্বৰে কুশলে ৰাখক 🙏🙏🙏।
সঁচাই বহুত সাহসী আপুনি ❤
সদায় কুশলে থাকক। ভগবান সহায় হওক।
বাইদেউ আপোনী সদায় কুশলে থাকক
God bless you
Bor bhal lagil
assam doctor nam t doctor vem to basi. aapuni eman dhuniya kotha , kole bhal palu. bahiro doctor bur bhut bhal.moi junu kash mit ,mur military hospital admit hoi gom palu.
Bhogowana val korok
সঁচাকৈ প্ৰেৰণা দায়ক।তেখেত সদায় ভালে থাকক। তেওঁৰ লিখনি পঢ়িবলৈ বাট চাই ৰম।🙏🏻🙏🏻
আপোনাৰ সাহষ- বিশ্বাসেই আপোনাৰ ঔষধ । ভগবানে আপোনাক দীৰ্ঘায়ু কৰাৰ কামনাৰে । 🙏🙏🙏
সদায় ভালে-কুসলে থাকক বাইদেউ ❤❤❤❤❤
Mur Borma aji pora 5month agt GMCH t brain tumar operation kori ani thoise kin2 atiyu borma mur2 bikhai thake hy bbe ami ako dibrugarh t MRI karilu reportt ulale j tumar2 asi hy2 operation t alp he uliyale teuluke besi vag i thaki gol atiya ame nerupai hoi goiso ki krim kran brain r operation 2 br kora2 hamvab janu.ako kori dile hoito mnuh gorak8 komat jabogeu pare.plz jodi knubai kiba mk jonabo
মই নগাওঁৰ,আপুনি নগাওঁৰ কত চাকৰি কৰী আছে বাইদেউ
Val lagil,,, বাইদেউ কুশলে থাকক
আপুনি ভালে থাকক।ময়ো ভোক্তভোগী।দুবাৰকৈ ব্ৰেইন টিউমাৰৰ অপাৰেশ্যন কৰিছোঁ।যুঁজি আছোঁ,যুঁজি যাম।
কুশলে থাকক বাইদেউ❤🙏
Long live Mam God bless you ❤❤❤
Apuna kothai amak hahokh dile
God bless you.
Take care.God bless you.
Good bless. you
কৃষ্ণ ভালে থাকক
নমস্কাৰ,মই যোৰহাটৰ সুৰভি নেওগ৷এগৰাকী বিষয় শিক্ষয়িত্ৰী,২০২৩ৰ২৬জানুৱাৰীত মোৰো ব্ৰেইন টিউমাৰ অপাৰেচন গুৱাহাটীতে হৈছিল,৪.৭চাইজৰ আছিল এমলে ৰহমান চিকিৎসালয়তে ৰহমান ছাৰে সফলতাৰে টিউমাৰটো উলিয়াই মোক সম্পূৰ্ণ সুস্থ কৰি তুলিলে,এতিয়া মোৰ কোনো অসুবিধা নাই আৰু মই ধুনীয়াকৈ চাকৰি কৰি আছোঁ,ধন্যবাদ
ভগৱান সহায় হওঁক।তোমাৰ মনোবলে তোমাক আৰোগ্য হোৱাত সহায় কৰিব।মোৰ হিয়াভৰা আশীষ জনালো।কুশলে থাকা ।শুভ কামনাৰে।মৰম জনালো।❤️❤️ৰীতা দত্ত। ডিব্ৰুগড়।
বাইদেউ আপুনি সদায় কুশলে থাকক❤❤❤ । আৰম্ভ নিয়ে পৰা লিখিব । হস্পিতাল খনৰ বিষয়ে ও লিখিব।
আপুনি কোৱা কথাষাৰ একেবাৰেই সত্য। অসমৰ বাহিৰৰ সকলো বোৰ চিকিৎসকে ৰোগীক ভগৱান যেন ভাৱে। চিকিৎসক লৈ অপেক্ষা কৰি থকা সকলোকে তেওঁলোকে আগেয়ে মাত দিয়ে।
God bless you 🙏
God bless y0u
Kunto hospital asil
বৰ ধুনীয়া কথা কৈছে বাইদেউ
Bhagbane aponak saday kushale rakhak
বাইদেউ মোৰ ছোৱালী জেনীৰ ও হৈছিল এতিয়া ভাল হৈছে।
GOD. BLEES YOU. LONG Live.
ভগৱানে তোমাক কুশল কৰক দেৱজানী
ভগৱানে তোমাক কুশলে ৰাখক
ভগৱানে কুশলে ৰাখক। মোৰ লগত বহুতো কথা মিলিছে। মোৰো এটা অপাৰেশ্যন হৈছিল ২৯-৪-২৪. ময়ো কেৱল ভগৱানকে চিন্তা কৰি আছিলো। ঘূৰি আহিম নে নাহিম এই কথা মনলৈ অহা নাছিল।মনোবল বহুত ওপৰত। ্৫ ঘন্টাৰ ভিতৰত চেতনা ঘুৰাই পালো।
মোৰ লগত ডাঙৰ অপাৰেশ্যন এটা হৈ গৈছে মইও সাহস গোটাই জিয়াই আছোঁ
ভাল লাগিল,আপোনাৰ অভিঙগতা খিনি জনাব। সদায়ে সু-স্বাস্থ্য কামনা কৰিলো
বাইদেউ আপোনাৰ চিকিৎসাৰ ভি ডি অ টো চাই ভাল লাগিল আৰু বহুত বজিলোও আপোনাৰ সু সাস্থ কামনা কৰিলো ।
Midicl khon kot baidewo
ভূল চিকিৎসা কৰা ডক্তৰ জনক আইনী ব্যবস্থা লবো লাগে ।
God bless you😢
ভগৱানে কুশলে ৰাখক, তাৰেই কামনা কৰিলোঁ," নাৰী তুমি অনন্যা " 🙏❤️
God bless you ❤️
দেৱজানী তোমাক ভগৱানে কুশলে ৰাখক সদায়েই ।
Hoi baideo Bhgabana aponak Mongol korok❤
সোনকালে সুস্থ হোৱাৰ কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো 🙏
আপুনি সাহসী সঁচাই । বহুতৰ বাবে প্ৰেৰণা আপুনি। ভালে থাকক সদায়ে 🙏
ভগৱানে ভাল কৰিব 🌹 আপুনি সাহসী
God bless both of you debojani nd simanta ❤
ভালে থাকক সদায়...
সদায় কুশলে ৰাখক ভগৱানে🙏
Oti dorkari video.
ভগৱন্তই সদায় কুশলে ৰাখক 🙏
দেবজানী এগৰাকী সাহসী নাৰী।সদায় কুশলে থাকা ❤
সদায় ভালে থাকা দেৱযানী
May god bless you,some ofthe doctors of Assam are moneminded and inhuman
হস্পিতাল খন চৰকাৰি নে ব্যক্তিগত
Vogowane apunak vale rakhok 🙏
Medicine to kobo naki
Amar ghorot akai problem
আপোনাৰ লিখনিলৈ বাট চাই ৰলো
ভগবানে তোমাক দীৰ্ঘায়ু কৰক।সৰ্বতো প্ৰকাৰে মংগল কৰক।
বহুত অনুপেৰণা মুলক কাহিনী।
Moiu shillong ote kori ahisu brain tumar operation
Vsla thakok baidau❤❤
দুয়োজনেই প্ৰেৰণাৰ উৎস ।
Vala thakok hodai ❤
ভগৱানে ভালে ৰাখক।
Apuni hunkaly val houk❤❤❤❤❤❤❤
সাহসী বাইদেউ গৰাকীৰ চিকিৎসাৰ অভিজ্ঞতা লব্ধ কথা খিনি জানিব পাৰি উপকৃত হ'লো। বাইদেউৰ সু-স্বাস্থ্যৰে দীৰ্ঘ জীৱন কামনা কৰিলোঁ 🙏
ভগৱান সহায় হওঁক
Hosa katha.Assam hospital bo bhout latara hoi
Bow tumar kotha huni kandisu ...tumak bohut bosor hol log nupuwa
Hodai vale thakok ❤️
Vogobane kukhale rakhok 🙏🙏
Namtu kowAtu darkar baideu.
Bhogobane hodai vale rakhok baideu ❤
Bahut val lagil. Likha pahiboloi bat sai asu.
Vogowane apunak vale rakhok baideu🙏
Bhagwan Apunak hodai vale rakho k
Vale thakok hodai.
Baidew bhut hahokhi
Amar, cualijaniru, brain, operations, kora, vale, thakak, apuni, moi, akmatapuner, logat
সদায় ভালে থাকক বাইদেউ আপুনি এগৰাকী সাহসী নাৰী ।
Very boring 👎👎😩😩😩😩😩🙄🙄🙄🙄🙄🤪🤪🤪
👌👌👌
Muru ma operation 2 bar hoisa Brentumar
Br dukhor bikhoy hunkale vl howk Mongol kamoa korilu
Bgobane sonkale susto korok .
হয় বাইদেউ হস্পিটেল খন বহুত চাফা। আমিও দেউতাৰ লগত তাত 5 দিনমান আছিলো ।
ভাল লাগিল