Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
জানমণি গোটেই অনুষ্ঠানটো উপভোগ কৰিলো…এনে একোজন বিহুৱাক আমাক দৰকাৰ…আমাৰ সংস্কৃতিক আগুৱাই নিবলৈ …জানমণি তুমি এই সন্মানৰ যোগ্য তোমালৈ বহুত বহুত অভিনন্দন 💐
শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।মন প্ৰাণ ভৰি গল দেই ,সচাঁকৈ, আমাৰ বিহুটি কাৰো লগত তুলনা নাই । ভগৱান কুশলে ৰাখক , অসমৰ ৰাইজে যাতে ,এনেকুৱা বিহু উপভোগ কৰিব পাৰে 🙏🏻🙏🏻
Aaaa77777777⅞7777777⅞777oNo lip
জানমণি ভাল লাগিছে ধ্ৰুবক তালিয়া হীছাবে অতি সুন্দৰ প্ৰদৰ্শন দেখা পালোঁ বহাগ ঐ বসন্ত ৰ জাননী বিহু ৰঙ মনেৰে ধেমালি আমি যাও কেনেকৈ পাহৰি নানাছি থাকিব নোৱাৰি যৌৱন মন বান্ধি ব নোৱাৰি বুলি আজাৰ ঐ বেজাৰহে লগালি কুলি ঐ চততে বিনালি বহাগ ঐ বলীয়া কৰীলি মন ,
সুন্দৰ। শিৱসাগৰ গৌৰৱ জানমণি দা❤❤
যোগ্য সন্মান দাদাজনলৈ।আমাৰ শিৱসাগৰৰ গৌৰৱ।অভিনন্দন জনাইছোঁ।
,নেৰিবা বান্ধৈ......জানমণি দাৰ বিহু বুলিলে আৰু ৰবই নোৱাৰো....নে নাচি নোৱাৰিলো.....ৰঙালি বিহুৰ ওলগ আৰু শুভেচ্ছা জনালো....
Bihu main Janmoni Phukan r bihu bhut hundor ...ru logote bitupon tumaluk k bihur hubhaisha jonalu 👏👏👏👏❣
❤❤ধন্যবাদ
বহুত বহুত শুভেচ্ছা জনালো জানমনি ককাই
বহুত বহুত শুভেচ্ছা জনালো। ভাল লাগিল অনুষ্ঠান চাই বহুত ভাল লাগিল 👌👌🥰🥰🥰👌👌
নেৰিব...!!! যিমান যি হ'লেও বিহুটো নিজৰ..।। নে কি কয়..?? আগলৈও দি যাব..।।💝💝💝
সচা অৰ্থত এজন সম্পূৰ্ণ বিহুৱা। আপোনালৈ অশেষ ধন্যবাদ আৰু শুভকামনাৰে
Anekoi adin gab lagib bihu monsat bahut val lagil...aajoi
বহুত বহুত ভাল লাগিল । অতি সুন্দৰ প্ৰদৰ্শন ।
ভাল লাগিলে চায় আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা থাকিলে।
Baki keijon protijugi ku dekhuwale vl lgibo...... Janmoni dada tmi jui
বিহু বিহু লাগিছে গাত। বাপতিসাহোন্ ৰঙালী বিহু শুভেচ্ছা থাকিল।
সুন্দৰ👏👏
বৰ ভাল লাগিল 👍👍👍
Hosakoi Mon pran vori gol , aeyai Amar bapoti hahun rongali bihu 👃👃👃
জান দা আপোনালৈ বহাগ বিহুৰ শুভেচ্ছা যাছিলো ৷ সুন্দৰ হৈছে ৷
সচাকৈ বহুত, বহুত ভাল লাগিল আমি অসমীয়া 🙏 মৰিগাঁও পৰা।
ধন্যবাদ
আগুৱাই আৰু যোৱক
শুভেচ্ছা জনালো।ভাল লাগিল অনুষ্ঠান চাই
Jaandaa...amar gourob....voroliipriyaaa bihu dol
ধন্য ধন্য অসমীয়াৰ গৌৰৱ জানমনি ফুকন ।
বহুত বহুত শুভেচ্ছা জান দা😍😍😍
জান তুমি জুই। সচাকৈ গৌৰৱ কৰিছোঁ তোমাক লৈ আজি
আপোনালৈ বহুত শুভেচ্ছা ।।।❤️ ভাষাৰে বুজাব নোৱাৰি ❤️❤️🙏
বৰ সুন্দৰ ❤️
Mojja poribekho korise Janmoni dai
Apunar poribeshon ati monuram dekhilu assomia bihua deka Jen lagile. Thanks to and your participants in this programme. Hope more and more best bihu in future ... as I am also a bihua but not like you.
বহুত ভাল লাগিল
Ejon hutham bihuwa bohut val lagil de anupom da
Dada tumi jui❤
ধুনিয়া লাগিছে
অভিনন্দন জানমণি ককাইদেউলৈ
ধূনিয়া হৈছে,,,
অভিনন্দন 🌺💐বহুত ভাল লাগিল❤❤
Congratulations PHUKAN daa❤️
বহুত ধুনীয়া❤❤❤
Mojja Jan da.❤️❤️❤️
Xundor.. Rongmon kokai
বহুত ভাল লাগিল , একেবাৰে বৰদৈচিলা দৰে লাগিল
প্ৰিয় মানুহজন❤️
ভাল লাগিল৷
বহুত বহুত ভাল লাগিল |
Mojaaaa...jaan da loi suvesya jonaluuuu
Bohut dhunia
বহুত বহুত শুভেচ্ছা জনালোঁ জান ককাই।💐💐💐💐
ভাল লাগিল সচাকৈ সেইদিনা আপোনিও ভিডিও বনাই বনাই নাচি আছিল। দ্বিতীয় শ্ৰেষ্ঠ বিহুৱাৰ লগতে বাকি কেইজনৰ ভিডিও দিব বুলি আশা কৰিলোঁ অতিশিঘ্ৰে। বিশেষকৈ দ্বিতীয় শ্ৰেষ্ঠ জনৰ ভিডিও চাবলৈ বাট চাই ৰলো।
Hundor hoise
Jaan da love you
Moja lgse be janda
মজ্জা জানমনি দা
Dada apuni sob bajabo pare dekhun... Apuni bihu huni aru badyojantra y hosake bor val logale
Bohut vl lgil
Nice Bihu dada
Dhunia hoisa dada
Bor shundor
Vl lagil jaan da aapunak koboloi vakha nai moja moi golaghator pora koisu
বিহু মানে ৰংঘৰ , বিহু মানে শিৱসাগৰ , বিহু মানে নিমাইজান, সূৰুজমূখী, দিখৌপৰীয়া ।
Bihu mane ahomor ahomiyar pran
সুন্দৰ
ভাষাহীন❤️
বৰ ভাল লাগিলে ভিডিঅ তো চাই 😍😍
Omg😱
Pepuwa Jones best kintu
মজা জান দাই
Sundar janmoni da
শুভেচ্ছা থাকিল
Excellent...
Mjh😍🔥
Beautiful 😊😍
Jan da ❤️❤️❤️❤️
Excellent ❤️
Hundor.. Recording gitat bass tu aru alop thakile aru val lagibo.. Tetiya dhulor gum gumoni tu aru ahe
❤❤
👌👌👌❤️❤️❤️❤️
Beautiful
Nice
Thanks
অভিনন্দন
Bihu bihu lage gaat
❤❤❤❤❤❤
❤
Mur dodai hodai agot jabo
শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ গৌৰৱ জানমণি দা লৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনাৰ channel ৰ জৰিয়তে।।।
BB my Q
Aru dibo sun dada video
শিৱসাগৰ গৌৰৱ,, তুমি
"BIHUA HOMRAT" JANMONI PHUKON
বহুত ধুনীয়া হৈছে শুভেচ্ছা জনালোঁ 👍👍👍
🙏👍
বিতুপন দা নাম্বাৰটো দিব নেকি
9854608528
কবলে ভাষা নাই
Oti xundor
💓💓
জানমণি গোটেই অনুষ্ঠানটো উপভোগ কৰিলো…এনে একোজন বিহুৱাক আমাক দৰকাৰ…আমাৰ সংস্কৃতিক আগুৱাই নিবলৈ …জানমণি তুমি এই সন্মানৰ যোগ্য তোমালৈ বহুত বহুত অভিনন্দন 💐
শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।মন প্ৰাণ ভৰি গল দেই ,সচাঁকৈ, আমাৰ বিহুটি কাৰো লগত তুলনা নাই । ভগৱান কুশলে ৰাখক , অসমৰ ৰাইজে যাতে ,এনেকুৱা বিহু উপভোগ কৰিব পাৰে 🙏🏻🙏🏻
Aaaa77777777⅞7777777⅞777o
No lip
জানমণি ভাল লাগিছে ধ্ৰুবক তালিয়া হীছাবে অতি সুন্দৰ প্ৰদৰ্শন দেখা পালোঁ বহাগ ঐ বসন্ত ৰ জাননী বিহু ৰঙ মনেৰে ধেমালি আমি যাও কেনেকৈ পাহৰি নানাছি থাকিব নোৱাৰি যৌৱন মন বান্ধি ব নোৱাৰি বুলি আজাৰ ঐ বেজাৰহে লগালি কুলি ঐ চততে বিনালি বহাগ ঐ বলীয়া কৰীলি মন ,
সুন্দৰ। শিৱসাগৰ গৌৰৱ জানমণি দা❤❤
যোগ্য সন্মান দাদাজনলৈ।আমাৰ শিৱসাগৰৰ গৌৰৱ।অভিনন্দন জনাইছোঁ।
,নেৰিবা বান্ধৈ......
জানমণি দাৰ বিহু বুলিলে আৰু ৰবই নোৱাৰো....
নে নাচি নোৱাৰিলো.....
ৰঙালি বিহুৰ ওলগ আৰু শুভেচ্ছা জনালো....