Bondhu ।। Mahendra Hazarika songs

Поділитися
Вставка
  • Опубліковано 7 жов 2024
  • mahendra Hazarika songs
    mahendra Hazarika songs

КОМЕНТАРІ • 60

  • @BuddhaDas-wy1hp
    @BuddhaDas-wy1hp Місяць тому +5

    আপোনাক ছাৰ লগ পাৱলৈ
    ইমান মনটো আছে কেতিয়া পাম দুখৰ সময়ত
    আপোনাৰ গান শুনি মই বহুত ভাল পাওঁ ছাৰ পাগলৰ দৰে ভাল পাওঁ ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @anuskaphukan5385
    @anuskaphukan5385 Рік тому +3

    সহস্ৰ কুটি প্ৰণাম। ইমান সাহস দিয়া এটি সুন্দৰ গান।

  • @minubalabasumatary3439
    @minubalabasumatary3439 2 роки тому +9

    বহুত ভাল লাগিল শুনি। অভিনন্দন জনালোঁ ্

  • @apurbaboruah1335
    @apurbaboruah1335 2 роки тому +17

    Hi Gys Gud morng . গীতৰ প্রকৃত শ্রোতা ৰাইজৰ প্রতি অামাৰ এটি মন্তব্য মহান শিল্পীজনাৰ প্রতি শ্রদ্বা যাঁচি অাগবঢ়াবলৈ মন কৰিলো
    ইমান সুন্দৰ নির্মল প্রকাশ ৷ গীতটোত মোৰে জীৱনৰ যেন হুবহু প্রতিফলন ঘটিছে ,অাৰুবা কিমান সহস্রজনৰ জীৱন ছবি চিহ্নিত হৈছে ...
    তেখেতৰ এই গীতটি মোৰ জীৱনত ঘটি অাছে ৷
    মোৰ অন্তৰৰ মহান শিল্পী তেওঁ ৷তেও সৃষ্টিৰ মহান খনিকৰ , তেও অদ্বিতীয় ৷ বাস্তৱিকতে ড. ভূপেন হাজৰিকা দেৱৰ অাসনখনি তেওহে অলঙ্কৃত কৰি অাছে, অামাৰ সমাজে প্রকৃত গুণীজনক যিমান চিনি পাব লাগে , বুজিবলাগে , যিমানমৰম অাৰু সন্মান যাচিব লাগে সেয়া দেখা নূযায়
    তেওঁৰ প্রতিটো গীতেই জীৱনৰ গভীৰ সম্পৰীক্ষণৰ প্রতিশ্রুতি ৷বাস্তৱত তেওৰ গীতে জীৱন অাৰু সমাজত গভীৰ প্রভাৱ পেলায় ৷ নিস্বার্থভাৱে যদি স্বীকাৰ কৰে সকলোৱে বর্তমান সময়ত তেওৰ গীতৰাজি তুলনাবিহীন ,তেওৰ দৰে কোনেও লিখিব নোৱাৰে হয়তো ৷
    কথাৰ ছন্দেৰে এলবামৰ পৰা অাৰম্ভ কৰি অৱধাৰিতভাৱে বৈ যোৱা তেওঁৰ গীতৰ বৰণীয় নদীখনৰ অস্তিত্বই সুকীয়া , কাৰোৱেই লগত ৰিজনি নাহে ৷
    তেওঁৰ কথা কোৱাশৈলীৰ যি মাদকতা তাক নকৈ কোৱা প্রয়োজন নাই ৷ মুঠৰ ওপৰত অামি গৌৰৱে ক'ব পাৰো বর্তমান শিল্পী সমাজৰ প্রতিজন মহান শিল্পীৰ ভিতৰত তেওঁ সন্মানীয়জনতকৈও সন্মানীয় অাসনৰ অধিকাৰী , শ্রেষ্ঠ ৷৷

  • @dharitriborah5586
    @dharitriborah5586 Рік тому +4

    ককাইদেউ,
    মোৰ জীৱনগাঁঠা কোনে ক'লে তোক। ত‌ইচোন মোৰ বুকু ফালি বুকুৰ কথা পঢ়ি মোৰ জীৱনকে গীতলৈ ৰূপান্তৰ কৰিলি।
    আৰু জীৱনৰ দুখ সুখ হতাশাক সুৰলৈ তৰ্জমা কৰিলি।
    ককাইদেউ ঐ
    নেৰিবি মোক ঐ
    তোৰ গাণবোৰ জীয়াই থকাৰ
    খুদকণ ঐ
    ককাইদেউ ঐ

    • @dharitriborah5586
      @dharitriborah5586 Рік тому +1

      ককাইদেউ
      মই তেজপুৰৰ দাঁতি কাষৰীয়া।
      কাৱৈমৰীয়া।
      পংকজদাৰ ভাইটি মই। পংকজদা মোৰ তাৱৈৰ ল'ৰা।

    • @rajivdas4633
      @rajivdas4633 10 місяців тому

      Hunile hunibor mon o kokai ,tumar gaanor hobdo gatha ,tumar hurere uposi pora mur jibon namor dinga .

  • @putulgayan648
    @putulgayan648 Рік тому +15

    গীতটি মোৰ বাবে জীয়াই থকাৰ পথত অনুপ্ৰেৰণাৰ অনন্ত উৎস !! 🙏🙏🙏

  • @deepbharalideepbharali737
    @deepbharalideepbharali737 Місяць тому +1

    ককাই আপোনাৰ গানতোই জীয়াই থাকিবলৈ সাহস দিয়ে ❤

  • @babliwonderland4178
    @babliwonderland4178 2 роки тому +1

    সুন্দৰ গিত অৰ্থ বহুল সময়ৰ উপযুগি

  • @mintukalita213
    @mintukalita213 8 місяців тому

    ধুনীয়া গীত । দাদা আপোনাৰ গীতবোৰ বহুত ভাল লাগে ।

  • @mridulahazarikadas4148
    @mridulahazarikadas4148 3 роки тому +4

    প্ৰেৰণামুলক গীত। শুনি বৰ ভাল লাগিল দে ককাইদেউ।

  • @chutiada4387
    @chutiada4387 2 роки тому +1

    Hundor, aji hunisu

  • @Jayanta_Chetia
    @Jayanta_Chetia Рік тому

    মহেন্দ্ৰ ককাইদেউ আপোনাৰ গান শুনি থাকিবৰ মন যায়।

  • @balinbhuyan3183
    @balinbhuyan3183 2 роки тому +3

    Heart touching lyrics and wonderful tune

  • @ditulkumarsaikia8766
    @ditulkumarsaikia8766 2 роки тому +6

    চিৰসেউজ গীত ♥️।

  • @dipusaikia5634
    @dipusaikia5634 Місяць тому

    সুন্দৰ

  • @bhadrakantadas6101
    @bhadrakantadas6101 2 роки тому +1

    অৰ্থ পূৰ্ণ গীত পৰিৱেশন কৰিছে। মহেন্দ্ৰ দাদা। ভগৱানে মঙ্গল কৰক।

  • @prokashneog8772
    @prokashneog8772 2 роки тому +20

    তিনিবাৰ শুনাৰ পাছতো আকৌ শুনো শুনো লাগিছে ।

  • @ajaliasomicompany7383
    @ajaliasomicompany7383 3 роки тому +3

    বৰ সুন্দৰ

  • @dharmendrakalita4982
    @dharmendrakalita4982 Рік тому

    সুন্দৰ দাদা

  • @punyahazarika8154
    @punyahazarika8154 2 роки тому +1

    Dada aponar gane amar nisina samjibi manuhak jiyai thaka khahah pau o dada aponak bhagbane kushale rakhak

  • @Jaydeepdas2413
    @Jaydeepdas2413 2 роки тому +1

    Val lagil kakaideu

  • @ujjaldutta9237
    @ujjaldutta9237 2 роки тому +4

    ভাল লাগে ককাইদেউ

  • @sanahigogoi381
    @sanahigogoi381 Рік тому +1

    হয় দাদা জীৱন মানেই সংগ্ৰাম

  • @rajugogoi1652
    @rajugogoi1652 2 роки тому +3

    Monor anando loga gan

  • @JadapSonowal
    @JadapSonowal 2 місяці тому

    নমৰালৈকে শুনি থাকিম❤❤❤❤❤

  • @pradumnahazarika6940
    @pradumnahazarika6940 2 роки тому +1

    Bohiya

  • @bcrlaina9136
    @bcrlaina9136 2 роки тому +1

    মোৰ প্ৰিয় শিল্পী(গায়ক) জন হ'ল মহেন্দ্ৰ ককাই দেউ

  • @munjitdas8237
    @munjitdas8237 2 роки тому +1

    Motivational Sir
    100 baror oporot hunilo

  • @BabuGogoi-ue1si
    @BabuGogoi-ue1si 7 місяців тому

    Nice dada 😂😢😮😮😮😂❤❤❤❤❤❤❤

  • @dadulkalita9915
    @dadulkalita9915 2 роки тому +2

    Love u sir.

  • @palakhhazarika1879
    @palakhhazarika1879 6 місяців тому

    🙏🙏🙏

  • @saratborah7688
    @saratborah7688 Рік тому +1

    ❤️❤️❤️

  • @The_free_fire_editor
    @The_free_fire_editor 2 роки тому +1

    Very nice👌🏻🙏🏻

  • @JainulHaque-x9o
    @JainulHaque-x9o 14 днів тому

    👍

  • @kuladharroy1152
    @kuladharroy1152 2 роки тому +2

    Vall loga song bor di thakibo. Bajali pathsala

  • @babuborah2227
    @babuborah2227 Рік тому

    Nice song dada.

  • @khagendutta3646
    @khagendutta3646 2 роки тому +3

    Nice

  • @sondipthakur1705
    @sondipthakur1705 2 роки тому +1

    Dada.jiaai.thoka.mane
    Hongram.aru.hukh.dukh.

  • @banajitbanajit9534
    @banajitbanajit9534 2 роки тому +1

    Pratidine 10 bar xunu

  • @DhanDas-sm2xe
    @DhanDas-sm2xe 5 місяців тому

    Hii

  • @bimanbimanmoran6025
    @bimanbimanmoran6025 Рік тому +3

    Very nice

  • @lokheswarhazarika6354
    @lokheswarhazarika6354 Рік тому +1

    Apunar hokolu ganai pio

  • @ইটোসিটোবহুটো-ষ৯ম

    ❤️❤️❤️👌

  • @manoranjansaikia6668
    @manoranjansaikia6668 Рік тому +1

    মহেন্দ্ৰ হাজৰিকা দেৱৰ "মৃত্যু কেতিয়া আহে কোনে জানে" গীত টো আপলোড দিব পাৰিব নেকি?

  • @chandrakantamisra5767
    @chandrakantamisra5767 Рік тому +2

    Good

  • @thejkr6107
    @thejkr6107 Рік тому +1

    কেচা মাটিৰ গানৰ সোৱাদেই চোন নিভাঁজ

  • @dhonbora9491
    @dhonbora9491 7 місяців тому

    ❤Myhartthobmda 6:02 6:04

  • @jugalchetia6528
    @jugalchetia6528 Рік тому

    চিৰ সেউজ গান

  • @nobomedhi3750
    @nobomedhi3750 Рік тому +1

    🙏🙏🙏🙏🙏🙏🙏🌹💋💕⭐⭐⭐⭐⭐⭐⭐🙏🙏🙏🙏🙏🙏🙏💋⭐💋⭐💋⭐💋⭐💋⭐💋⭐💋⭐💕🌹🌹🌹🌹🌹🌹

  • @bijoykrishnapradhani9310
    @bijoykrishnapradhani9310 11 місяців тому

    ❤ thanks

  • @prokashneog8772
    @prokashneog8772 2 роки тому +1

    অতি সুন্দৰ