Nagara Naam By - Marami Saikia // কৰ্ণ পদ্মাৰ মিলন

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • Marami Saikia Nagara Naam
    Recorded at : Anjan Jyoti kolaj studio (Rangia)
    নমস্কাৰ পোন প্ৰথমে সকলো দৰ্শকক মই মৰমী শইকীয়াই আমাৰ UA-cam Channl
    Maa Digital Studio And Marami Saikia Entertainment লৈ স্বাগতম জনাইছো 🙏🙏
    আজি আপোনালোকৰ বাবে লৈ আহিছো এটি নতুন নাগাৰা নাম "কৰ্ণ পদ্মাৰ মিলন"
    বহুত ধুনীয়া "নাগাৰা নাম" বাণী বদ্ধ কৰি সম্পূৰ্ণ অডিঅ' আপোনালোকৰ বাবে মুকলি কৰি দিয়া হৈছে, আশা কৰিছো আপোনালোকে নামটি আদৰি লৱ ।
    "কৰ্ণ পদ্মাৰ মিলন"
    অভিযোজক :- মণ্টু বৰ্মন
    পাঠক :- মৰমী শইকীয়া
    পৰিচালক :- অনিল শইকীয়া
    বাদ্য যন্ত্ৰ :- অনিল শইকীয়া / হীৰক কলিতা / মানস বৰা / হীৰক দাস
    সহযোগি শিল্পী :- গীতাশ্ৰী শৰ্মা / মনীষা নাথ / ভাগ্যশ্ৰী শইকীয়া / নৱনীতা নাথ / পিংকি চহৰীয়া / সঞ্জনা কলিতা / কৃষ্ণাপ্ৰীয়া নাথ / অনিমা চহৰীয়া / বন্দনা দেৱী / পম্পী ডেকা / অৰুন্ধুতী দেৱী / সংগীতা নাথ । । ।
    সম্পাদনা :- মৰমী শইকীয়া / অৰূপ কলিতা
    নতুন নাগাৰা নাম আৰু Live নাগাৰা নামৰ ভিডিঅ' সমূহ পাই থাকিবলৈ আমাৰ UA-cam Channl টি Subscribe কৰি নাগাৰা নাম প্ৰচাৰিত কৰাৰ লক্ষত উৎসাহ যোগাব বুলি আশা কৰিলোঁ ধন্যবাদ।

КОМЕНТАРІ • 296