গুৰু চৰিত্ৰৰ বহুতো নজনা কথা || গুৰুজনাই সিংহাসনত কিয় কাছ হাতী আৰু সিংহ

Поділитися
Вставка
  • Опубліковано 28 тра 2024
  • মহাপুৰুষ মাধৱদেৱে কেতিয়া কাকূতি ঘোষা ৰচনা কৰিছিল
    অন্ন বিচাৰ মানে কি
    নিদিষ্ট বক্তা ডাঃ নৱ কৃষ্ণ ৰাজখোৱা প্ৰাক্তন মূলৰ সাংস্কৃতিক শাখাৰ সভাপতি লখিমপুৰ জিলা
    #lohit handique
    lohit handique bhagawat path
    লোহিত সন্দিকৈ
    #sunaram bhagawati
    jagat bonia bhagawat path byakha
    #jagat bonia
    #nitumoni saikia
    rontu saikia
    rontu saikia bhagawat path
    #rontu saikia bhagawat path
    rontusaikia
    #mondira bhorali
    bhagawat path
    pranjit gogoi
    pranjit gogoi bhagawat path
    bhagawat
    ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ
    স্থান খুটিকটীয়া নামঘৰ হাৱাজান
    pranjit gogoibhagawat ptha
    pranjit gogoi
    ভাগৱত পাঠ
    #ভক্তিৰ সাগৰ
    #voktir sagor
    bhaktir sagor
    #bhakti Sagar
    #pranjit gogoi bhagawat path
    Copyright Notice :- Please do not copy this video or you will be given a copyright strike
    অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব

КОМЕНТАРІ • 149

  • @junutalukdar5628
    @junutalukdar5628 2 місяці тому +11

    কৃষ্ণ কৃষ্ণ 🙏 বাপ জনা আপোনাৰ শ্ৰী চৰণত শতকৌটি প্ৰণাম নিৱেদিছো প্ৰভূ

  • @nakulsaikia6407
    @nakulsaikia6407 Місяць тому +6

    আপোনাৰ ইমান তত্ব গধুৰ ভাষা শুনি আনন্দিত হোৱাৰ লগতে যিসকল শূনুতা লোক আছিল এই ভিদিয়ত দেখা পালো তেখেত সকলৰ আচৰন উল্লেখ লক্ষ্য কৰি ধন্যবাদ জনালো।

  • @PrakashBhuyan-cg1bh
    @PrakashBhuyan-cg1bh Місяць тому +13

    কৃষ্ণ, সুন্দৰ বাখ্যা । গুৰু দুজনাই অসমীয়া সমাজক দি জোৱা ভক্তিৰ নিদৰ্শন ফুটি উঠিছে। বহুতো নজনা কথা ভক্ত সকলে আপোনাৰ ৰসাল বাখ্যা পৰা লাভ কৰিছে। ভগৱানে আৰু জেন আগবঢ়ায় নিয়াৰ কামনাৰে সেৱা জনালো। কৃষ্ণ 🙏

    • @rinakalita2820
      @rinakalita2820 Місяць тому +2

      বহুত নজনা কথা আপোনাৰ পৰা জানিব পাৰিলোঁ । অশেষ ধন্যবাদ জনালোঁ, আপোনাক।🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @KhiromaiBordoloi-zw3cs
      @KhiromaiBordoloi-zw3cs 24 дні тому

      কৃষ্ণ
      বাপ সুন্দৰ। আপোনাক লগ পাবলৈই ইছা আছে।

  • @prahladhazarika9956
    @prahladhazarika9956 Місяць тому +4

    কৃষ্ণ কৃষ্ণ। আমি আত্যন্তিক সুখ পালো আপোনাৰ ভাষণত। ধন্যবাদ।

  • @pramilakalita4827
    @pramilakalita4827 Місяць тому +2

    দেহ
    মন
    জুৰি
    পৰি
    যায়
    🎉

  • @sanahigogoi381
    @sanahigogoi381 21 день тому +1

    কৃষ্ণ বাপ সুন্দৰ ব্যাখ্যা

  • @jajneswarhira6034
    @jajneswarhira6034 Місяць тому +2

    সুন্দৰ অনুষ্ঠান, সুন্দৰ ভাষণ । কৃষ্ণ

  • @arunpathak2120
    @arunpathak2120 2 місяці тому +4

    কৃষ্ণ। জয় গুৰু শঙ্কৰ। ৰাজখোৱা বাপ জনালে সেৱা নিবেদন জনালো। কৃষ্ণ।

  • @dilipbora1903
    @dilipbora1903 2 місяці тому +16

    কৃষ্ণ কৃষ্ণ।বহুত আনন্দ পালো।চৰিতপুথি প্ৰকৃততে কোনভাগ পঢ়িলে প্ৰকৃত কথাবিলাক গম পোৱা যাব।

  • @DipKumer-ld5sx
    @DipKumer-ld5sx Місяць тому +2

    বহুতু জ্যান লভিছু বাপ জনালৈ শত কুটি প্রণামকৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @anupamadeka1759
    @anupamadeka1759 Місяць тому +7

    কৃষ্ণ কৃষ্ণ 1

  • @ytmaxgaming1542
    @ytmaxgaming1542 Місяць тому +2

    সুন্দৰ তত্ব গধুৰ ব্যাখ্যা । বাপ জনাৰ পৰা আগলৈও আখা ৰাখিলো । ধন্যবাদ ।

  • @modanborah2333
    @modanborah2333 2 місяці тому +3

    কৃষ্ণ, ৰাজখোৱা বাপ জনাৰ এই দুজনা‌ গুৰুৰ বিষয়ে যি আলোচনা আগবঢ়াইছে শুনি আপ্লুত হলো। প্ৰভু ভগৱন্তই তেখেতক সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কৰক। কৃষ্ণ।

  • @pallabikagohain5720
    @pallabikagohain5720 2 місяці тому +12

    বৰ সুন্দৰকৈ বৰ্ণন ও বাখ্যা কৰিছে l শুনি পৰম আনন্দিত হৈছোঁ l কৃষ্ণ কৃষ্ণ

  • @lovermousum9496
    @lovermousum9496 Місяць тому +2

    কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏🙏🙏🙏

  • @KamalDas-ri8fp
    @KamalDas-ri8fp Місяць тому +2

    প্ৰভূ জন হৰিৰ কীৰ্তন কটা মূৰৰ কাহিনী বৰ্ণিত হ'ব লাগিছিল তথ্য প্ৰকাশৰ শান্তি কামনা সূচক।ধান দৰাৰ মাজেৰে মাধৱ দেৱ আৰু ৰাম ৰাম গৈ গুলি ঘৰ পালে গৈ ।পিছে দিনা জাননীৰ গৰাকী আহি কি পালে আৰু কি হ'ল মাধৱ দেৱৰ লগত শঙ্কৰদেৱৰ উত্তৰ দিলে ক'ব লাগিছিল।

  • @priyadabora5268
    @priyadabora5268 Місяць тому +3

    শুনি ধন্য হল জীৱন

  • @lukumailekharu1022
    @lukumailekharu1022 2 місяці тому +3

    অতি সুন্দৰ. লাগিছে. বাপ্. নমস্কাৰ
    .

  • @pradipgogoi3182
    @pradipgogoi3182 Місяць тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱতৰ ভাখন শুনি বহুতো ভাল লাগিল 🙏🙏🙏।

  • @TankeswarPathori-ox8ql
    @TankeswarPathori-ox8ql Місяць тому +3

    Krishna , ever best explanation . Grateful to you.

  • @KamalDas-ri8fp
    @KamalDas-ri8fp Місяць тому +2

    মৰাকলৈ মৰা ই কান্দে তত্ব শৰণ নলৱে যাৱে ভকতি ৰকতি মুকুতি নুহে তাবে। জিজ্ঞাসা কৰাৰ প্ৰয়োজন হৈছে দৰ্শনৰ মূল উদ্দেশ্য সফলতা অৰ্জন ভাৱ প্ৰকাশ মনোমোহা ৰঙীন ফুলৰ ৰূপহী গুণৰ সমাহাৰ সমাস। ধন্যবাদ

  • @user-yd6rr6il2z
    @user-yd6rr6il2z Місяць тому +2

    কৃষ্ণ কৃষ🙏🙏🙏🙏

  • @badanchbarman6146
    @badanchbarman6146 Місяць тому +1

    হৰি হৰি নাৰায়ণ কৃষ্ণ, গুৰু চৰিত্ৰৰ তত্ত গধূৰ পাঠবোৰ বিদ্যালয়ত থকাহেতেন,🎉🎉

  • @dimbeswari_patar
    @dimbeswari_patar 20 днів тому +1

    Krishna. Krishna. Krishna. Oum. santi. Oum. santi. Oum. santi. 🙏🙏🙏🙏

  • @user-vt6bh4rn7r
    @user-vt6bh4rn7r 22 дні тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @monilahan7596
    @monilahan7596 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ।বাপজনাৰ ভাষণ ইমান সুন্দৰ। বাপজনলৈ সেৱা জনাইছো।

  • @-das735
    @-das735 2 місяці тому +1

    মাধৱ কৃষ্ণ প্ৰভুজনা , অতি সুন্দৰ, অতি ৰসাল, যুক্তি সংগত, বিজ্ঞান সন্মত আৰু অতি আধ্যাত্মিকতাৰে সময়ৰ প্ৰসঙ্গীক লগতে অতি মনোগ্ৰাহী বক্তৃব্য আগবঢ়াযলে প্ৰভুজনা, কৃষ্ণ ।

  • @DipaliBaishya-nn1do
    @DipaliBaishya-nn1do 17 днів тому +1

    কৃষ্ণ কৃষ্ণ বাপ ❤❤❤❤

  • @sumitradeka3599
    @sumitradeka3599 21 день тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏

  • @krishnagogoi3113
    @krishnagogoi3113 Місяць тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @babitagogoiphukan8568
    @babitagogoiphukan8568 Місяць тому +2

    Krishna krishana probhu apunak koti koti Pronam jonalu Jai shri Krishna

  • @daisyrabha2343
    @daisyrabha2343 Місяць тому +2

    Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏♥🙏🙏🙏🙏

  • @narensaikia2671
    @narensaikia2671 2 місяці тому +1

    কৃষ্ণ 🙏 , সুন্দৰ ব্যাখ্যা, অমৃতময়, ৰস যুক্ত প্ৰসাদ লাভ কৰিছোঁ। কৃষ্ণ 🙏

  • @bapdhankoch7927
    @bapdhankoch7927 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভু বাপ জনা ভাল লাগিল

  • @dilipbaruah1655
    @dilipbaruah1655 Місяць тому +1

    কৃষ্ণ বাপ 🙏কৃষ্ণ🙏 আপোনাৰ শ্ৰী চৰণত শতকৌটি প্ৰণাম নিৱেদিছো কৃষ্ণ🙏

  • @user-vt6bh4rn7r
    @user-vt6bh4rn7r 22 дні тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
    ,,,

  • @SDSongeet
    @SDSongeet 2 місяці тому +3

    কৃষ্ণ কৃষ্ণ 🙏🏻 🙏🏻🙏🏻

  • @anilsaikia8445
    @anilsaikia8445 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ বাপ। শুনি বৰ ভাল লাগিল।

  • @DiptiBhuyanDipti-ho7ve
    @DiptiBhuyanDipti-ho7ve Місяць тому +2

    Krishna krishna🙏🙏🙏🙏🙏🙏

  • @hunborgogoi3695
    @hunborgogoi3695 Місяць тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত বহুত ধণ্যবাদ

  • @harekrishnadassorbhog6951
    @harekrishnadassorbhog6951 Місяць тому +1

    Krishna bap 🙏🙏🙏joy guru songkor

  • @bhumitabora2496
    @bhumitabora2496 2 місяці тому +2

    কৃষ্ণ কৃষ্ণ ৰাম

  • @prasannatamuli699
    @prasannatamuli699 Місяць тому +1

    Very very interested krishna😮

  • @jitenlahkar4485
    @jitenlahkar4485 2 місяці тому +1

    কৃষ্ণ। অতি সুন্দৰ বক্তব্য আগবঢ়াই আমাক কৃতাৰ্থ কৰিলে। বাপজনালৈ সেৱা নেবিদিলো। কৃষ্ণ।

  • @SH12174
    @SH12174 Місяць тому +2

    Krisna krisna

  • @dabengoswami5258
    @dabengoswami5258 Місяць тому +1

    কৃষ্ণ কৃষ্ণ 🙏

  • @user-vg2di6cp1d
    @user-vg2di6cp1d 2 місяці тому +2

    কৃষ্ণ কৃষ্ণ

  • @Diganta___722
    @Diganta___722 2 місяці тому +1

    কৃষ্ণ বাপ , আপোনাৰ ভাষন শুনি বহুতো নজনা কথা শিকিলোঁ , আপোনাৰ সপোনবোৰ দিঠকত পৰিনত হওঁক । আগলৈকো এনেদৰে বনাব বুলি আশা ৰাখিলোঁ ।

  • @radhakrishnandihingia3731
    @radhakrishnandihingia3731 Місяць тому +1

    বহুত সুন্দৰ হৈছে। নমস্কাৰ 🙏

  • @animadas9703
    @animadas9703 Місяць тому +1

    Krishna Krishna RAM Ram..🙏🙏🙏🙏🙏🙏

  • @pallabikagohain5720
    @pallabikagohain5720 2 місяці тому +1

    কৃষ্ণ বাপ জনা জয় গুৰু শংকৰ মাধৱ ৰাম l

  • @user-ei3qk4we5m
    @user-ei3qk4we5m Місяць тому +1

    Bap।very।deeply।explain।about।sankardev।and।মাধৱদেৱ।গুৰুজনাৰ।krishna

  • @himanigayan7646
    @himanigayan7646 Місяць тому +1

    কৃষ্ণ 🙏🙏

  • @assamali4589
    @assamali4589 2 місяці тому +2

    কৃষ্ণ,সেৱা গ্ৰহণ কৰিব ! আপোনাৰ পৰা জানিব লগা বহুত আছে, যদি যোগ্য হওঁ আপোনাক লগ পোৱাৰ আশা কৰিলো!

  • @kalpananath3093
    @kalpananath3093 Місяць тому +1

    Krishna krishna sat kuti pranam janalu 🙏🙏🙏🙏

  • @rinapathak4268
    @rinapathak4268 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ প্ৰভূ । সেৱা জনালো।

  • @adtags2791
    @adtags2791 2 місяці тому +1

    কৃষ্ণ... ভাল লাগিল কথাখিনি

  • @junumech7558
    @junumech7558 2 місяці тому +1

    কৃষ্ণ প্ৰভু জনা আপোনাৰ শ্ৰী চৰণ কমল ভক্তি ভৰা‌ সেৱা নিবেদিলে কৃষ্ণ ‌🙏🙏👏👏 কৃষ্ণ কৃষ্ণ

  • @mridulkumargogoi4454
    @mridulkumargogoi4454 6 днів тому +1

    Joy Krishnaguru----

  • @user-qm3wl6rb8h
    @user-qm3wl6rb8h 2 місяці тому +1

    বৰ সুন্দৰ বাখ্যা ।কৃষ্ণ

  • @dipshikhaborah3082
    @dipshikhaborah3082 2 місяці тому +1

    সুন্দৰ জয় কৃষ্ণ ❤❤❤❤

  • @rubigogoi5227
    @rubigogoi5227 Місяць тому +1

    কৃষ্ণ🙏

  • @ramcharandeka9143
    @ramcharandeka9143 Місяць тому +2

    Krishna

  • @akonchandrasaikia732
    @akonchandrasaikia732 2 місяці тому +2

    Krishna Krishna 🙏🙏🙏 bap jona 🙏🙏 amar sewa lobo

  • @sasadharrajbangshi3321
    @sasadharrajbangshi3321 2 місяці тому +2

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏

  • @jitulnath8875
    @jitulnath8875 16 днів тому +1

    Joi jogot guru shree shree shreemonto khonkor guru

  • @Usha250.
    @Usha250. Місяць тому +1

    Ram Krishna Hari Ram Krishna Hari Ram Krishna Hari

  • @BubulDoley-oh5rc
    @BubulDoley-oh5rc Місяць тому +1

    Krishna Krishna 🙏 🙏

  • @manjutalukdar5999
    @manjutalukdar5999 3 дні тому +1

    Krishna krishna

  • @dasarathkalita8249
    @dasarathkalita8249 27 днів тому +1

    Krishna Krishna Namaskar

  • @punyadevi8180
    @punyadevi8180 Місяць тому +1

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @deepadas4
    @deepadas4 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ হৰি ৰাম।

  • @alakadeka-bf4ui
    @alakadeka-bf4ui Місяць тому +1

    Krishana Sundar bakha

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 Місяць тому +1

    Krishana 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jitamonimech9670
    @jitamonimech9670 Місяць тому +1

    Krishna 🙏🙏🙏

  • @prahladchandradeka2486
    @prahladchandradeka2486 2 місяці тому +1

    নমস্কাৰ

  • @khiradadutta9253
    @khiradadutta9253 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ বাপজনা

  • @bhanudeka-yy2zw
    @bhanudeka-yy2zw Місяць тому +1

    Krishna Krishna Krishna

  • @PinkuDas-sj7uh
    @PinkuDas-sj7uh 2 місяці тому +1

    Sundar bap

  • @dakhinsalmarachandrapurkar2750
    @dakhinsalmarachandrapurkar2750 Місяць тому +1

    🙏 🙏🙏🙏🙏🙏 bhut Val lagil

  • @ramnathborah7356
    @ramnathborah7356 2 місяці тому +1

    জয়তু গুৰু শঙ্কৰ

  • @dimbeswarsonowal6805
    @dimbeswarsonowal6805 Місяць тому +1

    কৃষ্ণ প্ৰভু 🙏🙏🙏🙏🙏

  • @surajitborah6427
    @surajitborah6427 2 місяці тому +1

    Krishna bap bahut Val lagile

  • @deelipgohain7172
    @deelipgohain7172 Місяць тому +1

    শংকৰদেৱ মাধৱদেৱৰ ব হুত নজনা কথা জানিব পাৰিলো । ,সেৱা জনালোঁ ।

  • @assamali4589
    @assamali4589 2 місяці тому +2

    কৃষ্ণ, সহস্ৰ কোটি প্ৰণাম জনাইছো আপোনাক ! আপোনাৰ কথা বোৰে মোৰ অন্তৰ ছুই গৈছে !

  • @debasishgayan2869
    @debasishgayan2869 Місяць тому +1

    কৃষ্ণ 🙏 আৰু

  • @bazaloniteaestate4630
    @bazaloniteaestate4630 2 місяці тому +1

    ভাল লাগিল 🙏

  • @abanideka9836
    @abanideka9836 2 місяці тому +2

    ।।জয় কৃষ্ণ🙏🙏🙏।। অতি সুন্দৰ বাখ্যা। আপোনাৰ সুস্বাস্থ্য ও দীৰ্ঘ জীৱন কামনা কৰিলো।

  • @upasanakitchen1139
    @upasanakitchen1139 2 місяці тому +1

    ভগৱান কৃপা আৰু কৃপা

  • @dipenjyotidutta9230
    @dipenjyotidutta9230 2 місяці тому +1

    🙏🙏🙏very nice ❤❤❤

  • @rekhagogoi322
    @rekhagogoi322 2 місяці тому +1

    Krishna Krishna bap hatakuti pranipat janalu 🙏🙏.

  • @parulborgohain8511
    @parulborgohain8511 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ❤❤❤❤❤

  • @user-gy8bc7pu4n
    @user-gy8bc7pu4n 2 місяці тому +1

    Krishna hundor

  • @sawsangk___phukan__004
    @sawsangk___phukan__004 2 місяці тому +1

    Great answer pra bhu.

  • @dipalidutta6735
    @dipalidutta6735 2 місяці тому +1

    Hundar,

  • @DipaMoran-kk7gw
    @DipaMoran-kk7gw 2 місяці тому +1

    🙏🙏🙏

  • @manasdeka6801
    @manasdeka6801 Місяць тому +1

    Joy guru Shanker 🙏🙏🙏🙏 Krishna Krishna Ram Krishna Hari Krishna

  • @mirachutiabora56
    @mirachutiabora56 2 місяці тому +1

    Lk

  • @MamatMalakar
    @MamatMalakar 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ বাপ ।

  • @RanjanaGogoi-i7f
    @RanjanaGogoi-i7f 7 днів тому +1

    Krishna Krishna Krishnan Krishna Bap