এ বি ভিপিৰ বিৰুদ্ধে কটু মন্তব্য কৰি বিপদত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা৷

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 65

  • @janmahmudali374
    @janmahmudali374 2 роки тому +21

    এইজন হ'ল জধামূৰ্খ।

  • @whoiam3745
    @whoiam3745 2 роки тому +34

    এনে লোকক আমি মন্ত্ৰী বুলি গণ্য নকৰো যাৰ কথাত কোনো গুৰুত্ব নাই ।

  • @jalaluddinahmed9888
    @jalaluddinahmed9888 2 роки тому +16

    মন্ত্ৰী হলেই নহব । মন্ত্ৰীৰ মৰ্য্যদা বজাই ৰাখিব পৰাটোহে আচল কথা ।

  • @bhaskarborah4254
    @bhaskarborah4254 2 роки тому +26

    মানুহ মৰে কৈ, চৰাই মৰে ৰৈ(কন্ঠ দ্বীপেন বৰুৱা)

  • @sarangapanid6074
    @sarangapanid6074 2 роки тому +19

    ইয়াকে কয় দম্ভ আৰু অহংকাৰ।

  • @Queen-mg7nq
    @Queen-mg7nq 2 роки тому +19

    বি জে পি পতনৰ আৰম্ভ আখৰা।

  • @sadeksaikia8168
    @sadeksaikia8168 2 роки тому +17

    ই ডলাৰ বগৰী। ইয়াৰ মুখৰ লেকাম লগাব এতিয়া।আমদানি কৰি অনা নেতাহে ।

  • @Animexedits2064
    @Animexedits2064 2 роки тому +22

    জয়ন্ত বোলা জনে নিজকে কি বুলি ভাৱে

    • @purnanandarajkhowa8712
      @purnanandarajkhowa8712 2 роки тому

      অনবৰতে হাঁহিথকা মানুহক যি বুলি কয়।

  • @digantagogoi7517
    @digantagogoi7517 2 роки тому +16

    দায়িত্ব বেছি হৈছে। আনন্দত আলিয়া বলিয়া হৈছে।

  • @pinkisarmah8400
    @pinkisarmah8400 5 місяців тому +2

    A v v p jindabad

  • @binoykalita7597
    @binoykalita7597 2 роки тому +3

    জয়ন্ত মল্ল এটা নিলাহিয়াল।এজেৱাইচিপিক চিপৰাঙ মাৰি আজি লেভেল মাষ্টাৰ ।ফল পকিলে তললৈ হৰি পৰে মনত ৰাখিব।

  • @budheswarnath6516
    @budheswarnath6516 2 роки тому +5

    অতি গৰবই হতলংকা... আহি আছে দিন... ধপহকে তললৈ সৰি পৰিব !!!

  • @ninty9462
    @ninty9462 2 роки тому +3

    জন্তু মলোৱা বান্দৰ

  • @guptasarmah8949
    @guptasarmah8949 2 роки тому +4

    জয়ন্ত মল্ল বৰুৱাই মন্ত্ৰীত্ব পাই ইমানেই মতলীয়া হৈ পৰিছিল যে," আপৈটিয়ে পৈ পালে আৰু অঘৈণীয়ে ঘৈণী" পালে যেনেকুৱা অৱস্থা হয় ঠিক তেনেকুৱাই হৈছিল। এতিয়া বা কেনে অৱস্থা হয়। কথাতে কয় নহয় "কথাত বটা পাই,কথাতেই গতা খাই।

  • @nabajyutibaishya5800
    @nabajyutibaishya5800 2 роки тому +6

    Jubin dai thikei koisil

  • @cazyaditta2915
    @cazyaditta2915 2 роки тому +4

    ইহত ৰ নিজৰেই Knowledge নাইট

  • @deepborah9831
    @deepborah9831 2 роки тому +5

    কামৰ নমুনা নজনা মানুহক মন্ত্ৰী পাতিলে এনেকুৱা হ'ব

  • @sivanathbhuyan1601
    @sivanathbhuyan1601 2 роки тому +7

    মামাই বচায় দিব তেও নোৱাৰা কাম একো নায়

  • @imdadali9519
    @imdadali9519 2 роки тому +5

    ১০০% শুধ বাতৰি দিলে।

  • @arunav_creations
    @arunav_creations 2 роки тому +3

    কংগ্ৰেছৰ নেতাই কি নো জানিব ABVP কথা? অসম চৰকাৰ নামত হে বিজেপিৰ, ৰাজত্ব কৰি থকা কেইজন কংগ্ৰেছৰে।🤷

  • @puspadhardowarah1932
    @puspadhardowarah1932 Рік тому +1

    বিজেপিৰ কিছুমান নেতাই হোৱাই নোহোৱাই কিছুমান বক্তব্যৰাখে যিবোৰে নেকি নিজকেই বিপদত পেলাই।

  • @utpalgoswami1990
    @utpalgoswami1990 11 місяців тому +2

    লাজৰ কথা, এই গৰু বৰুৱা আমাৰ দেশৰ এজন মন্ত্ৰী, তেওঁ একো নাজানে।

  • @apurbakalita1613
    @apurbakalita1613 2 роки тому +4

    ফেউৰা হত ABVP কোন দিনাৰ পৰা বিজেপিৰ ছাত্ৰ সংগঠন হল।
    বিজেপি প্ৰতিষ্ঠা হৈছিল ১৯৮০
    ABVP প্ৰতিষ্ঠা হৈছিল ১৯৪৯

  • @dharmendrakaman1859
    @dharmendrakaman1859 2 роки тому +3

    বেছি ওখ হ'লে ধুমুহাই ভাঙে এষাৰ কথা আছে

  • @dreamland4267
    @dreamland4267 2 роки тому +4

    Next election time jayanta malla may be in trouble for b.j.p. ticket because we know ABVP is associate student union of B J P...

  • @parashgogoi2076
    @parashgogoi2076 2 роки тому +2

    Pahori gol.he congress minister buli vabile

  • @digantagogoi7517
    @digantagogoi7517 2 роки тому +6

    দাদা পঞ্চায়তৰ সমুহ ওননয়ন কাম কাজ কিঅ হোৱা নাই। অলপ আলোচনা কৰিবছোন।

  • @arunsaloi209
    @arunsaloi209 2 роки тому +4

    কোত গোল অ গ প ৰ ভাতৃৰ সংগঠ

  • @ponasaikia9612
    @ponasaikia9612 2 роки тому +4

    Hopeless politician

  • @pranabgogoi6283
    @pranabgogoi6283 2 роки тому +3

    Akhil gogoi e khhoma khujikae hahiator patro hoy. Etia jayanta malla ji e khhoma khujikae pisae ? Cm e Uttar diok.

  • @adritagogoi2088
    @adritagogoi2088 4 місяці тому

    এইজন ৰাজনীতিবিদ নেকি মাথো জানে উপলুঙা কৰিব মইবৰ ভাৱ

  • @pdeka8959
    @pdeka8959 2 роки тому +6

    Pabat gaja BJP upai nai

  • @pranab79038
    @pranab79038 2 роки тому +2

    Moja

  • @topod2055
    @topod2055 20 днів тому

    Ai Barai antim MOLO BABU

  • @manjugohain6786
    @manjugohain6786 2 роки тому +3

    মন্ত্ৰীত্ব লোৱা যোগ্যতা থাকিব ও লাগিব ।

  • @topod2055
    @topod2055 20 днів тому

    E nijai Sur

  • @birajbaruah4606
    @birajbaruah4606 Рік тому

    এইটোৰ মূৰত মাল নাই বুলি জুবিনে আগতেই কৈ থৈছে |

  • @bkisku9363
    @bkisku9363 2 роки тому +1

    পাগল মন্ত্ৰী আছে অসমত।

  • @pompipatgiri
    @pompipatgiri 4 місяці тому

    জয়ন্ত। মল্ল।বুজৰ। বৰুৱাই।।কঙৰেছৰ।। স্কুলীয়া। ছাত্ৰ।।। চিনি।নপোৱাতূ।।ভুল।নহয়

  • @ashutdutta2698
    @ashutdutta2698 Рік тому

    জুবিন দাই এদিন কৈছিল --- এয়াৰ মুৰত একো নাই ।

  • @azaharulislam2800
    @azaharulislam2800 2 роки тому +4

    Eiburok moi manuhor haritei nodhoru,

  • @mohibulhoque5368
    @mohibulhoque5368 2 роки тому +2

    মুখখন বেকা যে পিচল খালে

  • @utpalgoswami1990
    @utpalgoswami1990 11 місяців тому +1

    এইটো এটা মিচলিয়া কাপুৰুয শিয়ালৰ পোৱালি কুকুৰতকৈ নিকৃষ্ট গালিদিবলৈ একো নাই। এইটো বেইছাৰ টলত , আমি নহয় ।

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 5 місяців тому

    BJP EVM Sarkar hawa all India Assam

  • @gaurirabha3236
    @gaurirabha3236 Рік тому

    নতুনকৈ এল পি স্কুলত
    ভূৰ্তি কৰি দিব লাগে ।

  • @aakashgogoi3870
    @aakashgogoi3870 2 роки тому +2

    iear atapali basi hoisile, taar fal2 pale...

  • @Rana-hg8hg
    @Rana-hg8hg 20 днів тому

    🎉🎉

  • @Mr_Bsty
    @Mr_Bsty 2 роки тому +2

    furtit kobo nuara hol eijon

  • @arjjako1442
    @arjjako1442 2 роки тому +1

    এ সাংবাদিক

  • @mdjahir4605
    @mdjahir4605 2 роки тому +2

    Nejoka danggor bule vahbe

  • @abhishekchoudhury5405
    @abhishekchoudhury5405 2 роки тому +1

    Bht murot uthise ihoti

  • @sunusiraj6612
    @sunusiraj6612 Рік тому +1

    সি চুৰ এটা

  • @PujaBarman-fh7sk
    @PujaBarman-fh7sk 8 місяців тому +1

    😁😁😁😁 goru tu aitu

  • @madhurjyamazumdar1577
    @madhurjyamazumdar1577 2 роки тому +1

    চৰকাৰি পক্ষত থাকিও ৰাইজৰ হৈ মাত মতাত আমি অ ভা বি প ক ভাল পাইছো

  • @haladharkalita9820
    @haladharkalita9820 2 роки тому

    Mr.Anchor be positive. No negative NEWS describe.

  • @khirodadas-rt9fe
    @khirodadas-rt9fe Рік тому

    Toi soor

  • @shamiranbaroi5656
    @shamiranbaroi5656 2 роки тому

    Bhalke katha bur buji napai, news dia, fatua kisumn apunr