Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
Right 🎉
Right
Education and health free korile hl
Thik koi zg 🤟🤟🤟🤟🤟🤟🤟🤟🤟
Only Quality Education, Quality Healthcare should be free.
100% Right....
উচিত কথা।
কঠাশাৰ কৈছে যদিও খেতি কৰিবলৈ মাতি বাৰি নাইকিয়া সকলে কি কৰি ভাত খাব
"কথাষাৰ", "মাটি বাৰী" হ'ব বানানকেইটা ।
right
Zg king👑👑
Jai Zubeen daaaaaaa love you ❤❤❤❤❤❤❤❤❤❤❤❤❤
ভোকৰ সংজ্ঞা নজনা সকলে কৱ৷যিয়ে ৰাজঅটালিকাত থাকি বৰষুন পৰিলে কেছুৱা বুকুত লৈ ভঙা পালেঙৰ তলত সোমাই জীৱটো নিতিতাকৈ কেনেকৈ থাকে সেইবোৰ নেদেখা সকলে কৱ৷এটা সাধাৰন অপাৰেচন কৰিৱ নোৱাৰি আপোন জনক হেৰুৱাই চটফটাই থকা দৃশ্য নেদেখা সকলে কৱ৷নিজৰ লৰা ছোৱালীৰ ৰেনজ ৰোভাৰ গাড়ীৰে বিদ্যালয়ত থবলৈ যোৱা সকলে কৱ৷
Zubine anor Karone ki korise ? Dekhuai diok soon ? Kunubai Jodi teao dore gan gai hejonok Pagal buli koi .
"ৰাজ অট্টালিকা", " কব", " বৰষুণ", "কেচুঁৱা", " সাধাৰণ " হ'ব বানানকেইটা ।
আপোনাক নালাগে ঠিকে আছে কিন্তু বহু দুখীয়া মানুহ আছে , তেওঁলোকৰ প্ৰয়োজন আছে নিঃস্বয় ,
Only education, healthcare and justice should be free for a welfare State.
শুদ্ধ কথাৰ কৈইছে ফ্ৰিবস্ত সকলো বন্ধ কৰিব লাগে আৰু বস্তুৰ বোৰৰ ডাম কমাব লাগে ।
মালৰ নিচাত সি গানেই গাব নোৱাৰে আৰু ৰাজনীতি | তাক বড়ীগাড় লাগেনে নালাগে | এই ফাল্টু এটাই ৰাজনীতিত নামিছে |
তই পাগল নেকি বে তই কাক কেনেকৈ কথা কৈছ জাননে? দাদা অসমৰ সাংস্কৃতিক জগতৰ ভগৱান হয়, নৱপ্ৰজন্মৰ হাৰ্থঅৱ হৈ, দাদাৰ এমাহৰ মদৰ পইছাৰে টোৰ ঘৰে মাটিয়ে কিনি পেলাব বুজিছ।
সি মালো খাই আৰু বহু দৰিদ্ৰ মানুহক সহায়ৰ হাতো আগবঢ়াই আহিছে।বৰ বেয়া মানুহ সমাজৰ।শুনা মতে কাজিৰঙাৰ দুটা মান গড়ৰ ভৰন পোষনৰ দায়িত্ব লৈছিল।কি যে মানুহ এটা আমাৰ ৰাজ্য খনত আছে
Jubin da I love you.
Joy Zubeen da ❤
চৰকাৰে বিনামূলীয়াকৈ দিলেওঁ আমি খেতি কৰিমেই।ফ্ৰী আচঁনিও লম খেতিও কৰিম।
Right jubin garh
জুবিন ৰ্গাগে ঠিকেই কৈছে ।আত্মনিৰ্ভশীল হবলৈ চৰকাৰে ব্যৱস্থা কৰি দিব লাগে ।
"আত্মনিৰ্ভৰশীল" হ'ব বানানটো ।
@Chao_Dip ৰটো থাকি গ'ল ।ধন্যবাদ
@@EffiNawab স্বাগতম
জুবিনে দূখীয়াৰ কাৰণে কি আচনি কৰিছে।
"আঁচনি" হ'ব বানানটো ।
জুবিনে কলেই নহয় 😅তুমি কৰি দেখুৱা😅
Sarkaror kam hob lage, binamuliya Khiksha, aru binamuliya Sarstho khondho hob lage...?🙏🙏
Dukhiyak kam diok free eko nalage agar dare education 100% free sikitsya sampurna free karileibhol baki eko nalage.
Apuni kole sob xosa nohoi
ZG❤ RIGHT
Suport zuben da
Zubeen Da ! free sawul dukhiyar karone, apunar nisina konthohilpir karone nohoi !
একো ডাঙৰ খবৰ নহয়,কাৰণ জুবিন গাৰ্গ অলপো ডাঙৰ মানুহ নহয় এইবিলাক অসমীয়া সুৰ নথকা সস্তীয়া কথাৰ গান জ্ঞানি লোকে নুশুনে।নিজে ৰাজ্যখনৰ মঞ্চত ফালটু কেইটামান গান গাই ১০লাখ টকা নললেই হ'ল।নিজে পুঁজিপতি হৈ আনক সমালোচনা কৰে? প্ৰথমতে পঢ়া-শুনা কৰি লোৱা। মূৰ্খ এটাৰ কথা কোনেও নুশুনে।
Assamese ot kole o hoi English sob a Buji napai
এয়া এক পাগলৰ মন্তব্য
Pgl tmi he nki😂
Tunar parial Tu @@kalita3196
Apuni u tole tole sorkari free sawul khai aase tarmane !