ল'ৰা ছোৱালী ওপৰত আশা কৰা সকলে ভিডিঅটো চাবচোন | দীপক ব্ৰহ্ম বাপ | Bhagwat Bakhya |Dipak Barhma |চিৰাং

Поділитися
Вставка
  • Опубліковано 4 лют 2025

КОМЕНТАРІ • 32

  • @LakhimiGohain
    @LakhimiGohain Місяць тому +1

    Krishna Krishna Ram Ram 🙏🙏🙏🙏

  • @uttamhomedeka2151
    @uttamhomedeka2151 Місяць тому +1

    বাপ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @anjumalasaikia2608
    @anjumalasaikia2608 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ

  • @radhakrishna1508
    @radhakrishna1508 3 місяці тому

    কৃষ্ণ

  • @dipaliborgohain-ke3rg
    @dipaliborgohain-ke3rg 23 дні тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি সুন্দৰ সেৱা আগবঢ়ালোঁ কৃষ্ণ কৃষ্ণ ।

  • @tarunmedhi8907
    @tarunmedhi8907 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ 🙏🙏 প্ৰনাম বাপ প্ৰভু

  • @haliramrabha9126
    @haliramrabha9126 3 місяці тому

    কৃষ্ণ জয় গুৰু শংকৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @nirmaldeori4218
    @nirmaldeori4218 3 місяці тому +1

    Jai shree krishna krishna krishna krishna 🙏🙏🙏🙏

  • @kabitakk5245
    @kabitakk5245 3 місяці тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏
    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏

  • @DipaMoran-kk7gw
    @DipaMoran-kk7gw 3 місяці тому +1

    🙏🙏🙏

  • @jaganathsonowal2365
    @jaganathsonowal2365 3 місяці тому +1

    🙏 কৃষ্ণ 👣🤲 কৃষ্ণ 🙏

  • @daisyrabha2343
    @daisyrabha2343 3 місяці тому +3

    Krishna Krishna prabhu bhakti bhara sewa janaiso Krishna 🙏♥🙏🙏🙏🙏🙏❤❤

  • @ramcharandeka9143
    @ramcharandeka9143 3 місяці тому +1

    Krishna

  • @kaminibarman-v3u
    @kaminibarman-v3u 2 місяці тому +3

    হে মহাপ্রভু, হে জ্ঞনী বৰ,আপোনাৰ ভাগৱত ভাঙনীয়ে মোক আপ্লুত কৰি তুলিছে এনেকৈ আগলৈ পাম আশা কৰিলো। 🙏🙏🙏

  • @Mahananda.Hazarika.
    @Mahananda.Hazarika. 2 місяці тому

    Sumitra Gogoi
    Krishna Bap Krishna Bahut Guruttapurnare bharpur Aaponasabar Sri Mukhedi baj hoi yowa Bhagawatar katha bilak Sraban kari bar Aananda palo Krishna Bap Krishna Pranam janalo Aaponar legate Samasta Bap Aaisakalak Krishna 🙏

  • @umeshhatimuria7525
    @umeshhatimuria7525 3 місяці тому +2

    Krishna,Krishna

  • @MridulaboruahMridulaboruah-r8p
    @MridulaboruahMridulaboruah-r8p 3 місяці тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ভগৱানে কৃপা কৰেযেন ইয়াৰ পৰাই সেৱা আগবসায়ছো।

  • @putalirajkhowa2785
    @putalirajkhowa2785 3 місяці тому +3

    Krishna ❤

  • @PurnanandaTamuliphukan
    @PurnanandaTamuliphukan 3 місяці тому +2

    কৃষ্ণ জয় গুৰু শঙ্কৰ।

  • @BhaneswarPangging
    @BhaneswarPangging 3 місяці тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 😊😮😊😮😊😮😊❤❤❤❤

  • @pallabikagohain5720
    @pallabikagohain5720 3 місяці тому +4

    কৃষ্ণ কৃষ্ণ জগতৰ হৰি দৈৱকী নন্দন প্ৰভু কৃষ্ণৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰাই থকা ভকত বৈষ্ণৱ বাপ জনাৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ কৃষ্ণ

  • @pallabikagohain5720
    @pallabikagohain5720 3 місяці тому +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🌹🙏🙏🙏🙏

  • @Himangku4x
    @Himangku4x 3 місяці тому

    Kirishan❤❤❤❤❤❤val lagise❤❤❤😢😢😅😅

  • @ANILSARMA-g9y
    @ANILSARMA-g9y Місяць тому +1

    বাপজনা শমীক মুনিয়ে তপস্যা যে কৰিছিল তেতিয়া কি যুগ চলি আছিল , যদি কলি যুগেই চলি আছিল তেওঁৰ তপস্যাও ব্যর্থই আছিল নিচ্ছয় আৰু ব্যর্থ তপস্যা কৰা মুনিৰ পুত্রই দিয়া
    অভিশাপ ফলিবই নালাগিছিল কথাবোৰ কিবা অমিল যেন লাগিছে অনুগ্রহ কৰি অলপ বুজাই দিবনে?

  • @Rashminath-rx9by
    @Rashminath-rx9by 2 місяці тому +1

    Pise bap soon pindhib nepai neki baru.krishna

  • @PradipGogoi-i7b
    @PradipGogoi-i7b 10 днів тому

    সন্মানীয় ব্ৰহ্ম বাপ । আমি সঁচা কৈ আপোনাক ভাল পাও। আপুনি ইনেইও ব্ৰহ্ম ই সঁচা। ব্ৰহ্ম সত্য জগৎ মিথ্যা। ব্ৰহ্ম সৰ্ব্বোচ্চ সত্য আৰু জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। ব্ৰহ্ম সত্যম জ্ঞানম অনন্তম। আপোনাক আগতে ও comments দিছোঁ। আমি মানু্হ জাতিলৈ ৰূপান্তৰ হৈছোঁ। আগৰ আহোম বড়ো কাৰ্বি লালুঙ ৰাভা আদি বিভিন্নধৰণৰ জাতীয় খাদ্য প্ৰণালী স্বভাৱ চৰিত্ৰ বাদ দিয়া হৈছে। এক শৰণ নাম ধৰ্মত দীক্ষা লৈ সমস্ত জীৱক কূষ্ণ জ্ঞান কৰিছোঁ মোৰ শৰণ ভজন হৈছিল বিশ্বনাথ চাৰিআলিৰ অচ্যুত কূষ্ণ মিশ্ৰিত তেওঁ বৰ্তমান বৈকুণ্ঠ গামী হয়। তলত এটা ঈশ্বৰৰ কথা উল্লেখ কৰা হৈছে। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা সেহি জন্মে জীৱৰ জনম দূৰ কৰা। জন্ম নাই যদিও কিয় জন্ম ধৰে। য়দা য়দাহি ধৰ্মস্য গ্লানি ভৱতি ভাৰত । অভ্যুত্থানম ধৰ্মস্য তদাত্মানঙ‌ সূজাম্যহম ।। পৰিতানায় সাধুনাঙ বিনাশয় চ দুস্কূতাম। ধৰ্ম সঙস্থাপনাথায় সম্ভৱামি য়ুগে য়ুগে ।। হে ভৰত সন্ততি যতে যেতিয়াই ধৰ্মৰ অৱনতি ঘটে আৰু অধমৰ প্ৰাদুৰ্ভাৱ বাঢ়িলে তেতিয়াই ময় অৱতাৰ হৈ নিজকে প্ৰকাশ কৰোঁ ।সাধু সকলৰ পৰিতানৰ বাবে আৰু অসৎ চৰিত্ৰৰ সকলো বিলাক মানুহৰ বিনাশৰ বাবে আৰু ধৰ্মৰ নীতিসমূহ পূৰ্ণৰ প্ৰতিষ্ঠিত কৰিবলৈ ম ই প্ৰতি টো যুগতেই আহি দেখা দিওঁ। যেনে উদাহৰণ স্বৰূপে ত্ৰিভূবন বন্দন দৈৱকী নন্দন যো হৰি মাৰল কঙস। জগজন তাৰন দেৱ নাৰায়ণ শঙ্কৰ তাকেৰি অঙশ। শ্ৰীমন্ত শংকৰদেৱ ও এক অৱতাৰ। ওপৰোক্ত সন্নিবিষ্ট শ্লোক টোৱেই মহৎ তত্ত্ব উপস্থাপন কৰিছে। যেতিয়া সাধু সন্ত মহন্ত সৎ সৈনাসী মহিষী ভগৱান ভক্তি যুক্ত পুৰুষৰ আত্মবোধৰ বিপৰীতে যেতিয়া দুষ্ট দৈত্য দানৱ অসুৰ স্বভাৱ চৰিত্ৰৰ লোক সকলে শোষণ নিস্পেষনঅত্যাচাৰ অবিচাৰ বেভ্যিচাৰ অনাচাৰ অভিমান অহ্ঙকাৰ কূটনৈতিক সামাজিক বৈষম্যতা ইন্দ্ৰিয় আসক্তি আদি অমানুষিক কাৰ্যকলাপ আৰম্ভ কৰিবলৈ ধৰিলে ভগৱান শ্ৰীকৃষ্ণৰ দৰে ই ঈশ্বৰৰে যুগে যুগে অৱতাৰ হ'বলৈ বাধ্য হয়। তেওঁ প্ৰতি টো অৱতাৰ হৈ দুষ্টৰ দমন শান্তক পালন কৰে। আচল কথা ভাগৱত গীতাখনৰ ব্যৱহাৰিক দিশটো জীৱ শ্ৰেষ্ঠ মানৱৰ এটা জীৱিত দেহত কেনে দৰে প্ৰভাৱিত কৰিব লাগিব তাক পুঙখা নুপুঙখাকৈ দূষ্টি গোচৰ কৰিলে তাত জীৱ বা চেতনা পাব যি নিজকে দেহ জ্ঞান কৰি অহ্ঙকাৰত লিপ্ত হৈ পৰম ব্ৰহ্ম কৃষ্ণক চিনি নাপাই হাজাৰ হাজাৰ বাৰ জন্ম মৃত্যুৰ বন্ধনৰ চক্ৰত পৰি মুক্তি হীন ভাৱে কষ্ট শাস্তি ভোগ কৰে। নিজকে অহম ব্ৰহ্মাশ্মি বুলি বুজি পোৱা নাই। গতিকে কলুষিত চেতনা ই নিজকে দেহ বুলি ভাবি অহ্ঙকাৰী হৈ চেতনাক বিশুদ্ধ কৰিব নোৱাৰে। যেতিয়া সৎসঙ্গ সৎগুৰুৰ সংযোগ বা সান্নিধ্যলৈ আহিব পাৰে তেতিয়া চেতনা বিশুদ্ধ হৈ সত্য শুদ্ধ পৱিত্ৰ নিত্য বুদ্ধ হ'ব আৰু ব্ৰহ্ম দৰ্শন আত্ম উপলব্ধি আত্ম বোধ সকলো বুজি পাব যে জগত বা প্ৰকৃতি বা দেহ ব্ৰহ্ম শক্তিৰ মায়াৰ ভ্ৰম মাএ। জীৱ ও ব্ৰহ্ম এক ও অভিন্ন। অজনমা অমৰন অভগন অব্যক্ত অলিপ্ত অচিন্ত অক্ষয় অব্যয় নিৰাকাৰ নিবিকাৰ অনাদি অনন্ত চৈতন্য সনাতন অদূশ্য সবব্যাপী নিগূন সচিদানন্দ ইত্যাদি। তেতিয়া বিনাশ শীল প্ৰকৃতিৰ পঞ্চ মহাভূতৰ মাটি পানী বায়ু আকাশ জুই ৰে ব্ৰহ্ম শক্তিৰ মায়াৰ গোটেই জগত মিথ্যা বুলি ভাবি পাব। জন্ম মৃত্যু ৰহিত ব্ৰহ্মৰেই প্ৰতিবিম্ব ব্ৰহ্মতেই বিলিন হ'ব। গীতা ভাগৱত সকলো বিলাক শাস্ত্ৰ ও ধৰ্ম গ্ৰন্থ সমুহৰ দৰ্শন আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত। ভাৰতীয় দৰ্শন আধ্যাত্মিকতাবাদৰ বিপৰীতে গ'লে একো বুজি নাপায়। ধন্যবাদ।

  • @DipaMoniMoran-w9f
    @DipaMoniMoran-w9f 2 місяці тому +1

    🙏🙏🙏

  • @anjumalasaikia2608
    @anjumalasaikia2608 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ

  • @munmigogoi2377
    @munmigogoi2377 3 місяці тому +1

    Krishna

  • @sabitriboruah4411
    @sabitriboruah4411 2 місяці тому +1

    Krishna