Assam Political News: সংগোপনে, সুদৃঢ়ভাৱে ৰাজ্যত খোপনি পুতিছে খ্ৰীষ্টানে
Вставка
- Опубліковано 3 бер 2024
- সংগোপনে, সুদৃঢ়ভাৱে ৰাজ্যত খোপনি পুতিছে খ্ৰীষ্টানে। নিৰ্বাচনত ফেক্টৰ হ’বলৈ গৈ আছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক। ৰাজ্যৰ কোনকেইটা সমষ্টিত খ্ৰীষ্টান ভোটাৰে পেলাব প্ৰভাৱ?
#assam
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 UA-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐓𝐀𝐋𝐊 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐫𝐞𝐩𝐫𝐨𝐝𝐮𝐜𝐭𝐢𝐨𝐧, 𝐫𝐞𝐝𝐢𝐬𝐭𝐫𝐢𝐛𝐮𝐭𝐢𝐨𝐧, 𝐨𝐫 𝐫𝐞-𝐮𝐩𝐥𝐨𝐚𝐝 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.
খ্ৰীষ্টান বাবেই পৃথিৱী জীয়াই asi
😅😅😅
Right
😃😃😃
হয়
Hoi god is god ✝️❤
যিয়ে যত যায় যাব পাৰে। সকলো ধৰ্মৰে সমান অধিকাৰ আছে।
Totally right ❤🙏
Prise the Lord amen
Amen
Amen 🙏
Amen 👏
🤔ঈশ্বৰে মানুহ বনালে দাদা ধৰ্ম বনুৱা নাই ।😀
আৰু খ্ৰিষ্টিয়ান মানুহ ৰাজনীতি ভাল নাপায় কিন্তু মই কব খোজো যদি এই ভাৰত বৰ্ষ খন খ্ৰিষ্টিয়ান সকল ৰাজনীতি বা দেশখন চলাই ভাৰত বৰ্ষ বহুত উন্নত আৰু শক্তিশালী হৈ যাব । হিংসা নাথাকিব, লালজ নাথাকিব, বলতকাৰ নহ'ব, সকলো এক তা আৰু সকলো সমান হৈ যাব AMEN 🙏💐
Right❤
Right 👍👍👍
Issore hokoluke bless krk Amen ✝️✝️✝️
আমাৰ ঈশ্বৰ মহান আমাৰ ঈশ্বৰ জীবিত ঈশ্বৰ তেনে ঈশ্বৰ কতো নাই🙏🙏
কত জীয়াই আছে দেখাই দিব পাৰিবা নিকি যদি দিব পৰা ময়ো আপোনালোকৰ ধৰ্ম গ্ৰহণ কৰিম।
Tumi Bible app download Kori sabo sun Bhai..John chapter 14:6 verbs ot ki lika ase.
Amen
Aitu mani khus hoi thaak😂😂
@@himangshudeka331Bhai amar probhu jisu jiyai ase akou ahibo ei dhoronit
Hindu muslim christisn kothanai.....we are all indians
That's TRUE brother we are all indian
BJP know to destroy culture and religion
Hosai
You are right hindu and muslim we are one family brother
Kiyo kotha nai be
Hindur pora ei bilak luk poisar lubhot dhormo porivartan kori loise
😂😂😂😂😂😂😂😂
খৃষ্ঠীয়ান সকলে,শান্তি সম্প্ৰিতি বিচাৰে। দেশত/ৰাজ্যত সংবিধানৰ ধৰ্ম নিৰপেক্ষতা বজাই ৰখাৰ স্বাৰ্থত বি জে পি ক ভোট দি ক্ষমতা দিব নোৱাৰোঁ।
Praise the LORD
ধৰ্মক লৈও ৰাজনীতি
Whatever the political try or persecute against the christian, nobody can stop the word of Gods.
Ji hokole Christian bilakor bisoye mata mari ase, hihotore bohut loss hoi ase, Praise the Lord AMEN🙏
Christian barhibo lage
Hoi brother ❤ God bless you 😇
Ki bl hbo barhile
Balor kam hupa kori thak kaniya lag heitu korile tohote hanti pabi.
Right, Christan baribo laage
Praise the lord 🙏
পৰ্থনা কৰি থাকিব ❤ Cristian femily 🎉
By will.. not by force or bill.. Praise the Lord
ঈশ্বৰে আশীৰ্বাদ কৰক আমিন ✝️✝️✝️
কথাষাৰ মিছা নহয়,সম্পূৰ্ণ সত্য৷তেওঁলোকৰ ধৰ্ম নীতিনিয়ম কিছু শিথিল যদিও তেওঁলোকৰ ধৰ্মত মাদক দ্ৰব্যৰ প্ৰচলন নাই৷বাকীবোৰ নীতিনিয়ম বৰ শিথিল,সেয়েহে তেওঁলোকৰ ধৰ্মৰপ্ৰতি আকৃষ্ট হয়৷
ধৰ্মৰ বিষয়ে কলে জেল হ'ব বুলি কৈছিল । আৰু উলাছে ধৰ্মৰ বিষয়ে কি হৈছে হিন্দু ধৰ্মৰ মানুহ বিলাক নিজৰ নিজৰ কামক লৈখ দিয়ক না
Praise the lord❤❤❤
মিছা কথা কিয় কৈ আপোনালোকে ধনৰ লোভত কোনোৱে ধৰ্ম গ্ৰহণ কৰে নেকি।
Praise d Lord
Amen 🙏🙏
Amen🙏🙏🙏💖💖
খ্যীষ্ট্ৰান উত্তম ধৰ্ম ।কনৌজবাদৰ দৰে সংকীৰ্ন নহয়।
Praise the Lord 🙏🏻 misa nokobo aidan hokolu a jisu nam lobo ligibo
Sanatani hobo lagibo adin gutebur..... Ami visma Pitamoh k bhagwaan naamanu jisu k knk man I'm... Lol😂
Lolipop kabi niki
Prabhur nam Joy shree Ram 🚩
@@niquelous7282Probhur nam জয় যীচু
Kiman toka paisili lora 😂😂
God is good all tha time ❤❤❤❤❤❤❤❤
ঈশ্বৰৰ গৌৰৱ হওঁক
Praise the lord hallelujah ❤❤❤
কোনোবাই কিবা ধৰ্ম লোৱাত আপত্তি নাই।ধৰ্মৰ লগত ৰাজনীতিক জড়িত কৰাটো মই মুঠেই পছন্দ নকৰো।সংবিধানেই বান্ধি দিছে ধৰ্মীয় অধিকাৰ বুলি।খৃষ্টিয়ান দল বুলিতো দল এটা নোখোলে! তেন্তে কিহলৈ ভয় কৰিছে? সেইবুলি মই খৃষ্টিয়ান নহয়।মই গলে খৃষ্টিয়ানলৈ নাযাও গলে বৌদ্ধলৈ যাম।
কিন্ত টকাৰে মানুহক convert কৰাটো সংবিধানবিৰোধী ৷
@@hritamkashyapAny Prove ...? WhatsApp University r Student 😅 Poisa Nhoi Ononto Jiban Ji Swrgot Ase Hetu Pai 😊Jesus Is Only The Way To Heaven
ধৰ্মৰ ভিত্তিত সমাজত বিভাজন সৃষ্টি কৰিব বিচৰা ৰাজনৈতিক দল, সংগঠন , মিডিয়াৰ ওপৰত উচ্চতম ন্যায়ালয়ে শীঘ্ৰেই উচিত আইনী ব্যৱস্থা ল'ব এতিয়া । নহ'লে ই সমাজৰ একতাত ঘূণ পোকৰ নিচিনা হৈ যায় ।
Praise the Lord.
আপোনি এনেকুৱাকে কৈছে যেন খ্ৰীষ্টানসকলে লোকসভাত ভোট দিওতে নাগৰিক নহয়যেন চোৰ ডকাইতহে যাৰ কাৰণে কেৱল বিজেপিৰ বাবে বিপদ,,,গোৱাত মনিপুৰত,মেঘালয়তো 80%তকৈ বেছি খ্ৰীষ্টীয়লোক আছে আৰু বিজেপি চৰকাৰো আছে কিন্তু বিজেপি চৰকাৰৰ কোনো বিপদ হোৱা নাই
Please vote only for the congress party of Assam.
God is great
God bless you, Kunuba oino dhormot jodi goise tenehole nisoy teur jibonot kiba eta rohoiso thakibo. Kuneu kaku tenekua jur kori poriborton koribo nuare. Sinta koribo pora gian sobore ase, iyat kiba huponi putar kunu kotha nahe.
Praise the Lord 🙏
Right
Yes lord Amen praise tha God halaluiya
Christian hboloi ki koribo lagibo?
Hallelujah amen
খ্ৰীষ্টান ধৰ্ম লৈ ইমান বিতৰ্ক কৰাটো ভাল হোৱা নাই, খ্ৰীষ্টান ধৰ্ম লোক সকল দয়ালু, আৰু ক্ষমা, প্ৰেম,কৰিব জানে, খ্ৰীষ্টান ধৰ্ম লোক সকল ইমান ধনী নহয় যে তেওঁ লোকে টকাৰ প্ৰলোভন দিব।
নহয় দয়ালু
আপোনাৰ মোৰ টো নিজৰ হিন্দুত্ব বচাই ৰাখি o pora nai
@@anandatanti790 সত্য কথা কলে আপোনাৰ নিচিনা মানুহে বেয়া পায়, ঈশ্বৰে আপোনাক হুজ্ঞান হুবুদ্ধি দিয়ক।
প্ৰ্তিখন গাঁৱতে খ্ৰীষ্ট ধৰ্ম লোক আছে । এদিন সকলোৱে আঁঠু লব ।
Praise the lord
Praise the Lord .GOD full fill your plan .Hallelujah.
Amen🙏⛪
যীশু ক্ৰুচৰ তেজত শান্তি পাইছোঁ❤ সদাই থাকিব বিচাৰোঁ তেওঁৰ চৰণত✝️🙏🛐
God bless you all
Praise the lord amen ❤❤
Christian hboloi ki koribo lagibo ?
Praise the Lord ❤
Jai jesu.🙏
Isoror prohongkha houk
Raj niti dharmar hoba nalage
Amen
Dormantoron Jodi Christian missionary hokole korile bohut bosor agote Assam khon ba bharot khon Christian hokuluke koribo parile hoi..Christian dhormotu kunu kaku aku poluvon nidiye ..
Hallelujah ✝️ Praise be to the Lord
Praise the Lord
🙏🙏🙏🙏 amen
God bless you
Hindu dhormor namot Iman otyasar bridhi hoise... Ene Hoi thakile Moiu vobisyote Christian hoi jm. Odhromi bilakor utpat besi vogobanor namot.
Dhorom biswas nokore sage haikarine blk dhormo lobo khujise mane koise apuni no,,, adhr pora blk dhormo luwatu dhorom aru bhogobanok biswas kora nohoi
Good news
খৃষ্ট্ৰান ধৰ্মৰ বিষয়ে জানিবলৈ ইচ্ছা আছে।
God is good all the time ..
Kune ketiya prolovon di dhormo dise o
The Lord Jesus bless all 🙏
Jisur joi hog
There are true in khristan. . Jisus can treatme ment of human being by praying , can free by attacking of ghost and make sheerulness. Jai jisus.
২০২২ চনত প্ৰধান ধৰ্মীয় গোটৰ সৈতে জড়িত বিশ্ব জনসংখ্যাৰ অংশ, ধৰ্ম অনুসৰি বৈশিষ্ট্যপূৰ্ণ বিশ্ব জনসংখ্যাৰ শতাংশ খ্ৰীষ্টান ৩১.৬% মুছলমান ২৫.৮% হিন্দু ১৫.১% অসংলগ্ন ১৪.৪%
Satyaranjanor dore pagol hobo dorise little knowledge dangerous things
Satya ranjan to dharmar atangbadi hoi.
100 শতাংশ নিজেই ভাল পায় গৈছে। খ্ৰীষ্টিয়ান ধৰ্মত মানবতাৰ প্ৰেম আছে। আত্মাৰ প্ৰেমেই দেশৰ শান্তি।
Hoi..... Praise the lord
Well people from Nagaland, Meghalaya, Mizoram etc can easily come and settle here but our people cants go and settle over there. Not to forget people from other states of India as well can come as settle here. Anybody can come and spread their influence in Assam. No wonder this trouble will burst in future.
আমি সকলো আসমিযা হিন্দু ধৰ্মৰ লোক সকলে Christianity ধৰ্ম লব লাগে তেতিয়া হে অসমত আমি অসমীয়া হিচাপে টিকি থাকিম,
নহ'লে কা আইন বলবৎ হলে,/বা নহ'লেও, জানিব পাৰিব, ভাষা সংস্কৃতি অসমিয়াৰ 50 বছৰৰ ভিতৰত সম্পূৰ্ণ নাই কিয়া হৈ পৰিব,গতিকে সময থাকোতেই সকলো হিন্দু অসমিয়াই হয বুদ্ধ ধৰ্ম নহয Christian ধৰ্ম গহন কৰি অসমিয়া জাতি আৰু আসমিযা ভাষা সংস্কৃতি জীয়াই ৰাখিব লাগিব , আহক সময একে বাৰে নিকপ মানে সময নাই, অসমৰ সন্মানিয চিন্তাবিদ সকলক গভীৰ ভাবে চিন্তা কৰিবলৈ অনুৰোধ জনালোঁ , এই বিষয ওপৰত ।🙏🙏🙏😢😮
আগতে অসমীয়া ভাষা লিখিবলৈ শিকি লওঁক দে তাৰ পিছত কবলৈ অসমীয়া ভাষা আৰু অসমীয়া মানুহক শেষ কৰিবলৈ কোনো জাতি ধৰ্ম নাই গম পাইছে ন।।গৰু
Nijor dharma ari lukar loi nijor culture basabo bula...😂 Iar Katha sa
কিন্ত টকাৰে মানুহক convert কৰাটো সংবিধানবিৰোধী
Ki asorit ktha beleg dhormo loi culture bosabo 😂😂😂bro we are proud HINDU tumi lua ge kiloi thaka eyate brainwash koribo nahibo
Right
দাঙৰকৈ ঘৰ ৱাপচি অনুস্থান এটা আয়োজন কৰক।
𝒑𝒓𝒂𝒔𝒆 𝒕𝒉𝒆 𝒍𝒐𝒓𝒅
Thank you Jesus......
Prise the lord❤❤amen amen amen
Praise the Lord.Amen 🙏🙌❤️⚘️
Praise the lord AMEN
Amen 🙌🙏
Real Spech
Amen joi mashi
ভাৰতৰ সংবিধান ভালকৈ অধ্যয়নকৰক
ভালেই...ভাল মানুহৰ সংখ}| বাঢি.ছে..
Good news 👍
Etai kotha.. ishorok Jen politicals kori nidiye... Gowrob anuvob kori ishorok dhanaya bad diok....❤️
Prabhu Yeshu Jindaa Hai Amen Praise the lord Halleluya 🎉🎉🎉🎉🎉
Etui val Kotha he
HE is Almighty
Praise the lord Amen
Koli jugot,, dhormok loi,, rajniti koribo aru prithvi dhonkho hobo,, buli bhogobane biyakha korise,, hastro, baibel gita, kuran,, bibhino dhormalombir kitap burot diya ase,haibur bisari loi pohibo lage, kintu raj nitit thoka manuhe, siro jibon aiyai kori jiyai thakim buli bhabise aru dhormor birudhe rajniti kori ase,, aibure aku najane,,, upore rong -songiya bhitore kuwa bhaturi,, kora rajnitir leader bure ki jane,, aiya nokora tuwe bhal buli bhabu, karon addin moriboi lagibo,, aru jabo lagibo,, bhogobanor usort
Praise the Lord Amen
Vry nice news
Praise the Lord amen 🙏
GOD is good all the time 🙏
হয় এইদৰে ধৰ্মৰ বিষয়ে বিতৰ্ক কৰাটো ভাল কথা নহয়। ভাৰতৰ সংবিধানে সকলোকে সমান অধিকাৰ দিছে। খ্ৰিষ্টিয়ান ধৰ্মৰ ওপৰত কিয় ইমান অত্যাচাৰ। আপোনালোকে কিয় মিছনেৰী বিদ্যালয়সমূহ বন্ধ কৰিব বিচাৰে যদি আপোনালোকৰ মনোভাৱবিলাক বিপৰীত তেনেহলে খ্ৰিষ্টিয়ান মিছনেৰী বিদ্যালয়ত আপোনালোকৰ ল'ৰা ছোৱালীক নপঢ়ালেই হল যাতে আপোনালোকেও ঠায়ে ঠায়ে একোখনকৈ মিছনেৰী বিদ্যালয় স্থাপন কৰক যত নেকি আপোনালোকৰ লৰা ছোৱালী পঢ়াব পাৰিব। ধন্যবাদ 🙏
আজিৰ কোনোৱে কাকো মিছা প্ৰলোবন দি কাৰোবাক খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিবলৈ দিব নোৱাৰে
We all should follow Christian religion.
সকলোৱে নিজৰ ইচ্ছাৰে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে কোনোৱে কাকো একো পইচা বা অন্য প্ৰলুভণ দি আহা বুলি নকই
Very good news
Very good,
Praise the lord🙏🙏
ST পৰা ধৰ্ম সলনি কৰিলে General কৰি দিয়ক তেতিয়াহে দেখিবলৈ পোৱা যাৱ কিমানজনে ধৰ্ম সলনি কৰে ।
Dhormor namotu ajikali news aaha hoise Asomot mane godi media Asomot arambho hoi gol